আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শিক্ষা (Education) বিষয়ৰ Class 12 Education MCQ Chapter 5 (ক) স্মৃতি আৰু বিস্মৃতি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Education MCQ Chapter 5 (ক) স্মৃতি আৰু বিস্মৃতি
গোট-৫ (ক)
স্মৃতি আৰু বিস্মৃতি
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ সময়ৰ ব্যবধানৰ কাৰণে কি হয়?
(ক) স্মৃতি শক্তি বৃদ্ধি পায়
(খ) বিস্মৃতি হয়
(গ) শিকাৰ ক্ষমতা কমে
(ঘ) মনোযোগ বৃদ্ধি পায়
উঃ (খ) বিস্মৃতি হয়
প্রঃ কোনটো অতীত উদ্দীপনাৰ উপস্থিতিতহে সম্ভৱ হয়?
(ক) বিস্মৃতি
(খ) প্রত্যভিজ্ঞা
(গ) স্মৃতি
(ঘ) অনুশীলন
উঃ (গ) স্মৃতি
প্রঃ “বিস্মৃতি হল সচেতন মনক বিৰক্ত কৰাৰ একটি প্রক্রিয়া”- এই সংজ্ঞাটো কোৱাজন?
(ক) উইলিয়াম জেমচ
(খ) চিগমণ্ড ফ্রয়েড
(গ) মেকডুগাল
(ঘ) ইবিংহাউছ
উঃ (খ) চিগমণ্ড ফ্রয়েড
প্রঃবহুদিনৰ পিছত বন্ধুকে চিনাক্ত কৰা কাৰ্যটো কি?
(ক) অনুশীলন
(খ) বিস্মৃতি
(গ) প্রত্যভিজ্ঞা
(ঘ) সংৰক্ষণ
উঃ (গ) প্রত্যভিজ্ঞা
প্রঃ আন এটা কবিতা মুখস্থ মাতি পেলোৱাটো কিহৰ উদাহৰণ?
(ক) প্রত্যভিজ্ঞা
(খ) অনুসংগমূলক স্মৃতি
(গ) বিস্মৃতি
(ঘ) মনোযোগ
উঃ (খ) অনুসংগমূলক স্মৃতি
প্রঃ উইলিয়াম জেমচৰ মতে স্মৃতি শক্তি কিদৰে বঢ়াব পাৰি?
(ক) অনুশীলন
(খ) ধ্যান
(গ) বিশ্রাম
(ঘ) বিস্মৃতি
উঃ (ক) অনুশীলন
প্ৰঃ অতীত অভিজ্ঞতাৰ পুনৰাভিব্যক্তিকৰণ কি?
(ক) স্মৃতি
(খ) ধ্যান
(গ) অনুশীলন
(ঘ) বিস্মৃতি
উঃ (ক) স্মৃতি
প্রঃ অতীত অভিজ্ঞতাৰ বাছনি কৰা কাৰ্য কি?
(ক) বিস্মৃতি
(খ) প্রত্যভিজ্ঞা
(গ) স্মৃতি
(ঘ) মনোযোগ
উঃ (খ) প্রত্যভিজ্ঞা
প্রঃ স্মৃতি কার্যত বস্তু ক’ত থাকিব লাগে?
(ক) মনত
(খ) ইন্দ্রিয়গ্রাহ্য অৱস্থাত
(গ) কিতাপত
(ঘ) কণ্ঠস্থ
উঃ (খ) ইন্দ্রিয়গ্রাহ্য অৱস্থাত
প্রঃ স্মৃতিৰ তিনিটা উপাদান কি?
(ক) শিকাৰ, সংৰক্ষণ, প্রত্যভিজ্ঞা
(খ) মনোযোগ, বিস্মৃতি, অনুশীলন
(গ) চিন্তা, ধ্যান, সিদ্ধান্ত
(ঘ) মন, ইন্দ্রিয়, জ্ঞান
উঃ (ক) শিকাৰ, সংৰক্ষণ, প্রত্যভিজ্ঞা
প্রঃ স্মৃতি চাপক কি বোলা হয়?
(ক) এনগ্রাম
(খ) বিস্মৃতি
(গ) ধ্যান
(ঘ) অনুশীলন
উঃ (ক) এনগ্রাম
প্ৰঃ নতুন শিকাৰ পুৰণি শিকাৰ প্ৰতি বাধা সৃষ্টি কৰোতে তাক কি বোলে?
(ক) পশ্চাদমুখী প্ৰতিৰোধ
(খ) বিস্মৃতি
(গ) ধ্যান
(ঘ) মনোযোগ
উঃ (ক) পশ্চাদমুখী প্ৰতিৰোধ
প্রঃ কিছু শিকাৰ পিছত বিৰতি লোৱাক বোলে?
(ক) ধ্যান
(খ) অনুশীলন
(গ) ব্যৱহৃত পদ্ধতি
(ঘ) পুনৰাবৃত্তি
উঃ (গ) ব্যৱহৃত পদ্ধতি
প্রঃ স্মৃতি শক্তি অনুশীলনৰ জৰিয়তে বঢ়াব পাৰি বুলি কোনে বিশ্বাস কৰিছিল?
(ক) উইলিয়াম মেকডুগাল
(খ) চিগমণ্ড ফ্রয়েড
(গ) উইলিয়াম জেমচ
(ঘ) ইবিংহাউছ
উঃ (ক) উইলিয়াম মেকডুগাল
প্ৰঃ স্মৃতিৰ প্ৰথম ধাপ কি?
(ক) বিস্মৃতি
(খ) শিক্ষণ
(গ) সংৰক্ষণ
(ঘ) পুনৰাবৃত্তি
উঃ (খ) শিক্ষণ
প্ৰঃ সংৰক্ষণ স্মৃতিৰ কোনটো ধাপ?
(ক) প্রথম
(খ) দ্বিতীয়
(গ) তৃতীয়
(ঘ) চতুর্থ
উঃ (খ) দ্বিতীয়
প্রঃ অভ্যাস স্মৃতিৰ কোনটো ধৰণ?
(ক) স্বতঃস্ফূর্ত
(খ) সাময়িক
(গ) স্থায়ী
(ঘ) পৰীক্ষামূলক
উঃ (গ) স্থায়ী
প্ৰঃ স্মৃতিৰ কাৰণে পুনৰাবৃত্তি কিয় প্রয়োজনীয়?
(ক) স্মৃতি স্থায়ী কৰিবলৈ
(খ) মনোযোগ বৃদ্ধি কৰিবলৈ
(গ) বিস্মৃতি ৰোধ কৰিবলৈ
(ঘ) সকলো উত্তৰ শুদ্ধ
উঃ (ঘ) সকলো উত্তৰ শুদ্ধ
প্ৰঃ স্মৃতিৰ কাৰ্য সুস্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল নে?
(ক) হয়
(খ) নহয়
(গ) কেতিয়াবা
(ঘ) নিশ্চিত নহয়
উঃ (ক) হয়
প্রঃ স্মৃতি কি?
(ক) অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান
(খ) মনোযোগৰ এক প্রক্রিয়া
(গ) বিস্মৃতিৰ এক অংশ
(ঘ) ধ্যানৰ ফলাফল
উঃ (ক) অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান
প্রঃ সময়ৰ ব্যৱধান হ’ল। …………. ৰ কাৰণ।
(ক) অনুশীলন
(খ) বিস্মৃতি
(গ) অভ্যাস
(ঘ) শিক্ষা
উঃ (খ) বিস্মৃতি
প্রঃ অতীত উদ্দীপনাৰ উপস্থিতিতহে …………….. সম্ভৱ হয়।
(ক) শিক্ষা
(খ) স্মৃতি
(গ) বিস্মৃতি
(ঘ) অভ্যাস
উঃ (খ) স্মৃতি
প্রঃ “বিস্মৃতি হ’ল সচেতন মনক ত্যাগ কৰা এক প্রক্রিয়া” – সংজ্ঞাটো আগবঢ়াইছিল…………. ।
(ক) চিগমণ্ড ফ্রয়েডে
(খ) উইলিয়াম জেমছে
(গ) আর্নল্ড টয়ম্বিয়ে
(ঘ) মেকডুগালে
উঃ (ক) চিগমণ্ড ফ্রয়েডে
প্রঃ এগৰাকী ব্যক্তিয়ে বহুদিনৰ বিৰতিৰ পিছত বন্ধুকে চিনাক্ত কৰিলে। কামটো তেওঁ ………….. ৰ সহায়ত কৰিছে।
(ক) অনুসন্ধান
(খ) প্রত্যভিজ্ঞা
(গ) বিস্মৃতি
(ঘ) ধাৰণা
উঃ (খ) প্রত্যভিজ্ঞা
প্রঃ কবিতা পঢ়ি থকা সময়ত শৈশৱৰ কবিতা মনত পৰাটো। ……………… স্মৃতিৰ উদাহৰণ।
(ক) প্রত্যভিজ্ঞা
(খ) অনুসংগমূলক
(গ) বিস্মৃতি
(ঘ) ধাৰণা
উঃ (খ) অনুসংগমূলক
প্রঃ উইলিয়াম জেমচে। ……………….. ৰ দ্বাৰা স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰি বুলি বিশ্বাস কৰে।
(ক) অভ্যাস
(খ) অনুশীলন
(গ) পৰীক্ষা
(ঘ) স্মৰণ
উঃ (খ) অনুশীলন
প্রঃ অতীত অভিজ্ঞতাক বাছনি কৰি লোৱাক। ………………… বুলি কোৱা হয়।
(ক) ধাৰণা
(খ) অনুসন্ধান
(গ) প্রত্যভিজ্ঞা
(ঘ) শিক্ষণ
উঃ (গ) প্রত্যভিজ্ঞা
প্ৰঃ স্মৃতিৰ প্ৰধান তিনিটা উপাদান হ’ল শিক্ষণ, সংৰক্ষণ আৰু ………………. ।
(ক) অভ্যাস
(খ) বিস্মৃতি
(গ) প্রত্যভিজ্ঞা
(ঘ) চিন্তা
উঃ (গ) প্রত্যভিজ্ঞা
প্রঃ স্মৃতি চাপক ……………. বুলি জনা যায়।
(ক) এগ্রাম
(খ) এনগ্রাম
(গ) ধাৰণা
(ঘ) অনুসন্ধান
উঃ (খ) এনগ্রাম
প্রঃ নতুন শিক্ষণে পুৰণি শিক্ষণৰ স্মৃতি লাভকৰাত বাধা দিলে তাক ……………. বুলি কোৱা হয়।
(ক) পশ্চাদমুখী প্ৰতিৰোধ
(খ) স্মৰণ
(গ) অনুসন্ধান
(ঘ) বিস্মৃতি
উঃ (ক) পশ্চাদমুখী প্রতিৰোধ
প্রঃ কিছু শিকাৰ পিছত বিৰতি লোৱাকে ………………. পদ্ধতি বুলি কোৱা হয়।
(ক) অভ্যাস
(খ) অনুশীলন
(গ) ব্যৱহৃত
(ঘ) বিস্মৃতি
উঃ (গ) ব্যৱহৃত
প্রঃ স্মৃতি শক্তিক উন্নত কৰিবলৈ ……………….. বিশ্বাস কৰিছিল।
(ক) উইলিয়াম মেকডুগালে
(খ) চিগমণ্ড ফ্রয়েডে
(গ) আর্নল্ড টয়ম্ফিয়ে
(ঘ) উইলিয়াম জেমছে
উঃ (ক) উইলিয়াম মেকডুগালে
প্ৰঃ স্মৃতিৰ প্ৰথম ধাপ ……………….. ।
(ক) বিস্মৃতি
(খ) শিক্ষণ
(গ) অভ্যাস
(ঘ) প্রত্যভিজ্ঞা
উঃ (খ) শিক্ষণ
প্ৰঃ সংৰক্ষণ স্মৃতিৰ …………………. ধাপ।
(ক) দ্বিতীয়
(খ) তৃতীয়
(গ) প্রথম
(ঘ) চতুর্থ
উঃ (ক) দ্বিতীয়
প্ৰঃ স্মৃতিৰ বাবে ………………….. সম্ভৱ হয়।
(ক) বিস্মৃতি
(খ) অভ্যাস
(গ) ধাৰণা
(ঘ) অনুসন্ধান
উঃ (খ) অভ্যাস
প্রঃ স্মৃতি প্রক্রিয়া হ’ল ………………….. ।
(ক) যান্ত্রিক
(খ) মনস্তাত্ত্বিক
(গ) জৈৱিক
(ঘ) বিজ্ঞানসম্মত
উঃ (ক) যান্ত্রিক
প্রঃ স্মৃতি হৈছে ………………….. ।
(ক) বৰ্তমান অভিজ্ঞতাৰ সংৰক্ষণ
(খ) অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান
(গ) অনুশীলনৰ ফল
(ঘ) প্রত্যভিজ্ঞা
উঃ (খ) অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান
প্রঃ যেতিয়া পুৰণি কোনো স্মৃতি নতুন স্মৃতি লাভ কৰাত বাধা দিয়ে তাক …………….. বুলি কোৱা হয়।
(ক) দমন কার্য
(খ) অনুসন্ধান
(গ) বিস্মৃতি
(ঘ) স্মৰণ
উঃ (ক) দমন কার্য
প্রঃ মনত ৰখা কাৰ্যত স্মৃতি …………………… কৰে।
(ক) বাধা
(খ) সহায়
(গ) অনুশীলন
উঃ (খ) সহায়
(ঘ) বিস্মৃতি
প্রঃ অর্থহীন শব্দ মনত ৰখা …………………… ।
(ক) অতি সহজ
(খ) একেবাৰে সম্ভৱ নহয়
(গ) কঠিন
(ঘ) সক্রিয়
উঃ (গ) কঠিন
প্ৰঃ বন্ধকৰণ হৈছে …………………… ।
(ক) স্মৃতিৰ ধাপ
(খ) বিস্মৃতিৰ কাৰণ
(গ) প্রত্যভিজ্ঞাৰ অংশ
(ঘ) অভ্যাস
উঃ (খ) বিস্মৃতিৰ কাৰণ
প্ৰঃ দিনৰ ভাগত আমি ৰাতিতকৈ ………………… পাহবো।
(ক) কম
(খ) অধিক
(গ) সমান
(ঘ) একো নহয়
উঃ (খ) অধিক
প্রঃ স্মৃতিৰ বাবে বিস্মৃতি …………………… ।
(ক) আৱশ্যকীয়
(খ) অনুপযুক্ত
(গ) বাধা
(ঘ) সহায়ক নহয়
উঃ (ক) আৱশ্যকীয়
প্রঃ সংৰক্ষণ ক্ষমতা …………………।
(ক) জন্মগত
(খ) গঢ়ি উঠা
(গ) শিকাৰ ফল
(ঘ) সময়ৰ ওপৰত নিৰ্ভৰশীল
উঃ (ক) জন্মগত
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ স্মৃতি মানে কি?
উঃ অতীত অভিজ্ঞতাৰ পুনৰাভিব্যক্তিকৰণ স্মৃতি।
প্রঃ বিস্মৃতি মানে কি?
উঃ অতীত অভিজ্ঞতা পুনৰ স্মৰণ কৰিবলৈ অক্ষম হোৱাকে বিস্মৃতি বলে।
প্ৰঃ স্মৃতিৰ প্ৰধান তিনিটা উপাদান কি কি?
উঃ শিক্ষণ, সংৰক্ষণ আৰু প্রত্যভিজ্ঞা।
প্রঃ অনুসংগমূলক স্মৃতি কাক বোলে?
উত্তৰঃ আন অভিজ্ঞতাৰ সৈতে সংযোগ স্থাপন কৰি হোৱা স্মৃতিক অনুসংগমূলক স্মৃতি বোলে।
প্রঃ স্মৃতিৰ বিজ্ঞানসম্মত অধ্যয়ন কোনে কৰিছিল?
উঃ হার্মান এবিংহাউছে।
প্ৰঃ স্মৃতিৰ বাৰ বিস্মৃতিৰ প্ৰয়োজন কিয়?
উঃ অদৰকাৰী তথ্য পাহৰি দৰকাৰী তথ্য মনত ৰাখিবলৈ।
প্রঃ বিস্মৃতিৰ এটা কাৰণ কি?
উঃ অবদমন।
প্ৰঃ স্মৃতিৰ সংৰক্ষণ কাৰ্য কোনটো অংশত হয়?
উঃ মস্তিষ্কৰ নিউৰনসমূহত।
নে? প্রঃ অনুশীলনে স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰে
উঃ হয়, কৰিব পাৰে।
প্ৰঃ স্মৃতি পৰিসৰ মানে কি?
উঃ স্মৃতিত একেলগে সংৰক্ষণ কৰিব পৰা তথ্যৰ পৰিমাণক স্মৃতি পৰিসৰ বোলে।
প্রঃ বিৰুদ্ধ স্মৃতি কাক বোলে?
উঃ যেতিয়া একে ধৰণৰ নতুন আৰু পুৰণি তথ্যৰ মাজত গর্ভিলতা হয়, তাক বিৰুদ্ধ স্মৃতি বোলে।
প্রঃ পুনঃস্মৰণ মানে কি?
উঃ অতীত অভিজ্ঞতা পুনৰ মনত পেলোৱাক পুনঃস্মৰণ বোলে।
কি? প্রঃ পৰীক্ষাত মনত ৰাখিব পৰা স্মৃতিৰ প্ৰকাৰ
উঃ ইচ্ছাকৃত স্মৃতি।
প্রঃ বিস্মৃতিৰ এটা সুবিধা কি?
উঃ অদৰকাৰী তথ্য পাহৰি দৰকাৰী তথ্য মনত ৰাখিব পাৰি।
প্ৰঃ স্মৃতিৰ উপকাৰিতা কি?
উঃ অতীত অভিজ্ঞতাৰ ভিত্তিত ভবিষ্যত সিদ্ধান্ত ল’বলৈ সহায় কৰে।
প্রঃ সংৰক্ষণ মানে কি?
উঃ তথ্য মগজুৰ ভিতৰত ৰাখি দীর্ঘদিন সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া।
প্ৰঃ মনত ৰখাৰ সহজ উপায় কি?
উঃ পুনৰাবৃত্তি আৰু অনুশীলন।
প্রঃ স্মৃতি বিকৃতি কেনেকৈ হয়?
উঃ অতিৰিক্ত মানসিক চাপ আৰু উদ্বেগৰ ফলত।
প্রঃ দৃষ্টি স্মৃতি কাক বোলে?
উঃ চকুৰ দ্বাৰা সংগৃহীত স্মৃতিক দৃষ্টি স্মৃতি বোলে।
প্রঃ শব্দ স্মৃতি কাক বোলে?
উঃ কাণৰ দ্বাৰা সংগৃহীত স্মৃতিক শব্দ স্মৃতি বোলে।
প্রঃ মনোবিজ্ঞানত স্মৃতিৰ অধ্যয়ন কোনে কৰিছিল?
উঃ হার্মান এবিংহাউছে।
প্ৰঃ স্মৃতিৰ চাপ ক’ত সংৰক্ষণ হয়?
উঃ মস্তিষ্কৰ নিউৰনসমূহত।
প্রঃ অনুশীলনে কেনেকৈ স্মৃতি শক্তি বঢ়ায়?
উঃ পুনৰাবৃত্তিৰ জৰিয়তে তথ্য দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰে।
প্রঃ কোনো বস্তু পাহৰি যোৱাৰ প্ৰধান কাৰণ কি?
উঃ বিস্মৃতি।
প্ৰঃ স্মৰণ আৰু প্রত্যভিজ্ঞাৰ পাৰ্থক্য কি?
উঃ স্মৰণত অতীত অভিজ্ঞতা মনত পৰে, প্রত্যভিজ্ঞাত সেই অভিজ্ঞতাক চিনাক্ত কৰিব লাগে।
প্রঃপুনৰাবৃত্তিনকৰিলে স্মৃতি কেনেকৈ প্রভাবিত হয়?
উঃ পুনৰাবৃত্তি নকৰিলে বিস্মৃতি দ্রুত হয়।
প্রঃ মনোবিজ্ঞানত স্মৃতিৰ গুৰুত্ব কিয় আছে?
উঃ স্মৃতিৰে মানৱ শিকাৰ ক্ষমতা আৰু আচৰণ নির্ধাৰিত হয়।
প্ৰঃ স্মৃতি অভ্যাসৰ সৈতে কেনেকৈ জড়িত?
উঃ নিয়মিত অনুশীলনে স্মৃতি শক্তি বঢ়ায়।
প্রঃ স্মৃতি সদায় সত্য হয় নেকি?
উঃ নহয়, কেতিয়াবা স্মৃতি বিকৃত হ’ব পাৰে।
প্ৰঃ স্মৃতি বিকৃতি হোৱাৰ এটা উদাহৰণ দিয়া।
উঃ স্বপ্নত দেখা কথা বাস্তৱ বুলি ভুল ধৰা।
প্রঃ বিস্মৃতিৰ বিজ্ঞানসম্মত অধ্যয়ন কোনে কৰিছিল?
উঃ এবিংহাউছে।
