Join WhatsApp

Join Now

Join Telegram

Join Now

দ্বাদশ শ্ৰেণীৰ Class 12 Education MCQ Chapter 4 শিক্ষণ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শিক্ষা (Education) বিষয়ৰ Class 12 Education MCQ Chapter 4 শিক্ষণ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

দ্বাদশ শ্ৰেণীৰ Class 12 Education MCQ Chapter 4 শিক্ষণ

গোট-৪

শিক্ষণ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্ৰঃ উদ্দীপকৰ সলনিকৰণ হ’ল শিক্ষণৰ — তত্ত্বৰ মূল বিষয়বস্তু।
(ক) অনুবন্ধনবাদ
(খ) আচৰণবাদ
(গ) সমগ্রতাবাদ
(ঘ) মনোভংগী
উঃ (ক) অনুবন্ধনবাদ
প্ৰঃ টেনিৰিফ দ্বীপত ক’হলাৰে সৰ্বাধিক পৰীক্ষা-নীৰীক্ষা চলোৱা জন্তুবিধ — আছিল।
(ক) বান্দৰ
(খ) চিম্পাঞ্জী
(গ) হাতী
(ঘ) বাঘ
উঃ (খ) চিম্পাঞ্জী
প্ৰঃ স্কীনাৰৰ মতে, ‘অভ্যাস, জ্ঞান আৰু — ৰ আয়ত্বকৰণ আৰু সংৰক্ষণেই হ’ল শিৰণ।
(ক) মনোভংগী
(খ) আচৰণ
(গ) উদ্দীপক
(ঘ) প্রতিক্রিয়া
উঃ (ক) মনোভংগী।
প্ৰঃ গেষ্টাচৰ স্কুল অৱ চাইক’লজীৰ প্রতিনিধক আছিল — ।
(ক) উইলিয়াম জেমচ
(খ) ক’হলাৰ
(গ) ভি. এচ. ডিক
(ঘ) স্কীনাৰ
উঃ (খ) ক’ইলাৰ।

প্রঃ শিক্ষণ হ’ল — আয়ত্বকৰণ।
(ক) অভিজ্ঞতাৰ
(খ) জ্ঞানৰ
(গ) মনোভংগীৰ
(ঘ) আচৰণৰ
উঃ (ক) অভিজ্ঞতাৰ
প্রঃ থেৰ্ণডাইকৰ মতে শিৰণ হ’ল — আৰু মাজত সংযোগৰ সৃষ্টিৰ কাৰ্য।
(ক) উদ্দীপক, মনোভংগী
(খ) উদ্দীপক, প্রতিক্রিয়া
(গ) আচৰণ, প্রতিক্রিয়া
(ঘ) আচৰণ, উদ্দীপক
উঃ (খ) উদ্দীপক, প্রতিক্রিয়া
প্রঃ শিক্ষণৰ তত্ত্ব আৰু ভুল পদ্ধতিৰ সমৰ্থক — আছিল।
(ক) স্কীনাৰ
(খ) থর্ণডাইক
(গ) ক’হলাৰ
(ঘ) পিভলেভ
উঃ (খ) থর্ণডাইক
প্রঃ গেষ্টাচৰ এটা — শব্দ।
(ক) ফ্রেঞ্চ
(খ) জার্মান
(গ) ইংৰাজী
(ঘ) ভাৰতীয়
উঃ (খ) জার্মান।
প্রঃ শিক্ষণৰ অনুশীলন নীতিয়ে গুৰুত্ব — ৰ ওপৰত।
(ক) প্রতিক্রিয়া
(খ) পুনৰাবৃত্তি
(গ) অভ্যাস
(ঘ) মনোভংগী
উঃ (খ) পুনৰাবৃত্তি
প্রঃ শিক্ষণ হ’ল অভিজ্ঞতাৰ যোগেদি — সংশোধন হোৱা কার্য।
(ক) আচৰণ
(খ) মনোভংগী
(গ) জ্ঞান
(ঘ) উদ্দীপক
উঃ (ক) আচৰণ
প্রঃ — তত্ত্বটো পিভলেভ উদ্ভাৱন কৰিছিল।
(ক) অনুবন্ধনবাদ
(খ) আচৰণবাদ
(গ) সমগ্রতাবাদ
(ঘ) অভিজ্ঞতা
উঃ (ক) অনুবন্ধনবাদ

প্রঃ যদি স্বাভাৱিক প্রতিক্রিয়া, কৃত্রিম উদ্দীপকৰ দ্বাৰা সৃষ্টি কৰা হয়, তাক — বুলি কোৱা হয়।
(ক) অনুবন্ধনবাদ
(খ) আচৰণবাদ
(গ) শিৰণ
(ঘ) মনোভংগী
উঃ (ক) অনুবন্ধনবাদ
প্রঃ শিক্ষণৰ তত্ত্বৰ পৰা শিকাৰ্থীৰ কোনো প্রস্তুতিৰ প্ৰয়োজন নাই।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) স্বাভাৱিক
(ঘ) নিশ্চিত
উঃ (খ) অশুদ্ধ
প্রঃ অসুস্থ অৱস্থা শিক্ষণত বাধা প্রদান কৰে।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) নিশ্চিত
(ঘ) স্বাভাৱিক
উঃ (ক) শুদ্ধ
প্রঃ উচ্চ শিক্ষণৰ ক্ষেত্ৰত শিক্ষণৰ তত্ত্ব আৰু ভুল পদ্ধতি ফলদায়ক নহয়।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) নিশ্চিত
(ঘ) স্বাভাবিক
উঃ (ক) শুদ্ধ।
প্রঃ অনুবন্ধন হৈছে এক অনুসংযোগমূলক শিক্ষণ।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) নিশ্চিত
(ঘ) স্বাভাবিক
উঃ (ক) শুদ্ধ।
প্রঃ শিক্ষণৰ অণুদর্শন পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত?
(ক) আচৰণবাদ
(খ) সমগ্রতাবাদ
(গ) কাৰ্যকৰী
(ঘ) অনুবন্ধনবাদ
উঃ (খ) সমগ্রতাবাদ
প্রঃ শিক্ষণৰ তত্ত্বৰ পৰা শিক্ষাৰ্থীৰ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা কাৰ্য হ’ল শিক্ষণ।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) নিশ্চিত
(ঘ) স্বাভাৱিক

উঃ (ক) শুদ্ধ।
প্ৰঃ শিৰণৰ গেষ্টাচৰ (সমগ্রতাবাদ) তত্ত্বৰ দুজন সমর্থনকাৰীৰ নাম লিখা।
(ক) ক’হলাৰ আৰু স্কীনাৰ
(খ) ক’হলাৰ আৰু কঙ্কা
(গ) পিভলেভ আৰু থর্ণডাইক
(ঘ) স্কীনাৰ আৰু থৰ্ণডাইক
উঃ (খ) ক’ইলাৰ আৰু কক্কা
প্ৰঃ অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) নিশ্চিত
(ঘ) স্বাভাৱিক
উঃ (ক) শুদ্ধ।
প্রঃ কৃতকার্যতাই কৃতকার্যতাক আগুৱাই নিয়ে।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) নিশ্চিত
(ঘ) স্বাভাৱিক
উঃ (ক) শুদ্ধ
প্রঃ শিক্ষণৰ গুণগত মান কি?
(ক) আচৰণৰ উন্নতি
(খ) মনোভংগীৰ উন্নতি
(গ) অভিজ্ঞতাৰ বৃদ্ধি
(ঘ) জ্ঞানৰ বৃদ্ধি
উঃ (ক) আচৰণৰ উন্নতি
প্ৰঃ আচৰণৰ উদাহৰণ হিচাপে কি দিয়া যায়?
(ক) ভাল অভ্যাস গঠন
(খ) খোৱাৰ অভ্যাস
(গ) খেলা
(ঘ) অধ্যয়ন
উঃ (ক) ভাল অভ্যাস গঠন
প্রঃ শিক্ষণ সম্বন্ধে গেটছে দিয়া সংজ্ঞাটো কি?
(ক) আচৰণৰ সংশোধন
(খ) অভিজ্ঞতা আৰু প্রশিক্ষণ
(গ) আচৰণৰ সৃষ্টিৰ কাৰ্য
(ঘ) আচৰণৰ পৰিবৰ্তন
উঃ (খ) অভিজ্ঞতা আৰু প্রশিক্ষণ

প্রঃ শিক্ষক আৰু শিক্ষার্থী দুয়োৰে শিৰণৰ ক্ষেত্ৰত কি ভূমিকা থাকে?
(ক) শিক্ষক শিৰণৰ উৎস
(খ) শিক্ষার্থী শিৰণৰ অবলম্বন
(গ) শিক্ষক আৰু শিক্ষার্থী দুইয়ে শিৰণত অংশগ্রহণ কৰে
(ঘ) শিক্ষক বার্তা, শিক্ষার্থী শুধু শ্রোতা
উঃ (গ) শিক্ষক আৰু শিক্ষার্থী দুইয়ে শিক্ষণত অংশগ্রহণ কৰে
প্ৰঃ শিৰণৰ অনুশীলন নীতিৰ মূল উপাদান কি?
(ক) ফলাফল আৰু প্রচেষ্টা
(খ) মনোভংগী
(গ) আচৰণ
(ঘ) উদ্দীপক
উঃ (ক) ফলাফল আৰু প্রচেষ্টা
কি? প্রঃ অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম
(ক) গুৱাহাটীৰ বিদ্যালয়
(খ) গুৱাহাটী চেমিনাৰী স্কুল
(গ) শিৰণ বিদ্যালয়
(ঘ) চেমিনাৰী বিদ্যালয়
উঃ (খ) গুৱাহাটী চেমিনাৰী স্কুল
প্রঃ যিকোনো বিষয়লৈ মনোযোগ দিয়ে মনোযোগৰ কোনো বস্তুৰ মনোযোগ কি হয়?
(ক) ঐচ্ছিক মনোযোগ
(খ) স্বাভাৱিক মনোযোগ
(গ) দ্বন্দ্ব মনোযোগ
(ঘ) অবচেতন মনোযোগ
উঃ (ক) ঐচ্ছিক মনোযোগ
প্রঃ উচ্চ শব্দ আৰু জিকমিকৰ দ্বাৰা মনোযোগ আকর্ষণ হয় কিয়?
(ক) উদ্দীপক অতি তীব
(খ) শব্দৰ প্ৰতিক্রিয়া
(গ) আচৰণৰ ভাঙনি

(ঘ) মনোযোগৰ অভাৱ
উঃ (ক) উদ্দীপক অতি তীব্র
প্রঃ অনুশীলন নীতিৰ দুটা ভাগ কি কি?
(ক) ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি
(খ) অভ্যাস আৰু আচৰণ
(গ) সদায় আৰু সময়
(ঘ) মাত্ৰা আৰু পৰিমাণ
উঃ (ক) ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি
প্রঃ অতিৰিক্ত শিক্ষণ কি?
(ক) অতিৰিক্ত চেষ্টা।
(খ) আগতীয়াকৈ কৰা।
(গ) একটাৰ পৰা দুই।
(ঘ) অভ্যাসৰ অভাব।
উঃ (ক) অতিৰিক্ত চেষ্টা
প্রঃ বিৰত শিক্ষণ কি?
(ক) প্রয়োজনীয় শিক্ষা
(খ) স্থগিত শিক্ষা
(গ) অধ্যয়নৰ সময়
(ঘ) আচৰণৰ পৰিবৰ্তন
উঃ (খ) স্থগিত শিক্ষা
প্ৰঃ শিক্ষণৰ তত্ত্বৰ লগত জড়িত কোনটো?
(ক) কাৰ্যকৰী
(খ) আচৰণবাদ
(গ) মনোভংগী
(ঘ) সমগ্রতাবাদ
উঃ (গ) মনোভংগী
প্রঃ শিক্ষণৰ গুণমানৰ কি প্ৰভাৱ আছে?
(ক) আচৰণৰ উন্নতি
(খ) মনোভংগী
(গ) জ্ঞানৰ বৃদ্ধি
(ঘ) অভিজ্ঞতাৰ বৃদ্ধি
উঃ (ক) আচৰণৰ উন্নতি।
প্রঃ কি কাৰণে শিক্ষণৰ পদ্ধতিৰ বিভিন্নতা থাকে?

(ক) ক্ষেত্ৰৰ ভিন্নতা
(খ) শিক্ষার্থীৰ বয়স
(গ) শিক্ষার্থীৰ অভিজ্ঞতা
(ঘ) উপাদানৰ ভিন্নতা
উঃ (ক) ক্ষেত্ৰৰ ভিন্নতা
প্রঃ শিক্ষণৰ গুণগত মান কি?
(ক) অভিজ্ঞতা
(খ) আচৰণৰ সংশোধন
(গ) মনোভংগী
(ঘ) সকলোরে একে
উঃ (গ) মনোভংগী।
কি? প্রঃ শিক্ষণৰ অনুশীলন নীতিৰ মূল উপাদান
(ক) ফলাফল আৰু প্রচেষ্টা
(খ) আচৰণ
(গ) মনোভংগী
(ঘ) উদ্দীপক
উঃ (ক) ফলাফল আৰু প্রচেষ্টা
প্রঃ শিক্ষণৰ পদ্ধতিত কেনেকৈ আচৰণ পৰিবৰ্তন হয়?
(ক) অভ্যাসৰ দ্বাৰা
(খ) মনোযোগৰ দ্বাৰা
(গ) অভিজ্ঞতাৰ দ্বাৰা
(ঘ) কৃত্রিম দ্বাৰা
উঃ (গ) অভিজ্ঞতাৰ দ্বাৰা
প্রঃ শিক্ষণৰ উপাদান কি কি?
(ক) আচৰণ আৰু অভ্যাস
(খ) অভিজ্ঞতা আৰু জ্ঞান
(গ) মনোভংগী আৰু কৃত্রিম
(ঘ) উদ্দীপক আৰু প্রতিক্রিয়া
উঃ (ব) অভিজ্ঞতা আৰু জ্ঞান।
প্রঃ উদ্দীপকক আন এটা উদ্দীপকলৈ সলনি কৰা হয়।
(ক) আচৰণ

(খ) শিক্ষণ
(গ) মনোভংগী
(ঘ) অনুবন্ধন
উঃ (ঘ) অনুবন্ধন
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ উদ্দীপকৰ সলনিকৰণ হ’ল শিক্ষণৰ — তত্ত্বৰ মূল বিষয়বস্তু।
উঃ অনুবন্ধনবাদ।
প্রঃ টেনিৰিফ দ্বীপত সর্বাধিক পৰীক্ষা-নীৰীক্ষা চলোৱা জন্তুবিধ — আছিল
উঃ চিম্পাঞ্জী।
প্ৰঃ স্কীনাৰৰ মতে, ‘অভ্যাস, জ্ঞান আৰু — ৰ আয়ত্বকৰণ আৰু সংৰক্ষণেই হ’ল শিৰণ।
উঃ মনোভংগী।
প্ৰঃ গেষ্টাচৰ স্কুল অব চাইক ‘লজীৰ প্রতিনিধক আছিল — ।
উঃ ক’হলাৰ।
প্রঃ শিক্ষণ হ’ল — আয়ত্বকৰণ।
উঃ অভিজ্ঞতাৰ।
প্রঃ থৰ্ণডাইকৰ মতে শিৰণ হ’ল — আৰু — মাজত সংযোগৰ সৃষ্টিৰ কাৰ্য।
উঃ উদ্দীপক, প্রতিক্রিয়া।
প্রঃ শিক্ষণৰ তত্ত্ব আৰু ভুল পদ্ধতিৰ সমৰ্থক — আছিল
উঃ থর্ণডাইক।
প্রঃ গেষ্টাচৰ এটা — শব্দ।
উঃ জার্মান।

প্রঃ শিক্ষণৰ অনুশীলন নীতিয়ে গুরুত্ব — ৰ ওপৰত।
উঃপুনৰাবৃত্তি।
প্রঃ শিক্ষণ হ’ল অভিজ্ঞতাৰ যোগেদি — সংশোধন হোৱা কার্য।

উঃ আচৰণ। 1
প্রঃ — তত্ত্বটো পিভলেভ
উদ্ভাৱন কৰিছিল।
উঃ অনুবন্ধনবাদ।
প্রঃ যদি স্বাভাবিক প্রতিক্রিয়া, কৃত্রিম উদ্দীপকৰ দ্বাৰা সৃষ্টি কৰা হয়, তাক — বুলি কোৱা হয়।
উঃ অনুবন্ধনবাদ।
প্রঃ শিক্ষণৰ তত্ত্বৰ পৰা শিকাৰ্থীৰ কোনো প্রস্তুতিৰ প্ৰয়োজন নাই।
উঃ অশুদ্ধ।
প্রঃ অসুস্থ অৱস্থা শিক্ষণত বাধা প্রদান কৰে।
উঃ শুদ্ধ।
প্রঃ উচ্চ শিক্ষণৰ ক্ষেত্ৰত শিক্ষণৰ তত্ত্ব আৰু ভুল পদ্ধতি ফলদায়ক নহয়।
উঃ শুদ্ধ।
প্রঃ অনুবন্ধন হৈছে এক অনুসংযোগমূলক শিক্ষণ।
উঃ শুদ্ধ।
প্রঃ শিক্ষণৰ অণুদর্শন পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত?
উঃ সমগ্রতাবাদ।
প্ৰঃ শিক্ষণৰ তত্ত্বৰ পৰা শিক্ষাৰ্থীৰ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা কাৰ্য হ’ল শিক্ষণ।
উঃ শুদ্ধ।
প্রঃ শিক্ষণৰ গেষ্টাচৰ (সমগ্রতাবাদ) তত্ত্বৰ দুজন সমর্থনকাৰীৰ নাম লিখা।
উঃ ক’ইলাৰ আৰু কক্কা।
প্ৰঃ অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।
উঃ শুদ্ধ।
প্রঃ কৃতকার্যতাই কৃতকার্যতাক আগুৱাই নিয়ে।
উঃ শুদ্ধ।
প্রঃ শিক্ষণৰ গুণগত মান কি?
উঃ আচৰণৰ উন্নতি।

প্ৰঃ আচৰণৰ উদাহৰণ হিচাপে কি দিয়া যায়?
উঃ ভাল অভ্যাস গঠন।
প্রঃ শিক্ষণ সম্বন্ধে গেটছে দিয়া সংজ্ঞাটো কি?
উঃ অভিজ্ঞতা আৰু প্রশিক্ষণ।
প্রঃ শিক্ষক আৰু শিক্ষার্থী দুয়োৰে শিৰণৰ ক্ষেত্ৰত কি ভূমিকা থাকে?
উঃ শিক্ষক আৰু শিক্ষার্থী দুইয়ে শিৰণত অংশগ্ৰহণ কৰে।
কি? প্রঃ শিক্ষণৰ অনুশীলন নীতিৰ মূল উপাদান
উঃ ফলাফল আৰু প্রচেষ্টা।
কি? প্রঃ অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম
উঃ গুৱাহাটী চেমিনাৰী স্কুল।
প্রঃ যিকোনো বিষয়লৈ মনোযোগ দিয়ে মনোযোগৰ কোনো বস্তুৰ মনোযোগ কি হয়?
উঃ ঐচ্ছিক মনোযোগ।
প্রঃ উচ্চ শব্দ আৰু জিকমিকৰ দ্বাৰা মনোযোগ আকর্ষণ হয় কিয়?
উঃ উদ্দীপক অতি তীব্র।
প্রঃ অনুশীলন নীতিৰ দুটা ভাগ কি কি?
উঃ ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি।
প্রঃ অতিৰিক্ত শিক্ষণ কি?
উঃ অতিৰিক্ত চেষ্টা।
প্রঃ বিৰত শিক্ষণ কি?
উঃ স্থগিত শিক্ষা।
প্রঃ শিক্ষণৰ তত্ত্বৰ লগত জড়িত কোনটো?
উঃ মনোভংগী।
প্রঃ শিক্ষণৰ গুণমানৰ কি প্ৰভাৱ আছে?
উঃ আচৰণৰ উন্নতি।
প্ৰঃ কি কাৰণে শিক্ষণৰ পদ্ধতিৰ বিভিন্নতা থাকে?
উঃ ক্ষেত্ৰৰ ভিন্নতা।
প্রঃ শিক্ষণৰ গুণগত মান কি?
উঃ মনোভংগী।

প্রঃ শিক্ষণৰ অনুশীলন নীতিৰ মূল উপাদান কি?
উঃ ফলাফল আৰু প্রচেষ্টা।
প্রঃ শিক্ষণৰ পদ্ধতিত কেনেকৈ আচৰণ পৰিবৰ্তন হয়?
উঃ অভিজ্ঞতাৰ দ্বাৰা।
প্রঃ শিক্ষণৰ উপাদান কি কি?
উঃ অভিজ্ঞতা আৰু জ্ঞান।
প্রঃ উদ্দীপকক আন এটা উদ্দীপকলৈ সলনি কৰা হয়।
উঃ অনুবন্ধন।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment