Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education MCQ Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শিক্ষা (Education) বিষয়ৰ Class 12 Education MCQ Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education MCQ Chapter 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

গোট-৩

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্ৰঃ পৰিৱেশ শব্দৰ অৰ্থ কি?
(ক) চাৰিওফাল
(খ) জৈৱিক উপাদান
(গ) সামাজিক পৰিস্থিতি
(ঘ) আগৰ অৱস্থা
উঃ (ক) চাৰিওফাল
প্রঃ ‘Environment’ শব্দটো ফৰাচী ভাষাৰ কোন শব্দৰ পৰা উৎপত্তি হৈছে?
(ক) Environer
(খ) Environ
(গ) Environnement
(ঘ) Environe
উঃ (ক) Environer
প্ৰঃ পৰিৱেশৰ মূলত কি প্ৰভাৱ থাকে?
(ক) ব্যক্তিগত
(খ) বাহ্যিক শক্তি
(গ) সামাজিক
(ঘ) আর্থিক
উঃ (খ) বাহ্যিক শক্তি
প্রঃ বিশ্ব শীর্ষ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল?
(ক) নিউইয়র্ক
(খ) ৰিঅ’ দ্যা জেনেৰিঅ’
(গ) দিল্লী
(ঘ) লণ্ডন
উঃ (খ) ৰিঅ’ দ্যা জেনেৰিঅ’
প্রঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ ক’ত নির্ধাৰিত কৰা হৈছিল?
(ক) ৰাছিয়াৰ বিলিচি
(খ) ভাৰতৰ দিল্লী
(গ) ব্রাজিল
(ঘ) আমেৰিকা
উঃ (ক) ৰাছিয়াৰ বিলিচি
প্রঃ প্রথম পৰিৱেশ শীর্ষ সম্মিলনখন ক’ত হৈছিল?
(ক) ১৯৭৭, ৰাছিয়াৰ বিলিচি
(খ) ১৯৮২, নিউইয়র্ক
(গ) ১৯৯২, ৰোম
(ঘ) ২০০২, ব্রাজিল
উঃ (ক) ১৯৭৭, ৰাছিয়াৰ বিলিচি
প্রঃ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া উদ্যাপন কৰা হয়?
(ক) ৮ মার্চ
(খ) ৭ মার্চ
(গ) ৯ মার্চ
(ঘ) ১০ মার্চ
উঃ (ক) ৮ মার্চ
প্ৰঃ ভাৰতৰ বৰ্তমান স্বাৱলম্বী হাৰ কিমান?
(ক) ৭২.৪ শতাংশ
(খ) ৭৪.৪ শতাংশ
(গ) ৭৬.৪ শতাংশ
(ঘ) ৭৮.৪ শতাংশ

উঃ (খ) ৭৪.৪ শতাংশ
প্ৰঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্য কি?
(ক) মানসিক বিকাশ
(খ) দৈহিক বিকাশ
(গ) সামাজিক বিকাশ
(ঘ) আর্থিক বিকাশ
উঃ (খ) দৈহিক বিকাশ
প্রঃ জনসংখ্যা শিক্ষাই কোন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে?
(ক) মানসিক
(গ) পৰিমাণগত
(খ) গুণগত
(ঘ) সামাজিক
উঃ (গ) পৰিমাণগত
প্রঃ ‘মহিলা সংৰক্ষণ বিল’ অনুযায়ী কিমান শতাংশ আসন সংৰক্ষণ কৰা হৈছে?
(ক) ২০
(খ) ৩০
(গ) ৩৩
(ঘ) ৪০
উঃ (গ) ৩৩
প্রঃ পৰিৱেশ শিক্ষা কি বিষয়ৰ ওপৰত সচেতন কৰে?
(ক) সামাজিক
(খ) পৰিৱেশ
(গ) আর্থিক
(ঘ) ৰাজনৈতিক
উঃ (খ) পৰিৱেশ
প্রঃ বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়?
(ক) ১০ জুলাই
(খ) ১১ জুলাই
(গ) ১২ জুলাই
(ঘ) ১৩ জুলাই
উঃ (খ) ১১ জুলাই
প্রঃ বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
(ক) ৫ জুন
(খ) ৫ জুলাই
(গ) ৫ মে
(ঘ) ৫ আগষ্ট
উঃ (ক) ৫ জুন
প্রঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ কোন সম্মিলনত নির্ধাৰণ কৰা হৈছিল?

(ক) ধৰিত্ৰী
(খ) জানুৱাৰী
(গ) ফেব্ৰুৱাৰী
(ঘ) মার্চ
উঃ (ক) ধৰিত্ৰী
প্রঃ শিকনৰ ফলাফলৰ নীতি কি?
(ক) পাঠ্যসূচী
(খ) শিকনৰ অভ্যাস
(গ) শিকনৰ প্ৰণালী
(ঘ) ফলাফলৰ ব্যাখ্যা
উঃ (ক) পাঠ্যসূচী
প্রঃ শিকনৰ অনুবন্ধন পদ্ধতি কি?
(ক) প্রকৃত শিক্ষা
(খ) স্বাভাবিক
(গ) কৃত্রিম
(ঘ) পৰিকল্পিত
উঃ (গ) কৃত্রিম
প্রঃ জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে দাখিল কৰিছিল?
(ক) আলভা মিৰদাল
(খ) ডঃ আমৰ খান
(গ) জন ডৱলিং
(ঘ) ৰবাৰ্ট মার্কাস
উঃ (ক) আলভা মিৰদাল
প্রঃ গ্রাফিক শব্দৰ অর্থ কি?
(ক) সম্পূর্ণ
(খ) অর্ধেক
(গ) অগণ্য
(ঘ) সীমাবদ্ধ
উঃ (ক) সম্পূর্ণ
প্রঃ বহুভুজ অংকন কৰোঁতে কি মানসমূহ শ্রেণীবদ্ধ কৰা হয়?
(ক) শ্রেণী
(খ) মধ্যবিন্দু
(গ) চাৰ্ভাৰ
(ঘ) মাপ
উঃ (খ) মধ্যবিন্দু
প্রঃ পত্র বা ডাকযোগে শিক্ষা কাক প্রথমে আৰম্ভকৰিছিল?
(ক) আইজাক পিটমেনে
(খ) ডঃ ৰজাৰ
(গ) ডঃ গীতা

(ঘ) ডঃ ৰামচন্দ্ৰ
উঃ (ক) আইজাক পিটমেনে
প্রঃ ‘আগ্রহ’ৰ সংজ্ঞা কি?
(ক) সুপ্ত অৱস্থা
(খ) সক্রিয় অবস্থা
(গ) উর্ধ্ব অৱস্থা
(ঘ) সাধাৰণ অৱস্থা
উঃ (খ) সক্রিয় অবস্থা
প্রঃ জনবৃদ্ধি কি?
(ক) জনসংখ্যাৰ বৃদ্ধি
(খ) জনসংখ্যাৰ হাস
(গ) জনসংখ্যাৰ স্থায়িত্ব
(ঘ) জনসংখ্যাৰ সংগঠন
উঃ (ক) জনসংখ্যাৰ বৃদ্ধি
প্রঃ মূল্যবোধ শিক্ষা কি?
(ক) সামাজিক আচৰণ
(খ) ব্যক্তিগত আচৰণ
(গ) সাংস্কৃতিক আচৰণ
(ঘ) আর্থিক আচৰণ
উঃ (ক) সামাজিক আচৰণ
প্ৰঃ মহিলা সৱলীকৰণৰ অৰ্থ কি?
(ক) সম অধিকাৰ
(খ) শ্রেণী সংৰক্ষণ
(গ) সামাজিক সমতা
(ঘ) আর্থিক শক্তি
উঃ (ক) সম অধিকাৰ
প্রঃ শিক্ষা নীতিৰ উদ্দেশ্য কি?
(ক) তথ্য বিতৰণ
(খ) জীবন গঠন
(গ) সমাজ গঠন
(ঘ) শৃংখলা নির্মাণ
উঃ (গ) সমাজ গঠন
প্ৰঃ পৰিৱেশৰ সংজ্ঞা কি?
(ক) পুৰাণ
(খ) জীবন
(গ) জৈৱিক আৰু অজৈৱিক উপাদান
(ঘ) সামাজিক পৰিস্থিতি
উঃ (গ) জৈৱিক আৰু অজৈৱিক উপাদান
প্রঃ মহিলা সুৰক্ষা আইন কেতিয়া গ্ৰহণ কৰা হৈছিল?

(ক) ২০০০
(খ) ২০০৫
(গ) ২০১০
(ঘ) ২০১৫
উঃ (খ) ২০০৫
প্রঃ মূল্যবোধ শিক্ষা কোনটো কাৰ্যসূচীৰ অন্তর্ভুক্ত?
(ক) সামাজিক
(খ) আধ্যাত্মিক
(গ) আর্থিক
(ঘ) সাংস্কৃতিক
উঃ (ক) সামাজিক
প্ৰঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্য কি?
(ক) মানসিক বিকাশ
(খ) দৈহিক স্বাস্থ্য
(গ) আর্থিক মুক্তি
(ঘ) সামাজিক উন্নতি
উঃ (খ) দৈহিক স্বাস্থ্য
প্রঃ ‘অণুক্ৰম’ৰ অৰ্থ কি?
(ক) একাধিক
(খ) সৰল
(গ) বৈচিত্র্য
(ঘ) পৰিকল্পনা
উঃ (ক) একাধিক
প্রঃ জনসংখ্যাৰ বৃদ্ধি কোনটো সমস্যাৰ সৃষ্টি কৰে?
(ক) খাদ্য সমস্যা
(খ) স্বাস্থ্য সমস্যা
(গ) পৰিবেশ সমস্যা
(ঘ) সকলো
উঃ (ঘ) সকলো
প্রঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্য কি?
(ক) সচেতনতা
(খ) গঠন
(গ) সমন্বয়
(ঘ) সংস্কৃতি
উঃ (ক) সচেতনতা
প্ৰঃ মহিলা সবলীকৰণৰ উদ্দেশ্য কি?
(ক) সামাজিক সমতা
(খ) আর্থিক শক্তি
(গ) সম অধিকাৰ
(ঘ) সকলো
উঃ (ঘ) সকলো
প্রঃ মূল্যবোধ শিক্ষা কিদৰে প্ৰদান কৰা হয়?

(ক) পাঠ্যক্রম
(খ) সহপাঠ্য
(গ) প্রকল্প
(ঘ) সকলো
উঃ (ঘ) সকলো
প্রঃ পৰিৱেশৰ সংজ্ঞা কোনে আগবঢ়াইছে?
(ক) ডঃ গীতা
(খ) বৰিঙৰ
(গ) আইজাক পিটমেনে
(ঘ) আলভা মিৰদাল
উঃ (খ) বৰিঙৰ
প্রঃ সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিৱেশ শিক্ষাৰ ভূমিকা কি?
(ক) সচেতনতা বৃদ্ধি
(খ) সামাজিক উন্নতি
(গ) আর্থিক সমতা
(ঘ) সকলো
উঃ (ঘ) সকলো
প্ৰঃ মহিলাৰ ঘৰুৱা হিংসা আইন কেতিয়া গ্রহণ কৰা হৈছিল?
(ক) ২০০৫
(খ) ২০১০
(গ) ২০১৫
(ঘ) ২০২০
উঃ (ক) ২০০৫
প্ৰঃ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী কি?
(ক) খেল-ধেমালি
(খ) আর্থিক শিক্ষা
(গ) সামাজিক শিক্ষাৰ
(ঘ) বিজ্ঞান শিক্ষা
উঃ (ক) খেল-ধেমালি
প্রঃ ফ্ৰয়ডে কোন স্তৰৰ মনক মনোবিজ্ঞানৰ মূল অংশ বুলি গণ্য কৰিছিল?
(ক) চেতন
(খ) অবচেতন
(গ) অচেতন
(ঘ) সজাগ
উঃ (গ)
প্রঃ ‘চেতন মনৰ অধ্যয়নই মনোবিজ্ঞান’ কোনে এই মত আগবঢ়াইছিল?
(ক) ডেকার্ট
(খ) মেকডুগেল
(গ) ষ্টাউট
(ঘ) ফ্রয়ড

উঃ (ক)
প্রঃ পৰিৱেশ শিক্ষাৰ ফলাফল কি?
(ক) উন্নতি
(খ) অৱনতি
(গ) স্থায়িত্ব
(ঘ) স্থিতিশীলতা
উঃ (ক) পৰিৱেশৰ প্ৰতি সচেতনতা।
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ‘পৰিৱেশ’ শব্দৰ অৰ্থ কি?
উঃ চাৰিওফালৰ অৱস্থা।
প্রঃ ‘Environment’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?
উঃ ফৰাচী ভাষাৰ ‘Environer’ শব্দৰ পৰা।
প্ৰঃ পৰিৱেশৰ প্ৰভাৱ কেতিয়াবা কি থাকে?
উঃ বাহ্যিক শক্তিৰ প্ৰভাৱ।
প্রঃ বিশ্ব শীর্ষ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল?
উঃ ব্রাজিলৰ ৰিঅ’ দ্যা জেনেৰিঅ’।
প্ৰঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ ক’ত নির্ধাৰিত কৰা হৈছিল?
উঃ ৰাছিয়াৰ বিলিচিত।
প্রঃ প্রথম পৰিৱেশ শিৰা সম্মিলনখন ক’ত হৈছিল?
উঃ ১৯৭৭ চনত ৰাছিয়াৰ বিলিচিত।
প্রঃ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া উদ্যাপন কৰা হয়?
উঃ ৮ মার্চ।
প্ৰঃ ভাৰতৰ বৰ্তমান স্থাৱলক্ষ্মী হাৰ কি?
উঃ ৭৪.৪ শতাংশ।
প্ৰঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্য কি?
উঃ দৈহিক বিকাশ।
প্রঃ জনসংখ্যা শিক্ষাই কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে?
উঃ পৰিমাণগত দিশ।
প্রঃ ‘মহিলা সংৰক্ষণ বিল’ত কিমান শতাংশ আসন সংৰক্ষণ কৰা হৈছে?

উঃ ৩৩ শতাংশ।
প্রঃ পৰিৱেশ শিক্ষাই কি বিষয়ৰ ওপৰত সচেতন কৰে?
উঃ পৰিৱেশৰ প্রতি।
হয়? প্রঃ বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা
উঃ ১১ জুলাই।
হয়? প্রঃ বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা
উঃ ৫ জুন।
প্রঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ কোন সম্মিলনত নির্ধাৰণ কৰা হৈছিল?
উঃ ধৰিত্ৰী সম্মিলনত।
প্রঃ শিকনৰ ফলাফলৰ নীতি কি?
উঃ পাঠ্যসূচী।
প্রঃ শিকনৰ অনুবন্ধন পদ্ধতি কি?
উঃ কৃত্রিম উদ্দীপক।
প্রঃ জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে দাখিল কৰিছিল?
উঃ আলভা মিৰদাল।
প্রঃ ‘গ্রাফিক’ শব্দৰ অৰ্থ কি?
উঃ সম্পূর্ণ।
প্রঃ বহুভুজ অংকন কৰোঁতে কি মানসমূহ শ্রেণীবদ্ধ কৰা হয়?
উঃ মধ্যবিন্দু।
প্রঃ পত্র বা ডাকযোগে শিক্ষা কাক প্রথমে আৰম্ভকৰিছিল?
উঃ আইজাক পিটমেনে।
প্ৰঃ ‘আগ্রহ’ৰ সংজ্ঞা কি?
উঃ মনৰ সক্রিয় অৱস্থা।
প্রঃ জনবৃদ্ধি কি?
উঃ জনসংখ্যাৰ বৃদ্ধি।
প্রঃ মূল্যবোধ শিক্ষা কি?
উঃ সামাজিক আচৰণৰ শিক্ষা।

প্ৰঃ মহিলা সবলীকৰণৰ অৰ্থ কি?
উঃ সম অধিকাৰ।
প্রঃ শিক্ষা নীতিৰ উদ্দেশ্য কি?
উঃ সমাজ গঠন।
প্রঃ পৰিৱেশৰ সংজ্ঞা কি?
উঃ আমাৰ চাৰিওফালৰ জৈৱিক আৰু অজৈৱিক উপাদান।
প্রঃ মহিলা সুৰক্ষা আইন কেতিয়া গ্ৰহণ কৰা হৈছিল?
উঃ ২০০৫ চনত।
প্রঃ মূল্যবোধ শিক্ষা কোনটো কাৰ্যসূচীৰ অন্তর্ভুক্ত?
উঃ সামাজিক কার্যসূচী।
প্ৰঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্য কি?
উঃ দৈহিক স্বাস্থ্য।
প্রঃ ‘অণুক্রম’ৰ অর্থ কি?
উঃ একাধিক।
প্রঃ জনসংখ্যাৰ বৃদ্ধিয়ে কোনটো সমস্যাৰ সৃষ্টি কৰে?
উঃ খাদ্য সমস্যা।
প্রঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্য কি?
উঃ পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি।
প্ৰঃ মহিলা সবলীকৰণৰ উদ্দেশ্য কি?
উঃ সম অধিকাৰ।
প্রঃ মূল্যবোধ শিক্ষা কিদৰে প্ৰদান কৰা হয়?
উঃ পাঠ্যক্ৰম আৰু সহপাঠ্যৰ মাধ্যমে।
প্ৰঃ পৰিৱেশৰ সংজ্ঞা কোনে আগবঢ়াইছে?
উঃ বৰিঙ।
প্রঃ সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিৱেশ শিক্ষাৰ ভূমিকা কি?
উঃ সচেতনতা বৃদ্ধি।
প্রঃ মহিলাৰ ঘৰুৱা হিংসা আইন কেতিয়া গ্রহণ কৰা হৈছিল?
উঃ ২০০৫ চনত।

প্ৰঃ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী কি?
উঃ খেল-ধেমালি আৰু ব্যায়াম।
প্রঃ পৰিৱেশ শিক্ষাৰ ফলাফল কি?
উঃ পৰিৱেসৰ প্ৰতি সচেতনতা।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment