Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education MCQ Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শিক্ষা (Education) বিষয়ৰ Class 12 Education MCQ Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education MCQ Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

গোট-৬

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য কি?
(ক) দেহৰ বৃদ্ধি
(খ) মানসিক সুস্থতা বজাই ৰখা

(গ) শাৰীৰিক ব্যায়াম
(ঘ) খাদ্যৰ নিয়ন্ত্রণ
উঃ (খ) মানসিক সুস্থতা বজাই ৰখা
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ কি?
(ক) প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু
সংৰক্ষণমূলক
(খ) শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক
(গ) পৰিবেশ, শিক্ষা আৰু সমাজ
(ঘ) শাৰীৰিক, খাদ্য আৰু চিকিৎসা
উঃ (ক) প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু সংৰক্ষণমূলক
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কাক সহায় কৰে?
(ক) কেৱল শিশুক
(খ) কেৱল বৃদ্ধলোকক
(গ) সকলোক
(ঘ) কেৱল শিক্ষানবিচক
উঃ (গ) সকলোক
প্ৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক দিশৰ লক্ষ্য কি?
(ক) মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰোৱাটো
(খ) শাৰীৰিক স্বাস্থ্য বৃদ্ধি কৰা
(গ) টকা-ধনৰ পৰিমাণ বঢ়োৱা
(ঘ) কেৱল শিক্ষাৰ উন্নতি সাধন
উঃ (ক) মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰোৱাটো
প্রঃ এজন ব্যক্তিৰ মানসিক স্বাস্থ্য কিহৰ ওপৰত নিৰ্ভৰ কৰে?
(ক) কেৱল পৰিয়ালৰ ওপৰত
(খ) কেৱল সমাজৰ ওপৰত
(গ) সামাজিক পৰিৱেশৰ লগত সমায়োজনৰ
ওপৰত
(ঘ) কেৱল ধনৰ ওপৰত
উঃ (গ) সামাজিক পৰিৱেশৰ লগত

সমায়োজনৰ ওপৰত
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য কি?
(ক) শাৰীৰিক স্বাস্থ্যৰ বিকাশ সাধন
(খ) মানসিক বিকাশ আৰু সমায়োজনৰ সহায়
কৰা
(গ) কেবল আধ্যাত্মিক জ্ঞান দান
(ঘ) কেৱল চিকিৎসা প্রদান
উঃ (খ) মানসিক বিকাশ আৰু সমায়োজনৰ সহায় কৰা
কি? প্ৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিকাৰমূলক কার্য
(ক) শাৰীৰিক ক্রীড়া বৃদ্ধি কৰা
(খ) মানসিক বিকাৰসমূহৰ চিকিৎসা কৰা
(গ) খাদ্য নিয়ন্ত্ৰণ কৰা
(ঘ) কেৱল ঔষধ খোৱাই দিয়া
উঃ (খ) মানসিক বিকাৰসমূহৰ চিকিৎসা কৰা
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কিদৰে ব্যক্তিত্ব বিকাশত সহায় কৰে?
কৰে (ক) শক্তিশালী ব্যক্তিত্ব গঢ়ি তোলাত সহায়
(খ) কেৱল বয়স বৃদ্ধি কৰে
(গ) কেৱল বাহ্যিক ৰূপ সুশৃংখল কৰে
(ঘ) কেৱল ধন-সম্পত্তি বৃদ্ধি কৰে
কৰে উঃ (ক) শক্তিশালী ব্যক্তিত্ব গঢ়ি তোলাত সহায়
প্রঃ মানসিক ৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ কোন দিশৰ অন্তৰ্গত?
(ক) প্ৰতিকাৰমূলক
(খ) প্ৰতিৰোধমূলক
(গ) সংৰক্ষণমূলক
(ঘ) কেৱল পৰামৰ্শমূলক
উঃ (ক) প্ৰতিকাৰমূলক
প্রঃ মানসিকভাবে সুস্থ এজন ব্যক্তিৰ এটা গুৰুত্বপূর্ণ গুণ কি?

(ক) সুস্থ সামাজিক সমাযোজন
(খ) অশৃংখল জীবন
(গ) কেৱল ধনী হোৱাটো
(ঘ) কেৱল পঢ়াশুনা কৰা
উঃ (ক) সুস্থ সামাজিক সমাযোজন
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ কেনেকৈ বৃদ্ধি পাইছে?
(ক) কেৱল চিকিৎসাত সীমিত হৈ আছে
(খ) কেৱল ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত সীমাবদ্ধ
(গ) ব্যক্তিগত, সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰলৈ বিস্তাৰ লাভ কৰিছে
(ঘ) কেৱল মানসিক ৰোগ নিৰ্ণয়ত সহায় কৰে
উঃ (গ) ব্যক্তিগত, সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰলৈ বিস্তাৰ লাভ কৰিছে
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্রধান উদ্দেশ্য কি?
(ক) টকা-ধন উপার্জন কৰা
(খ) মানসিক বিকাশ নিশ্চিত কৰা
(গ) কেৱল মানসিক ৰোগৰ চিকিৎসা কৰা
(ঘ) মানুহক একাকীত্বত ৰাখি দিব
উঃ (খ) মানসিক বিকাশ নিশ্চিত কৰা প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ গুৰুত্ব কি?
(ক) সুখী আৰু শান্তিপূর্ণ জীবন-যাপন
(খ) কেৱল শৰীৰটো সুস্থ ৰাখে
(গ) কেৱল মানসিক ৰোগবোৰ চিনাক্ত কৰে
(ঘ) কেবল পঢ়াশুনাৰ ক্ষেত্ৰত সহায় কৰে
উঃ (ক) সুখী আৰু শান্তিপূর্ণ জীৱন-যাপন
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান কিয় প্রয়োজনীয়?
(ক) সমাজৰ মানুহক ভয় দেখাবলৈ
(খ) মানসিক বিকাশ আৰু সুস্থ জীৱন-যাপন শিকিবলৈ
(গ) কেৱল বিদ্যালয়ৰ কাম সহজ কৰিবলৈ
(ঘ) মানসিক ৰোগৰ সংখ্যা বৃদ্ধি কৰিবলৈ
উঃ (খ) মানসিক বিকাশ আৰু সুস্থ জীৱন-যাপন শিকিবলৈ
প্রঃ বিদ্যালয়ে শিশুৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কি ভূমিকা লয়?
(ক) কেৱল পাঠ্যপুথি পঢ়াই
(খ) কেৱল শাস্তি প্রদান কৰে
(গ) সুস্থ মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ প্রদান কৰে
(ঘ) কেৱল খেলাধুলাত মনোযোগ দিয়ে
উঃ (গ) সুস্থ মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ প্রদান কৰে
প্ৰঃ মানসিক স্বাস্থ্যৰ ওপৰত অনুশাসন কিদৰে প্রভাৱ পেলায়?
(ক) শিশুৰ ব্যক্তিত্ব উন্নয়ন কৰে
(খ) কেৱল ভয় সৃষ্টি কৰে
(গ) শিশুৰ বিকাশ বন্ধ কৰে
(ঘ) শিশুকে আতৰাই ৰাখে
উঃ (ক) শিশুৰ ব্যক্তিত্ব উন্নয়ন কৰে
প্রঃ শিক্ষকসকলৰ মৰমিয়াল আচৰণে শিশুৰ ওপৰত কি প্ৰভাৱ পেলায়?
(ক) শিশুসকল মানসিকভাবে সুস্থ হয়
(খ) শিশুসকলে ভয় কৰে
(গ) শিশুসকলে বিদ্যায় আগ্রহ হেৰুৱায়
(ঘ) শিশুসকলে বিদ্যালয়লৈ যাব বিচাৰে নে
উঃ (ক) শিশুসকল মানসিকভাবে সুস্থ হয়
প্রঃ মানসিকভাবে সুস্থ ব্যক্তিৰ এক গুৰুত্বপূৰ্ণ গুণ কি?
(ক) সমাজৰ লগত সুস্থ সমায়োজন
(খ) সকলোৰে লগত বিবাদ কৰা
(গ) একাকীত্ব পছন্দ কৰা
(ঘ) কেৱল ধন উপাৰ্জন কৰা
উঃ (ক) সমাজৰ লগত সুস্থ সমায়োজন

প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিকাৰমূলক দিশ কি?
(ক) মানসিক বিকাশ আৰু সমায়োজনৰ সহায় কৰা
(খ) কেৱল ঔষধ প্রদান কৰা
(গ) কেৱল ভ্ৰমণৰ সুযোগ দিয়া
(ঘ) কেৱল শাৰীৰিক ব্যায়াম কৰোৱোৱা
উঃ (ক) মানসিক বিকাশ আৰু সমায়োজনৰ
সহায় কৰা
প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ উপায় কি?
(ক) মানসিক চাপ বৃদ্ধি কৰা
(খ) সমাজৰ পৰা পৃথক হৈ থকা
(গ) মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ সৃষ্টি
কৰা
(ঘ) কেৱল ব্যস্ত থাকি সময় কটোৱা
উঃ (গ) মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ সৃষ্টি
কৰা
প্রঃ মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজত
কিদৰে সম্পর্ক আছে?
(ক) এটাই আনটোৰ ওপৰত প্ৰভাৱ পেলায়
(খ) একো সম্পর্ক নাই
(গ) কেৱল শাৰীৰিক স্বাস্থ্যৰ প্ৰভাৱ মানসিক
স্বাস্থ্যৰ ওপৰত থাকে
(ঘ) কেবল মানসিক স্বাস্থ্যৰ প্ৰভাৱ শাৰীৰিক
স্বাস্থ্যৰ ওপৰত থাকে
উঃ (ক) এটাই আনটোৰ ওপৰত প্ৰভাৱ পেলায়
প্রঃ সুস্থ মানসিক স্বাস্থ্য কোনটো দিশৰ ওপৰত নিৰ্ভৰ কৰে?
(ক) কেৱল শাৰীৰিক স্বাস্থ্য
(খ) কেৱল পৰিয়ালৰ সমৰ্থন
(গ) ব্যক্তিগত, সামাজিক আৰু আৱেগিক
সুস্থতা
(ঘ) কেৱল অর্থনৈতিক স্থিতি
উঃ (গ) ব্যক্তিগত, সামাজিক আৰু আৱেগিক
সুস্থতা
প্রঃ মানসিকভাবে সুস্থ ব্যক্তি কোনজন?
(ক) যিজনে কেৱল নিজৰ বিষয়ে ভাবে

