Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 History MCQ Chapter 13 উপনিবেশিক কালৰ ভাৰতীয় নগৰ

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 13 উপনিবেশিক কালৰ ভাৰতীয় নগৰ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History MCQ Chapter 13 উপনিবেশিক কালৰ ভাৰতীয় নগৰ

গ-অংশ: আধুনিক যুগৰ ভাৰত বুৰঞ্জী

অধ্যায়-১৩

উপনিবেশিক কালৰ ভাৰতীয় নগৰ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ ভাৰতৰ এখন প্রসিদ্ধ মোগল নগৰ কোনখন?
(ক) দিল্লী
(খ) আগ্রা

(গ) মাদ্রাজ
(ঘ) বেংগালুৰু
উঃ (খ) আগ্রা
প্রঃ মোগল সম্রাটসকলৰ সময়ত কোনজন ৰাজধানী আছিল?
(ক) মুম্বাই
(খ) দিল্লী
(গ) পাটনা
(ঘ) চেন্নাই
উঃ (খ) দিল্লী
প্ৰঃ ৰাজতন্ত্ৰৰ দিনত সাধাৰণতে নগৰৰ প্ৰশাসক কোন আছিল?
(ক) চৰকাৰ
(খ) পঞ্চায়ত
(গ) বজা
(ঘ) গবৰ্ণৰ
উঃ (গ) ৰজা
প্রঃ ভাৰতত মিউনিচিপেল কৰ সংগ্ৰহৰ ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল?
(ক) ষোড়শ শতিকাত
(খ) সত্তৰৰ দশকত
(গ) ঊনবিংশ শতিকাৰ শেষৰ ফালে
(ঘ) বিশ শতিকাৰ আৰম্ভণিতে
উঃ (গ) ঊনবিংশ শতিকাৰ শেষৰ ফালে
প্রঃ প্ৰথমটো সৰ্বভাৰতীয় জনসংখ্যা গণনা কেতিয়া হৈছিল?
(ক) ১৯০১
(গ) ১৯৫১
উঃ (খ) ১৮৭২
(খ) ১৮৭২
(ঘ) ১৮৫৭
প্রঃ সাধাৰণতে কিমান বছৰৰ মূৰে মূৰে জনসংখ্যা গণনা কৰা হয়?
(ক) ৫ বছৰ
(খ) ১০ বছৰ
(গ) ১৫ বছৰ
(ঘ) ২০ বছৰ
উঃ (খ) ১০ বছৰ
প্ৰঃ ভাৰতত কোন বছৰত প্ৰথম ৰেলপথ নির্মাণ আৰম্ভ হৈছিল?
(ক) ১৮৫৩
(খ) ১৮৬৫
(গ) ১৮৭১
(ঘ) ১৮৪৭
উঃ (ক) ১৮৫৩

প্রঃ ফর্ট জর্জ কোনখন মহানগৰত অৱস্থিত?
(ক) দিল্লী
(খ) মাদ্রাজ
(গ) বোম্বাই
(ঘ) আগ্রা
উঃ (খ) মাদ্রাজ
প্রঃ ‘গেটরে অব ইন্ডিয়া’ কোন স্থাপত্যৰ নিদর্শন?
(ক) মোঘল
(খ) পৰম্পৰাগত গুজৰাটী
(গ) ব্রিটিছ স্থাপত্য
(ঘ) ইন্দো-গথিক
উঃ (খ) পৰম্পৰাগত গুজৰাটী স্থাপত্য
প্রঃবম্বে ভিক্টোৰিয়া টার্মিনাচটো কোন স্থাপত্য শৈলীৰ নিদৰ্শন?
(ক) ডাচ স্থাপত্য
(খ) ইন্দো-চাৰাচেনিক
(গ) মুঘল স্থাপত্য
(ঘ) ৰোমান স্থাপত্য
উঃ (খ) ইন্দো-চাৰাচেনিক স্থাপত্য
প্রঃ জৱাহৰলাল নেহৰুৰ ককাক গঙ্গাধৰ নেহৰু কি আছিল?
(ক) দিল্লীৰ কটোৱাল
(খ) অসমৰ মুখ্যমন্ত্রী
(গ) ৰাজা
(ঘ) প্রবক্তা
উঃ (ক) দিল্লীৰ কটোৱাল
প্রঃ কটোৱাল বিষয়াৰ দায়িত্ব কি আছিল?
(ক) নগৰৰ শৃঙ্খলা ৰক্ষা
(খ) ন্যায়ালয় পৰিচালনা
(গ) ৰাজহ সংগ্ৰহ
(ঘ) সেনা বাহিনীৰ নেতৃত্ব
উঃ (ক) নগৰৰ শৃঙ্খলা ৰক্ষা
প্রঃ ১৮শ শতিকাৰ শেষৰ পৰা নগৰ গঢ়ি উঠাৰ মূল কাৰণ কি আছিল?
(ক) ৰেল ব্যৱস্থা

