Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education MCQ Chapter 5 (খ) মনোযোগ আৰু আগ্রহ

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শিক্ষা (Education) বিষয়ৰ Class 12 Education MCQ Chapter 5 (খ) মনোযোগ আৰু আগ্রহ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education MCQ Chapter 5 (খ) মনোযোগ আৰু আগ্রহ

গোট-৫ (খ)

মনোযোগ আৰু আগ্রহ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ মনোযোগ হৈছে — ।
(ক) শাৰীৰিক প্ৰক্ৰিয়া
(খ) মানসিক প্রস্তুতি
(গ) ইচ্ছাশক্তিৰ অংশ
(ঘ) বুদ্ধিৰ পৰীক্ষা

উঃ (খ) মানসিক প্রস্তুতি
প্রঃ পৰীক্ষাৰ সময়ত দিয়া মনোযোগ হৈছে ………………… ।
(ক) বাহ্যিক কাৰণ
(খ) আকস্মিক কাৰণ
(গ) আভ্যন্তৰীণ কাৰণ
(ঘ) বাধ্যতামূলক কাৰণ
উঃ (গ) আভ্যন্তৰীণ কাৰণ
প্ৰঃ ডাঙৰ শব্দ এটাৰ প্ৰতি দিয়া মনোযোগ কাক বোলে?
(ক) ইচ্ছাকৃত মনোযোগ
(খ) আৰোপিত মনোযোগ
(গ) কল্পনাশক্তি
(ঘ) ম্লান মনোযোগ
উঃ (খ) আৰোপিত মনোযোগ
প্রঃ ‘আগ্রহ’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) ইংৰাজী
(খ) লেটিন
(গ) গ্রীক
(ঘ) সংস্কৃত
উঃ (খ) লেটিন
প্রঃ আগ্রহ হ’ল এক গতিশীল মনোভাৱ এই মত কোনে দিছিল?
(ক) উইলিয়াম জেমচ
(খ) ড্ৰেভাৰ
(গ) ফ্রয়েড
(ঘ) স্কিনাৰ
উঃ (খ) ড্ৰেভাৰ
প্ৰঃ উদ্দীপকৰ আকৰ্ষণৰ বাবে হোৱা মনোযোগ কাক বোলে?
(ক) বাধ্যতামূলক মনোযোগ
(খ) ইচ্ছাকৃত মনোযোগ
(গ) ইচ্ছা-বিৰোধী মনোযোগ
(ঘ) অৱচেতন মনোযোগ
উঃ (গ) ইচ্ছা-বিৰোধী মনোযোগ
প্ৰঃ বিপৰীত লিংগৰ প্ৰতি থকা আগ্রহ কাক বোলে?
(ক) বাহ্যিক আগ্রহ

(খ) সুপ্ত আগ্রহ
(গ) জীবনমুখী আগ্রহ
(ঘ) সাময়িক আগ্রহ
উঃ (খ) সুপ্ত আগ্রহ
প্ৰঃ শিশুৰ মাকৰ প্ৰতি থকা আগ্রহ হৈছে — ।
(ক) সচেতন আগ্রহ
(খ) সুপ্ত আগ্রহ
(গ) জৈৱিক আগ্রহ
(ঘ) আর্জিত আগ্রহ
উঃ (খ) সুপ্ত আগ্রহ
প্রঃ দৈনিক বাতৰি কাকতৰ প্ৰতি আগ্ৰহ হৈছে …………………।

(ক) স্থায়ী আগ্রহ
(খ) গভীৰ আগ্রহ
(গ) ক্ষণস্থায়ী আগ্রহ
(ঘ) গৱেষণামূলক আগ্রহ
উঃ (গ) ক্ষণস্থায়ী আগ্রহ
প্ৰঃ উদ্দীপকৰ তীব্রতা কোনটো মনোযোগৰ কাৰণ?
(ক) বাহ্যিক
(খ) আভ্যন্তৰীণ
(গ) জৈৱিক
(ঘ) সাংস্কৃতিক
উঃ (ক) বাহ্যিক
প্রঃ মনোযোগ কিহৰ এক আনুভূতিক প্রক্রিয়া?
(ক) আচৰণ
(খ) জ্ঞানমূলক দিশ
(গ) আবেগ
(ঘ) অভ্যাস
উঃ (খ) জ্ঞানমূলক দিশ
প্রঃ নতুনত্ব হৈছে মনোযোগৰ — ।
(ক) বাহ্যিক কাৰণ
(খ) আভ্যন্তৰীণ কাৰণ
(গ) মনস্তাত্ত্বিক কাৰণ
(ঘ) সংবেদনশীল কাৰণ
উঃ (ক) বাহ্যিক কাৰণ
প্রঃ পুৰস্কাৰ কোনটো মনোযোগৰ কাৰণ?
(ক) বাহ্যিক
(খ) আভ্যন্তৰীণ

(গ) কার্যনিষ্ঠ
(ঘ) বাধ্যতামূলক
উঃ (খ) আভ্যন্তৰীণ
প্রঃ তীব্রতা, দীঘলীয়া স্থায়িত্ব, গতিশীলতা ইত্যাদি — ।
(ক) মনোযোগৰ বাহ্যিক কাৰণ
(খ) আভ্যন্তৰীণ কাৰণ
(গ) বংশগত কাৰণ
(ঘ) মানসিক বিকাশ
উঃ (ক) মনোযোগৰ বাহ্যিক কাৰণ
প্রঃ “আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অৱস্থা” — কোনে কৈছিল?
(ক) স্কিনাৰ
(খ) মেকডুগল
(গ) এবিংহাউছ
(ঘ) পিয়াজে
উঃ (খ) মেকডুগল
প্রঃ কোন মনোযোগত উদ্দীপকৰ প্ৰভাৱ নাথাকে?
(ক) ইচ্ছাকৃত
(খ) ঐচ্ছিক
(গ) আৰোপিত
(ঘ) সমষ্টিগত
উঃ (খ) ঐচ্ছিক
প্রঃ মনোযোগ কাক বোলে?
(ক) বিষয় স্পষ্ট কৰি তুলাৰ প্ৰক্ৰিয়া
(খ) বাধ্যতামূলক আচৰণ
(গ) আবেগী মনোভাব
(ঘ) সংবেদনশীল বিকাশ
উঃ (ক) বিষয় স্পষ্ট কৰি তুলাৰ প্ৰক্ৰিয়া
প্ৰঃ স্বতঃস্ফূর্ত মনোযোগৰ উদাহৰণ কি?
(ক) কিতাপ পঢ়া
(খ) ডাঙৰ শব্দ শুনা
(গ) ছবি আঁকা
(ঘ) গান গোৱা
উঃ (খ) ডাঙৰ শব্দ শুনা
প্ৰঃ আগ্ৰহৰ এটা বৈশিষ্ট্য কি?
(ক) সদায় জন্মগত হয়

(খ) সৰল আৰু স্থায়ী
(গ) ব্যক্তিগতভাবে পৃথক পৃথক হয়
(ঘ) বাধ্যতামূলক
উঃ (গ) ব্যক্তিগতভাবে পৃথক পৃথক হয়
প্ৰঃ মনোযোগৰ পৰিসৰ সাধাৰণতে কিমান?
(ক) ৩-৪ বস্তু
(খ) ৫-৬ বস্তু
(গ) ৭-৮ বস্তু
(ঘ) ১০-১২ বস্তু
উঃ (খ) ৫-৬ বস্তু
প্রঃ মনোযোগৰ আভ্যন্তৰীণ কাৰণ কোনটো?
(ক) উদ্দীপনৰ আকৃতি
(খ) ব্যক্তিগত আগ্রহ
(গ) উজ্জ্বলতা
(ঘ) শব্দৰ গভীৰতা
উঃ (খ) ব্যক্তিগত আগ্রহ
প্রঃ মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্ক কিদৰে বৰ্ণনা কৰিব পাৰি?
(ক) সম্পূর্ণ পৃথক
(খ) নিৰ্ভৰশীল
(গ) বিপৰীত
(ঘ) আংশিক নিৰ্ভৰশীল
উঃ (খ) নিৰ্ভৰশীল
প্রঃ মনোযোগৰ বাহ্যিক কাৰক কোনটো?
(ক) অনুভূতি
(খ) শব্দ
(গ) বংশগত গুণ
(ঘ) মনস্তাত্ত্বিক অৱস্থা
উঃ (খ) শব্দ
প্রঃ আগ্রহ আৰু মনোযোগৰ বিশেষ সম্পৰ্কৰ বাবে কোনটো উপযুক্ত প্রবাদ?
(ক) “এটা মুদ্রাৰে দুটা পিঠি”
(খ) “অর্থহীন সংযোগ”
(গ) “অসংলগ্ন বস্তু”
(ঘ) “বৈপৰীত্যৰ নির্দেশ”
উঃ (ক) “এটা মুদ্রাৰে দুটা পিঠি”

প্রঃ মনোযোগ কি?
(ক) মনৰ নিৰ্বাচনী প্রক্রিয়া
(খ) একান্ত ধ্যান
(গ) মনৰ স্থিৰতা
(ঘ) মগজুৰ কাৰ্য
উঃ (ক) মনৰ নিৰ্বাচনী প্রক্রিয়া
প্রঃ মনোযোগৰ এটা সময়ত কিমান বস্তুৰ ওপৰত কেন্দ্ৰীভূত কৰিব পাৰি?
(ক) একাধিক
(খ) মাত্র এটা
(গ) দুইটা
(ঘ) তিনি-চাৰিটা
উঃ (খ) মাত্র এটা
প্রঃ নতুন বস্তুয়ে মনোযোগক কিয় আকর্ষণ কৰে?
(ক) কৌতুহল উদ্রেক কৰাৰ বাবে
(খ) মনত ভয় সৃষ্টি কৰাৰ বাবে
(গ) দৃশ্যত বিচলিত কৰাৰ বাবে
(ঘ) ই বিশেষ গুৰুত্বপূৰ্ণ নহয়
উঃ (ক) কৌতুহল উদ্রেক কৰাৰ বাবে
প্রঃ আগ্রহ আৰু মনোযোগৰ মাজত কি সম্পর্ক আছে?
(ক) মনোযোগ আগ্রহ সৃষ্টি কৰে
(খ) আগ্রহ মনোযোগ সৃষ্টি কৰে
(গ) দুয়ো সম্পর্কহীন
(ঘ) মনোযোগ আগ্রহ নষ্ট কৰে
উঃ (খ) আগ্রহ মনোযোগ সৃষ্টি কৰে
প্ৰঃ মনোযোগৰ গুণসমূহৰ অন্যতম কি?
(ক) স্থিৰতা
(খ) গতিশীলতা
(গ) অস্থিৰতা
(ঘ) মনৰ বিভাজন
উঃ (খ) গতিশীলতা
প্রঃ শিক্ষাৰ ক্ষেত্রত মনোযোগ কিয় প্রয়োজনীয়?
(ক) শিক্ষক সুখী হোৱাৰ বাবে
(খ) পাঠ সহজে বুজিবলৈ
(গ) সময় নষ্ট কৰাৰ বাবে

(ঘ) ছাত্ৰ-ছাত্ৰীৰ প্রিয় হোৱাৰ বাবে
উঃ (খ) পাঠ সহজে বুজিবলৈ
প্রঃ মনোযোগ আৰু আগ্রহৰ গুৰুত্ব কেনেকৈ শিক্ষার্থীৰ শিক্ষাগ্রহণত সহায় কৰে?
(ক) শিক্ষার্থী সক্রিয় হৈ পৰে
(খ) শিক্ষা ব্যাহত হয়
(গ) মনোযোগ কমে
(ঘ) শিক্ষার্থী অলস হয়
উঃ (ক) শিক্ষার্থী সক্ৰিয় হৈ পৰে
প্ৰঃ আগ্ৰহৰ কিমান প্ৰকাৰ আছে?
(ক) তিনি
(খ) চাৰি
(গ) পাঁচ
(ঘ) ছয়
উঃ (খ) চাৰি
প্রঃ সুপ্ত বা প্রকৃত আগ্রহ কি?
(ক) শৈশৱৰ পৰা অহা আগ্রহ
(খ) জীবনক্রমে সৃষ্টি হোৱা আগ্রহ
(গ) নতুন আগ্রহ
(ঘ) শিকিব পৰা আগ্রহ
উঃ (ক) শৈশৱৰ পৰা অহা আগ্রহ
প্রঃ আর্জিত আগ্রহ কি?
(ক) অভ্যাসগত আগ্রহ
(খ) পৰিৱেশৰ দ্বাৰা আহৰণ কৰা আগ্রহ
(গ) জন্মগত আগ্রহ
(ঘ) শৈশৱৰ আগ্রহ
উঃ (খ) পৰিৱেশৰ দ্বাৰা আহৰণ কৰা আগ্রহ প্রঃ অস্থায়ী আগ্রহ কেনেকুৱা?
(ক) জীৱনভৰ চলি থাকে
(খ) সাময়িকভাবে থাকে
(গ) গঢ়ি উঠিব পাৰে
(ঘ) কোনো ধৰণৰ আগ্রহ নহয়
উঃ (খ) সাময়িকভাবে থাকে
প্রঃ শিক্ষকৰ ব্যক্তিত্ব শিক্ষার্থীৰ মনোযোগ বৃদ্ধি কৰাৰ কাৰণ কিয়?
(ক) শিক্ষকৰ প্ৰভাৱশালী স্বভাব

(খ) শিক্ষকৰ কড়া শাস্তি
(গ) শিক্ষকৰ সুকীয়া পোষাক
(ঘ) শিক্ষকৰ উচ্চ স্বৰ
উঃ (ক) শিক্ষকৰ প্ৰভাৱশালী স্বভাব
প্রঃ মনোযোগৰ মূল ব্যক্তিগত কাৰক কি?
(ক) আগ্রহ
(খ) ভীতি
(গ) বিৰক্তি
(ঘ) অলসতা
উঃ (ক) আগ্রহ
প্রঃ মনোযোগৰ বাহ্যিক কাৰকসমূহৰ অন্যতম
কি?
(ক) আকাৰ
(খ) সময়
(গ) স্থান
(ঘ) মনৰ স্থিতি
উঃ (ক) আকাৰ
প্রঃ মনোযোগ অনুসন্ধানমূলক কার্য কিয়?
(ক) একেটা বস্তুৰ ওপৰত মনোনিবেশ কৰে
(খ) নতুন তথ্য উন্মোচন কৰে
(গ) চিন্তা শক্তি হ্রাস কৰে
(ঘ) শিক্ষা নষ্ট কৰে
উঃ (খ) নতুন তথ্য উন্মোচন কৰে
প্রঃ আগ্রহ কাক কোৱা হয়?
(ক) মনোযোগ নিবদ্ধ কৰাৰ শক্তি
(খ) কোনো বস্তুৰ প্ৰতি গুৰুত্ব দিয়া মানসিক
অৱস্থা
(গ) এক বৈজ্ঞানিক ধাৰণা
(ঘ) এক শাৰীৰিক প্রক্রিয়া
উঃ (খ) কোনো বস্তুৰ প্ৰতি গুৰুত্ব দিয়া মানসিক
অৱস্থা
প্রঃ বিশ্লেষণাত্মক মনোযোগৰ উদাহৰণ কি?
(ক) ৰাস্তাত থকা বিভিন্ন গাড়ীৰ সংখ্যা গণনা
কৰা
দেখা (খ) কোনো বিষয় সম্পূর্ণ ৰূপে একক হিচাপে
(গ) কিতাপৰ মুখপৃষ্ঠৰ ডিজাইন লক্ষ্য কৰা
(ঘ) তীব্র শব্দত চকু মেলি থকা

কৰা উঃ (ক) ৰাস্তাত থকা বিভিন্ন গাড়ীৰ সংখ্যা গণনা
প্রঃ মনোযোগৰ ভিতৰতে কোনটো কাৰণ অন্তর্ভুক্ত?
(ক) মনোভাব
(খ) ভাষা
(গ) সৌন্দর্য
(ঘ) উচ্চতা
উঃ (ক) মনোভাব
প্রঃ মনোযোগ কেতিয়া কমি যায়?
(ক) আগ্রহ কমি গলেহে
(খ) বুজি পোৱাহে
(গ) পাঠ সহজ হ’লে
(ঘ) অধিক উৎসাহ থাকিলে
উঃ (ক) আগ্রহ কমি গলেহে
প্রঃ শিক্ষকৰ পাঠদান পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি কৰাত কিদৰে সহায় কৰে?
(ক) ৰসাল আৰু আকর্ষণীয় হ’লে
(খ) গম্ভীৰ আৰু কঠোৰ হ’লে
(গ) মনৰ ওপৰত চাপ সৃষ্টি কৰিলে
(ঘ) শাস্তিৰ ভয় থাকিলে
উঃ (ক) ৰসাল আৰু আকর্ষণীয় হ’লে
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ মনোযোগ কি?
উঃ মনোযোগ হৈছে কোনো বিষয় স্পষ্ট কৰি তুলাৰ মানসিক প্রক্রিয়া।
প্রঃ মনোযোগ কেনেধৰণৰ প্ৰস্তুতি?
উঃ মনোযোগ মানসিক প্রস্তুতি।
প্রঃ পৰীক্ষাৰ সময়ত দিয়া মনোযোগ কিহৰ কাৰণ?
উঃ আভ্যন্তৰীণ কাৰণ।
প্ৰঃ ডাঙৰ শব্দ এটাৰ প্ৰতি দিয়া মনোযোগক কি বোলে?
উঃ আৰোপিত মনোযোগ।
প্রঃ ‘আগ্রহ’ শব্দটো কোন ভাষাৰ পৰা আহিছে?

উঃ লেটিন ভাষাৰ পৰা।
প্রঃ আগ্রহ কাক বোলে?
উঃ যেতিয়া কোনো বিষয় বা বস্তুৰ লগত মানসিক সম্পর্ক স্থাপন হয় তাক আগ্রহ বোলে।
প্রঃ আগ্রহ হ’ল এক গতিশীল মনোভাৱ — এই মত কোনে দিছিল?
উঃ ড্রেভাবে।
প্ৰঃ উদ্দীপকৰ আকৰ্ষণৰ বাবে হোৱা মনোযোগ কাক বোলে?
উঃ ইচ্ছা-বিৰোধী মনোযোগ।
প্ৰঃ বিপৰীত লিংগৰ প্ৰতি থকা আগ্রহক কি বোলে?
উঃ সুপ্ত আগ্রহ।
প্ৰঃ শিশুৰ মাকৰ প্ৰতি থকা আগ্রহ কিহৰ উদাহৰণ?
উঃ সুপ্ত আগ্রহ।
প্ৰঃ বাতৰি কাকতৰ প্ৰতি আগ্ৰহ কেনেধৰণৰ আগ্রহ?
উঃ ক্ষণস্থায়ী আগ্রহ।
প্রঃ উদ্দীপকৰ তীব্রতা কেনেধৰণৰ মনোযোগৰ কাৰণ?
উঃ বাহ্যিক কাৰণ।
প্রঃ মনোযোগ কিহৰ আনুভূতিক প্রক্রিয়া?
উঃ জ্ঞানমূলক দিশৰ।
প্রঃ নতুনত্ব কেনেধৰণৰ মনোযোগৰ কাৰণ?
উঃ বাহ্যিক কাৰণ।
প্ৰঃ পুৰস্কাৰ কেনেধৰণৰ মনোযোগৰ কাৰণ?
উঃ আভ্যন্তৰীণ কাৰণ।
প্রঃ তীব্রতা, দীঘলীয়া স্থায়িত্ব, গতিশীলতা ইত্যাদি কেনেধৰণৰ মনোযোগৰ কাৰণ?
উঃ বাহ্যিক কাৰণ।
প্রঃ ‘আগ্রহ মনোযোগৰ সুপ্ত অবস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অৱস্থা’ — এই কথা কোনে কৈছিল?

উঃ মেকডুগলে।
প্রঃ কোন মনোযোগত উদ্দীপকৰ প্ৰভাৱ নাথাকে?
উঃ ঐচ্ছিক মনোযোগ।
প্ৰঃ স্বতঃস্ফূর্ত মনোযোগৰ উদাহৰণ কি?
উঃ ডাঙৰ শব্দ শুনা।
প্রঃ মনোযোগৰ পৰিসৰ সাধাৰণতে কিমান?
উঃ ৫-৬ বস্তু।
প্রঃ মনোযোগৰ আভ্যন্তৰীণ কাৰণ কি?
উঃ ব্যক্তিগত আগ্রহ।
প্রঃ মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্ক কিদৰে বৰ্ণনা কৰিব পাৰি?
উঃ আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা।
প্রঃ মনোযোগৰ বাহ্যিক কাৰক ক’টো?
উঃ শব্দ।
প্রঃ আগ্রহ সদায় জন্মগত নে?
উঃ নহয়, আগ্রহ আর্জিতো হ’ব পাৰে।
প্রঃ মনোযোগৰ অনুপস্থিতিয়ে কি বুজায়?
উঃ আগ্ৰহৰ অনুপস্থিতি।
প্রঃ মনোযোগৰ পৰা কি উপকৃত হওঁ?
উঃ শিক্ষালাভ সহজ হয়।
প্রঃ শিক্ষাৰ ক্ষেত্রত মনোযোগ কিয় প্রয়োজনীয়?
উঃ কাৰণ মনোযোগ নাথাকিলে শিকিব নোৱাৰি।
প্ৰঃ স্মৃতি আৰু মনোযোগৰ মাজত কি সম্পর্ক আছে?
উঃ মনোযোগ স্মৃতিৰ সহায়ক।
প্রঃ শিশুৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধিৰ উপায় কি?
উঃ আকর্ষণীয় শিক্ষাদান।
প্রঃ ঐচ্ছিক মনোযোগৰ প্ৰধান বৈশিষ্ট্য কি?
উঃ ইচ্ছা-শক্তিৰ প্ৰয়োগ।
প্রঃ কোনবিধ মনোযোগ সহজে পৰিবৰ্তন নহয়?
উঃ অনুমতি মনোযোগ।

প্রঃ আর্হিত আগ্রহ কি?
উঃ শিক্ষা, অভিজ্ঞতা, প্রশিক্ষণ আদিৰ দ্বাৰা আহৰণ কৰা আগ্রহ।
প্রঃ মনোযোগ কিয় মনৰ নিৰ্বাচনী কাৰ্য বুলি কোৱা হয়?
লয়। উঃ কাৰণ ই বহু বিষয়ৰ ভিতৰত কিছুমান বাছি
প্রঃ মনোযোগ কিহৰ দ্বাৰা বাঢ়িব পাৰে?
উঃ অনুশীলন আৰু আগ্রহ।
প্রঃ বিজ্ঞানত মনোযোগৰ অধ্যয়ন কোনে কৰিছিল?
উঃ উইলিয়াম জেমচে।
প্রঃ এগৰাকী মাতৃয়ে তেওঁৰ সন্তানৰ কান্দোনত সহজে মনোযোগ দিয়ে কিয়?
উঃ মাকৰ সন্তানে প্রতি জৈৱিক প্ৰৱণতাৰ বাবে।
প্রঃ নাটকলৈ মনোযোগী এজন ব্যক্তিৰ মনোযোগ কিহৰ উদাহৰণ?
উঃ অনুমতি মনোযোগ।
প্রঃ মনোযোগৰ বস্তুনিষ্ঠ কাৰণৰ উদাহৰণ দিয়া।
উঃ উজ্জ্বলতা বা শব্দ।
প্রঃ বক্তৃতা দিয়া সময়ত কোনটো মনোযোগ প্রয়োজন?
উঃ ঐচ্ছিক মনোযোগ।
প্রঃ মনোযোগৰ আকৰ্ষণ কোনটো বস্তুৰে হয়?
উঃ নতুনত্ব, উজ্জ্বলতা, আৰু শব্দ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment