Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Economics MCQ Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অর্থবিজ্ঞান বিষয়ৰ Class 12 Economics MCQ Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Economics MCQ Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা

প্রথম খণ্ড: সমষ্টিবাদী অৰ্থনীতিৰ পাতনি

অধ্যায়-৩

মুদ্ৰা আৰু বেংক ব্যৱস্থা

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ মুদ্রাৰ প্ৰচলন গতি কি?
(ক) মুদ্ৰাৰ সংৰক্ষণ
(খ) মুদ্রাৰ গতিবেগ
(গ) এক একক মুদ্রাই নির্দিষ্ট সময়ত সম্পন্ন

কৰা লেনদেনৰ সংখ্যা
(ঘ) মুদ্রাৰ মূল্যেৰ বৃদ্ধি
উঃ (গ) এক একক মুদ্রাই নির্দিষ্ট সময়ত সম্পন্ন কৰা লেনদেনৰ সংখ্যা
প্ৰঃ “অভাৱৰ দুবাৰ মিল” বুলিলে কি বুজায়?
(ক) দুয়োপক্ষৰ অভাৱৰ সঙ্গতি থকাৰ অৱস্থা
(খ) মুদ্রাৰ সংকোচন
(গ) অর্থনৈতিক মন্দা
(ঘ) বিনিময় প্রথাৰ অন্ত
উঃ (ক) দুয়োপক্ষৰ অভাৱৰ সঙ্গতি থকাৰ অৱস্থা প্রঃ কোনটো আদেশী মুদ্ৰাৰ উদাহৰণ?
(ক) সোণ
(খ) চৰকাৰৰ দ্বাৰা প্ৰচলিত কাগজী মুদ্রা
(গ) বিদেশী মুদ্রা
(ঘ) প্রাচীনকালৰ বিনিময় প্রথা
উঃ (খ) চৰকাৰৰ দ্বাৰা প্ৰচলিত কাগজী মুদ্রা
প্রঃ মুদ্রাৰ যোগান বুলিলে কি বুজায়?
(ক) কেন্দ্ৰীয় ব্যাংকৰ মুদ্রা সংৰক্ষণ
(খ) জনসাধাৰণৰ হাতত থকা মুঠ মুদ্রা
(গ) বিদেশী মুদ্ৰাৰ পৰিমাণ
(ঘ) কেৱল মুদ্রা বিনিময়ৰ পৰিমাণ
উঃ (খ) জনসাধাৰণৰ হাতত থকা মুঠ মুদ্রা প্ৰঃ কাৰেন্সী-জমা অনুপাত কি?
(ক) বিদেশী বিনিময় হাৰ
(খ) জনসাধাৰণৰ হাতত থকা মুদ্রাৰ অনুপাত
(গ) বাজাৰৰ মুদ্ৰাৰ হাৰ
(ঘ) মুদ্ৰাৰ বিনিময় হাৰ
উঃ (খ) জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ অনুপাত
প্ৰঃবজাৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ সম্পৰ্ক কিদৰে?
(ক) একে ধৰণৰ
(খ) বিপৰীতমুখী
(গ) সম্পূর্ণ ভিন্ন
(ঘ) সম্পর্ক নাই
উঃ (খ) বিপৰীতমুখী

প্রঃ সংৰক্ষিত আমানত অনুপাতৰ অৰ্থ কি?
(ক) কেন্দ্ৰীয় ব্যাংকৰ সঞ্চিত ধন
(খ) বাণিজ্যিক ব্যাংকে জমা ৰাখিব লগীয়া অংশ
(গ) জনসাধাৰণৰ মুদ্রা সঞ্চয়
(ঘ) দেশৰ আয়-ব্যয়ৰ অনুপাত
উঃ (খ) বাণিজ্যিক ব্যাংকে জমা ৰাখিব লগীয়া
অংশ
প্রঃ সংকীর্ণ মুদ্রা কি?
(ক) উচ্চ মূল্যৰ মুদ্রা
(খ) কম মূল্যৰ মুদ্রা, নোট, চাহিদা আমানত
(গ) কেৱল নগদ মুদ্রা
(ঘ) কেৱল বিদেশী মুদ্রা
উঃ (খ) কম মূল্যৰ মুদ্রা, নোট, চাহিদা আমানত
প্ৰঃ SLR ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) State Liquidity Regulation
(খ) Statutory Liquidity Ratio
(গ) Standard Liquid Reserve
(ঘ) Systematic Loan Ratio
উঃ (খ) Statutory Liquidity Ratio
প্রঃ নগদ সংৰক্ষণ অনুপাত (CRR) মানে কি?
(ক) জনসাধাৰণৰ সঞ্চয়
(খ) কেন্দ্রীয় ব্যাংকে বাণিজ্যিক ব্যাংকৰ পৰা
ৰখা আমানত অনুপাত
(গ) বিদেশী বিনিয়োগ
(ঘ) চৰকাৰৰ সঞ্চিত ধন
উঃ (খ) কেন্দ্রীয় ব্যাংকে বাণিজ্যিক ব্যাংকৰ পৰা
ৰখা আমানত অনুপাত
প্রঃ RBI কোনখন দেশৰ কেন্দ্ৰীয় ব্যাংক?
(ক) চীন
(খ) ভাৰত
(গ) আমেৰিকা
(ঘ) ফ্রান্স
উঃ (খ) ভাৰত
প্রঃ ১৯৬৯ চনৰ ১৪ জুলাইত কিমানটা ব্যাংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়?
(ক) ১০ টা
(খ) ১২ টা

(গ) ১৪ টা
(ঘ) ১৬ টা
উঃ (গ) ১৪ টা
প্রঃ RBI কাগজী মুদ্রা কিদৰে প্ৰচলন কৰে?
(ক) চৰকাৰৰ নিৰ্দেশত
(খ) নির্দিষ্ট পৰিমাণৰ সোণ আৰু বিদেশী মুদ্ৰাৰ
ভিত্তিত
(গ) জনসাধাৰণৰ দাবীত
(ঘ) কেৱল ৰাজনৈতিক কাৰণত
উঃ (খ) নির্দিষ্ট পৰিমাণৰ সোণ আৰু বিদেশী
মুদ্রাৰ ভিত্তিত
প্রঃ ব্যাংক হাৰ কি?
(ক) জনসাধাৰণে ব্যাংকত জমা কৰা সুদৰ হাৰ
(খ) কেন্দ্রীয় ব্যাংকে বাণিজ্যিক ব্যাংকক ঋণ প্ৰদানৰ সুদৰ হাৰ
(গ) আমানত সঞ্চয়ৰ হাৰ
(ঘ) বিনিয়োগৰ লাভৰ হাৰ
উঃ (খ) কেন্দ্রীয় ব্যাংকে বাণিজ্যিক ব্যাংকক ঋণ প্রদানৰ সুদৰ হাৰ
প্রঃ কোনো ব্যক্তিৰ গড় নগদ জমা কি?
(ক) তেওঁৰ মুঠ আয়েৰে নিৰ্ধাৰিত হয়
(খ) তেওঁৰ আয় আৰু ব্যয়ৰ মাজত বিভাজন
হোৱাৰ ফল
(গ) কেৱল ব্যয়ৰ ওপৰত নিৰ্ভৰশীল
(ঘ) কেৱল সঞ্চয়ৰ ওপৰত নিৰ্ভৰশীল
উঃ (খ) তেওঁৰ আয় আৰু ব্যয়ৰ মাজত বিভাজন হোৱাৰ ফল
প্রঃ RBI কোন কামটো কৰে?
(ক) শিক্ষা বিতৰণ
(খ) চোকান ব্যবসায়
(গ) মুদ্রা নিয়ন্ত্রণ
(ঘ) প্ৰচাৰ ব্যৱস্থা
উঃ (গ) মুদ্রা নিয়ন্ত্রণ
প্রঃ আধুনিক অর্থনীতিৰ মুখ্য কাৰক কি?
(ক) মুদ্রা
(খ) খেতি
(গ) প্রযুক্তি
(ঘ) জনসংখ্যা
উঃ (ক) মুদ্রা

প্রঃ কেন্দ্রীয় ব্যাংক কাক কোৱা হয়?
(ক) সকলো ব্যাংক একেলগে
(খ) ৰাষ্ট্ৰীয় ব্যাংক
(গ) কোনো ব্যক্তিগত ব্যাংক
(ঘ) চৰকাৰী আমানত
উঃ (খ) ৰাষ্ট্ৰীয় ব্যাংক
প্রঃ বাণিজ্যিক ব্যাংকে কিদৰে ঋণ প্রদান কৰে?
(ক) চৰকাৰৰ অনুমতি লৈ
(খ) জনসাধাৰণৰ আমানত ব্যৱহাৰ কৰি
(গ) বিদেশী মুদ্রা ব্যৱহাৰ কৰি
(ঘ) কেৱল লগত থকা টকাৰ ভিত্তিত
উঃ (খ) জনসাধাৰণৰ আমানত ব্যৱহাৰ কৰি
প্রঃ মুদ্রা প্রচলনৰ নিয়ন্ত্রক কোন?
(ক) RBI
(খ) বাণিজ্যিক ব্যাংক
(গ) চৰকাৰ
(ঘ) বিদেশী বিনিয়োগকাৰী
উঃ (ক) RBI
প্রঃ নগদ সংৰক্ষণ অনুপাত (CRR) কোনে নির্ধাৰণ কৰে?
(ক) চৰকাৰ
(খ) কেন্দ্রীয় ব্যাংক (RBI)
(গ) বাণিজ্যিক ব্যাংক
(ঘ) বিশ্বব্যাংক
উঃ (খ) কেন্দ্রীয় ব্যাংক (RBI)
প্রঃ কেন্দ্রীয় ব্যাংকে বাণিজ্যিক ব্যাংকসমূহক ঋণ প্রদান কৰে কিদৰে?
(ক) ব্যক্তিগত চুক্তিৰ মাধ্যমে
(খ) ব্যাংক হাৰৰ ভিত্তিত
(গ) চৰকাৰী অনুমোদনৰ মাধ্যমে
(ঘ) বিদেশী মুদ্রা বিনিময় কৰি
উঃ (খ) ব্যাংক হাৰৰ ভিত্তিত
প্ৰঃ RBIৰ এটা গুৰুত্বপূর্ণ দায়িত্ব কি?
(ক) দেশৰ বিদ্যুত সংস্থাপনৰ কাম কৰা

(খ) বিদেশী বিনিয়োগ নিয়ন্ত্ৰণ কৰা
(গ) মুদ্রাৰ যোগান নিয়ন্ত্ৰণ কৰা
(ঘ) কৰ ব্যবস্থা পৰিচালনা কৰা
উঃ (গ) মুদ্রাৰ যোগান নিয়ন্ত্ৰণ কৰা
প্রঃ সীমিত বিহিত মুদ্ৰাৰ একোটা উদাহৰণ কি?
(ক) ১০০ টকাৰ নোট
(খ) ২০০০ টকাৰ নোট
(গ) ধাতুৰ মুদ্রা (পইচা)
(ঘ) বিদেশী মুদ্রা
উঃ (গ) ধাতুৰ মুদ্রা (পইচা)
প্রঃ মুদ্রাৰ কল্পনাপ্রসূত চাহিদা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
(ক) বজাৰৰ দাম
(খ) সুদৰ হাৰ
(গ) চৰকাৰৰ আয়
(ঘ) বাণিজ্যিক লেনদেন
উঃ (খ) সুদৰ হাৰ
প্রঃ কোনটো সংস্থা ভাৰতত কাগজী মুদ্রা মুদ্রণ কৰে?
(ক) SBI
(খ) RBI
(গ) LIC
(ঘ) NITI Aayog
উঃ (খ) RBI
প্রঃ কোনো ব্যক্তিয়ে মুদ্রাৰ কল্পনাপ্রসূত অভিপ্রায়ত ধন ৰখাৰ প্ৰধান কাৰণ কি?
(ক) বিনিয়োগ বৃদ্ধি
(খ) ভবিষ্যতে সুদৰ হাৰ পৰিবৰ্তনৰ সম্ভাৱনা
(গ) আয়-ব্যয়ৰ বৃদ্ধি
(ঘ) আয় বণ্টনৰ সমতা
উঃ (খ) ভবিষ্যতে সুদৰ হাৰ পৰিবৰ্তনৰ সম্ভাৱনা
প্রঃ কেন্দ্রীয় ব্যাংকে কেনেকৈ মুদ্রাৰ যোগান নিয়ন্ত্রণ কৰে?
(ক) নতুন নোট ছপা কৰি
(খ) আমানতৰ বৃদ্ধি কৰি
(গ) সুদৰ হাৰ নিয়ন্ত্ৰণ কৰি

(ঘ) বাজাৰত মুদ্ৰাৰ বিক্ৰী কৰি
উঃ (গ) সুদৰ হাৰ নিয়ন্ত্ৰণ কৰি
প্রঃ কোনটো RBIৰ একোটা হাতিয়াৰ?
(ক) নগদ সংৰক্ষণ অনুপাত (CRR)
(খ) চৰকাৰী বাজেট
(গ) আমানতৰ সুদৰ হাৰ
(ঘ) কৰ ব্যৱস্থা
উঃ (ক) নগদ সংৰক্ষণ অনুপাত (CRR)
প্ৰঃ বজাৰ সুদৰ হাৰ নিম্ন হ’লে, ঋণ গ্ৰহণকাৰীৰ বাবে কি হ’ব?
(ক) ঋণ গ্রহণ ব্যয়বহুল হ’ব
(খ) ঋণ গ্রহণ সহজ হ’ব
(গ) ঋণ প্রদান বন্ধ হ’ব
(ঘ) ঋণ প্ৰদানৰ হাৰ স্থিৰ থাকিব
উঃ (খ) ঋণ গ্রহণ সহজ হ’ব
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ মুদ্ৰাৰ প্ৰচলন গতি ক’ত ব্যৱহৃত হয়?
উঃ অর্থনৈতিক লেনদেন মাপিবলৈ ব্যৱহৃত হয়।
প্ৰঃ “অভাৱৰ দুবাৰ মিল” ক’ত প্রয়োজন?
উঃ বিনিময় প্রথাত প্রয়োজন।
প্রঃ আদেশী মুদ্রাৰ বৈশিষ্ট্য কি?
উঃ চৰকাৰৰ আদেশত প্রচলিত হয়।
প্রঃ মুদ্ৰাৰ যোগান কাক কোৱা হয়?
উঃ জনসাধাৰণৰ হাতত থকা মুঠ মুদ্রাক।
প্রঃ কাৰেন্সী-জমা অনুপাত কি?
উঃ জনসাধাৰণৰ হাতত থকা মুদ্রা আৰু ব্যাংকত থকা জমাৰ অনুপাত।
কি? প্ৰঃ বজাৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ সম্পৰ্ক
উঃ বিপৰীতমুখী।
প্রঃ সংৰক্ষিত আমানত অনুপাত কোনে নির্ধাৰণ কৰে?
উঃ কেন্দ্রীয় ব্যাংকে।

প্ৰঃ সংকীৰ্ণ মুদ্রাৰ উদাহৰণ কি?
উঃ নোট, কম মূল্যৰ ধাতুৰ মুদ্রা, চাহিদা আমানত।
প্রঃ SLR ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Statutory Liquidity Ratio |
প্রঃ নগদ সংৰক্ষণ অনুপাত কি?
উঃ বাণিজ্যিক ব্যাংকে কেন্দ্রীয় ব্যাংকত জমা ৰখা মুঠ নগদ মুদ্রাৰ অনুপাত।
প্রঃ RBI কোনখন দেশৰ কেন্দ্ৰীয় বেংক?
উঃ ভাৰত।
প্রঃ ১৯৬৯ চনৰ ১৪ জুলাইত কিমানটা ব্যাংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়?
উঃ ১৪ টা।
প্রঃ RBI কাগজী মুদ্রা কেনেকৈ প্রচলন কৰে?
উঃ নিম্নতম জমা নীতিৰ অধীনত।
প্রঃ ব্যাংক হাৰ কি?
উঃ কেন্দ্রীয় ব্যাংকে বাণিজ্যিক ব্যাংকক ঋণ প্ৰদানৰ সুদৰ হাৰ।
প্রঃ কোনো ব্যক্তিৰ গড় নগদ জমা কেনেকৈ গণনা কৰা হয়?
উঃ আয়ৰ আধা অংশ হিচাপে গণনা কৰা হয়।
প্রঃ RBI ৰ প্ৰধান দায়িত্ব কি?
উঃ মুদ্ৰাৰ নিয়ন্ত্ৰণ আৰু নিয়ন্ত্রণমূলক নীতি প্রয়োগ।
প্রঃ আধুনিক অর্থনীতিৰ মুখ্য কাৰক কি?
উঃ মুদ্রা।
প্রঃ কেন্দ্রীয় ব্যাংক কাক কোৱা হয়?
উঃ এখন দেশৰ মুদ্রা ব্যৱস্থাৰ শীৰ্ষ নিয়ন্ত্রকক।
প্রঃ বাণিজ্যিক ব্যাংকে কেনেকৈ ঋণ প্রদান কৰে?
উঃ জনসাধাৰণৰ আমানত ব্যৱহাৰ কৰি।
প্রঃ মুদ্রা প্রচলনৰ নিয়ন্ত্রক কোন?
উঃ RBI।
প্ৰঃ নগদ সংৰক্ষণ অনুপাত (CRR) কোনে নির্ধাৰণ কৰে?
উঃ কেন্দ্রীয় ব্যাংকে (RBI)।
প্রঃ কেন্দ্রীয় ব্যাংকে কেনেকৈ বাণিজ্যিক ব্যাংকসমূহক ঋণ প্রদান কৰে?
উঃ ব্যাংক হাৰৰ ভিত্তিত।
প্ৰঃ RBI ৰ এটা গুৰুত্বপূর্ণ দায়িত্ব কি?
উঃ মুদ্রাৰ যোগান নিয়ন্ত্রণ।
প্রঃ সীমিত বিহিত মুদ্রাৰ উদাহৰণ কি?
উঃ ধাতুৰ মুদ্রা (পইচা)।
প্রঃ মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ সুদৰ হাৰৰ ওপৰত।
প্রঃ কোনটো সংস্থা ভাৰতত কাগজী মুদ্রা মুদ্রণ কৰে?
উঃ RBI।
প্রঃ কোনো ব্যক্তিয়ে মুদ্রাৰ কল্পনাপ্রসূত অভিপ্রায়ত ধন ৰখাৰ প্ৰধান কাৰণ কি?
উঃ ভবিষ্যতে সুদৰ হাৰ পৰিবৰ্তনৰ সম্ভাৱনা।
প্রঃ কেন্দ্রীয় ব্যাংকে কেনেকৈ মুদ্রাৰ যোগান নিয়ন্ত্ৰণ কৰে?
উঃ সুদৰ হাৰ নিয়ন্ত্ৰণ কৰি।
প্রঃ কোনটো RBI ৰ একোটা হাতিয়াৰ?
উঃ নগদ সংৰক্ষণ অনুপাত (CRR)।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment