Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Education MCQ Chapter 1 স্বাধীনোত্তৰ কালৰ ভাৰত বৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক শিক্ষা (Education) বিষয়ৰ Class 12 Education MCQ Chapter 1 স্বাধীনোত্তৰ কালৰ ভাৰত বৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Education MCQ Chapter 1 স্বাধীনোত্তৰ কালৰ ভাৰত বৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

গোট-১

স্বাধীনোত্তৰ কালৰ ভাৰত বৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ ভাৰতত শিক্ষা আয়োগখন কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৯৫২-৫৩
(খ) ১৯৬৪-৬৬
(গ) ১৯৮৬
(ঘ) ১৯৯২
উঃ (খ) ১৯৬৪-৬৬
প্রঃ ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত কোনটো বিষয়ক গুৰুত্ব দিয়া হৈছিল?
(ক) উচ্চতৰ মাধ্যমিক শিক্ষা
(খ) প্রাথমিক শিক্ষা
(গ) ব্যৱসায়িক শিক্ষা
(ঘ) স্কুলীয়া শিক্ষা
উঃ (ঘ) স্কুলীয়া শিক্ষা
প্রঃ মুডালিয়াৰ আয়োগে কোনটো শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল?
(ক) উচ্চ শিক্ষা
(খ) মাধ্যমিক শিক্ষা
(গ) ব্যৱসায়িক শিক্ষা
(ঘ) প্রাথমিক শিক্ষা
উঃ (খ) মাধ্যমিক শিক্ষা
প্রঃ কোঠাৰী আয়োগ গঠন কেতিয়া কৰা হৈছিল?
(ক) ১৯৫২
(খ) ১৯৬৪
(গ) ১৯৮৬
(ঘ) ১৯৯২
উঃ (খ) ১৯৬৪
প্রঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কোন বছৰত গৃহীত হৈছিল?
(ক) ১৯৮৬
(খ) ১৯৯২

(গ) ১৯৬৮
(ঘ) ১৯৭৬
উঃ (ক) ১৯৮৬
প্রঃ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
(ক) ১৯৪৭
(খ) ১৯৪৮
(গ) ১৯৫০
(ঘ) ১৯৫২
উঃ (খ) ১৯৪৮
প্রঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৯৭২
(খ) ১৯৮৪
(গ) ১৯৯২
(ঘ) ২০০১
উঃ (খ) ১৯৮৪
প্রঃ নতুন জাতীয় শিক্ষানীতিয়ে কিহৰ ওপৰত গুৰুত্ব দিয়ে?
(ক) মৌলিক শিক্ষা
(খ) নৈতিক শিক্ষা
(গ) দক্ষতা ভিত্তিক শিক্ষা
(ঘ) উচ্চ শিক্ষা
উঃ (গ) দক্ষতা ভিত্তিক শিক্ষা
প্রঃ ভাৰতত প্রাথমিক শিক্ষা কেতিয়া বাধ্যতামূলক কৰা হৈছিল?
(ক) ১৯৫০
(খ) ১৯৭৬
(গ) ১৯৮৬
(ঘ) ২০০৯
উঃ (ঘ) ২০০৯
প্রঃ মাধ্যমিক শিক্ষাৰ মুখ্য লক্ষ্য কি?
(ক) উচ্চ শিক্ষা লাভৰ সুবিধা প্রদান
(খ) সু-নাগৰিক গঠনৰ সহায়তা
(গ) কেৱল চাকৰি লাভৰ সুযোগ সৃষ্টি
(ঘ) কেৱল ব্যক্তিগত উন্নতি সাধন
উঃ (খ) সু-নাগৰিক গঠনৰ সহায়তা
প্ৰঃ গণতান্ত্রিক নাগৰিকৰ বিকাশৰ বাবে কি গুৰুত্বপূর্ণ?
(ক) সুস্থ চিন্তাধাৰা
(খ) সুস্থ সামাজিক সমাযোজন

(গ) সামাজিক ন্যায়
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ
প্রঃ মুডালিয়াৰ আয়োগ কেনেকুৱা নেতৃত্বৰ শিক্ষা আগবঢ়াইছিল?
