Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 History MCQ Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ ইয়াৰ স্বৰূপ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History MCQ Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ ইয়াৰ স্বৰূপ

গ-অংশ: আধুনিক যুগৰ ভাৰত বুৰঞ্জী

অধ্যায়-১২

১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ১৮৫৭ৰ বিদ্ৰোহ হৈছিল?
(ক) লর্ড উইলিয়াম বেন্টিঙ্ক
(খ) লর্ড ডেলহাউচি

(গ) লর্ড কেনিং
(ঘ) লর্ড মিন্টো
উঃ (গ) লর্ড কেনিং
প্ৰঃ ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
(ক) লর্ড ডেলহাউচি
(খ) লর্ড ক্রমৱেল
(গ) লর্ড উইলিয়াম বেন্টিঙ্ক
(ঘ) লর্ড কেনিং
উঃ (ঘ) লর্ড কেনিং
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহ কেতিয়া আৰম্ভহৈছিল?
(ক) ৫ মে ১৮৫৭
(খ) ১০ মে ১৮৫৭
(গ) ২০ জুন ১৮৫৭
(ঘ) ১৫ আগষ্ট ১৮৫৭
উঃ (খ) ১০ মে ১৮৫৭
প্রঃ এনফিল্ড ৰাইফলৰ গুলীৰ বিষয়ে কি ধৰণৰ জনৰব প্ৰচাৰ হৈছিল?
(ক) গুলী গাহৰি আৰু গৰুৰ চৰীৰে নিৰ্মিত আছিল
(খ) গুলী সৰু আকাৰৰ আছিল
(গ) গুলী অধিক দূৰত্বলৈ নাযায়
(ঘ) গুলীকে ধৰি ৰাখিলে বিষ খাই মৰিব পাৰি
উঃ (ক) গুলী গাহৰি আৰু গৰুৰ চৰ্বীৰে নিৰ্মিত আছিল
প্রঃ বাহাদুৰ ছাহ (২য়) কোন আছিল?
(ক) ইংৰাজ ৰজা
(খ) শেষ মোগল সম্রাট
(গ) দিল্লীৰ গৱৰ্ণৰ
(ঘ) ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রামী
উঃ (খ) শেষ মোগল সম্রাট
প্রঃ চিপাহী বিদ্রোহক কোনে ‘প্রথম ভাৰতীয় স্বাধীনতা ৰণ’ বুলি কৈছিল?
(ক) জৱাহৰলাল নেহৰু

(খ) বিনায়ক দামোদৰ সৰকাৰ
(গ) মহাত্মা গান্ধী
(ঘ) সুবাস চন্দ্র বসু
উঃ (খ) বিনায়ক দামোদৰ সৰকাৰ
প্রঃ ভাৰতত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল?
(ক) লর্ড ক্রমরেল
(খ) লর্ড ডেলহাউচি
(গ) লর্ড উইলিয়াম বেন্টিঙ্ক
(ঘ) লর্ড কেনিং
উঃ (খ) লর্ড ডেলহাউচি
প্রঃ ‘ফিৰিঙ্গি’ শব্দটোৰ অৰ্থ কি?
(ক) ভাৰতীয় সৈনিক
(খ) বিদেশী লোক
(গ) স্বাধীনতা সংগ্রামী
(ঘ) ইংৰাজ চিপাহী
উঃ (খ) বিদেশী লোক
প্রঃ অৱধত কোনে চিপাহী বিদ্রোহৰ নেতৃত্ব লৈছিল?
(ক) ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ
(খ) বিৰজিচ কাদিৰ
(গ) কুম্বৰ সিং
(ঘ) বাহাদুৰ ছাহ
উঃ (খ) বিৰজিচ কাদিৰ
প্রঃ ‘Best and the bravest military leader of the rebels’ কোনজন নেতাক উদ্দেশ্যি কৈছিল?
(ক) বাহাদুৰ ছাহ
(খ) ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ
(গ) নানা ছাহিব
(ঘ) কুম্বৰ সিং
উঃ (খ) ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ
প্রঃ তালুকদাৰসকল কোন আছিল?
(ক) ৰাজকীয় পৰিয়ালৰ সদস্য
(খ) গ্ৰাম্যাঞ্চলৰ ক্ষমতাশালী মাটিৰ মালিক

(গ) বণিকসকল
(ঘ) ইংৰাজ চৰকাৰৰ কৰ্মচাৰী
উঃ (খ) গ্ৰাম্যাঞ্চলৰ ক্ষমতাশালী মাটিৰ মালিক
প্ৰঃ ৰাণী লক্ষ্মীবাঈৰ জন্ম ক’ত হৈছিল?
(ক) দিল্লী
(খ) বাৰাণসী
(গ) লক্ষ্ণৌ
(ঘ) কলকাতা
উঃ (খ) বাৰাণসী
প্রঃ কোনজন গৱৰ্ণৰ জেনেৰেলে ‘কৰদমৈত্রী’ ব্যৱস্থা প্রয়োগ কৰিছিল?
(ক) লর্ড ডেলহাউচি
(খ) লর্ড বেলেছলি
(গ) লর্ড ক্রমবেল
(ঘ) লর্ড কেজন
উঃ (খ) লর্ড বেলেছলি
প্রঃ মহাৰাণী ভিক্টাৰিয়াৰ ঘোষণা পত্ৰ কিমান চনত জাৰি কৰা হৈছিল?
(ক) ১৮৫৭
(খ) ১৮৫৮
(গ) ১৮৬০
(ঘ) ১৮৬৫
উঃ (খ) ১৮৫৮
কি? প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ দুগৰাকী নেত্ৰীৰ নাম
(ক) লক্ষ্মীবাঈ আৰু বেগম হাজৰত মহল
(খ) লক্ষ্মীবাঈ আৰু চান্দ বিরি
(গ) বেগম হাজৰত মহল আৰু চান্দ বিরি
(ঘ) বাণী দুর্গাবতী আৰু লক্ষ্মীবাঈ
উঃ (ক) লক্ষ্মীবাঈ আৰু বেগম হাজৰত মহল
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰধান কাৰণ কি আছিল?
(ক) ইংৰাজৰ অৰ্থনৈতিক শোষণ
(খ) জাতিগত বৈষম্য
(গ) ভাৰতীয়সকলৰ ৰাজনৈতিক স্বাধীনতা হৰণ
(ঘ) ওপৰোক্ত সকলো
উঃ (ঘ) ওপৰোক্ত সকলো

প্রঃ কোন কোন দেশীয় শাসকে বিদ্ৰোহৰ নেতৃত্ব দিছিল?
(ক) বাহাদুৰ ছাহ, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ
(খ) নানা ছাহিব, কুম্বৰ সিং
(গ) বেগম হাজৰত মহল, বিৰজিচ কাদিৰ
(ঘ) ওপৰোক্ত সকলো
উঃ (ঘ) ওপৰোক্ত সকলো
প্রঃ বিদ্ৰোহৰ মূল সাংগঠনিক দুর্বলতা কি আছিল?
(ক) একতাৰ কথাৰ অভাৱ
(খ) জনসাধাৰণৰ সহযোগ কম আছিল
(গ) অস্ত্রশস্ত্ৰৰ অভাব
(ঘ) ওপৰোক্ত সকলো
উঃ (ঘ) ওপৰোক্ত সকলো
যায়? প্রঃ ১৮৫৭ চনৰ বিদ্রোহক আন কি নামে জনা
(ক) ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম
(খ) চিপাহী বিদ্রোহ
(গ) বৃহৎ বিদ্রোহ
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰধান দুজন বৃটিছ গৱৰ্ণৰ জেনেৰেল কোন?
(ক) লর্ড কার্জন আৰু লর্ড লিটন
(খ) লর্ড ডেলহাউচি আৰু লর্ড কেনিং
(গ) লর্ড ৱাৰেন হেস্টিংছ আৰু লর্ড রেলেজলি
(ঘ) লর্ড মিন্টো আৰু লর্ড ডালহৌচি
উঃ (খ) লর্ড ডেলহাউচি আৰু লর্ড কেনিং
প্ৰঃ স্বত্ববিলোপ নীতিৰ অধীনত ভাৰতীয় ৰজাসকল কেনেধৰণৰ সমস্যাত পৰিছিল?
(ক) সিহঁতৰ ৰাজ্য বৃটিছ সাম্রাজ্যত অন্তর্ভুক্ত হ’ল
(খ) সিহঁতৰ ৰাজসত্বা হ্রাস পাইছিল
(গ) ইংৰাজসকলে তোলনীয়া পুতেকক স্বীকৃতি নিদিলে

(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ মুখ্য নেতৃবৃন্দৰ ভিতৰত কোন নাছিল?
(ক) ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ
(খ) নানা চাহেব
(গ) টিপু সুলতান
(ঘ) তান্তিয়া টোপী
উঃ (গ) টিপু সুলতান
প্রঃ নানা চাহেব কোন আছিল?
(ক) মোগল সম্রাট দ্বিতীয় বাহাদুৰ ছাহৰ সেনাপতি
(খ) মাৰাঠা পেছোৱা দ্বিতীয় বাজীৰাওৰ তোলনীয়া পুত্র
(গ) ঝান্সীৰ ৰাণীৰ সহযোগী
(ঘ) ইংৰাজ সেনাৰ অধিনায়ক
উঃ (খ) মাৰাঠা পেছোৱা দ্বিতীয় বাজীৰাওৰ তোলনীয়া পুত্র
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ অন্যতম কাৰণ কি আছিল?
(ক) স্বত্ববিলোপ নীতি
(খ) এনফিল্ড ৰাইফলৰ কার্টিজ
(গ) খাজনা বৃদ্ধি
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত দিল্লীৰ শেষ মোগল সম্রাট কোন আছিল?
(ক) আকবৰ
(খ) আওবংজেব
(গ) বাহাদুৰ ছাহ দ্বিতীয়
(ঘ) ছাজাহান
উঃ (গ) বাহাদুৰ ছাহ দ্বিতীয়
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ঝান্সীৰ ৰাণীৰ মৃত্যুৰ স্থান কি?

(ক) কানপুৰ
(খ) দিল্লী
(গ) লক্ষ্ণৌ
(ঘ) গোৱালিয়ৰ
উঃ (ঘ) গোৱালিয়ৰ
প্রঃ এনফিল্ড ৰাইফল ব্যৱহাৰৰ বিৰুদ্ধে সৈনিকসকলে আপত্তি জনোৱাৰ প্ৰধান কাৰণ কি?
(ক) ই বৰ কঠিন আছিল
(খ) ই বৰ ব্যয়বহুল আছিল
(গ) ইয়াৰ কার্টিজত গৰু আৰু গাহৰিৰ চৰী থাকিব বুলি ধাৰণা কৰা হৈছিল
(ঘ) ই ভাৰতীয় সেনাৰ বাবে নিষিদ্ধ আছিল
উঃ (গ) ইয়াৰ কার্টিজত গৰু আৰু গাহৰিৰ চৰী থাকিব বুলি ধাৰণা কৰা হৈছিল
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহ কেতিয়া আৰম্ভহৈছিল?
উঃ ১০ মে ১৮৫৭।
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গৱৰ্ণৰ-জেনেৰেল কোন আছিল?
উঃ লর্ড কেনিং।
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ ক’ত প্ৰথম আৰম্ভহৈছিল?
উঃ মীৰাট।
যায়? প্রঃ ১৮৫৭ চনৰ বিদ্রোহক আন কি নামে জনা
উঃ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম।
প্রঃ এনফিল্ড ৰাইফল ব্যৱহাৰৰ বিৰুদ্ধে সৈনিকসকলে আপত্তি জনোৱাৰ প্ৰধান কাৰণ কি আছিল?
উঃ ইয়াৰ কার্টিজত গৰু আৰু গাহৰিৰ চৰী থাকিব বুলি ধাৰণা কৰা হৈছিল।
প্রঃ চিপাহী বিদ্ৰোহৰ সময়ত দিল্লীৰ শেষ মোগল সম্রাট কোন আছিল?
উঃ বাহাদুৰ ছাহ দ্বিতীয়।

প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ অন্যতম মহিলা নেতা কোন আছিল?
উঃ ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।
প্ৰঃবাহাদুৰ ছাহ দ্বিতীয়ক ইংৰাজসকলে ক’ত বন্দী কৰিছিল?
উঃ বেঙ্গুন।
প্রঃ অৱধত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উঃ বিৰজিচ কাদিৰ।
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত কানপুৰত নেতৃত্ব কোনে দিছিল?
উঃ নানা ছাহিব।
প্রঃ বেগম হাজৰত মহলে ক’ত বিদ্ৰোহৰ নেতৃত্ব দিছিল?
উঃ লক্ষ্ণৌ।
প্রঃ লক্ষ্মীবাঈৰ উপদেশক কোন আছিল?
উঃ তান্তিয়া টোপী।
প্রঃ’Best and the bravest military leader of the rebels’ বুলি কাক কোৱা হৈছিল?
উঃ ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ অন্যতম কাৰণ আছিল?
উঃ স্বত্ববিলোপ নীতি।
প্রঃ স্বত্ববিলোপ নীতি কোনে প্রৱৰ্তন কৰিছিল?
উঃ লর্ড ডেলহাউচি।
প্রঃ ১৮৫৮ চনত মহাৰাণী ভিক্টোৰিয়াই কি ঘোষণা জাৰি কৰিছিল?
উঃ বৃটিছ ৰাজ্যৰ অধীনত ভাৰত শাসনৰ ঘোষণা।
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ মুখ্য দুৰ্বলতা কি আছিল?
উঃ একতাৰ অভাৱ।
প্রঃ কোনজন ইংৰাজ গৱৰ্ণৰ-জেনেৰেল ১৮৫৭চনৰ বিদ্ৰোহৰ পাছত প্রথম ভাইচৰয় হৈছিল?
উঃ লর্ড কেনিং।

প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সফলতাৰ অন্যতম কাৰক কি আছিল?
উঃ বৃটিছসকলৰ উন্নত অস্ত্রশস্ত্র।
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহ কোন দেশীয় শাসকৰ নেতৃত্বত হৈছিল?
উঃ বাহাদুৰ ছাহ, লক্ষ্মীবাঈ, নানা ছাহিব, কুমাৰ সিং।
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত লক্ষ্মীবাঈ ক’ত মৃত্যুবৰণ কৰে?
উঃ গোৱালিয়ৰ।
প্রঃ নানা চাহিব কোনজন মাৰাঠা নেতাৰ দত্তক পুত্র আছিল?
উঃ দ্বিতীয় বাজীৰাও।
প্রঃ লক্ষ্মীবাঈৰ জন্ম ক’ত হৈছিল?
উঃ বাৰাণসী।
প্রঃ বিদ্ৰোহৰ সময়ত ঝান্সীৰ সেনাপতি কোন আছিল?
উঃ তান্তিয়া টোপী।
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহত কানপুৰৰ ইংৰাজসকলৰ ওপৰত হত্যাকাণ্ড কোনে চলাইছিল?
উঃ নানা ছাহিব।
প্রঃ তালুকদাৰসকল কোন আছিল?
উঃ গ্ৰাম্যাঞ্চলৰ ক্ষমতাশালী মাটিৰ মালিক।
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহ কিয় ব্যর্থ হৈছিল?
উঃ সংগঠনৰ অভাৱ আৰু বৃটিছসকলৰ শক্তিশালী সেনা।
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত বৃটিছসকলে ভাৰতীয় সেনাত কি সলনি কৰিছিল?
উঃ ভাৰতীয়সকলৰ সংখ্যা কমাই বৃটিছ সেনা বৃদ্ধি কৰিছিল।
প্ৰঃ চিপাহী বিদ্ৰোহৰ সময়ত বৃটিছসকলৰ মুখ্য সেনাপতি কোন আছিল?
উঃ জেনেৰেল হেৱলক।
প্রঃ কোনজন ইংৰাজ গৱৰ্ণৰ-জেনেৰেলৰ দিনত ১৮৫৭ চনৰ বিদ্ৰোহ হৈছিল?
উঃ লর্ড কেনিং।
প্ৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত দিল্লীৰ মুখ্য নেতা কোন আছিল?
উঃ বাহাদুৰ ছাহ দ্বিতীয়।
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহত বিহাৰৰ মুখ্য নেতা কোন আছিল?
উঃ কুমাৰ সিং।
প্রঃ কোনে ১৮৫৭ চনৰ বিদ্ৰোহক ‘প্রথম ভাৰতীয় স্বাধীনতা ৰণ’ বুলি কৈছিল?
উঃ বিনায়ক দামোদৰ সাৱাৰকাৰ।
প্রঃ ফিৰিঙ্গি শব্দটোৰ অৰ্থ কি?
উঃ বিদেশী লোক।
প্রঃ বিদ্ৰোহৰ অন্যতম নেতা কুমাৰ সিঙৰ বয়স কিমান আছিল?
উঃ প্রায় ৮০ বছৰ।
প্রঃ ১৮৫৭ চনৰ বিদ্ৰোহত ভাৰতীয়সকলৰ প্রধান অসুবিধা কি আছিল?
উঃ সংগঠনৰ অভাৱ আৰু অস্ত্রশস্ত্ৰৰ কমতি।
প্রঃ স্বত্ববিলোপ নীতি অনুসৰি ভাৰতীয় ৰজাসকলক কেনেধৰণৰ সমস্যাত পেলোৱা হৈছিল?
উঃ ইংৰাজসকলে তোলনীয়া পুতেকক স্বীকৃতি নিদিছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment