আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শিক্ষা (Education) বিষয়ৰ Class 12 Education MCQ Chapter 7 শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Education MCQ Chapter 7 শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান
গোট-৭
শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ সর্বোচ্চ আৰু সৰ্বনিম্ন ৰাশিৰ ব্যৱধানক বোলে?
(ক) বিচ্যুতি
(খ) প্ৰসাৰ
(গ) গড়
(ঘ) মধ্যমা
উঃ (খ) প্ৰসাৰ
প্রঃ প্ৰসাৰ হৈছে — ।
(ক) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ
(খ) পৰিসংখ্যাৰ এটা ধৰণ
(গ) তথ্যৰ বিস্তাৰৰ জোখ
(ঘ) পৰীক্ষাৰ ফলাফল
উঃ (গ) তথ্যৰ বিস্তাৰৰ জোখ
প্রঃ আয়ত চিত্র হৈছে। ……………….. ।
(ক) পৰিসংখ্যাৰ এটা তথ্য
(খ) এটা সৰল ৰেখাচিত্র
(গ) এটা বিশেষ সংখ্যা
(ঘ) এটা পদ্ধতি
উঃ (খ) এটা সৰল ৰেখাচিত্র
প্রঃবহুভুজ অংকন কৰিবলৈ OX অক্ষত কি বহুৱাব লাগে?
(ক) গড়
(খ) বিচ্যুতি
(গ) শ্রেণী অন্তৰাল
(ঘ) প্ৰসাৰ
উঃ (গ) শ্রেণী অন্তৰাল
প্ৰঃ বিতৰণৰ বহুলক হৈছে। …………………. ।
(ক) গড়
(খ) কেন্দ্রীয় প্ৰৱণতা
(গ) পৰিসংখ্যা
(ঘ) সেৰ্বাধিক বাৰংবাৰতা থকা মূল্য
উঃ (ঘ) সৰ্বাধিক বাৰংবাৰতা থকা মূল্য
প্রঃ হিষ্টোগ্রামত ত্রিভুজৰ ক্ষেত্ৰফল কি আনুপাতিক?
(ক) গড়
(খ) কেন্দ্রীয় প্ৰৱণতা
(গ) বাৰংবাৰতা
(ঘ) বিচ্যুতি
উঃ (গ) বাৰংবাৰতা
হয়? প্রঃ হিস্টোগ্রামত সমকোণী ত্রিভুজ ক’ত গঠিত
(ক) OX অক্ষত
(খ) OY অক্ষত
(গ) বাৰংবাৰতাৰ মাজত
(ঘ) কেন্দ্রীয় বিন্দুত
উঃ (গ) বাৰংবাৰতাৰ মাজত
প্রঃ কোনটো চিত্র এটা অবিচ্ছিন্ন স্তম্ভ চিত্র?
(ক) হিস্টোগ্রাম
(খ) পাই চিত্র
(গ) দণ্ডচিত্র
(ঘ) বেখাচিত্র
উঃ (ক) হিস্টোগ্রাম
প্রঃ অনুমিত গড় পদ্ধতিত, অনুমিত গড় কি?
(ক) সৰ্বাধিক ৰাশি
(খ) মধ্যবিন্দু
(গ) পৰিসংখ্যাৰ সংযোজন
(ঘ) সর্বনিম্ন মান
উঃ (খ) মধ্যবিন্দু
প্রঃ পৰিসংখ্যাত ব্যৱহৃত কেন্দ্রীয় প্ৰৱণতা কেইটা?
(ক) ২
(গ) ৪
উঃ (খ) ৩
(খ) ৩
(ঘ) ৫
প্রঃ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ পৰা ৰাশিসমূহ কিদৰে বিস্তাৰিত হৈ থাকে তাক জানিবৰ জোখটো কি?
(ক) বিচ্যুতি
(খ) হিস্টোগ্রাম
(গ) ৰেখাচিত্র
(ঘ) আয়ত চিত্র
উঃ (ক) বিচ্যুতি
প্রঃ সকলোৱে ব্যৱহাৰ কৰা কেন্দ্ৰীয় প্ৰৱণতা কোনটো?
(ক) গড়
(খ) বিচ্যুতি
(গ) পৰিসংখ্যা
(ঘ) বিতৰণ
উঃ (ক) গড়
প্রঃ পৰিসংখ্যা বিজ্ঞানত, কোনটো তথ্য সবাতোকৈ বেছি ব্যবহৃত?
(ক) গড়
(খ) বিচ্যুতি
(গ) মধ্যমা
(ঘ) পৰিসংখ্যা
উঃ (ক) গড়
প্রঃ সবাতোকৈ সঠিক কেন্দ্ৰীয় প্ৰৱণতা কোনটো?
(ক) গড়
(খ) মধ্যমা
(গ) বহুলক
(ঘ) প্ৰসাৰ
উঃ (খ) মধ্যমা
প্রঃ সংখ্যাবোৰ যদি উচ্চ মানৰ হৈ থাকে তেন্তে কোনটো কেন্দ্রীয় প্রৱণতা বেছি উপযোগী?
(ক) গড়
(খ) মধ্যমা
(গ) বহুলক
(ঘ) বিচ্যুতি
উঃ (খ) মধ্যমা
প্রঃ পৰিসংখ্যা বিজ্ঞানত ‘বহুলক’ কি?
(ক) বেছি বাৰংবাৰতা থকা ৰাশি
(খ) গড়
(গ) সীমান্ত মান
(ঘ) বিচ্যুতি
উঃ (ক) বেছি বাৰংবাৰতা থকা ৰাশি
প্রঃ কোনো সংখ্যাৰ গড় কেনেকৈ উলিওৱা হয়?
(ক) সংখ্যাবোৰ যোগ কৰি কুলিৰ সংখ্যা দ্বাৰা ভাগ কৰিলেই
(খ) প্ৰসাৰ আৰু বিচ্যুতিৰ যোগফল দ্বাৰা
(গ) সকলো ৰাশিৰ সংযোজন দ্বাৰা
(ঘ) সেৰ্বনিম্ন মান দ্বাৰা
উঃ (ক) সংখ্যাবোৰ যোগ কৰি কুলিৰ সংখ্যা দ্বাৰা ভাগ কৰিলেই
প্রঃ পৰিসংখ্যাত গড় কি বুজায়?
(ক) সমষ্টিৰ মোনাগুণ
(খ) প্ৰসাৰৰ জোখ
(গ) মধ্যমা আৰু বহুলকৰ মাজৰ মান
(ঘ) সংখ্যাসমূহৰ গড়ফল
উঃ (ঘ) সংখ্যাসমূহৰ গড়ফল
হয়? প্রঃ পৰিসংখ্যাত ‘বিচ্যুতি’ কেনেকৈ উলিওৱা
কৰি (ক) সর্বোচ্চ মানৰ পৰা সৰ্বনিম্ন মান বিয়োগ
(খ) বাৰংবাৰতাৰ সমষ্টি যোগ কৰি
(গ) কেন্দ্ৰীয় প্ৰৱণতাৰ মান সংযোজন কৰি
(ঘ) সর্বাধিক মান যোগ কৰি
উঃ (ক) সর্বোচ্চ মানৰ পৰা সৰ্বনিম্ন মান বিয়োগ
প্রঃ কোনটো উপায়ত তথ্যবোৰ সহজে বুজা যায়?
(ক) তালিকা প্রস্তুত কৰি
(খ) তথ্যবোৰ বিক্ষিপ্ত কৰি
(গ) একেলগে লিখি
(ঘ) তথ্যবোৰ পৃথক কৰি
উঃ (ক) তালিকা প্রস্তুত কৰি
প্রঃ মনোবিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্রত পৰিসংখ্যাৰ ব্যৱহাৰৰ প্ৰধান উদ্দেশ্য কি?
(ক) শিক্ষাৰ মান উন্নীত কৰা
(খ) তথ্য সংগ্ৰহ আৰু বিশ্লেষণ
(গ) শিক্ষাৰ ইতিহাস অধ্যয়ন
(ঘ) শিক্ষাৰ ভবিষ্যৎ অনুমান কৰা
উঃ (খ) তথ্য সংগ্ৰহ আৰু বিশ্লেষণ
প্ৰঃ পৰিসংখ্যা বিজ্ঞানৰ প্ৰধান বৈশিষ্ট্য কি?
(ক) নিখুঁত তথ্য সংগ্রহ
(খ) অনুমানভিত্তিক সিদ্ধান্ত গ্রহণ
(গ) তথ্যৰ সংখ্যা বৃদ্ধি
(ঘ) প্ৰতিটো তথ্যৰ বিৱৰণ
উঃ (ক) নিখুঁত তথ্য সংগ্রহ
প্রঃ শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা কেনেকৈ সহায় কৰে?
(ক) শিক্ষাৰ গুণগত মান নির্ধাৰণ কৰে
(খ) শিক্ষকৰ বেতন বৃদ্ধি কৰে
(গ) শিক্ষাৰ অতীত অধ্যয়ন কৰে
(ঘ) শিক্ষাৰ নীতি প্রস্তুত কৰে
উঃ (ক) শিক্ষাৰ গুণগত মান নির্ধাৰণ কৰে
প্রঃ পৰিসংখ্যাত গড় বিচ্যুতিৰ গুৰুত্ব কি?
(ক) বিতৰণৰ কেন্দ্ৰীয় প্ৰৱণতা নির্ধাৰণ
(খ) শিক্ষাৰ মান উন্নীত কৰা
(গ) নম্বৰ বৃদ্ধি কৰা
(ঘ) শিক্ষাৰ ইতিহাস অধ্যয়ন
উঃ (ক) বিতৰণৰ কেন্দ্ৰীয় প্ৰৱণতা নির্ধাৰণ
প্রঃ পৰিসংখ্যা কোন বিষয়ৰ অধ্যয়ন কৰে?
(ক) ব্যক্তিগত অভিজ্ঞতা
(খ) সংগৃহীত তথ্য আৰু তাৰ বিশ্লেষণ
(গ) অতীতৰ ঘটনাবলী
(ঘ) কল্পনাশক্তি
উঃ (খ) সংগৃহীত তথ্য আৰু তাৰ বিশ্লেষণ প্রঃ শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যাৰ প্ৰধান কাৰ্য কি?
(ক) শিক্ষাৰ তথ্য বিশ্লেষণ
(খ) শিক্ষাৰ পদ্ধতি উন্নয়ন
(গ) শিক্ষাৰ ভবিষ্যৎ নির্ধাৰণ
(ঘ) শিক্ষাৰ ইতিহাস সংগ্রহ
উঃ (ক) শিক্ষাৰ তথ্য বিশ্লেষণ
প্রঃ ৰাশিৰ বিচ্যুতিয়ে বুজায়……….
(ক) তথ্যৰ কেন্দ্ৰীয় প্ৰৱণতা
(খ) তথ্যৰ গড় মান
(গ) তথ্যৰ একগোট মানৰ প্ৰৱণতা
(ঘ) তথ্যৰ একপক্ষীয় মান
উঃ (গ) তথ্যৰ একগোট মানৰ প্ৰৱণতা
প্রঃ বৃম চিত্র কি?
(ক) তথ্য উপস্থাপনৰ এক মাধ্যম
(খ) তথ্য সংগ্ৰহৰ পদ্ধতি
(গ) তথ্য বিশ্লেষণৰ কৌশল
(ঘ) তথ্য বিনিময়ৰ প্ৰণালী
উঃ (ক) তথ্য উপস্থাপনৰ এক মাধ্যম
প্রঃ অনুমিত গড় কি?
(ক) গড় বিচ্যুতিৰ এটি অংশ
(খ) অনুমানভিত্তিক গড়
(গ) তথ্য বিশ্লেষণৰ এক প্ৰণালী
(ঘ) কেন্দ্ৰীয় প্ৰৱণতা
উঃ (খ) অনুমানভিত্তিক গড়
প্রঃ পৰিসংখ্যাত ‘শ্রেণী অন্তৰাল’ কি?
(ক) পৰিসংখ্যাৰ এটা তালিকা
(খ) দুটা সংখ্যাৰ মাজৰ ব্যৱধান
(গ) গড় আৰু বিচ্যুতিৰ সংযোজন
(ঘ) সর্বাধিক মান
উঃ (খ) দুটা সংখ্যাৰ মাজৰ ব্যৱধান
প্রঃ পার্থক্য বিশ্লেষণ কৰাৰ বাবে কোনটো কেন্দ্রীয় প্ৰৱণতা বেছি উপযোগী?
(ক) গড়
(খ) মধ্যমা
(গ) বহুলক
(ঘ) বিচ্যুতি
উঃ (ঘ) বিচ্যুতি
প্রঃ পৰিসংখ্যা বিজ্ঞানত তথ্যবোৰ সংযোজন কৰি পৰ্যবেক্ষণ কৰিবলৈ কিবা ব্যৱহাৰ কৰা হয়?
(ক) গণনা পদ্ধতি
(খ) গড়
(গ) তালিকা
(ঘ) বিচ্যুতি
উঃ (গ) তালিকা
প্ৰঃ পৰিসংখ্যাত সীমামূৰীয়া তথ্য ক’ত ব্যৱহাৰ কৰা হয়?
(ক) বিতৰণ তালিকাত
(খ) পাই চিত্রত
(গ) দণ্ডচিত্রত
(ঘ) হিস্টোগ্রামত
উঃ (ক) বিতৰণ তালিকাত
প্রঃ মধ্যমা কি?
(ক) কেন্দ্ৰীয় প্ৰৱণতাৰ এটা অংশ
(খ) সের্বাধিক মান
(গ) সর্বনিম্ন মান
(ঘ) পৰিসংখ্যাৰ শেষ সংখ্যা
উঃ (ক) কেন্দ্ৰীয় প্ৰৱণতাৰ এটা অংশ
প্রঃ পৰিসংখ্যাৰ ফলাফল সবিশেষ জানিবলৈ কোনটো উপায় শ্রেষ্ঠ?
(ক) তালিকা প্ৰস্তুত কৰা
(খ) বিচ্ছিন্ন সংখ্যাৰ সংযোজন
(গ) উচ্চ মান সংযোজন
(ঘ) প্ৰসাৰ হ্ৰাস কৰা
উঃ (ক) তালিকা প্রস্তুত কৰা
প্রঃ পৰিসংখ্যা বিজ্ঞানত কেইবিধ কেন্দ্রীয় প্ৰৱণতা আছে?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উঃ (খ) ৩
কি? প্রঃ পৰিসংখ্যাৰ তথ্যবোৰ সংযোজনৰ উপায়
(ক) বিচ্ছিন্ন তালিকা
(খ) পৰিসংখ্যাৰ তালিকা
(গ) তথ্যসংগ্রহ
(ঘ) গড় গণনা
উঃ (খ) পৰিসংখ্যাৰ তালিকা
প্রঃ হিস্টোগ্রামত কোনটো ধৰণৰ তথ্য প্ৰদৰ্শন কৰা হয়?
(ক) বিচ্ছিন্ন তথ্য
(খ) গড়
(গ) অবিচ্ছিন্ন তথ্য
(ঘ) পৰীক্ষাৰ ফলাফল
উঃ (গ) অবিচ্ছিন্ন তথ্য
প্রঃ পৰিসংখ্যা বিজ্ঞানত ‘বহুলক’ কি?
(ক) সৰ্বাধিক সংখ্যাবোৰৰ গড়
(খ) সৰ্বাধিক বাৰংবাৰতা থকা ৰাশি
(গ) বিচ্যুতিৰ মান
(ঘ) পৰিসংখ্যাৰ সীমা
উঃ (খ) সৰ্বাধিক বাৰংবাৰতা থকা ৰাশি
প্রঃ পৰিসংখ্যাৰ তালিকাৰ এটা উপকাৰিতা কি?
(ক) তথ্যবোৰ বুজাত সহজ হয়
(খ) তথ্যবোৰ সীমিত হয়
(গ) তথ্যবোৰ সঠিক হয়
(ঘ) তথ্যবোৰ সঞ্চয় হয়
উঃ (ক) তথ্যবোৰ বুজাত সহজ হয়
প্রঃ পৰিসংখ্যা বিজ্ঞানত ‘বিচ্যুতি’ কি?
(ক) কেন্দ্রীয় মান
(খ) সের্বনিম্ন আৰু সেৰ্বাধিক মানৰ ব্যৱধান
(গ) তালিকাৰ উচ্চ মান
(ঘ) তথ্য সংযোজন
উঃ (খ) সর্বনিম্ন আৰু সৰ্বাধিক মানৰ ব্যৱধান
প্রঃ কোনটো ৰেখাচিত্ৰত তথ্যবোৰ চমুকৈ আৰু বুজিবলৈ সহজ হয়?
(ক) গড় তালিকা
(খ) পাই চিত্র
(গ) ৰেখাচিত্র
(ঘ) বিচ্ছিন্ন তথ্য
উঃ (গ) ৰেখাচিত্র
প্রঃ পৰিসংখ্যা বিজ্ঞানত ‘মধ্যমা’ কোনটো সংখ্যা?
(ক) কেন্দ্রীয় মান
(খ) তালিকাৰ উচ্চ মান
(গ) সর্বাধিক মান
(ঘ) সর্বনিম্ন মান
উঃ (ক) কেন্দ্রীয় মান
প্রঃ কোনটো তথ্য গ্রাফিক্যালি বুজাবলৈ আয়ত চিত্ৰ ব্যৱহাৰ কৰা হয়?
(ক) উচ্চ মানৰ তথ্য
(খ) নিম্ন মানৰ তথ্য
(গ) শ্রেণীভুক্ত তথ্য
(ঘ) সীমাবদ্ধ তথ্য
উঃ (গ) শ্রেণীভুক্ত তথ্য
প্রঃ পৰিসংখ্যা বিজ্ঞানত ‘গড়’ কেনেকৈ উলিওৱা হয়?
কৰি (ক) সর্বনিম্ন মানৰ পৰা সৰ্বাধিক মান বিয়োগ
(খ) সংখ্যাবোৰ যোগ কৰি কুলিৰ সংখ্যা দ্বাৰা ভাগ কৰি
(গ) গড় আৰু বিচ্যুতিৰ যোগফল দ্বাৰা
(ঘ) সীমিত সংখ্যাৰ যোগফল
উঃ (খ) সংখ্যাবোৰ যোগ কৰি কুলিৰ সংখ্যা দ্বাৰা ভাগ কৰি
প্ৰঃ পৰিসংখ্যাৰ তালিকাত ‘শ্রেণী সীমা’ কি?
(ক) তথ্যবোৰৰ গড়
(খ) পৰিসংখ্যাৰ এটা ধৰণ
(গ) শ্ৰেণী অন্তৰালৰ উচ্চতম আৰু নিম্নতম সীমা
(ঘ) পৰীক্ষাৰ ফলাফল
উঃ (গ) শ্ৰেণী অন্তৰালৰ উচ্চতম আৰু নিম্নতম সীমা
হয়? প্রঃ পৰিসংখ্যাত ‘পাই চিত্র’ কিদৰে অংকন কৰা
(ক) তথ্যবোৰ যোগ কৰি বিয়োগ কৰি
(খ) ৩৬০° কোণত তথ্যবোৰৰ অংশ ভাগ কৰি
(গ) পৰীক্ষাৰ ফলাফলৰ গড় লোৱাই
(ঘ) পৰিসংখ্যাৰ উচ্চ মান বুজাবলৈ
কৰি উঃ (খ) ৩৬০° কোণত তথ্যবোৰৰ অংশ ভাগ
প্রঃ পৰিসংখ্যা বিজ্ঞানত ‘বাৰংবাৰতা’ কাক বোলে?
(ক) সংখ্যাবোৰৰ পৰিসংখ্যাগত পর্যবেক্ষণ
(খ) একো একোটা সংখ্যাৰ পুনৰাবৃত্তি
(গ) উচ্চ মানৰ তথ্য
(ঘ) সংখ্যাসমূহৰ যোগফল
উঃ (খ) একো একোটা সংখ্যাৰ পুনৰাবৃত্তি
প্রঃ পৰিসংখ্যাত ‘বিচ্যুতি’ কেনেকৈ গণনা কৰা
হয়?
(ক) উচ্চ মানৰ পৰা নিম্ন মান বিয়োগ কৰি
(খ) তথ্যবোৰ যোগ কৰি
(গ) শ্রেণী অন্তৰাল গণনা কৰি
(ঘ) ৰেখাচিত্র অংকন কৰি
উঃ (ক) উচ্চ মানৰ পৰা নিম্ন মান বিয়োগ কৰি
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ সর্বাচ্চ আৰু সর্বনিম্ন ৰাশিৰ ব্যৱধানক কি বোলে?
উঃ প্ৰসাৰ বোলে।
প্রঃ গড় কিদৰে উলিওৱা হয়?
উঃ সংখ্যাবোৰ যোগ কৰি কুলিৰ সংখ্যা দ্বাৰা ভাগ কৰিলেই গড় পোৱা যায়।
প্রঃ পৰিসংখ্যা বিজ্ঞানত শ্রেণী অন্তৰাল কি?
উঃ দুটা সংখ্যাৰ মাজৰ ব্যৱধানক শ্ৰেণী অন্তৰাল বোলে।
প্রঃ হিষ্টোগ্রামত তথ্য কিদৰে প্ৰদৰ্শন কৰা হয়?
উঃ আয়ত ক্ষেত্ৰৰ উচ্চতাৰ মাধ্যমেৰে তথ্য প্ৰদৰ্শন কৰা হয়।
প্রঃ বহুলক কি?
উঃ মানটোৱে সর্বাধিক বাৰংবাৰতা লাভ কৰে তাক বহুলক বোলে।
প্রঃ মধ্যমা কি?
উঃ মানবোৰক ক্রমিকভাবে সজাই মাজৰ সংখ্যাটোক মধ্যমা বোলে।
প্রঃ পৰিসংখ্যাত ‘বিচ্যুতি’ কি?
উঃ সর্বোচ্চ আৰু সৰ্বনিম্ন মানৰ ব্যৱধানক বিচ্যুতি বোলে।
প্রঃ পাই চিত্র কি?
উঃ এটা বৃত্তক বিভিন্ন অংশত বিভাজন কৰি তথ্য প্ৰদৰ্শন কৰা চিত্ৰক পাই চিত্র বোলে।
প্রঃ আয়ত চিত্র কিয় অবিচ্ছিন্ন স্তম্ভ চিত্র বুলি কোৱা হয়?
উঃ আয়ত ক্ষেত্ৰবোৰৰ মাজত কোনো শূন্য স্থান নাথাকিবৰ বাবে।
প্রঃ তালিকা প্ৰস্তুতকৰণৰ সুবিধা কি?
উঃ তথ্যবোৰ বুজাত সহজ হয়।
প্রঃ শ্রেণী সীমা কি?
উঃ শ্রেণী অন্তৰালৰ উচ্চতম আৰু নিম্নতম সীমাক শ্রেণী সীমা বোলে।
প্রঃ পৰিসংখ্যাত গড় কেনেকৈ গণনা কৰা হয়?
উঃ সংখ্যা সমূহ যোগ কৰি কুলিৰ সংখ্যা দ্বাৰা ভাগ কৰিলে গড় পোৱা যায়।
প্রঃ হিস্টোগ্রামত ত্রিভুজৰ ক্ষেত্ৰফল ক’ত আনুপাতিক হয়?
উঃ বাৰংবাৰতাৰ উচ্চতাৰ লগত।
প্রঃ হিষ্টোগ্রামত ত্রিভুজ ক’ত গঠিত হয়?
উঃ বাৰংবাৰতাৰ মাজত।
প্রঃ পৰিসংখ্যাত শ্রেণী অন্তৰাল কেনেকৈ নির্ধাৰণ কৰা হয়?
কৰি। উঃ শ্ৰেণীৰ উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ
প্রঃ বিতৰণ তালিকা কি?
উঃ শৃঙ্খলাবদ্ধভাবে তথ্য সজোৱাৰ তালিকাক বিতৰণ তালিকা বোলে।
প্রঃ কোনটো কেন্দ্রীয় প্রবণতা সবাতোকৈ বেছি ব্যৱহৃত হয়?
উঃ গড়।
প্রঃ পাই চিত্র কেনেকৈ অংকন কৰা হয়?
উঃ ৩৬০° কোণৰ ভিতৰত বিভিন্ন অংশত বিভাজন কৰি।
প্রঃ পৰিসংখ্যাত বাৰংবাৰতা কি?
উঃ কোনো এটা মান কিমানবাৰ অৱস্থিত হৈছে তাক বাৰংবাৰতা বোলে।
হয়? প্রঃ পৰিসংখ্যাত ‘বহুলক’ কেনেকৈ নিৰ্ধাৰণ কৰা
উঃ সবাতোকৈ বেছি বাৰংবাৰতা থকা সংখ্যাটোক বহুলক বোলে।
প্রঃ পৰিসংখ্যাত ‘মধ্যমান’ কি?
উঃ তথ্যবোৰ ক্রমিকভাবে সজাই মাজত থকা সংখ্যাটোক মধ্যমান বোলে।
কি? প্রঃ পৰিসংখ্যাত তথ্যবোৰ সংযোজনৰ উপায়
উত্তৰ: তালিকা প্রস্তুত কৰি।
প্রঃ সীমামুৰীয়া তথ্য ক’ত ব্যৱহাৰ কৰা হয়?
উঃ বিতৰণ তালিকাত।
প্ৰঃ পৰিসংখ্যা বিজ্ঞানত কোনটো তথ্য শ্রেষ্ঠ গণ্য হয়?
উঃ গড়।
প্রঃ পৰিসংখ্যাত তথ্যবোৰৰ ক্ষেত্ৰত শ্রেণী অন্তৰাল কিয় ব্যৱহৃত হয়?
উঃ তথ্যবোৰ সজাই উপস্থাপন কৰিবলৈ।
প্রঃ কোনটো কেন্দ্রীয় প্রবণতা গড়তকৈ বেছি উপযোগী?
উঃ মধ্যমা।
প্রঃ পৰিসংখ্যাত গড়, মধ্যমা আৰু বহুলক কিয় ব্যৱহৃত হয়?
উঃ তথ্যবোৰৰ কেন্দ্ৰীয় প্ৰৱণতা বুজিবলৈ।
প্ৰঃ কিমান প্ৰকাৰৰ কেন্দ্ৰীয় প্ৰৱণতা আছে?
উঃ তিনিটা — গড়, মধ্যমা আৰু বহুলক।
প্রঃ পৰিসংখ্যাত বিচ্যুতিৰ উপযোগিতা কি?
উঃ তথ্যবোৰৰ বৈচিত্র্য বুজিবলৈ।
প্রঃ পৰিসংখ্যাত প্ৰসাৰ কেনেকৈ উলিওৱা হয়?
উঃ সর্বোচ্চ মানৰ পৰা সৰ্বনিম্ন মান বিয়োগ কৰি।
প্রঃ পৰিসংখ্যাত ‘বিভাজন তালিকা’ কিয় ব্যৱহাৰ কৰা হয়?
উঃ তথ্যবোৰ সজাই উপস্থাপন কৰিবলৈ।
প্রঃ পৰিসংখ্যাত ‘দণ্ডচিত্র’ কি?
উঃ বাৰংবাৰতা উচ্চতা অনুসৰি আঁকা চিত্র।
প্রঃ পৰিসংখ্যাত শ্রেণী অন্তৰাল নিৰ্ধাৰণৰ উপায় কি?
উঃ তথ্যবোৰৰ সেৰ্বাচ্চ আৰু সের্বনিম্ন মানৰ ভিত্তিত।
প্রঃ পৰিসংখ্যাত তথ্যবোৰ কোনটো উপায়ত বুজা সহজ হয়?
উঃ গ্রাফিক্যাল পদ্ধতিত।
প্রঃ পৰিসংখ্যাত সীমা কি?
উঃ এটা শ্ৰেণীৰ উচ্চ আৰু নিম্ন সীমাক সীমা বোলে।
প্রঃ কোনটো কেন্দ্রীয় প্ৰৱণতা সকলো সংখ্যাৰ মান সংযোজিত কৰি নিৰ্ণয় কৰা হয়?
উঃ গড়।
প্ৰঃ পৰিসংখ্যাত বহুভুজ কেনেকৈ অংকন কৰা হয়?
উঃ বাৰংবাৰতা বিন্দুবোৰ সংযুক্ত কৰি।