(খ) শিল্প বিপ্লব
(গ) সাগৰ কেন্দ্ৰীক বাণিজ্য
(ঘ) শিক্ষাৰ বিকাশ
উঃ (গ) সাগৰ কেন্দ্ৰীক বাণিজ্য
প্রঃ কোনখন নগৰ ৰেলপথৰ বাবে বিখ্যাত?
(ক) জামচেদপুৰ
(গ) বৰিলী
(খ) বালটেয়াৰ
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ কোন উদ্যোগৰ বাবে কানপুৰ বিখ্যাত হৈছিল?
(ক) কপাহ আৰু চামৰা
(খ) খাদ্য প্রস্তুতকৰণ
(গ) গাড়ী উৎপাদন
(ঘ) শৈক্ষিক ক্ষেত্র
উঃ (ক) কপাহ আৰু চামৰা
প্রঃ চিমলা নগৰ কেতিয়া প্রতিষ্ঠিত হৈছিল?
(ক) ১৮১৫-১৬
(খ) ১৮৫৩
(গ) ১৮৭২
(ঘ) ১৯০১
উঃ (ক) ১৮১৫-১৬
প্ৰঃ ইংৰাজসকলৰ গ্ৰীষ্মকালীন ৰাজধানী ক’ত আছিল?
(ক) দিল্লী
(গ) চিমলা
(খ) মাদ্রাজ
(ঘ) বেংগালুৰু
উঃ (গ) চিমলা
প্ৰঃ ইংৰাজসকলে অসমৰ ৰাজধানী ক’ত স্থাপন কৰিছিল?
(ক) শ্বিলং
(খ) গুৱাহাটী
(গ) ডিব্রুগড়
(ঘ) যোৰহাট
উঃ (ক) শ্বিলং
প্রঃ Slum শব্দৰ অর্থ কি?
(ক) স্বাস্থ্যকৰ নগৰ
(খ) উন্নত নগৰ
(গ) অস্বাস্থ্যকৰ অঞ্চল
(ঘ) পর্যটন স্থান

উঃ (গ) অস্বাস্থ্যকৰ অঞ্চল
প্রঃ ‘বস্তি’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) সংস্কৃত
(খ) উর্দু
(গ) বাঙালি
(ঘ) তামিল
উঃ (গ) বাঙালি
প্রঃ কোন চনত ইংৰাজসকলে দিল্লীক ৰাজধানী কৰিলে?
(ক) ১৯০১
(খ) ১৯১১
(গ) ১৯৪৭
(ঘ) ১৮৫৭
উঃ (খ) ১৯১১
প্ৰঃ কোন বছৰত পলাচীৰ যুদ্ধ হৈছিল?
(ক) ১৭৫৭
(খ) ১৭৭৩
(গ) ১৮০১
(ঘ) ১৮৫৭
উঃ (ক) ১৭৫৭
প্রঃ ‘শ্বেত নগৰ’ কাক কোৱা হৈছিল?
(ক) ইউৰোপীয়সকলে বাস কৰা নগৰ
(খ) ভাৰতীয়সকলৰ বসতি
(গ) কৃষকসকলৰ অঞ্চল
(ঘ) উন্নত শিক্ষাৰ স্থান
উঃ (ক) ইউৰোপীয়সকলে বাস কৰা নগৰ
প্রঃ কলিকতা উচ্চতম ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
(ক) ১৭৭৩
(খ) ১৮৭২
(গ) ১৯০১
(ঘ) ১৯৪৭
উঃ (ক) ১৭৭৩
প্রঃ ‘পেট’ শব্দটো কোন ভাষাৰ?
(ক) তামিল
(খ) উর্দু
(গ) হিন্দী
(ঘ) ইংৰাজী
উঃ (ক) তামিল
প্ৰঃ ‘কৃষ্ণ নগৰ’ কাক কোৱা হৈছিল?
(ক) ইউৰোপীয়সকলৰ বসতি
(খ) ভাৰতীয়সকলৰ বসতি
(গ) ৰাজকীয় অঞ্চল
(ঘ) কলিকতা মহানগৰ

উঃ (খ) ভাৰতীয়সকলৰ বসতি
প্রঃ কোন তিনিখন অঞ্চল একত্রিত হৈ কলিকতা মহানগৰ গঠিত হৈছিল?
(ক) দিল্লী, আগ্রা, লক্ষ্ণৌ
(খ) বেংগালুৰু, হায়দৰাবাদ, মাদ্রাজ
(গ) সূতানাটী, গোবিন্দপুৰ, কলিকতা
(ঘ) পাটনা, বেনাৰস, কানপুৰ
উঃ (গ) সূতানাটী, গোবিন্দপুৰ, কলিকতা
প্রঃ লটাৰী কমিটি কোন চনত গঠন কৰা হৈছিল?
(ক) ১৮১৭
(খ) ১৮৫৭
(গ) ১৯১১
(ঘ) ১৯৪২
উঃ (ক) ১৮১৭
প্রঃ কোন চনত ইংৰাজসকলে পলাচীৰ যুদ্ধত বিজয় লাভ কৰিছিল?
(ক) ১৭৫৭
(খ) ১৭৬৫
(গ) ১৭৭৩
(ঘ) ১৮০১
উঃ (ক) ১৭৫৭
প্রঃ কোন চনত ৰেগুলেটিং আইন প্রণয়ন কৰা হৈছিল?
(ক) ১৭৫৭
(খ) ১৭৭৩
(গ) ১৮৫৮
(ঘ) ১৯১৯
উঃ (খ) ১৭৭৩
প্ৰঃ ‘মুম্বাই’ নগৰৰ প্ৰাচীন নাম কি আছিল?
(ক) সুৰাট
(খ) চেন্নাপট্টনম
(গ) বম্বে
(ঘ) গোবিন্দপুৰ
উঃ (গ) বম্বে
প্রঃ ‘শ্বেত নগৰ’ কেনেকৈ গঠিত হৈছিল?
(ক) ইংৰাজসকলে পৃথক অঞ্চল নির্মাণ কৰিছিল
(খ) ভাৰতীয়সকলে নিৰ্মাণ কৰিছিল
(গ) ৰজা-সম্রাটসকলে নিৰ্মাণ কৰিছিল

(ঘ) এটি স্বাভাবিক বসতি আছিল
উঃ (ক) ইংৰাজসকলে পৃথক অঞ্চল নির্মাণ কৰিছিল
প্ৰঃ মাদ্রাজ মহানগৰ স্থাপনৰ সময়ত ইয়াৰ কি নাম আছিল?
(ক) বোম্বাই
(খ) চেন্নাপট্টনম
(গ) হায়দৰাবাদ
(ঘ) সূতানাটী
উঃ (খ) চেন্নাপট্টনম
প্রঃ বৃটিছসকলে কোনখন নগৰ ভাৰতৰ ৰাজধানী হিচাপে গঠন কৰিছিল?
(ক) দিল্লী
(খ) বোম্বাই
(গ) মাদ্রাজ
(ঘ) বেংগালুৰু
উঃ (ক) দিল্লী
প্রঃ কোনটি বাণিজ্যিক নগৰ হিচাপে উন্নীত হৈছিল?
(ক) জামচেদপুৰ
(খ) মাদ্রাজ
(গ) কানপুৰ
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ কোন শাসনকালত নগৰসমূহ বাণিজ্যৰ কেন্দ্ৰ হিচাপে বিকশিত হৈছিল?
(ক) মৌর্য যুগ
(খ) গুপ্ত যুগ
(গ) মোঘল যুগ
(ঘ) বৃটিছ যুগ
উঃ (ঘ) বৃটিছ যুগ
প্রঃ কোন চনত পণ্ডিচেৰী ফৰাচীসকলে অধিগ্রহণ কৰিছিল?
(ক) ১৬৭৩
(খ) ১৭৫৭
(গ) ১৭৭৩
(ঘ) ১৮১৭
উঃ (ক) ১৬৭৩
প্রঃ কোনজন ইংৰাজ গবৰ্ণৰে কলিকতা নগৰৰ উন্নয়ন আৰম্ভ কৰিছিল?
(ক) লর্ড কোর্ণৱালিছ
(খ) লর্ড ডালহৌছি
(গ) লর্ড ওবেলিছলি
(ঘ) লর্ড ক্লাইভ

উঃ (গ) লর্ড ওবেলিছলি
প্রঃ বৃটিছসকলে কোন চনত দিল্লীক ৰাজধানী হিচাপে ঘোষণা কৰিছিল?
(ক) ১৯০১
(খ) ১৯১১
(গ) ১৯২০
(ঘ) ১৯৪৭
উঃ (খ) ১৯১১
প্রঃ বৃটিছসকলে কেনেকৈ নগৰসমূহ উন্নয়ন কৰিছিল?
(ক) মানচিত্ৰ প্ৰস্তুত কৰি
(খ) নতুন অবকাঠামো গঢ়ি
(গ) পৃথক অঞ্চল নির্মাণ কৰি
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ভাৰতৰ এখন প্রসিদ্ধ মোগল নগৰ কোনখন?
উঃ আগ্রা।
প্রঃ মোগল সম্রাটসকলৰ ৰাজধানী কোনখন আছিল?
উঃ দিল্লী।
প্রঃ ৰাজতন্ত্ৰৰ দিনত নগৰৰ প্ৰশাসক কোন আছিল?
উঃ ৰজা।
প্রঃ ভাৰতত মিউনিচিপেল কৰ সংগ্ৰহৰ ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল?
উঃ ঊনবিংশ শতিকাৰ শেষৰ ফালে।
প্রঃ প্রথমটো সৰ্বভাৰতীয় জনসংখ্যা গণনা কেতিয়া হৈছিল?
উঃ ১৮৭২ চনত।
প্রঃ সাধাৰণতে কিমান বছৰৰ মূৰে মূৰে জনসংখ্যা গণনা কৰা হয়?
উঃ ১০ বছৰৰ মূৰে মূৰে।
প্রঃ ভাৰতত প্রথম ৰেলপথ নির্মাণ কোন বছৰত আৰম্ভ হৈছিল?
উঃ ১৮৫৩ চনত।
প্রঃ ফর্ট জর্জ কোনখন মহানগৰত অৱস্থিত?
উঃ মাদ্রাজ।
প্রঃ ‘গেটরে অব ইণ্ডিয়া’ কোন স্থাপত্য শৈলীৰ নিদর্শন?
উঃ পৰম্পৰাগত গুজৰাটী স্থাপত্য।
প্রঃ বোম্বে ভিক্টেৰিয়া টার্মিনাচটো কোন স্থাপত্য শৈলীৰ নিদৰ্শন?
উঃ ইন্দো-চাৰাচেনিক স্থাপত্য।
প্রঃ জৱাহৰলাল নেহৰুৰ ককাক গঙ্গাধৰ নেহৰু কি আছিল?
উঃ দিল্লীৰ কটোৱাল।
প্রঃ কটোৱাল বিষয়াৰ দায়িত্ব কি আছিল?
উঃ আইন-শৃঙ্খলা ৰক্ষা কৰা।
প্রঃ ১৮শ শতিকাৰ শেষৰ পৰা নগৰ গঢ়ি উঠাৰ মূল কাৰণ কি আছিল?
উঃ সাগৰ কেন্দ্ৰীক বাণিজ্য।
প্রঃ কোনখন নগৰ ৰেলপথৰ বাবে বিখ্যাত?
উঃ জামচেদপুৰ।
প্রঃ কোন উদ্যোগৰ বাবে কানপুৰ বিখ্যাত হৈছিল?
উঃ কপাহ আৰু চামৰা উদ্যোগ।
প্রঃ চিমলা নগৰ কেতিয়া প্রতিষ্ঠিত হৈছিল?
উঃ ১৮১৫-১৬ চনত।
প্ৰঃ ইংৰাজসকলৰ গ্ৰীষ্মকালীন ৰাজধানী ক’ত আছিল?
উঃ চিমলাত।
প্রঃ ইংৰাজসকলে অসমৰ ৰাজধানী ক’ত স্থাপন কৰিছিল?
উঃ শ্বিলঙত।
প্রঃ Slum শব্দৰ অৰ্থর্থ কি?
উঃ অস্বাস্থ্যকৰ নগৰীয়া অঞ্চল।
প্রঃ ‘বস্তি’ শব্দটো কোন ভাষাৰ পৰা আহিছে?

উঃ বাঙালি ভাষাৰ পৰা।
প্রঃ ইংৰাজসকলে দিল্লীক কোন চনত ৰাজধানী কৰিলে?
উঃ ১৯১১ চনত।
প্ৰঃ কোন বছৰত পলাচীৰ যুদ্ধ হৈছিল?
উঃ ১৭৫৭ চনত।
প্রঃ ‘শ্বেত নগৰ’ কাক কোৱা হৈছিল?
উঃ ইউৰোপীয়সকলৰ বসতি।
প্রঃ কোন চনত কলিকতা উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল?
উঃ ১৭৭৩ চনত।
প্রঃ ‘পেট’ শব্দটো কোন ভাষাৰ?
উঃ তামিল ভাষাৰ।
প্রঃ ‘কৃষ্ণ নগৰ’ কাক কোৱা হৈছিল?
উত্তৰ: ভাৰতীয়সকলৰ বসতি।
প্রঃ কোন তিনিখন অঞ্চল একত্রিত হৈ কলিকতা মহানগৰ গঠিত হৈছিল?
উঃ সূতানাটী, গোবিন্দপুৰ, কলিকতা।
প্রঃ লটাৰী কমিটি কোন চনত গঠন কৰা হৈছিল?
উঃ ১৮১৭ চনত।
প্রঃ কোন চনত ইংৰাজসকলে পলাচীৰ যুদ্ধত বিজয় লাভ কৰিছিল?
উঃ ১৭৫৭ চনত।
প্রঃ কোন চনত ৰেগুলেটিং আইন প্রণয়ন কৰা হৈছিল?
উঃ ১৭৭৩ চনত।
প্রঃ ‘বোম্বাই’ নগৰৰ প্ৰাচীন নাম কি আছিল?
উঃ বম্বে।
প্রঃ ‘শ্বেত নগৰ’ কেনেকৈ গঠিত হৈছিল?
উঃ ইংৰাজসকলে পৃথক অঞ্চল নির্মাণ কৰিছিল।
প্রঃ মাদ্রাজ মহানগৰ স্থাপনৰ সময়ত ইয়াৰ কি নাম আছিল?
উঃ চেন্নাপট্টনম।

প্রঃ বৃটিছসকলে কোনখন নগৰ ভাৰতৰ ৰাজধানী হিচাপে গঠন কৰিছিল?
উঃ দিল্লী।
প্রঃ কোনটি বাণিজ্যিক নগৰ হিচাপে উন্নীত হৈছিল?
উঃ জামচেদপুৰ।
প্রঃ কোন শাসনকালত নগৰসমূহ বাণিজ্যৰ কেন্দ্ৰ হিচাপে বিকশিত হৈছিল?
উঃ বৃটিছ শাসনকালত।
প্রঃ কোন চনত পণ্ডিচেৰী ফৰাচীসকলে অধিগ্রহণ কৰিছিল?
উত্তৰ: ১৬৭৩ চনত।
প্রঃ কোনজন ইংৰাজ গবৰ্ণৰে কলিকতা নগৰৰ উন্নয়ন আৰম্ভ কৰিছিল?
উঃ লর্ড ওবেলিছলি।
প্রঃ বৃটিছসকলে কোন চনত দিল্লীক ৰাজধানী হিচাপে ঘোষণা কৰিছিল?
উঃ ১৯১১ চনত।
প্রঃ বৃটিছসকলে কেনেকৈ নগৰসমূহ উন্নয়ন কৰিছিল?
উঃ নতুন অবকাঠামো গঢ়ি তুলি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment