আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 11 উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ, চৰকাৰী মহাফেজখানা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 History MCQ Chapter 11 আধুনিক যুগৰ ভাৰত বুৰঞ্জী
গ-অংশ: আধুনিক যুগৰ ভাৰত বুৰঞ্জী
অধ্যায়-১১
উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ, চৰকাৰী মহাফেজখানা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ ইংলিছ ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰতত বেহা-বেপাৰ আৰম্ভ কৰিবলৈ কাৰ অনুমতি লৈছিল?
(ক) লর্ড ক্লাইভ
(খ) ৰাণী এলিজাবেথ
(গ) লর্ড বাবেন হেষ্টিংছ
(ঘ) লর্ড কর্ণবালিচ
উঃ (খ) ৰাণী এলিজাবেথ
প্রঃ ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰতত প্রথম উপনিবেশ কোনখন ৰাজ্যত স্থাপন কৰিছিল?
(ক) বিহাৰ
(খ) অসম
(গ) বংগদেশ
(ঘ) উৰিষ্যা
উঃ (গ) বংগদেশ
প্ৰঃ চিৰস্থায়ী বন্দোবস্ত কাৰ শাসনকালত প্রবর্তন কৰা হৈছিল?
(ক) লর্ড কর্ণৱালিচ
(খ) লর্ড ক্লাইভ
(গ) লর্ড ক্যানিং
(ঘ) লর্ড বেলছলী
উঃ (ক) লর্ড কর্ণৱালিচ
প্রঃ ‘জোটদাৰ’ কাক কোৱা হৈছিল?
(ক) চহকী খেতিয়ক
(খ) মাটি মালিক
(গ) কৰ কৰ্তৃপক্ষ
(ঘ) ব্যৱসায়ী
উঃ (ক) চহকী খেতিয়ক
প্রঃ ‘পঞ্চম প্রতিবেদন’ কাক কোৱা হৈছিল?
(ক) ফৰাচী প্রতিবেদন
(খ) ভাৰতত কোম্পানীৰ কাৰ্যপদ্ধতিৰ ওপৰত
বৃটিছ প্রতিবেদন
(গ) আমেৰিকা-বৃটিছ চুক্তি
(ঘ) ভাৰতীয় সংবিধান প্রতিবেদন
উঃ (খ) ভাৰতত কোম্পানীৰ কাৰ্যপদ্ধতিৰ ওপৰত বৃটিছ প্রতিবেদন
প্ৰঃ ৰাজমহল পাহাৰৰ জনজাতি কোন নামেৰে জনা গৈছিল?
(ক) চণ্টাল
(খ) পাহাৰীয়া
(গ) গাৰো
(ঘ) কোচ
উঃ (খ) পাহাৰীয়া
প্রঃ ফ্রান্সিচ বুকানন কোন আছিল?
(ক) চিকিৎসক
(খ) গৱেষক
(গ) বণিক
(ঘ) ৰাজনীতিজ্ঞ
উঃ (ক) চিকিৎসক
প্রঃ কোন ৰাজহ ব্যৱস্থাত মধ্যস্থ লোকৰ ভূমিকা পৰিহাৰ কৰা হৈছিল?
(ক) চিৰস্থায়ী বন্দোবস্ত
(খ) মহলৱাৰী
(গ) বায়তৱাৰী
(ঘ) জমিদাৰী
উঃ (গ) বায়তৱাৰী
প্রঃ ১৮৬২ চনত ভাৰতৰ পৰা বৃটেইন শতকৰা কিমান ভাগ কপাহ আমদানি কৰিছিল?
(ক) ৫০%
(খ) ৭৫%
(গ) ৯০%
(ঘ) ১০০%
উঃ (গ) ৯০%
প্রঃ ডেক্কান ৰায়ত কমিছনৰ প্ৰতিবেদন কোন চনত দাখিল কৰা হৈছিল?
(ক) ১৮৫৭
(খ) ১৮৭৮
(গ) ১৮৬৫
(ঘ) ১৮৭২
উঃ (খ) ১৮৭৮
প্রঃ ‘লিমিটেছন আইন’ অনুসৰি ঋণৰ চুক্তিৰ সময়সীমা কিমান আছিল?
(ক) ২ বছৰ
(খ) ৩ বছৰ
(গ) ৪ বছৰ
(ঘ) ৫ বছৰ
উঃ (খ) ৩ বছৰ
কি? প্ৰঃ ডেভিদ ৰিকাৰ্ডোৰ বিখ্যাত কিতাপখনৰ নাম
(ক) The Wealth of Nations
(খ) Principles of Economy
(গ) Das Kapital
(ঘ) Economics of Agriculture
উঃ (খ) Principles of Economy
প্রঃ বম্বেত খাজনা হ্রাস কিয় কৰা হৈছিল?
(ক) কৃষি উৎপাদনৰ ঘাটতি
(খ) খেতিয়কৰ বেয়া অবস্থা
(গ) চৰকাৰী নির্দেশ
(ঘ) নতুন কৰ প্ৰণালী
উঃ (খ) খেতিয়কৰ বেয়া অৱস্থা
প্রঃ Cotton Supply Association কোন চনত গঠন কৰা হৈছিল?
(ক) ১৮৫৭
(খ) ১৮৫৮
(গ) ১৮৬১
(ঘ) ১৮৪৮
উঃ (খ) ১৮৫৭
প্ৰঃ পলাশীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল?
(ক) ১৭৫৭
(খ) ১৭৬৪
(গ) ১৭৭৫
(ঘ) ১৭৮১
উঃ (ক) ১৭৫৭
প্রঃ কোন চনত কোম্পানী শাসনৰ অৱসান ঘটে?
(ক) ১৮৫৭
(খ) ১৮৫৮
(গ) ১৮৫৬
(ঘ) ১৮৬১
উঃ (খ) ১৮৫৮
প্রঃ চিৰস্থায়ী বন্দোবস্ত কোন চনত বংগ, বিহাৰ, উৰিষ্যাত প্ৰৱৰ্তন কৰা হৈছিল?
(ক) ১৭৭৫
(খ) ১৭৮৫
(গ) ১৭৯৩
(ঘ) ১৮০০
উঃ (গ) ১৭৯৩
প্রঃ An Account of Assam গ্ৰন্থৰ ৰচক কোন?
(ক) ফ্রান্সিচ বুকানন
(খ) লর্ড কর্ণৱালিচ
(গ) উইলিয়াম জোন্স
(ঘ) জন মার্শাল
উঃ (ক) ফ্রান্সিচ বুকানন
প্রঃ কোন চনত দাক্ষিণাত্যত কৃষক বিদ্রোহ হৈছিল?
(ক) ১৮৬৫
(খ) ১৮৭৮
(গ) ১৮৫৭
(ঘ) ১৮৭২
উঃ (খ) ১৮৭৮
প্রঃ বম্বেত দুর্ভিক্ষ কোন চনত সংঘটিত হৈছিল?
(ক) ১৮৩২-১৮৩৪
(খ) ১৮৫৬-১৮৫৮
(গ) ১৮৭২-১৮৭৪
(ঘ) ১৮৬১-১৮৬৩
উঃ (ক) ১৮৩২-১৮৩৪
প্রঃ ভাৰতত প্রথম লোকগণনা কেতিয়া কৰা হৈছিল?
(ক) ১৮৭২
(খ) ১৮৮১
(গ) ১৮৬১
(ঘ) ১৮৯১
উঃ (ক) ১৮৭২
প্ৰঃবংগৰ জোটদাৰসকল কেনেকৈ ক্ষমতাশালী হৈছিল?
(ক) মধ্যস্থতা ব্যৱস্থা
(খ) জমিদাৰী বিক্রি
(গ) ৰাজহ আদায়ৰ বাবে নিলাম
(ঘ) সকলো উত্তৰ সঠিক
উঃ (ঘ) সকলো উত্তৰ সঠিক
প্রঃ পাহাৰীয়া জনজাতি বহিৰাগতক কেনেদৰে গ্ৰহণ কৰিছিল?
(ক) সহযোগিতা কৰিছিল
(খ) সন্দেহ আৰু প্রতিহত কৰিছিল
(গ) লুটপাট কৰিছিল
(ঘ) (খ) আৰু (গ) দুয়োটাই সঠিক
উঃ (ঘ) (খ) আৰু (গ) দুয়োটাই সঠিক
প্ৰঃ ইংৰাজ শাসকৰ বিৰুদ্ধে সন্থালসকলে কোন চনত বিদ্রোহ কৰিছিল?
(ক) ১৮৫৫
(খ) ১৮৫৭
(গ) ১৮৫০
(ঘ) ১৮৬১
উঃ (ক) ১৮৫৫
প্রঃ দাক্ষিণাত্যৰ কৃষকসকলে মহাজনৰ বিৰুদ্ধে বিদ্রোহ কৰা কাৰণ কি আছিল?
(ক) খাজনা বৃদ্ধি
(খ) উচ্চ হাৰত ঋণ
(গ) জমি ক্রয়
(ঘ) নতুন ৰাজহ ব্যৱস্থা
উঃ (খ) উচ্চ হাৰত ঋণ
প্ৰঃ দাক্ষিণাত্যৰ কৃষক বিদ্রোহত বিদ্রোহীসকলে কি কৰিছিল?
(ক) খেতি বন্ধ কৰিছিল
(খ) মহাজনৰ ঘৰ জ্বলাই দিছিল
(গ) ৰাজহ পৰিশোধ নকৰিলে
(ঘ) পৰিয়াল অপহৰণ কৰিছিল
উঃ (খ) মহাজনৰ ঘৰ জ্বলাই দিছিল
প্রঃ কেবিনেট মিছনৰ সদস্যৰ ভিতৰত কোন এজন আছিল?
(ক) মাউন্টব্যাটেন
(খ) ষ্টেফর্ড ক্রিপছ
(গ) লর্ড ডালহৌছি
(ঘ) লর্ড লিটন
উঃ (খ) ষ্টেফর্ড ক্রিপছ
প্ৰঃ ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য কি?
(ক) লিখিত আৰু সৰু
(খ) অলিখিত আৰু বৃহৎ
(গ) লিখিত আৰু বৃহৎ
(ঘ) অলিখিত আৰু সৰু
উঃ (গ) লিখিত আৰু বৃহৎ
প্রঃ ইংৰাজসকলে স্থাপন কৰা আবাসিক নগৰসমূহক কি নামেৰে জনা গৈছিল?
(ক) কৃষ্ণ নগৰ
(খ) পোহৰ নগৰ
(গ) শ্বেত নগৰ
(ঘ) গ্রাম্য নগৰ
উঃ (গ) শ্বেত নগৰ
প্রঃ চিৰস্থায়ী বন্দোবস্তুৰ ইতিবাচক দিশ কোনটো?
(ক) কোম্পানীয়ে স্থায়ী ৰাজহ পালে
(খ) জমিদাৰসকল ভূমিৰ মালিক হ’ল
(গ) ৰাজহ আদায়ে দেশৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নতি কৰিল
(ঘ) সকলো উত্তৰ সঠিক
উঃ (ঘ) সকলো উত্তৰ সঠিক
প্রঃ চিৰস্থায়ী বন্দোবস্তৰ ফলত জমিদাৰসকলে কি কৰিলে?
(ক) কৃষিভূমিৰ উন্নতি কৰিলে
দিলে (খ) কেৱল খাজনা আদায়ৰ ওপৰত গুৰুত্ব
(গ) খেতিয়কসকলক মাটিৰ অধিকাৰ দিলে
(ঘ) বিনা কৰ আদায়ে চৰকাৰৰ সৈতে বাণিজ্য কৰিলে
উঃ (খ) কেৱল খাজনা আদায়ৰ ওপৰত গুৰুত্ব দিলে
প্রঃ ফ্রান্সিচ বুকাননে কোনখন অঞ্চলৰ ওপৰত গ্রন্থ লিখিছিল?
(ক) বংগদেশ
(খ) বিহাৰ
(গ) অসম
(ঘ) উৰিষ্যা
উঃ (গ) অসম
প্রঃ পাহাৰীয়া জনজাতিসকলে কোন খেতি কৰি জীবিকা নির্বাহ কৰিছিল?
(ক) নাপি খেতি
(খ) ধান খেতি
(গ) চুম খেতি
(ঘ) শাক-পাচলি খেতি
উঃ (গ) চুম খেতি
প্ৰঃ ৰায়তৱাৰী ব্যৱস্থাৰ বৈশিষ্ট্য কি আছিল?
(ক) জমিদাৰসকলৰ লগত চৰকাৰৰ চুক্তি
(খ) কৃষকসকলৰ লগত চৰকাৰৰ চুক্তি
(গ) মধ্যস্থ লোকৰ ভূমিকা বৃদ্ধি
(ঘ) ৰাজহ স্থায়ীভাবে নিৰ্ধাৰিত কৰা
উঃ (খ) কৃষকসকলৰ লগত চৰকাৰৰ চুক্তি
প্রঃ কোৰ আৰু নাঙলৰ প্রধান ব্যৱহাৰ কোন জাতিৰ দ্বাৰা কৰা হৈছিল?
(ক) গাৰো
(খ) সন্থাল
(গ) পাহাৰীয়া
(ঘ) মিজো
উঃ (গ) পাহাৰীয়া
প্রঃ পাহাৰীয়া লোকসকলে সমভূমিৰ লোকসকলৰ ওপৰত কি কৰিছিল?
(ক) সহযোগিতা
(খ) যুদ্ধ
(গ) লুটপাট
(ঘ) কৃষি শিক্ষাৰ প্ৰচাৰ
উঃ (গ) লুটপাট
প্ৰঃ ভগলপুৰৰ কালেৰ ক্লিভলেণ্ডে পাহাৰীয়া লোকসকলৰ লগত কি ব্যৱস্থা কৰিছিল?
(ক) সামৰিক অভিযান চলাইছিল
(খ) নতুন ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল
(গ) বছৰৰ ভাট্টা দিয়াৰ ব্যৱস্থা কৰিছিল
(ঘ) সমভূমিত পুনৰ স্থাপন কৰিছিল
উঃ (গ) বছৰৰ ভাট্টা দিয়াৰ ব্যৱস্থা কৰিছিল
প্রঃ কেতিয়া বম্বেত দুর্ভিক্ষ দেখা দিছিল?
(ক) ১৮৩২-১৮৩৪
(খ) ১৮৭২-১৮৭৪
(গ) ১৮৫৭-১৮৫৯
(ঘ) ১৮৬২-১৮৬৪
উঃ (ক) ১৮৩২-১৮৩৪
প্রঃ কোন শাসক কোম্পানী শাসনৰ অৱসান ঘটাইছিল?
(ক) লর্ড কুর্জন
(খ) লর্ড ডালহাউছি
(গ) লর্ড ক্যানিং
(ঘ) লর্ড লিটন
উঃ (গ) লর্ড ক্যানিং
প্রঃ ভাৰতত প্রথম লোকগণনা কোন চনত কৰা হৈছিল?
(ক) ১৮৭২
(খ) ১৮৮১
(গ) ১৮৬৫
(ঘ) ১৮৫৮
উঃ (ক) ১৮৭২
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ইংলিছ ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰতত বেহা-বেপাৰ কৰিবলৈ কাৰ অনুমতি লৈছিল?
উঃ ইংলণ্ডৰ ৰাণী এলিজাবেথৰ অনুমতি লৈ।
প্রঃ ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰতত প্রথম কোনখন ৰাজ্যত উপনিবেশ স্থাপন কৰিছিল?
উঃ বংগদেশত।
প্রঃ চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰঃ লর্ড কৰ্ণৱালিচে।
প্রঃ জোটদাৰসকল কাক কোৱা হৈছিল?
উঃ চহকী খেতিয়কক।
প্রঃ ‘পঞ্চম প্রতিবেদন’ কি বিষয়ে আছিল?
উঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতীয় প্রশাসন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে।
প্ৰঃ ৰাজমহল পাহাৰৰ জনজাতিসকলক কি নামেৰে জনা গৈছিল?
উঃ পাহাৰীয়া নামেৰে।
প্রঃ ফ্রান্সিচ বুকানন কোন আছিল?
উঃ এজন ইংৰাজ চিকিৎসক।
প্রঃ কোন ব্যৱস্থাত মধ্যস্থ লোকৰ ভূমিকা নাছিল?
উঃ ৰায়তৱাৰী ব্যৱস্থাত।
প্রঃ ১৮৬২ চনত বৃটেইন ভাৰতৰ পৰা শতকৰা কিমান ভাগ কপাহ আমদানি কৰিছিল?
উঃ ৯০ শতাংশ।
প্রঃ ডেক্কান ৰায়ত কমিছনৰ প্ৰতিবেদন কোন চনত দাখিল কৰা হৈছিল?
উঃ ১৮৭৮ চনত।
প্রঃ ‘লিমিটেছন আইন’ মতে ঋণ চুক্তিৰ সময়সীমা কিমান আছিল?
উঃ ৩ বছৰ।
কি? প্রঃ ডেভিদ ৰিকাৰ্ডোৰ বিখ্যাত কিতাপখনৰ নাম
উঃ Principles of Economy |
প্রঃবম্বেত খাজনা হ্রাস কিয় কৰা হৈছিল?
উঃ খেতিয়কৰ বেয়া অৱস্থাৰ বাবে।
প্রঃ Cotton Supply Association কেতিয়া গঠন কৰা হৈছিল?
উঃ ১৮৫৭ চনত।
প্রঃ পলাশীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল?
উঃ ১৭৫৭ চনত।
প্রঃ ভাৰতত কোম্পানী শাসনৰ অৱসান কেতিয়া হৈছিল?
উঃ ১৮৫৮ চনত।
প্রঃ চিৰস্থায়ী বন্দোবস্ত কোন চনত বংগ, বিহাৰ আৰু উৰিষ্যাত প্ৰৱৰ্তন কৰা হৈছিল?
উঃ ১৭৯৩ চনত।
প্রঃ An Account of Assam গ্ৰন্থৰ ৰচক কোন?
উঃ ফ্রান্সিচ বুকানন।
প্রঃ দাক্ষিণাত্যত কৃষক বিদ্রোহ কোন চনত হৈছিল?
উঃ ১৮৭৮ চনত।
প্রঃ বম্বেত দুর্ভিক্ষ কোন চনত দেখা দিছিল? গ্ধগ্ধ
উঃ ১৮৩২-১৮৩৪ চনত।
প্রঃ ভাৰতত প্রথম লোকগণনা কোন চনত কৰা হৈছিল?
উঃ ১৮৭২ চনত।
প্ৰঃ বংগৰ জোটদাৰসকল কেনেকৈ ক্ষমতাশালী হৈছিল?
উঃ খাজনা পৰিশোধ নকৰা জমিদাৰৰ মাটি ক্রয় কৰি।
প্রঃ পাহাৰীয়া লোকসকলে বহিৰাগতক কেনেকৈ গ্রহণ কৰিছিল?
উঃ সন্দেহ আৰু প্রতিহত কৰিছিল।
প্রঃ সন্থালসকলে ইংৰাজসকলৰ বিৰুদ্ধে কোন চনত বিদ্রোহ কৰিছিল?
উত্তৰঃ ১৮৫৫ চনত।
প্রঃ দাক্ষিণাত্যৰ মহাজনসকলৰ বিৰুদ্ধে কৃষকসকলে কিয় বিদ্রোহ কৰিছিল?
উত্তৰঃ উচ্চ হাৰত ঋণৰ বাবে।
প্রঃ বিদ্রোহীসকলে দাক্ষিণাত্যত মহাজনৰ সৈতে কি কৰিছিল?
উত্তৰঃ মহাজনৰ ঘৰ জ্বলাই দিছিল।
প্রঃ কেবিনেট মিছনৰ এজন সদস্য কোন আছিল?
উঃ ষ্টেফর্ড ক্রিপছ।
প্ৰঃ ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য কি?
উঃ ই লিখিত আৰু পৃথিৱীৰ সৰ্ববৃহৎ সংবিধান।
প্রঃ ইংৰাজসকলে স্থাপন কৰা আবাসিক নগৰক কি কোৱা হৈছিল?
উঃ শ্বেত নগৰ।
প্ৰঃ চিৰস্থায়ী বন্দোবস্তৰ ইতিবাচক দিশ কি আছিল?
উঃ কোম্পানীয়ে স্থায়ী ৰাজহ পালে।
প্ৰঃ চিৰস্থায়ী বন্দোবস্তৰ ফলত জমিদাৰসকলে কি কৰিছিল?
উঃ কেবল খাজনা আদায়ৰ ওপৰত গুৰুত্ব দিলে।
প্রঃ ফ্রান্সিচ বুকাননে কোন অঞ্চলৰ বিষয়ে লিখিছিল?
উঃ অসম।
প্রঃ পাহাৰীয়া জনজাতিসকলে কোন খেতি কৰিছিল?
উঃ চুম খেতি।
প্ৰঃ বায়তৱাৰী ব্যৱস্থাৰ মূল বৈশিষ্ট্য কি আছিল?
উত্তৰঃ কৃষকৰ লগত চৰকাৰৰ চুক্তি।
প্ৰঃ কোৰ আৰু নাঙলৰ ব্যৱহাৰ কোনে কৰিছিল?
উত্তৰঃ পাহাৰীয়া লোকসকলে।
প্রঃ পাহাৰীয়া লোকসকলে সমভূমিৰ লোকৰ ওপৰত কি কৰিছিল?
উঃ লুটপাট কৰিছিল।
প্রঃ ভগলপুৰৰ কালেৰ ক্লিভলেণ্ডে পাহাৰীয়াসকলৰ লগত কি ব্যৱস্থা কৰিছিল?
উত্তৰঃ বছৰৰ ভাট্টা দিয়াৰ ব্যৱস্থা কৰিছিল।
প্রঃ বম্বেত দুর্ভিক্ষ কোন বছৰত সংঘটিত হৈছিল?
উত্তৰঃ ১৮৩২-১৮৩৪ চনত।
প্রঃ ভাৰতত কোম্পানী শাসনৰ অৱসান কাৰ শাসনত হৈছিল?
উঃ লর্ড ক্যানিংৰ শাসনত।