(খ) যিজনে সমাজৰ লগত সুস্থ সমায়োজন কৰিব পাৰে
(গ) যিজনে অশান্তি সৃষ্টি কৰে
(ঘ) যিজনে কেৱল ধন-সম্পত্তি সঞ্চয় কৰে
উঃ (খ) যিজনে সমাজৰ লগত সুস্থ সমায়োজন কৰিব পাৰে
কি? প্ৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কার্য
(ক) মানসিক ৰোগ হোৱা পিছতে চিকিৎসা কৰা
(খ) মানসিক স্বাস্থ্য সংকট আহিব দিয়া আগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা
(গ) কেৱল মানসিক ৰোগীৰ পৰামৰ্শ দিয়া
(ঘ) কেরল ঔষধ প্রদান কৰা
উঃ (খ) মানসিক স্বাস্থ্য সংকট আহিব দিয়া আগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা
কি? প্ৰঃ শিশুৰ মানসিক বিকাশত বিদ্যালয়ৰ গুৰুত্ব
(ক) কেরল শিক্ষাদান কৰে
(খ) কেবল শাস্তি প্রদান কৰে
(গ) মানসিক সুস্থতা আৰু সামাজিক আচৰণ শিকিবলৈ সহায় কৰে
(ঘ) কেৱল শাৰীৰিক ক্রিয়াকলাপৰ ওপৰত গুৰুত্ব দিয়ে
উঃ (গ) মানসিক সুস্থতা আৰু সামাজিক আচৰণ শিকিবলৈ সহায় কৰে
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক দিশৰ উদ্দেশ্য কি?
(ক) কেৱল মানসিক ৰোগৰ চিকিৎসা কৰা
(খ) মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰোৱাই সুস্থতা অটুট ৰাখা
(গ) কেৱল ব্যক্তিগত সমস্যা সমাধান কৰা
(ঘ) কেৱল পৰিয়ালৰ সমৰ্থন বৃদ্ধি কৰা
উঃ (খ) মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰোৱাই সুস্থতা অটুট ৰাখা

প্রঃ এজন মানসিকভাবে সুস্থ ব্যক্তিৰ চৰিত্ৰগত বৈশিষ্ট্য কি?
(ক) আত্মবিশ্বাসী আৰু স্থিৰ মগজু
(খ) সদায় আতংকিত
(গ) সদায় কাকো বিশ্বাস নকৰে
(ঘ) সমাজৰ পৰা একাকী হৈ থাকে
উঃ (ক) আত্মবিশ্বাসী আৰু স্থিৰ মগজু
প্রঃ মানসিক চাপ কমাবলৈ কি কৰা উচিত?
(ক) নিয়মিত ব্যায়াম কৰা
(খ) কেৱল চিন্তা বৃদ্ধি কৰা
(গ) কাকো নকথা বুলি থকাৰ চেষ্টা কৰা
(ঘ) কেৱল খাদ্য নিয়ন্ত্ৰণ কৰা
উঃ (ক) নিয়মিত ব্যায়াম কৰা
প্রঃ মানসিকভাৱে সুস্থ মানুহৰ এটা গুৰুত্বপূৰ্ণ আচৰণ কি?
(ক) উত্তেজিত হৈ সিদ্ধান্ত লয়
(খ) সমস্যাৰ সমাধান বিচাৰি শান্ত মনে চিন্তা
কৰে
(গ) সকলো বিষয়ত অসন্তুষ্ট থাকে
(ঘ) কেৱল নিজৰ স্বাৰ্থৰ চিন্তা কৰে
উঃ (খ) সমস্যাৰ সমাধান বিচাৰি শান্ত মনে চিন্তা
কৰে
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কিদৰে ব্যক্তিত্ব গঠনত সহায় কৰে?
(ক) শক্তিশালী আৰু সুস্থ ব্যক্তিত্ব গঠন কৰে
(খ) কেৱল বাহ্যিক ৰূপ সলনি কৰে
(গ) কেৱল উচ্চ শিক্ষা লাভত সহায় কৰে
(ঘ) কেৱল ধন-সম্পত্তি বৃদ্ধি কৰে
উঃ (ক) শক্তিশালী আৰু সুস্থ ব্যক্তিত্ব গঠন কৰে
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ অভাৱত কি সমস্যাৰ সৃষ্টি হয়?
(ক) সমাজত সুস্থ পৰিৱেশ থাকে
(খ) মানসিক সমস্যা বৃদ্ধি পায়
(গ) মানুহৰ চিন্তা-চৰ্চা বাঢ়ে

(ঘ) কেৱল শাৰীৰিক অসুখ বৃদ্ধি পায়
উঃ (খ) মানসিক সমস্যা বৃদ্ধি পায়
প্ৰঃপৰিয়ালৰ সমৰ্থনে মানসিক স্বাস্থ্যৰ ওপৰত কিদৰে প্রভাৱ পেলায়?
(ক) মানসিক স্থিৰতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে
(খ) কেৱল শাৰীৰিক শক্তি বৃদ্ধি কৰে
(গ) কেৱল টকা-ধন বৃদ্ধি কৰে
(ঘ) কেৱল কাম কৰিবলৈ উৎসাহ যোগায়
উঃ (ক) মানসিক স্থিৰতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য কি?
(ক) মানুহক সুখী আৰু মানসিকভাৱে সুস্থ কৰা
(খ) কেৱল মানসিক ৰোগৰ পৰিচয় দিয়া
(গ) কেৱল শাৰীৰিক স্বাস্থ্যৰ বিকাশ কৰা
(ঘ) কেৱল উচ্চ শিক্ষা লাভৰ সহায় কৰা
উঃ (ক) মানুহক সুখী আৰু মানসিকভাৱে সুস্থ কৰা
প্রঃ মানসিকভাবে সুস্থ ব্যক্তিৰ আচাৰ-আচৰণ কিদৰে হয়?
(ক) সহানুভূতিশীল আৰু ইতিবাচক
(খ) সদায় আনৰ ওপৰত দোষ আৰোপ কৰে
(গ) সকলোৱে ভয় কৰে
(ঘ) কেৱল নিজৰ লাভ বিচাৰে
উঃ (ক) সহানুভূতিশীল আৰু ইতিবাচক
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কোন ক্ষেত্রত সহায় কৰে?
(ক) কেৱল ৰোগ নিৰ্ণয়ত
(খ) কেবল শাৰীৰিক বিকাশত
(গ) মানসিক সুস্থতা, ব্যক্তিত্ব বিকাশ আৰু
সামাজিক সমায়োজনত
(ঘ) কেৱল ঔষধ প্রস্তুত কৰাত
উঃ (গ) মানসিক সুস্থতা, ব্যক্তিত্ব বিকাশ আৰু সামাজিক সমায়োজনত

প্রঃ মানসিকভাৱে সুস্থ ব্যক্তিৰ জীৱনশৈলী কিদৰে হয়?
(ক) শৃংখলাবদ্ধ আৰু সুস্থিৰ
(খ) সদায় অস্থিৰ আৰু বিপর্যস্ত
(গ) আনৰ ওপৰত নিৰ্ভৰশীল
(ঘ) কেৱল নিজৰ বিষয়ে ভাবে
উঃ (ক) শৃংখলাবদ্ধ আৰু সুস্থিৰ
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কেনেকৈ দুখ-উদ্বিগ্নতা হ্রাস কৰে?
(ক) ইতিবাচক চিন্তা আৰু সুস্থ অভ্যাসৰ বিকাশ ঘটাই
(খ) কেৱল অধিক শুই থাকিবলৈ উপদেশ দি
(গ) কেৱল সমস্যা বৃদ্ধি কৰে
(ঘ) কেৱল খাদ্য নিয়ন্ত্ৰণ কৰে
উঃ (ক) ইতিবাচক চিন্তা আৰু সুস্থ অভ্যাসৰ বিকাশ ঘটাই
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কাক সহায় কৰে?
(ক) কেৱল শিশু আৰু বৃদ্ধলোকক
(খ) সকলো বয়সৰ লোকক
(গ) কেৱল শিক্ষানবিচক
(ঘ) কেবল মানসিক ৰোগীৰ চিকিৎসকক
উঃ (খ) সকলো বয়সৰ লোকক
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য কি?
উঃ মানসিক সুস্থতা বজাই ৰখা।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কেনেকৈ ব্যক্তিত্ব গঠনত সহায় কৰে?
উঃ শক্তিশালী আৰু সুস্থ ব্যক্তিত্ব গঢ়ি তুলিবলৈ সহায় কৰে।
প্রঃ সুস্থ মানসিক স্বাস্থ্য কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ ব্যক্তিগত, সামাজিক আৰু আৱেগিক সুস্থতাৰ ওপৰত।

কি? প্রঃ শিশুৰ মানসিক বিকাশত বিদ্যালয়ৰ ভূমিকা
উঃ সুস্থ মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ প্রদান কৰে।
প্রঃ শিক্ষকসকলৰ মৰমিয়াল আচৰণে শিশুৰ ওপৰত কি প্ৰভাৱ পেলায়?
উঃ শিশুসকলে মানসিকভাবে সুস্থ হয়।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান দিশ কেতিয়া গুৰুত্ব লাভ কৰে?
উঃ মানুহৰ জীৱনমান উন্নত হোৱাত।
প্রঃ সুস্থ মানসিক স্বাস্থ্য কেনেকৈ উদ্বিগ্নতা হ্রাস কৰে?
উঃ ইতিবাচক চিন্তা আৰু সুস্থ অভ্যাসৰ বিকাশ ঘটাই।
প্রঃ সামাজিক সমায়োজনৰ অভাৱ কেনেকুৱা সমস্যা সৃষ্টি কৰে?
কৰে। উঃ মানসিক অস্থিৰতা আৰু একাকীত্ব বৃদ্ধি
প্রঃ মানসিকভাবে সুস্থ ব্যক্তিৰ এটা গুণ কি?
উঃ আত্মবিশ্বাসী আৰু স্থিৰ মগজু।
প্রঃ শিক্ষাৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পর্ক কি?
উঃ মানসিক বিকাশ আৰু সুস্থ আচাৰ-আচৰণ গঠনত সহায় কৰে।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিকাৰমূলক দিশৰ উদ্দেশ্য কি?
কৰা। উঃ মানসিক বিকাশ আৰু সমায়োজনৰ সহায়
প্রঃ সুস্থ মানসিক স্বাস্থ্য কিদৰে জীৱন মান উন্নত কৰে?
উঃ ব্যক্তি সুখী আৰু শান্তিপূর্ণ জীৱন-যাপন কৰে।
প্রঃ সুস্থ মানসিক স্বাস্থ্য কিয় প্রয়োজনীয়?
উঃ মানুহৰ মানসিক স্থিৰতা বজাই ৰখাৰ বাবে।

প্রঃ পৰিয়ালৰ সমর্থনে মানসিক স্বাস্থ্যত কেনেকৈ সহায় কৰে?
উঃ মানসিক স্থিৰতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কোন দিশত সহায় কৰে?
উঃ মানসিক সুস্থতা, ব্যক্তিত্ব বিকাশ আৰু সামাজিক সমায়োজনত।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কাক সহায় কৰে?
উঃ সকলো বয়সৰ লোকক।
প্রঃ মানসিকভাবে সুস্থ ব্যক্তিৰ আচাৰ-আচৰণ কিদৰে হয়?
উঃ সহানুভূতিশীল আৰু ইতিবাচক।
প্রঃ শিক্ষা কেনেকৈ মানসিক স্বাস্থ্য উন্নত কৰে?
উঃ ইতিবাচক অভ্যাস আৰু আত্মবিশ্বাস গঢ়ি তোলে।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক দিশৰ উদ্দেশ্য কি?
উঃ মানসিক স্বাস্থ্য সংকট আহিব দিয়া আগতে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা।
প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ ফলত কি হয়?
উঃ ব্যক্তি চিন্তাশীল আৰু স্থিৰ মনৰ হয়।
প্ৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক দিশৰ লক্ষ্য কি?
কৰা। উঃ সুস্থ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ সহায়
প্রঃ শিক্ষকৰ আচৰণে শিক্ষাৰ্থীৰ মানসিক বিকাশত কেনেকৈ সহায় কৰে?
কৰে। উঃ আদর্শ আচৰণে শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি
প্রঃ মানসিক চাপ কেনেকৈ হ্রাস কৰিব পাৰে?
উঃ ব্যায়াম আৰু ইতিবাচক চিন্তাৰ জৰিয়তে।
প্রঃ একাকীত্ব মানসিক স্বাস্থ্যৰ ওপৰত কেনেকৈ প্রভাৱ পেলায়?
উঃ উদ্বিগ্নতা আৰু মানসিক চাপ বৃদ্ধি কৰে।

প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ প্রধান সংকেত কি?
উঃ শান্ত, স্থিৰ আৰু ইতিবাচক চিন্তা।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ সহায়ত মানুহ কি লাভ কৰে?
উঃ সুস্থ, সুখী আৰু সংগঠিত জীবন।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক দিশৰ লক্ষ্য কি?
উঃ মানসিক ৰোগ সৃষ্টি হোৱাৰ আগতে প্ৰতিৰোধ কৰা।
প্রঃ শিশুৰ মানসিক স্বাস্থ্য উন্নত কৰিবলৈ বিদ্যালয়ৰ কৰ্তব্য কি?
কৰা। উঃ ইতিবাচক পৰিৱেশ আৰু অনুশাসন প্রদান
প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ বাবে দৈনন্দিন জীৱনত কি প্রয়োজন?
উঃ সুশৃংখল জীৱন আৰু সামাজিক সমায়োজন।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ অভাৱত কি সমস্যা সৃষ্টি হয়?
উঃ মানসিক অস্থিৰতা আৰু দুশ্চিন্তা বৃদ্ধি পায়।
প্রঃ সামাজিক সমায়োজন কেনেকৈ মানসিক স্বাস্থ্য উন্নত কৰে?
উঃ আত্মবিশ্বাস বৃদ্ধি আৰু মানসিক স্থিৰতা প্রদান কৰে।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান কিয় প্রয়োজনীয়?
উঃ সুস্থ মানসিক বিকাশ আৰু সুস্থ জীৱন-যাপন নিশ্চিত কৰিবলৈ।
প্রঃ সুস্থ মানসিক স্বাস্থ্যত শাৰীৰিক স্বাস্থ্যৰ প্ৰভাৱ কেনেকৈ থাকে?
উঃ সুস্থ শৰীৰে সুস্থ মন গঢ়ি তোলে।
প্রঃ সঠিক মানসিক স্বাস্থ্যৰ এটা উদাহৰণ কি?
উঃ সংকটৰ সময়ত স্থিৰ আৰু শান্ত থাকিব পৰা।
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ উপায়ৰ ভিতৰত এটা কি?

উঃ সামাজিক সমায়োজন বিকাশ কৰা।
প্রঃ শিক্ষার্থীৰ মানসিক বিকাশত বিদ্যালয় কেনেকৈ সহায় কৰে?
কৰি। উঃ অনুশাসন আৰু ইতিবাচক পৰামৰ্শ প্রদান
প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ বাবে প্রয়োজনীয় অভ্যাস কি?
ৰখা। উঃ পর্যাপ্ত বিশ্রাম আৰু মানসিক স্থিৰতা বজাই
প্রঃ সুস্থ মানসিক স্বাস্থ্য সমাজৰ ওপৰত কেনেকৈ প্রভার পেলায়?
উঃ শান্তিপূর্ণ আৰু উন্নত সমাজ গঠনৰ সহায় কৰে।
প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ লগত শাৰীৰিক স্বাস্থ্যৰ সম্পর্ক কি?
উঃ এটাই আনটোক প্ৰভাৱিত কৰে।
প্রঃ সুস্থ মানসিক স্বাস্থ্যৰ বাবে কিহৰ প্ৰয়োজন?
উঃ ইতিবাচক চিন্তা, সুস্থ জীৱনধাৰা আৰু মানসিক স্থিৰতা।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment