আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 History MCQ Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা
গ-অংশ: আধুনিক যুগৰ ভাৰত বুৰঞ্জী
অধ্যায়-১৬
ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ ১৮৮৫ চনত জন্ম লাভ কৰা ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় জাতীয় সংগঠনৰ নাম কি?
(ক) ভাৰতীয় জনতা পার্টি
(খ) ভাৰতীয় জাতীয় কংগ্রেছ
(গ) সমাজবাদী দল
(ঘ) শ্রমিক দল
উঃ (খ) ভাৰতীয় জাতীয় কংগ্রেছ
প্রঃ ১৯১৯ চনৰ কোনখন আইনে দ্বিসদনযুক্ত বিধানমণ্ডলৰ ব্যৱস্থা কৰিছিল?
(ক) মন্টেগো-জেমচফর্ড আইন
(খ) বাউলেট আইন
(গ) চর্চিল আইন
(ঘ) সাইমন আইন
উঃ (ক) মন্টেগো-জেমচফর্ড আইন
প্ৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক ভাৰত বিৰোধী আইন বুলি কোৱাৰ এটা যুক্তি কি?
(ক) এই আইনে প্রতিনিধিত্বমূলক চৰকাৰ গঠনৰ প্রস্তুতি কৰা নাছিল
(খ) এই আইনে ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল
(গ) এই আইনে ভাৰতত নির্বাচন প্রণালী উন্নত কৰিছিল
(ঘ) এই আইনে ভাৰতত পৃথক নির্বাচন প্রণালী নষ্ট কৰিছিল
উঃ (ক) এই আইনে প্রতিনিধিত্বমূলক চৰকাৰ গঠনৰ প্ৰস্তুতি কৰা নাছিল
প্ৰঃ ইংলেণ্ডৰ কোনটো ৰাজনৈতিক দল ভাৰতৰ ৰাজনৈতিক সমস্যাৰ প্ৰতি সহানুভূতিশীল আছিল?
(ক) লিবাৰেল দল
(খ) শ্রমিক দল
(গ) কনজাৰভেটিভ দল
(ঘ) কমিউনিষ্ট দল
উঃ (খ) শ্রমিক দল
প্ৰঃ ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্য সংখ্যা কিমান আছিল?
(ক) ২৯৯
(গ) ৪৪০
(খ) ৩৮৯
উঃ (খ) ৩৮৯
(ঘ) ৫০০
প্রঃ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতিজন কোন আছিল?
(ক) পণ্ডিত নেহৰু
(খ) বি. আৰ. আম্বেদকাৰ
(গ) চৌধুৰী খালিকুজ্জামান
(ঘ) মৌলানা আবুল কালাম আজাদ
উঃ (খ) বি. আৰ. আম্বেদকাৰ
প্রঃ পৃথক নির্বাচনী অধিকাৰৰ সপক্ষে থকা এটি যুক্তি কি?
(ক) সকলো জাতিক একে অধিকাৰ দিয়া উচিত
(খ) সৰু জনগোষ্ঠীসমূহৰ প্ৰতিনিধি নিজস্ফ অধিকাৰ ৰক্ষা কৰিব পাৰে
(গ) পৃথক নির্বাচনী অধিকাৰে জাতীয় সংহতি বৃদ্ধি পায়
(ঘ) পৃথক নির্বাচনী অধিকাৰ গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক
উঃ (খ) সৰু জনগোষ্ঠীসমূহৰ প্রতিনিধি নিজস্ব অধিকাৰ ৰক্ষা কৰিব পাৰে
প্রঃ সংবিধান সভাত পৃথক নির্বাচনী অধিকাৰৰ দাবী কৰা এজন নেতাৰ নাম কি?
(ক) বি. পকাৰ বাহাদুৰ
(খ) জৱাহৰলাল নেহৰু
(গ) মহাত্মা গান্ধী
(ঘ) পেটল
উঃ (ক) বি. পকাৰ বাহাদুৰ
প্রঃ জয়পাল সিং কোন জনগোষ্ঠীৰ লোক আছিল?
(ক) দলিত
(খ) আদিবাসী
(গ) খ্রীষ্টান
(ঘ) বৌদ্ধ
উঃ (খ) আদিবাসী
প্রঃ সংবিধান সভাত ‘হিন্দী’ ভাষাক ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি দিয়া দাবী কৰিছিল কোনে?
(ক) মৌলানা আবুল কালাম আজাদ
(খ) আৰ. ভি. ধুলেকাৰ
(গ) পণ্ডিত নেহৰু
(ঘ) ড° বি. আৰ. আম্বেদকাৰ
উঃ (খ) আৰ. ভি. ধুলেকাৰ
প্রঃ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(খ) ড° ভীম ৰাও আম্বেদকাৰ
(গ) জৱাহৰলাল নেহৰু
(ঘ) বি. আৰ. চক্রবর্তী
উঃ (খ) ড° ভীম ৰাও আম্বেদকাৰ
প্রঃ সংবিধান সভাই সংবিধান প্রস্তুত কৰিবলৈ কিমান সময় লৈছিল?
(ক) ২ বছৰ ১১ মাহ ১৮ দিন
(খ) ৩ বছৰ ৫ মাহ ১২ দিন
(গ) ১ বছৰ ৬ মাহ ২০ দিন
(ঘ) ৪ বছৰ ১ মাহ ২৫ দিন
উঃ (ক) ২ বছৰ ১১ মাহ ১৮ দিন
প্রঃ সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল?
(ক) ১৯৪৭ চনৰ ২৬ জানুৱাৰী
(খ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰ
(গ) ১৯৪৯ চনৰ ২৬ জানুৱাৰী
(ঘ) ১৯৫০ চনৰ ১৫ আগষ্ট
উঃ (খ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰ
প্ৰঃ ভাৰতৰ সংবিধান কতখন অনুচ্ছেদ আৰু অনুসূচী আছে?
(ক) ৩৯৫ অনুচ্ছেদ, ১২ অনুসূচী
(খ) ৩৯৫ অনুচ্ছেদ, ১০ অনুসূচী
(গ) ৪৪৮ অনুচ্ছেদ, ১২ অনুসূচী
(ঘ) ৪৪৮ অনুচ্ছেদ, ১০ অনুসূচী
উঃ (গ) ৪৪৮ অনুচ্ছেদ, ১২ অনুসূচী
প্রঃ সংবিধান সভাত মহিলাসকলৰ ভিতৰত প্রথম বক্তা কোন আছিল?
(ক) বিজয়লক্ষ্মী পণ্ডিত
(খ) সৰোজিনী নাইডু
(গ) দুর্গাবাঈ দেশমুখ
(ঘ) আনন্দময়ী ঘোষ
উঃ (খ) সৰোজিনী নাইডু
প্রঃ সংবিধান সভাত সংখ্যালঘুসমূহৰ সুৰক্ষাৰ দাবী উত্থাপন কৰা নেতা কোন আছিল?
(ক) বি. পকাৰ বাহাদুৰ
(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(গ) এন. জি. বঙ্গ
(ঘ) বি. আৰ. আম্বেদকাৰ
উঃ (ক) বি. পকাৰ বাহাদুৰ
প্রঃ সংবিধান সভাত মৌলিক অধিকাৰৰ খচৰা প্ৰস্তুত কৰা উপ-কমিটিৰ সভাপতি কোন আছিল?
(ক) বি. আৰ. আম্বেদকাৰ
(খ) জৱাহৰলাল নেহৰু
(গ) বি. এন. বাউ
(ঘ) বল্লভভাই পটেল
উঃ (খ) জৱাহৰলাল নেহৰু
প্ৰঃ এন. জি. ৰঙ্গৰ মতে সংখ্যালঘুৰ সংজ্ঞা কিহেৰে নিৰ্ধাৰণ হ’ব লাগে?
(ক) ধর্মীয় দিশ
(খ) ভাষাগত দিশ
(গ) অর্থনৈতিক দিশ
(ঘ) ৰাজনৈতিক দিশ
উঃ (গ) অর্থনৈতিক দিশ
প্ৰঃ ভাৰতীয় সংবিধানৰ ‘প্রস্তাৱনা’ কাক বুজায়?
(ক) সংবিধানৰ মূল অনুচ্ছেদ
(খ) সংবিধানৰ আৰম্ভণিসূচক বক্তব্য
(গ) সংবিধানৰ সংযোজিত বিধান
(ঘ) সংবিধানৰ অন্তিম সিদ্ধান্ত
উঃ (খ) সংবিধানৰ আৰম্ভণিসূচক বক্তব্য
প্রঃ ‘প্রস্তাৱনা’ ৰচনা কর্তা কোন?
(ক) মহাত্মা গান্ধী
(খ) বি. আৰ. আম্বেদকাৰ
(গ) জৱাহৰলাল নেহৰু
(ঘ) ৰাজেন্দ্ৰ প্ৰসাদ
উঃ (গ) জৱাহৰলাল নেহৰু
প্রঃ সংবিধান সভাই অস্পৃশ্যতা নির্মূলৰ বাবে গ্ৰহণ কৰা দুটা ব্যৱস্থা কি?
(ক) সকলো ধৰ্মৰ লোকক সমান অধিকাৰ প্রদান
(খ) শিক্ষা ক্ষেত্রত সংখ্যালঘুক অগ্রাধিকাৰ
(গ) ধাৰ্মিক বিচাৰ আইনবিৰোধী ঘোষণা
(ঘ) (ক) আৰু (গ) উভয়ে
উঃ (ঘ) (ক) আৰু (গ) উভয়ে
প্রঃ ১৯২৯ চনৰ লাহোৰ অধিৱেশনত কি গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছিল?
(ক) ভাৰতৰ বিভাজনৰ প্ৰস্তাৱ
(খ) পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন
(গ) সংবিধান প্রস্তুতি আৰম্ভ
(ঘ) বৃটিছ চৰকাৰৰ সহযোগিতা
উঃ (খ) পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন
প্ৰঃ ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা কেনেকুৱা আছিল?
(ক) সুখদায়ক
(খ) করুণ আৰু বিদ্বেষপূর্ণ
(গ) ৰাজনৈতিক সুবিধাপ্রাপ্ত
(ঘ) সমাজৰ উন্নতিৰ এক অংশ
উঃ (খ) কৰুণ আৰু বিদ্বেষপূর্ণ
প্রঃ সংবিধান সভাত জনজাতিসকলৰ সুৰক্ষাৰ বাবে কোনে পৰামৰ্শ আগবঢ়াইছিল?
(ক) জৱাহৰলাল নেহৰু
(খ) বি. আৰ. আম্বেদকাৰ
(গ) জয়পাল সিং আৰু এন. জি. বঙ্গ
(ঘ) মহাত্মা গান্ধী
উঃ (গ) জয়পাল সিং আৰু এন. জি. বঙ্গ
প্ৰঃ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাৰ বাবে কোনে বিশেষভাবে যুক্তি আগবঢ়াইছিল?
(ক) মহাত্মা গান্ধী
(খ) ড. বি. আৰ. আম্বেদকাৰ
(গ) নেতাজী সুভাষ চন্দ্র বসু
(ঘ) চন্দ্ৰশেখৰ আজাদ
উঃ (খ) ড. বি. আৰ. আম্বেদকাৰ
প্রঃ ভাৰতীয় সংবিধান কেতিয়া বলবৎ কৰা হৈছিল?
(ক) ১৫ আগষ্ট ১৯৪৭
(খ) ২৬ জানুৱাৰী ১৯৫০
(গ) ২৬ নৱেম্বৰ ১৯৪৯
(ঘ) ২ অক্টোবৰ ১৯৪৭
উঃ (খ) ২৬ জানুৱাৰী ১৯৫০
কি? প্রঃ ভাৰতীয় সংবিধানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য
(ক) ই সংক্ষিপ্ত সংবিধান
(খ) মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ উল্লেখ
(গ) দ্বৈত নাগৰিকত্ব প্রদান
(ঘ) ৰাজনৈতিক দলসমূহৰ নিৰ্দেশনা
উঃ (খ) মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ উল্লেখ
প্রঃ সংবিধান সভাৰ প্রথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?
(ক) ৯ ডিচেম্বৰ ১৯৪৬
(খ) ১৫ আগষ্ট ১৯৪৭
(গ) ২৬ জানুৱাৰী ১৯৫০
(ঘ) ২৬ নৱেম্বৰ ১৯৪৯
উঃ (ক) ৯ ডিচেম্বৰ ১৯৪৬
প্রঃ সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল?
(ক) বি. এন. ৰাও
(খ) ড. বি. আৰ. আম্বেদকাৰ
(গ) ৰাজেন্দ্ৰ প্ৰসাদ
(ঘ) জৱাহৰলাল নেহৰু
উঃ (খ) ড. বি. আৰ. আম্বেদকাৰ
প্রঃ সংবিধান খচৰা প্ৰস্তুত কৰোঁতে কেতিয়ালৈকে সংসদীয় বিতর্ক চলিছিল?
(ক) ১ বছৰ
(খ) ২ বছৰ
(গ) ৩ বছৰ
(ঘ) ৪ বছৰ
উঃ (গ) ৩ বছৰ
প্রঃ সংবিধান সভাৰ সভাপতি কোন আছিল?
(ক) ড. বি. আৰ. আম্বেদকাৰ
(খ) ড. ৰাজেন্দ্ৰ প্রসাদ
(গ) জৱাহৰলাল নেহৰু
(ঘ) চৌধুৰী চৰণ সিং
উঃ (খ) ড. ৰাজেন্দ্ৰ প্রসাদ
প্রঃ সংবিধান সভাৰ খচৰা প্ৰস্তুত কৰোঁতে কোনে বিভিন্ন দেশৰ সংবিধান অধ্যয়ন কৰিছিল?
(ক) বি. এন. ৰাও আৰু এন. চি. মুখার্জী
(খ) ড. ৰাজেন্দ্ৰ প্রসাদ
(গ) মহাত্মা গান্ধী
(ঘ) এচ. ৰাধাকৃষ্ণন
উঃ (ক) বি. এন. ৰাও আৰু এন. চি. মুখার্জী
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ ভাৰতৰ সংবিধান কেতিয়া প্রযোজ্য হৈছিল?
উঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী
প্ৰঃ ভাৰতৰ সংবিধান সভাৰ গঠন কেতিয়া হৈছিল?
উঃ ১৯৪৬ চনৰ ৬ ডিচেম্বৰ
প্রঃ সংবিধান সভাৰ প্ৰথম বৈঠক ক’ত হৈছিল?
উঃ নতুন দিল্লীত
প্রঃ সংবিধান সভাৰ সভাপতি কোন আছিল?
উঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ
প্রঃ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
উঃ ড০ ভীমৰাও আম্বেদকাৰ
প্রঃ ভাৰতৰ সংবিধান লিখিবলৈ কিমান সময় লাগিছিল?
উঃ ২ বছৰ ১১ মাহ ১৮ দিন
প্রঃ সংবিধান সভাৰ প্ৰথম বৈঠকৰ সদস্য সংখ্যা কিমান আছিল?
উঃ ২১১ জন
প্রঃ সংবিধান সভাৰ চূড়ান্ত বৈঠক কেতিয়া হৈছিল?
উঃ ১৯৪৯ চনৰ ২৬ নবেম্বৰ
প্রঃ সংবিধান সভাই সংবিধান কেতিয়া অনুমোদন কৰিছিল?
উঃ ১৯৪৯ চনৰ ২৬ নবেম্বৰ
প্রঃ ভাৰতৰ সংবিধান কিমান অনুচ্ছেদ আৰু অনুসূচী আছে?
উঃ ৪৪৮ অনুচ্ছেদ আৰু ১২ অনুসূচী
প্রঃ সংবিধান সভাৰ খসড়া প্ৰথম বাৰ কেতিয়া উপস্থাপন কৰা হৈছিল?
উঃ ১৯৪৮ চনৰ ৪ নৱেম্বৰ
প্রঃ সংবিধান সভাৰ মূল খচৰা প্ৰস্তুত কৰিছিল কোনে?
উঃ বি. এন. বাউ
প্রঃ সংবিধান সভাৰ উপ-সভাপতি কোন আছিল?
উঃ হৰিবিল্লভ ভৌৰাহ আৰু কৃষ্ণস্বামী আইয়েংগাৰ
প্রঃ সংবিধান সভাৰ মুঠ কিমান সদস্য আছিল?
উঃ ৩৮৯ জন
প্রঃ সংবিধান সভাত সংখ্যালঘুসমূহৰ অধিকাৰৰ দাবী কোনে উত্থাপন কৰিছিল?
উঃ বি. পকাৰ বাহাদুৰ
প্রঃ সংবিধান সভাৰ ভাষণ দিয়া প্রথম মহিলা কোন আছিল?
উঃ সৰোজিনী নাইডু
প্রঃ সংবিধান সভাৰ চূড়ান্ত অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ ১৯৪৯ চনৰ ২৪ জানুৱাৰী
প্রঃ সংবিধান সভাৰ বিতৰ্কত সক্রিয়ভাবে অংশগ্ৰহণ কৰা এজন অগ্রণী ব্যক্তি কোন আছিল?
উঃ জৱাহৰলাল নেহৰু
প্ৰঃ সংবিধানৰ মূল খচৰা ইংৰাজী ভাষাত লিখা কোনে?
উঃ প্রেমবিহাৰী নাৰায়ণ ৰায়জাদা
প্রঃ সংবিধানৰ মৌলিক অধিকাৰৰ খসড়া প্রস্তুত কৰা উপ-কমিটিৰ সভাপতি কোন আছিল?
উঃ জৱাহৰলাল নেহৰু
প্রঃ সংবিধান সভাৰ প্ৰথম অধিবেশনত অস্থায়ী সভাপতি কোন আছিল?
উঃ সাচিদানন্দ সিনহা
প্রঃ সংবিধান সভাত প্রস্তুত কৰা সংবিধান কোন ভাষাত লিখা হৈছিল?
উঃ ইংৰাজী আৰু হিন্দী
প্রঃ সংবিধান সভাত মুঠ কিমান সত্র হৈছিল?
উঃ ১১ খন
প্রঃ সংবিধান সভাত গ্রহণ কৰা সংবিধান কোনে স্বাক্ষৰ কৰিছিল?
উঃ ড০ ৰাজেন্দ্ৰ প্রসাদ
প্ৰঃ ভাৰতৰ সংবিধান কিমান অধ্যায়ত বিভক্ত?
উঃ ২২ খন
প্রঃ সংবিধান সভাই কিমান দিনৰ পৰা দিনলৈ আলোচনা চলাইছিল?
উঃ ১৬৬ দিন
প্রঃ সংবিধান সভাৰ সিদ্ধান্ত গৃহীত হোৱাত কিমান ব্যক্তিয়ে ভোটদান কৰিছিল?
উঃ ২৮৪ জন
প্ৰঃ ভাৰতৰ সংবিধানৰ মূল ভিত্তি কি আছিল?
উঃ ভাৰতীয় স্বাধীনতা আন্দোলনৰ আদর্শ
প্রঃ সংবিধান সভাৰ খচৰা সমিতিৰ উপ-সভাপতি কোন আছিল?
উঃ কে.এম. মুনছি
প্রঃ সংবিধান সভাৰ বিতৰ্কসমূহ সংকলন কৰি প্রকাশ কৰা হৈছিলনে?
উঃ হয়, ১২ খণ্ডত
প্রঃ সংবিধান সভাত পৃথক নিৰ্বাচনৰ প্ৰতিবাদ কোনে কৰিছিল?
উঃ মহাত্মা গান্ধী
প্রঃ সংবিধান সভাত কিমান জন মহিলা সদস্য আছিল?
উঃ ১৫ জন
প্রঃ সংবিধান সভাত গণ পৰিষদৰ সংখ্যাগৰিষ্ঠতা কোন দলৰ আছিল?
উঃ কংগ্ৰেছ দলৰ
প্রঃ সংবিধান সভাত জম্মু-কাশ্মীৰৰ প্ৰতিৰূপ কেতিয়া গৃহীত হৈছিল?
উঃ ১৯৪৯ চনৰ ১৭ অক্টোবৰ
প্রঃ সংবিধান সভাৰ অন্তিম অধিবেশনৰ দিন কোন আছিল?
উঃ ১৯৫০ চনৰ ২৪ জানুৱাৰী
প্রঃ সংবিধান সভাৰ খচৰা কয়খন অংশত বিভক্ত আছিল?
উঃ আঠখন
প্রঃ সংবিধান সভাত ভাৰতৰ শাসনপ্রণালী কি নির্ধাৰণ কৰা হৈছিল?
উঃ সংসদীয় গণতন্ত্র
প্রঃ সংবিধান সভাত মৌলিক অধিকাৰৰ সংখ্যা প্রথমে কিমান আছিল?
উঃ সাতটা
প্রঃ সংবিধান সভাৰ খচৰা কিদৰে অনুমোদিত হৈছিল?
উঃ ভোটৰ দ্বাৰা
প্রঃ ভাৰতৰ সংবিধানত ক’ত স্বাক্ষৰ কৰা হৈছিল?
উঃ সংবিধান সভাৰ হলত
প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্রী কোন আছিল?
উঃ মৌলনা আবুল কালাম আজাদ।
