আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 History MCQ Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
গ-অংশ: আধুনিক যুগৰ ভাৰত বুৰঞ্জী
অধ্যায়-১৪
মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ ভাৰতীয় জাতীয় আন্দোলনৰ সৰ্বাধিক প্রভাবশালী ব্যক্তি কোন আছিল?
(ক) সৰদাৰ বল্লভ ভাই পটেল
(খ) মহাত্মা গান্ধী
(গ) জৱাহৰলাল নেহৰু
(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ
উঃ (খ) মহাত্মা গান্ধী।
প্রঃ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কেই . বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল?
(ক) ২০ বছৰৰ
(খ) ২১ বছৰৰ
(গ) ২২ বছৰৰ
(ঘ) ২৩ বছৰৰ
উঃ (গ) ২২ বছৰৰ।
প্রঃ ‘লাল-বাল-পাল’ নাম সমষ্টিৰ ‘লাল’ৰ সম্পূর্ণ নাম কি?
(ক) লালকৃষ্ণ আডৱানি
(খ) লালা লাজপট ৰায়
(গ) স্বামী বিবেকানন্দ
(ঘ) ভগৎ সিং
উঃ (খ) লালা লাজপট বায়।
প্রঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সভালৈ গান্ধীজীক কিয় নিমন্ত্রণ কৰা হৈছিল?
(ক) ৰাজনৈতিক কার্যকলাপৰ বাবে
(খ) শিক্ষা বিষয়ক আলোচনা
(গ) ধর্মীয় আলোচনা
(ঘ) সংস্কৃতি উন্নয়ন
উঃ (ক) ৰাজনৈতিক কাৰ্যকলাপৰ বাবে।
প্রঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত দিয়া ভাষণত গান্ধীজীয়ে কি পৰামৰ্শ দিছিল?
(ক) বিদেশী সামগ্ৰী ব্যৱহাৰ কৰক
(খ) শ্রমজীৱি লোকসকলৰ বাবে চিন্তা কৰক
(গ) ৰাজনৈতিক আন্দোলন কৰা
(ঘ) শিক্ষা উন্নয়ন কৰক
উঃ (খ) শ্রমজীবি লোকসকলৰ বাবে চিন্তা কৰক।
প্রঃ গান্ধীজীয়ে কোনখন কুখ্যাত আইনৰ বিৰুদ্ধে ১৯১৯ চনত বন্ধৰ আহ্বান জনাইছিল?
(ক) বাউলাট আইন
(খ) সি. আৰ. পি. ছি.
(গ) গণতান্ত্রিক আইন
(ঘ) সংবিধান সংশোধনী
উঃ (ক) বাউলাট আইন।
প্ৰঃ ভাৰতৰ খিলাফট আন্দোলনৰ এজন নেতাৰ নাম লিখা।
(ক) মহম্মদ আলি
(খ) গান্ধীজী
(গ) সুভাষ চন্দ্র বসু
(ঘ) জৱাহৰলাল নেহৰু
উঃ (ক) মহম্মদ আলি।
প্রঃ কানিংহাম কোন আছিল?
(ক) এজন ভাৰতীয় নেতা
(খ) এজন ইংৰাজ শিক্ষাধিকাৰ
(গ) এজন বিজ্ঞানী
(ঘ) এজন সাহিত্যিক
উঃ (খ) এজন ইংৰাজ শিক্ষাধিকাৰ।
প্রঃ দ্বিতীয় মহাসমৰ কোন চনত আৰম্ভ হৈছিল?
(ক) ১৯৩৮
(খ) ১৯৩৯
(গ) ১৯৪০
(ঘ) ১৯৪১
উঃ (খ) ১৯৩৯।
প্রঃ Peasants and Workers Party কোন চনত গঠিত হৈছিল?
(ক) ১৯২৪
(খ) ১৯২৬
(গ) ১৯২৮
(ঘ) ১৯৩০
উঃ (খ) ১৯২৬।
প্রঃ এটলী কোন দলৰ নেতা আছিল?
(ক) কংগ্রেছ
(খ) শ্রমিক দল
(গ) মুছলিম লীগ
(ঘ) বিজেপি
উঃ (খ) শ্রমিক দল।
প্রঃ মাউন্টেবটেন কোনজন ভাইচৰয়ৰ পিছত ভাৰতলৈ আহিছিল?
(ক) লর্ড বাবেল
(খ) লর্ড বেডিং
(গ) লর্ড কর্নৱালিছ
(ঘ) লর্ড লুইস
উঃ (ক) লর্ড বাৱেল।
প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্রী কোন আছিল?
(ক) জৱাহৰলাল নেহৰু
(খ) চৰ্দাৰ বল্লভ ভাই পটেল
(গ) গান্ধীজী
(ঘ) বি. আৰ. আম্বেদকৰ
উঃ (ক) জৱাহৰলাল নেহৰু।
প্রঃ কোনে গান্ধীজীক লিংকনৰ লগত তুলনা কৰিছিল?
(ক) টাইমচ
(খ) নিউ ইয়র্ক টাইমছ
(গ) দ্য ইন্ডিয়ান এ’প্রেছ
(ঘ) দ্য হিন্দু
উঃ (ক) টাইমচ।
প্রঃ দক্ষিণ আফ্রিকাত গান্ধীজীক ‘মহাত্মা’ বুলি বুলি কিয় কোৱা হৈছিল?
(ক) সি এজন বিজ্ঞানী আছিল
(খ) সি বর্ণ বৈষম্যৰ বিৰুদ্ধে লৰিছিল
(গ) সি এজন ৰাজনীতিবিদ আছিল
(ঘ) সি এজন সাহিত্যিক আছিল
উঃ (খ) সি বর্ণ বৈষম্যৰ বিৰুদ্ধে লৰিছিল।
প্রঃ সাময়িক বিৰতি এক ৰণ কৌশল বুলি কিয় কোৱা হয়?
(ক) নতুন কৌশল উদ্ভাৱন কৰিবলৈ
(খ) যুদ্ধত পৰাজয়ৰ পৰা আঁতৰিবলৈ
(গ) জনতাক সংগ্ৰহ কৰিবলৈ
(ঘ) অধিকাৰ হাৰিবলৈ
উঃ (ক) নতুন কৌশল উদ্ভাৱন কৰিবলৈ।
প্রঃ কোন চনত বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন আৰম্ভ হৈছিল?
(ক) ১৯০০
(খ) ১৯০৫
(গ) ১৯১০
(ঘ) ১৯১৫
উঃ (খ) ১৯০৫।
প্রঃ কোন চনত গান্ধীজী ভাৰতলৈ ঘূৰি আহিছিল?
(ক) ১৯১৪
(খ) ১৯১৫
(গ) ১৯১৬
(ঘ) ১৯১৭
উঃ (খ) ১৯১৫।
প্ৰঃ চৰকাৰী হিচাপ মতে ১৯২১ চনত কিমানটা হৰতাল পালন কৰা হৈছিল?
(ক) ২০০
(খ) ৩৯৬
(গ) ৫০০
(ঘ) ৭০০
উঃ (খ) ৩৯৬।
প্রঃ কোন চনত আনুষ্ঠানিকভাবে ‘অসহযোগ আন্দোলন’ আৰম্ভ হৈছিল?
(ক) ১৯২০
(খ) ১৯২১
(গ) ১৯৩০
(ঘ) ১৯৩১
উঃ (ক) ১৯২০
প্রঃ কোন চনত চেভাৰ্চৰ চুক্তি স্বাক্ষৰিত হৈছিল?
(ক) ১৯১৮
(খ) ১৯২০
(গ) ১৯২১
(ঘ) ১৯২২
উঃ (খ) ১৯২০।
প্রঃ কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?
(ক) ১৯১৮
(খ) ১৯১৯
(গ) ১৯২০
(ঘ) ১৯২১
উঃ (খ) ১৯১৯।
প্রঃ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল?
(ক) গোপাল কৃষ্ণ গোখলে
(খ) দীনদায়াল উপাধ্যায়
(গ) সুভাষ চন্দ্র বসু
(ঘ) জৱাহৰলাল নেহৰু
উঃ (ক) গোপাল কৃষ্ণ গোখলে।
প্রঃ কোন চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?
(ক) ১৯১১
(গ) ১৯২১
উঃ (খ) ১৯১৬।
(খ) ১৯১৬
(ঘ) ১৯২৬
প্রঃ কোন চনত বৃটিছ ভাৰতত ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস পালন কৰা হৈছিল?
(ক) ১৯২০
(খ) ১৯৩০
(গ) ১৯৩৫
(ঘ) ১৯৩১
উঃ (খ) ১৯৩০।
প্রঃ কোন চনত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল?
(ক) ১৯৩০
(খ) ১৯৩১
(গ) ১৯৩২
(ঘ) ১৯৩৩
উঃ (খ) ১৯৩১।
প্রঃ মুছলিম লীগে কোন চনত ‘পাকিস্থান’ৰ দাবী জনাইছিল?
(ক) ১৯৪৫
(খ) ১৯৪৬
(গ) ১৯৪৭
(ঘ) ১৯৪৮
উঃ (খ) ১৯৪৬
প্রঃ কোন চনত একক সত্যাগ্রহ আৰম্ভ কৰা হৈছিল?
(ক) ১৯৩৫
(খ) ১৯৩৬
(গ) ১৯৪০
(ঘ) ১৯৪১
উঃ (গ) ১৯৪০।
প্রঃ কোন চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভহৈছিল?
(ক) ১৯৪০
(গ) ১৯৪২
(খ) ১৯৪১
(ঘ) ১৯৪৩
উঃ (গ) ১৯৪২
প্রঃ কোন চনত ‘ভাৰত চৰকাৰ আইন’ প্রণয়ন কৰা হৈছিল?
(ক) ১৯৩০
(খ) ১৯৩৫
(গ) ১৯৩৭
(ঘ) ১৯৩৮
উঃ (খ) ১৯৩৫
প্রঃ কোন চনত দ্বিতীয় ঘূৰণীয়া মেজ মেল অনুষ্ঠিত হৈছিল?
(ক) ১৯৩০
(খ) ১৯৩১
(গ) ১৯৩২
(ঘ) ১৯৩৩
উঃ (খ) ১৯৩১
প্রঃ কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা হয়?
(ক) ১৮৮০
(খ) ১৮৮৫
(গ) ১৮৯০
(ঘ) ১৮৯৫
উঃ (খ) ১৮৮৫
প্রঃ কোন চনত মুছলিম লীগৰ জন্ম হয়?
(ক) ১৯০৫
(খ) ১৯০৬
(গ) ১৯০৭
(ঘ) ১৯০৮
উঃ (খ) ১৯০৬
প্রঃ চম্পাৰণ আন্দোলন কেতিয়া হৈছিল?
(ক) ১৯১৫
(খ) ১৯১৬
(গ) ১৯১৭
(ঘ) ১৯১৮
উঃ (গ) ১৯১৭
প্রঃ মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ওভতি আহে?
(ক) ১৯১৪
(খ) ১৯১৫
(গ) ১৯১৬
(ঘ) ১৯১৭
উঃ (খ) ১৯১৫
প্রঃ কোন চনত ক্রিপছ মিছন ভাৰতলৈ আহে?
(ক) ১৯৪০
(খ) ১৯৪১
(গ) ১৯৪২
(ঘ) ১৯৪৩
উঃ (গ) ১৯৪২
প্রঃ কোন চনৰ কোন তাৰিখে মহাত্মা গান্ধী আততায়ীৰ হাতত নিহত হয়?
(ক) ১৯৪৭ চনৰ ১৫ আগষ্ট
(খ) ১৯৪৮ চনৰ ৩০ জানুৱাৰী
(গ) ১৯৪৮ চনৰ ২৫ জানুৱাৰী
(ঘ) ১৯৪৮ চনৰ ১৫ ফেব্ৰুৱাৰী
উঃ (খ) ১৯৪৮ চনৰ ৩০ জানুৱাৰী।
প্রঃ ‘কৰা বা মৰা’ শ্লোগান কোনে দিছিল?
(ক) মহাত্মা গান্ধী
(খ) সুভাষ চন্দ্র বসু
(গ) জৱাহৰলাল নেহৰু
(ঘ) ভগৎ সিং
উঃ (ক) মহাত্মা গান্ধী।
প্রঃ ‘চাৰে জাহাচে অচ্ছা’ গীতটোৰ ৰচক কোন?
(ক) মহম্মদ ইকবাল
(খ) ৰবীন্দ্ৰনাথ ঠাকুৰ
(গ) সুভাষ চন্দ্র বসু
(ঘ) চণ্ডী দাশ
উঃ (ক) মহম্মদ ইকবাল।
প্রঃ ভাৰতীয় সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল?
(ক) ড° ভীমৰাও আম্বেদকাৰ
(খ) গান্ধীজী
(গ) সুভাষ চন্দ্র বসু
(ঘ) জৱাহৰলাল নেহৰু
উঃ (ক) ড° ভীমৰাও আম্বেদকাৰ।
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ভাৰতীয় জাতীয় আন্দোলনৰ সৰ্বাধিক প্রভাবশালী ব্যক্তি কোন আছিল?
উঃ মহাত্মা গান্ধী।
প্ৰঃ গান্ধীজী কয়বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল?
উঃ গান্ধীজী ২২ বছৰৰ মূৰত ভাৰতলৈ ঘুৰি আহিছিল।
প্রঃ ‘লাল-বাল-পাল’ নাম সমষ্টিৰ ‘লাল’ৰ সম্পূর্ণ নাম কি?
উঃ ‘লাল’ৰ সম্পূৰ্ণ নাম লালা লাজপট ৰায়।
প্রঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সভালৈ গান্ধীজীক কিয় নিমন্ত্রণ কৰা হৈছিল?
উঃ গান্ধীজীক দক্ষিণ আফ্রিকাত আগবঢ়োৱা ৰাজনৈতিক বিষয়ৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল।
প্রঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত দিয়া ভাষণত গান্ধীজীয়ে কি পৰামৰ্শ দিছিল?
উঃ গান্ধীজীয়ে শ্রমজীবী লোকসকলৰ বাবে চিন্তা কৰিবলৈ পৰামৰ্শ দিছিল।
প্রঃ গান্ধীজীয়ে কোনখন কুখ্যাত আইনৰ বিৰুদ্ধে ১৯১৯ চনত বন্ধৰ আহ্বান জনাইছিল?
উঃ গান্ধীজীয়ে ৰাউলাট আইনৰ বিৰুদ্ধে বন্ধৰ আহ্বান জনাইছিল।
প্ৰঃ ভাৰতৰ খিলাফট আন্দোলনৰ এজন নেতাৰ নাম লিখা।
উঃ মহম্মদ আলি খিলাফট আন্দোলনৰ এজন নেতা আছিল।
প্রঃ কানিংহাম কোন আছিল?
উঃ কানিংহাম এজন ইংৰাজ শিক্ষাধিকাৰ আছিল।
প্রঃ দ্বিতীয় মহাসমৰ কোন চনত আৰম্ভ হৈছিল?
উঃ দ্বিতীয় মহাসমৰ ১৯৩৯ চনত আৰম্ভ হৈছিল।
প্রঃ Peasants and Workers Party কোন চনত গঠিত হৈছিল?
উঃ Peasants and Workers Party ১৯২৬ চনত গঠিত হৈছিল।
প্রঃ এটলী কোন দলৰ নেতা আছিল?
উঃ এটলী শ্রমিক দলৰ নেতা আছিল।
প্রঃ মাউন্টেবটেন কোনজন ভাইচৰয়ৰ ভাৰতলৈ আহিছিল?
উঃ মাউন্টেবটেন লর্ড বাৱেলৰ ভাইচৰয় আছিল।
প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্রী কোন আছিল?
উঃ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু।
প্রঃ কোনে গান্ধীজীক লিংকনৰ লগত তুলনা কৰিছিল?
উঃ ‘টাইমচ’ নামৰ কাকতে গান্ধীজীক লিংকনৰ লগত তুলনা কৰিছিল।
প্রঃ দক্ষিণ আফ্রিকাত গান্ধীজীক ‘মহাত্মা’ বুলি কিয় কোৱা হৈছিল?
উঃ গান্ধীজীয়ে দক্ষিণ আফ্রিকাত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে প্রতিবাদ কৰি মহান মানৱ দৰদী হিচাপে পৰিচিত হৈছিল বাবে।
প্রঃ ‘সাময়িক বিৰতি’ এক ৰণ কৌশল বুলি কিয় কোৱা হয়?
উঃ নতুন কৌশল উদ্ভাৱন কৰিবলৈ সাময়িক বিৰতিৰ ব্যৱহাৰ হয়।
প্রঃ কোন চনত বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন আৰম্ভ হৈছিল?
উঃ বংগভংগ আন্দোলন ১৯০৫ চনত আৰম্ভহৈছিল।
প্রঃ কোন চনত গান্ধীজী ভাৰতলৈ ঘুৰি আহিছিল?
উঃ গান্ধীজী ১৯১৫ চনত ভাৰতলৈ ঘুৰি আহিছিল।
প্ৰঃ চৰকাৰী হিচাপ মতে ১৯২১ চনত কিমানটা হৰতাল পালন কৰা হৈছিল?
উঃ ১৯২১ চনত ৩৯৬ টা হৰতাল পালন কৰা হৈছিল।
প্রঃ কোন চনত আনুগ্রহণিকভাৱে ‘অসহযোগ আন্দোলন’ আৰম্ভ হৈছিল?
উঃ অসহযোগ আন্দোলন ১৯২০ চনৰ ১ আগষ্টত আৰম্ভ হৈছিল।
প্রঃ কোন চনত চেভাৰ্চৰ চুক্তি স্বাক্ষৰিত হৈছিল?
উঃ চেভাৰ্চৰ চুক্তি ১৯২০ চনত স্বাক্ষৰিত হৈছিল।
প্রঃ কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?
উঃ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ১৯১৯ চনৰ ১৩ এপ্রিলত সংঘটিত হৈছিল।
প্রঃ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল?
উঃ গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল।
প্রঃ কোন চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?
উঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয় ১৯১৬ চনত স্থাপন কৰা হৈছিল।
প্রঃ কোন চনত বৃটিছ ভাৰতত ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস পালন কৰা হৈছিল?
উঃ ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস পালন কৰা হৈছিল।
প্রঃ কোন চনত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল?
উঃ গান্ধী-আৰউইন চুক্তি ১৯৩১ চনৰ জানুৱাৰীত স্বাক্ষৰিত হৈছিল।
প্রঃ মুছলিম লীগে কোন চনত ‘পাকিস্থান’ৰ দাবী জনাইছিল?
উঃ মুছলিম লীগে ১৯৪৬ চনৰ ২৯ জুলাই তাৰিখে ‘পাকিস্থান’ৰ দাবী জনাইছিল।
প্রঃ কোন চনত একক সত্যাগ্রহ আৰম্ভ কৰা হৈছিল?
উঃ একক সত্যাগ্রহ ১৯৪০ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হৈছিল।
প্রঃ কোন চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভহৈছিল?
উঃ ভাৰত ত্যাগ আন্দোলন ১৯৪২ চনৰ ৮ আগষ্টত আৰম্ভ হৈছিল।
প্রঃ কোন চনত ‘ভাৰত চৰকাৰ আইন’ প্রণয়ন কৰা হৈছিল?
উঃ ‘ভাৰত চৰকাৰ আইন’ ১৯৩৫ চনত প্রণয়ন কৰা হৈছিল।
প্রঃ কোন চনত দ্বিতীয় ঘূৰণীয়া মেজ মেল অনুষ্ঠিত হৈছিল?
উঃ দ্বিতীয় ঘূৰণীয়া মেজ মেল ১৯৩১ চনত অনুষ্ঠিত হৈছিল।
হয়? প্রঃ কোন চনত ভাৰতীয় জাতীয় কংগ্রেছ প্রতিষ্ঠা
উঃ ভাৰতীয় জাতীয় কংগ্রেছ ১৮৮৫ চনত প্রতিষ্ঠা হয়।
প্রঃ কোন চনত মুছলিম লীগৰ জন্ম হয়?
উঃ মুছলিম লীগ ১৯০৬ চনত জন্ম হয়।
প্রঃ চম্পাৰণ আন্দোলন কেতিয়া হৈছিল?
উঃ চম্পাৰণ আন্দোলন ১৯১৭ চনত হৈছিল।
প্রঃ মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ ওভতি আহে?
উঃ গান্ধীজীয়ে ১৯১৫ চনত দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ ওভতি আহে।
প্রঃ কোন চনত ক্রিপছ মিছন ভাৰতলৈ আহে?
উঃ ক্রিপছ মিছন ১৯৪২ চনত ভাৰতলৈ আহে।
প্রঃ কোন চনৰ কোন তাৰিখে মহাত্মা গান্ধী আততায়ীৰ হাতত নিহত হয়?
উঃ মহাত্মা গান্ধী ১৯৪৮ চনৰ ৩০ জানুৱাৰীত আততায়ীৰ হাতত নিহত হয়।
প্রঃ ‘কৰা বা মৰা’ শ্লোগান কাৰ?
উঃ ‘কৰা বা মৰা’ শ্লোগান মহাত্মা গান্ধীৰ আছিল।
প্ৰঃ ‘চাৰে জাহাচে অচ্ছা’ গীতটোৰ ৰচক কোন?
উঃ ‘চাৰে জাহাচে অচ্ছা’ গীতটোৰ ৰচক মহম্মদ ইকবাল।
প্রঃ ভাৰতীয় সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল?
উঃ ভাৰতীয় সংবিধান খচৰা সমিতিৰ সভাপতি আছিল ড° ভীমৰাও আম্বেদকাৰ।