(ক) কেবল ৰাজনৈতিক ক্ষেত্ৰৰ
(খ) কেবল সামাজিক ক্ষেত্ৰৰ
(গ) সকলো ক্ষেত্ৰৰ
(ঘ) কেৱল বিদ্যালয়ৰ
উঃ (গ) সকলো ক্ষেত্ৰৰ
প্ৰঃ ১৯৬৪ চনৰ কোঠাৰী আয়োগৰ মতে শিক্ষাৰ গাঁথনি কিমান বছৰীয়া হ’ব লাগে?
(ক) ১০-২-৩
(খ) ৮-৪-৪
(গ) ১২-৩-২
(ঘ) ১১-১-৩
উঃ (ক) ১০-২-৩
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিয়ে শিক্ষাৰ গাঁথনিৰ ওপৰত কেনে গুৰুত্ব দিছিল?
(ক) ১০-২-৩ শিক্ষাৰ গাঁথনি গ্রহণ
(খ) কেৱল উচ্চ শিক্ষাৰ বিকাশ
(গ) কেৱল প্রাথমিক শিক্ষাৰ উন্নতি
(ঘ) কেৱল বেসৰকাৰী শিক্ষাৰ উন্নয়ন
উঃ (ক) ১০-২-৩ শিক্ষাৰ গাঁথনি গ্রহণ
প্রঃ ১৯৪৮ চনত কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদৰ বৈঠকত কোনে মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠনৰ প্ৰস্তাৱ দিছিল?
(ক) জৱাহৰলাল নেহৰু
(খ) মৌলানা আবুল কালাম আজাদ
(গ) ড° লক্ষণস্বামী মুডালিয়াৰ
(ঘ) ড° কে. জি. শাহ
উঃ (খ) মৌলানা আবুল কালাম আজাদ
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিত উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি গুৰুত্ব দিয়া হৈছিল?
(ক) উচ্চ শিক্ষা সকলোৰে বাবে উন্মুক্ত হ’ব লাগিব

(খ) কেৱল ধনীসকলেহে শিক্ষা লাভ কৰিব
(গ) কেৱল বৈজ্ঞানিক বিষয়ৰ ওপৰত গুৰুত্ব
(ঘ) কেৱল কলা বিষয়ৰ বিকাশ
উঃ (ক) উচ্চ শিক্ষা সকলোৰে বাবে উন্মুক্ত হ’ব লাগিব
প্রঃ মাধ্যমিক শিক্ষা আয়োগ গঠনৰ প্রধান উদ্দেশ্য কি আছিল?
(ক) শিক্ষাৰ আধুনিকীকৰণ
(খ) কেবল উচ্চ শিক্ষা প্ৰসাৰ
(গ) কেৱল পাঠ্যক্ৰম পৰিবৰ্তন
(ঘ) কেৱল বেসৰকাৰী বিদ্যালয় স্থাপন
উঃ (ক) শিক্ষাৰ আধুনিকীকৰণ
প্রঃ নতুন শিক্ষানীতিত ‘সমতাৰ বোধ’ কেনেকৈ প্ৰসাৰ কৰা হয়?
(ক) কেৱল উচ্চশিক্ষাৰ ক্ষেত্ৰত
(খ) সকলো শ্ৰেণীৰ বাবে শিক্ষা নিশ্চিত কৰি
(গ) কেৱল চৰকাৰী বিদ্যালয়লৈ সীমিত ৰাখি
(ঘ) কেৱল নগৰীয় অঞ্চলৰ বাবে
কৰি উঃ (খ) সকলো শ্ৰেণীৰ বাবে শিক্ষা নিশ্চিত
প্রঃ শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজায়?
(ক) কেরল পাঠ্যক্রম ভিত্তিক শিক্ষা
(খ) কর্মসঞ্চালনমূলক শিক্ষা
(গ) কেৱল ৰাজনৈতিক শিক্ষা
(ঘ) কেৱল সাহিত্যিক শিক্ষা
উঃ (খ) কর্মসঞ্চালনমূলক শিক্ষা
প্রঃ কোঠাৰী আয়োগে শিক্ষাৰ ক্ষেত্ৰত কিমান বছৰীয়া গাঁথনিৰ প্ৰস্তাৱ দিছিল?
(ক) ৮-৪-৪
(খ) ১০-২-৩
(গ) ১১-১-৩
(ঘ) ১২-৩-২
উঃ (খ) ১০-২-৩
প্ৰঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৯৭৫
(খ) ১৯৮৪

(গ) ১৯৯০
(ঘ) ১৯৬৫
উঃ (খ) ১৯৮৪
প্রঃ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?
(ক) মৌলানা আবুল কালাম আজাদ
(খ) ড° লক্ষণস্বামী মুডালিয়াৰ
(গ) ড° কে. জি. শাহ
(ঘ) ড° ৰাধাকৃষ্ণণ
উঃ (খ) ড০ লক্ষণস্বামী মুডালিয়াৰ
প্রঃ নতুন শিক্ষানীতিয়ে উচ্চ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কি গুৰুত্ব দিছিল?
(ক) কেৱল বিজ্ঞান শিক্ষা
(খ) উচ্চ শিক্ষাৰ বিস্তাৰ
(গ) কেৱল ধনী ছাত্ৰৰ বাবে শিক্ষা
(ঘ) কেৱল গৱেষণামূলক শিক্ষা
উঃ (খ) উচ্চ শিক্ষাৰ বিস্তাৰ
প্রঃ অসম মাধ্যমিক শিক্ষা আইন কেতিয়া প্রস্তুত কৰা হৈছিল?
(ক) ১৯৫১
(খ) ১৯৬১
(গ) ১৯৭১
(ঘ) ১৯৮১
উঃ (খ) ১৯৬১
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত মুডালিয়াৰ আয়োগে কোনটো সমস্যা উল্লেখ কৰিছিল?
(ক) শিক্ষকৰ অভাৱ
(খ) শিক্ষাৰ মানদণ্ড হ্রাস
(গ) ছাত্ৰৰ অকৃতকার্য হোৱাৰ প্রবণতা
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ
প্রঃ অসম মাধ্যমিক শিক্ষা সংস্থাৰ দায়িত্ব কি?
(ক) পাঠ্যক্রম প্রস্তুতি
(খ) শিক্ষক নির্ধাৰণ
(গ) বিদ্যালয় স্ফীকৃতি প্রদান
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ

প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ গুণগত মান নিশ্চিত কৰিবলৈ কি প্রয়োজন?
(ক) প্রশিক্ষণপ্রাপ্ত শিক্ষক
(খ) আধুনিক পাঠ্যক্রম
(গ) নিয়মীয়া পৰিদর্শন
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ
প্রঃ মাধ্যমিক শিক্ষাৰ সমস্যা সমাধানৰ বাবে কিহে প্রয়োজনীয়?
(ক) নতুন শিক্ষানীতি গ্রহণ
(খ) আধুনিক প্রযুক্তিৰ ব্যৱহাৰ
(গ) গুণগত শিক্ষা প্রদান
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ
প্রঃ শিক্ষাৰ গাঁথনিৰ নতুন পৰিকল্পনা কোন আয়োগে আগবঢ়াইছিল?
(ক) মুডালিয়াৰ আয়োগ
(খ) কোঠাৰী আয়োগ
(গ) ৰাধাকৃষ্ণণ আয়োগ
(ঘ) মৌলানা আজাদ আয়োগ
উঃ (খ) কোঠাৰী আয়োগ
প্রঃ ১৯৮৬ চনৰ নতুন শিক্ষানীতিৰ মতে, শিক্ষাৰ উদ্দেশ্য কি আছিল?
(ক) কেৱল চৰকাৰী বিদ্যালয় স্থাপন
(খ) শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰা
(গ) কেৱল উচ্চ শিক্ষাৰ বিস্তাৰ
(ঘ) কেৱল মাধ্যমিক শিক্ষাৰ বিকাশ
উঃ (খ) শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰা
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত মুডালিয়াৰ আয়োগে কিমান বছৰৰ শিক্ষা প্রস্তাৱ দিছিল?
(ক) ৭ বছৰ
(খ) ৮ বছৰ
(গ) ৯ বছৰ
(ঘ) ১০ বছৰ
উঃ (ঘ) ১০ বছৰ
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?
(ক) কেৱল উচ্চ শিক্ষাৰ ক্ষেত্ৰত
(খ) কেৱল ৰাজনৈতিক শিক্ষা
(গ) সকলো শ্ৰেণীৰ শিক্ষাৰ সমতা
(ঘ) কেৱল ধনীসকলৰ শিক্ষাৰ বিকাশ
উঃ (গ) সকলো শ্ৰেণীৰ শিক্ষাৰ সমতা
প্রঃ শিক্ষাৰ ১০-২-৩ গাঁথনিৰ মতে, উচ্চতৰ মাধ্যমিক স্তৰৰ সময়সীমা কিমান?
(ক) ১ বছৰ
(খ) ২ বছৰ
(গ) ৩ বছৰ
(ঘ) ৪ বছৰ
উঃ (খ) ২ বছৰ
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষাৰ প্রয়োজনীয়তা কিয় গুৰুত্বপূর্ণ?
(ক) চাকৰি লাভ সহজ হ’ব
(খ) কেৱল পৰীক্ষাত ভাল নম্বৰ লাভৰ বাবে
(গ) কেবল বিজ্ঞান শিক্ষাৰ উন্নতিৰ বাবে
(ঘ) কেৱল গৱেষণাৰ বাবে
উঃ (ক) চাকৰি লাভ সহজ হ’ব
প্রঃ শিক্ষাৰ ক্ষেত্ৰত সমতাৰ বোধ কেনেকৈ সৃষ্টি কৰিব পাৰি?
(ক) কেৱল গ্রাম্য অঞ্চলত বিদ্যালয় স্থাপন কৰি
(খ) সকলো শ্ৰেণীৰ শিশুক শিক্ষাৰ সুযোগ দিয়াৰ মাধ্যমেৰে
(গ) কেরল বিজ্ঞান শিক্ষা প্রদান কৰি
(ঘ) কেৱল উচ্চশিক্ষাৰ বিস্তাৰৰ মাধ্যমেৰে
উঃ (খ) সকলো শ্ৰেণীৰ শিশুক শিক্ষাৰ সুযোগ দিয়াৰ মাধ্যমেৰে
প্রঃ শিক্ষাৰ কাৰিকৰী দিশৰ ওপৰত কোনে গুৰুত্ব দিছিল?
(ক) মৌলানা আবুল কালাম আজাদ
(খ) কোঠাৰী আয়োগ
(গ) মুডালিয়াৰ আয়োগ
(ঘ) জৱাহৰলাল নেহৰু
উঃ (খ) কোঠাৰী আয়োগ

প্রঃ অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ অনুসৰি শিক্ষাৰ দায়িত্ব কোনে বহন কৰিব?
(ক) গুৱাহাটী বিশ্ববিদ্যালয়
(খ) মাধ্যমিক শিক্ষা সংস্থা
(গ) শিক্ষা বিভাগ
(ঘ) কেন্দ্ৰীয় চৰকাৰ
উঃ (খ) মাধ্যমিক শিক্ষা সংস্থা
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ প্রশিক্ষণ কিয় প্রয়োজনীয়?
(ক) শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে
(খ) কেৱল বিদ্যালয়ৰ নিয়ন্ত্ৰণৰ বাবে
(গ) কেৱল সৰকাৰী চাকৰি লাভৰ সুবিধাৰ বাবে
(ঘ) কেৱল বেসৰকাৰী বিদ্যালয় স্থাপনৰ বাবে
উঃ (ক) শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে
প্রঃ শিক্ষাৰ গাঁথনি ১০-২-৩ অনুসৰি ডিগ্রী পাঠ্যক্রম কিমান বছৰীয়া?
(ক) ২ বছৰ
(খ) ৩ বছৰ
(গ) ৪ বছৰ
(ঘ) ৫ বছৰ
উঃ (খ) ৩ বছৰ
কি? প্রঃ মাধ্যমিক শিক্ষাৰ সমস্যাৰ অন্যতম কাৰণ
(ক) পাঠ্যক্ৰমৰ অযোগ্যতা
(খ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ
(গ) অনিয়মীয়া পৰিদৰ্শন
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিয়ে মহিলা শিক্ষাৰ ক্ষেত্ৰত কি গুৰুত্ব দিছিল?
(ক) কেৱল উচ্চ শিক্ষাত সুযোগ বৃদ্ধি
(খ) কেৱল নগৰীয় মহিলাসকলৰ বাবে শিক্ষা
(গ) সকলো মহিলাসকলৰ বাবে শিক্ষাৰ সুযোগ
বৃদ্ধি
(ঘ) কেৱল ধর্মীয় শিক্ষাৰ বিকাশ
উঃ (গ) সকলো মহিলাসকলৰ বাবে শিক্ষাৰ সুযোগ বৃদ্ধি
কি? প্ৰঃ উচ্চতৰ মাধ্যমিক পৰিষদ গঠনৰ উদ্দেশ্য
(ক) কেৱল পাঠ্যক্রম প্রস্তুতি
(খ) উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ
(গ) কেৱল বিদ্যালয় পৰিচালনা
(ঘ) কেৱল শিক্ষকৰ নিৰীক্ষা
উঃ (খ) উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ ফলাফল ঘোষণা কাৰে কৰে?
(ক) গুৱাহাটী বিশ্ববিদ্যালয়
(খ) অসম মাধ্যমিক শিক্ষা সংস্থা
(গ) মাধ্যমিক বিদ্যালয়
(ঘ) উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ
উঃ (খ) অসম মাধ্যমিক শিক্ষা সংস্থা
প্ৰঃ শিক্ষাৰ আধুনিকীকৰণৰ বাবে শিক্ষানীতিয়ে কি ব্যৱস্থা গ্রহণ কৰিছিল?
(ক) কাৰিকৰী শিক্ষাৰ বিকাশ
(খ) পাঠ্যক্ৰমৰ উন্নতি
(গ) নতুন শিক্ষানীতি প্রণয়ন
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ
প্রঃ অসমত ১০-২-৩ শিক্ষাৰ গাঁথনি কেতিয়া কাৰ্যকৰী কৰা হৈছিল?
(ক) ১৯৭৩
(খ) ১৯৮০
(গ) ১৯৮৫
(ঘ) ১৯৯০
উঃ (ক) ১৯৭৩
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কোন সমস্যাটো মুখ্য?
(ক) শিক্ষকৰ অভাৱ
(খ) শিক্ষাৰ মান হ্রাস
(গ) ছাত্ৰৰ অকৃতকার্য হোৱাৰ সমস্যা
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ

প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিৰ মতে বাধাগ্রস্ত শিশুদেৰ বাবে কি ব্যৱস্থা গ্রহণ কৰা হৈছিল?
(ক) কেৱল পুথিভিত্তিক শিক্ষা
(খ) আবাসিক বিদ্যালয় স্থাপন
(গ) কেৱল প্রাথমিক শিক্ষাৰ সুবিধা
(ঘ) কেৱল বিশেষ বিদ্যালয় স্থাপন
উঃ (খ) আবাসিক বিদ্যালয় স্থাপন
প্রঃ শিক্ষাৰ ক্ষেত্ৰত উন্নতি সাধনৰ বাবে কি প্রয়োজনীয়?
(ক) প্রশিক্ষণপ্রাপ্ত শিক্ষক
(খ) আধুনিক পাঠ্যক্রম
(গ) নিয়মীয়া পৰিদৰ্শন
(ঘ) ওপৰৰ সকলোবোৰ
উঃ (ঘ) ওপৰৰ সকলোবোৰ
প্রঃ শিক্ষাৰ বৃত্তিমুখীকৰণৰ লক্ষ্য কি?
(ক) কেৱল উচ্চ শিক্ষা লাভ
(খ) দৈনন্দিন জীৱনৰ উপযোগী শিক্ষাৰ প্ৰদান
(গ) কেবল সাহিত্য শিক্ষাৰ বিকাশ
(ঘ) কেৱল ৰাজনৈতিক শিক্ষাৰ প্ৰসাৰ
উঃ (খ) দৈনন্দিন জীৱনৰ উপযোগী শিক্ষাৰ
প্রদান
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত প্রাথমিক শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে?
উঃ অনুচ্ছেদ ২১৭
প্রঃ মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য কি?
উঃ সু-নাগৰিক গঠন কৰা।
প্রঃ গণতান্ত্রিক নাগৰিকৰ বিকাশৰ বাবে প্রধান গুণবোৰ কি?
উঃ সুস্থ চিন্তাধাৰা, সামাজিক ন্যায়, সহনশীলতা আৰু স্বদেশপ্রেম।
প্রঃ মুডালিয়াৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উঃ ১৯৫২ চনত।
প্রঃ ১৯৬৪ চনৰ কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনি কিমান বছৰৰ প্ৰস্তাৱ দিছিল?
উঃ ১০-২-৩ বছৰ।
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতি কেতিয়া গ্ৰহণ কৰা হৈছিল?
উঃ ১৯৮৬ চনৰ মে’ মাহত।
প্রঃ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?
উঃ ড° লক্ষণস্বামী মুডালিয়াৰ।
প্রঃ মাধ্যমিক শিক্ষাৰ সমস্যা সমাধানৰ বাবে কি প্রয়োজন?
উঃ প্রশিক্ষণপ্রাপ্ত শিক্ষক, আধুনিক পাঠ্যক্রম আৰু নিয়মীয়া পৰিদৰ্শন।
প্রঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল?
উঃ ১৯৮৪ চনত।
প্রঃ শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজায়?
উঃ দৈনন্দিন জীৱনত প্রয়োজনীয় কর্মশিক্ষা প্ৰদান কৰা।
প্রঃ মাধ্যমিক শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে কি গুৰুত্বপূৰ্ণ?
উঃ প্রশিক্ষণপ্রাপ্ত শিক্ষক নিযুক্তি।
প্রঃ শিক্ষাৰ ১০-২-৩ গাঁথনি অনুসৰি উচ্চ মাধ্যমিক স্তৰৰ সময়সীমা কিমান?
উঃ ২ বছৰ।
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিয়ে মহিলা শিক্ষাৰ ক্ষেত্রত কি গুৰুত্ব দিছিল?
বৃদ্ধি। উঃ সকলো মহিলাসকলৰ বাবে শিক্ষাৰ সুযোগ
প্রঃ মাধ্যমিক শিক্ষা সংস্থাৰ দায়িত্ব কি?
উঃ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ পৰিচালনা।
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ ফলাফল ঘোষণা কাৰে কৰে?
উঃ অসম মাধ্যমিক শিক্ষা সংস্থাই।
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিয়ে বাধাগ্রস্ত শিশুদেৰ বাবে কি ব্যৱস্থা গ্রহণ কৰিছিল?
উঃ আবাসিক বিদ্যালয় স্থাপন।
প্রঃ অসম মাধ্যমিক শিক্ষা আইন কেতিয়া প্রস্তুত কৰা হৈছিল?
উঃ ১৯৬১ চনত।
প্রঃ শিক্ষাৰ গাঁথনি ১০-২-৩ অনুসৰি ডিগ্রী পাঠ্যক্রম কিমান বছৰীয়া?
উঃ ৩ বছৰ।
প্ৰঃ শিক্ষাৰ আধুনিকীকৰণৰ বাবে শিক্ষানীতিয়ে কি ব্যৱস্থা গ্রহণ কৰিছিল?
উঃ কাৰিকৰী শিক্ষাৰ বিকাশ আৰু পাঠ্যক্ৰমৰ উন্নতি।
প্রঃ ১০-২-৩ শিক্ষাৰ গাঁথনি অনুসৰি প্ৰাথমিক শিক্ষাৰ সময়সীমা কিমান?
উঃ ৫ বছৰ।
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ গুণগত মান নিশ্চিত কৰিবলৈ কি প্রয়োজন?
উঃ আধুনিক পাঠ্যক্রম আৰু নিয়মীয়া পৰিদৰ্শন।
প্ৰঃ শিক্ষাৰ ক্ষেত্ৰত সমতাৰ বোধ কেনেকৈ সৃষ্টি কৰিব পাৰি?
উঃ সকলো শ্ৰেণীৰ শিশুক শিক্ষাৰ সুযোগ দিয়াৰ মাধ্যমেৰে।
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত পৰিদৰ্শনৰ অভাৱৰ ফলত কি সমস্যা হয়?
উঃ শিক্ষাৰ মান হ্রাস হয়।
প্রঃ শিক্ষাৰ ১০-২-৩ গাঁথনি অনুসৰি নিম্ন মাধ্যমিক স্তৰৰ সময়সীমা কিমান?
উঃ ৩ বছৰ।
প্ৰঃ ১৯৮৬ চনৰ শিক্ষানীতিতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি গুৰুত্ব দিয়া হৈছিল?
উঃ উচ্চ শিক্ষাৰ বিস্তাৰ।

প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ প্রশিক্ষণ কিয় প্রয়োজনীয়?
উঃ শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে।
প্রঃ মাধ্যমিক শিক্ষাৰ সমস্যা সমাধানৰ বাবে কি প্রয়োজনীয়?
উঃ আধুনিক পাঠ্যক্ৰম আৰু প্রশিক্ষিত শিক্ষক।
প্রঃ শিক্ষাৰ গাঁথনিৰ নতুন পৰিকল্পনা কোন আয়োগে আগবঢ়াইছিল?
উঃ কোঠাৰী আয়োগে।
প্রঃ অসমত ১০-২-৩ শিক্ষাৰ গাঁথনি কেতিয়া কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ: ১৯৭৩ চনত।
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষাৰ প্রয়োজনীয়তা কিয় গুৰুত্বপূর্ণ?
উঃ চাকৰি লাভ সহজ কৰিবলৈ।
প্ৰঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ মান উন্নত কৰিবলৈ কি কৰা উচিত?
উঃ আধুনিক পাঠ্যক্রম প্রস্তুতকৰণ আৰু পৰিদৰ্শন ব্যৱস্থা উন্নত কৰা।
প্রঃ শিক্ষাৰ ক্ষেত্ৰত অসমতাৰ সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰি?
উঃ সকলোৰে বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰি।
প্রঃ মাধ্যমিক শিক্ষা আয়োগ গঠনৰ উদ্দেশ্য কি আছিল?
উঃ শিক্ষাৰ আধুনিকীকৰণ।
প্রঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ গুণগত মান কিদৰে বৃদ্ধি কৰিব পাৰি?
উঃ আধুনিক পাঠ্যক্ৰম আৰু গৱেষণামূলক শিক্ষা প্ৰস্তুত কৰি।
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ গুণগত মান নিশ্চিত কৰিবলৈ কি প্রয়োজন?
উঃ নিয়মীয়া পৰিদৰ্শন আৰু আধুনিক শিক্ষাৰ্থীৰ প্রশিক্ষণ।

প্রঃনতুন শিক্ষানীতিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি পৰিবৰ্তন আনিছিল?
উঃ উচ্চ শিক্ষাৰ বিস্তাৰ আৰু গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ।
প্রঃ অসম মাধ্যমিক শিক্ষা আইন অনুসৰি মাধ্যমিক শিক্ষাৰ দায়িত্ব কোনে বহন কৰে?
উঃ অসম মাধ্যমিক শিক্ষা সংস্থাই।
প্রঃ ১৯৮৬ চনৰ শিক্ষানীতিয়ে মহিলা শিক্ষাৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰিছিল?
উঃ মহিলা শিক্ষাৰ সুযোগ বৃদ্ধি কৰা।
প্রঃ শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ গুৰুত্ব কিয়?
উঃ নতুন জ্ঞান সৃষ্টি আৰু শিক্ষাৰ মান উন্নীত কৰিবলৈ।
প্রঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ মান উন্নত কৰিবলৈ শিক্ষকৰ কি প্রয়োজন?
উঃ যথাযথ প্রশিক্ষণ আৰু পৰিদৰ্শন।
প্ৰঃ শিক্ষাৰ বৃত্তিমুখীকৰণৰ লক্ষ্য কি?
উঃ দৈনন্দিন জীৱনৰ উপযোগী কর্মশিক্ষা প্রদান।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment