Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Economics MCQ Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অর্থবিজ্ঞান বিষয়ৰ Class 12 Economics MCQ Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Economics MCQ Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ

প্রথম খণ্ড: সমষ্টিবাদী অৰ্থনীতিৰ পাতনি

অধ্যায়-২

আয় আৰু নিয়োগ নিৰ্ধাৰণ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ সামগ্রীক চাহিদা বুলিলে কি বুজায়?
(ক) এটা বছৰত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুঠ
চাহিদা
(খ) এটা বছৰত কেৱল দ্ৰব্যৰ চাহিদা
(গ) এটা বছৰত কেৱল সেৱাৰ চাহিদা
(ঘ) ব্যক্তিগত উপেভাগৰ মুঠ চাহিদা
উঃ (ক) এটা বছৰত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুঠ চাহিদা
প্রঃ যদি পৰিকল্পিত ব্যয় পৰিকল্পিত উৎপন্নতকৈ অধিক হয়, তেন্তে উৎপাদন প্রতিষ্ঠানৰ উদ্ভাৱনৰ ওপৰত কি প্ৰভাৱ পৰিব?
(ক) উদ্ভাৱনৰ মজুত বৃদ্ধি হ’ব
(খ) উদ্ভাৱনৰ মজুত হ্রাস হ’ব
(গ) কোনো প্রভার নপৰিব
(ঘ) উৎপাদন বন্ধ হ’ব
উঃ (খ) উদ্ভাৱনৰ মজুত হ্রাস হ’ব
প্রঃ বিনিয়োগ গুণকৰ সর্বনিম্ন মান কিমান?
(ক) ০
(খ) ১
(গ) অসীম
(ঘ) -১
উঃ (খ) ১
প্রঃ বিনিয়োগ চাহিদা ফলন কি?
(ক) বিনিয়োগ আৰু সুদৰ হাৰৰ সম্পৰ্ক
(খ) মুদ্রা যোগান আৰু বিনিয়োগৰ সম্পৰ্ক
(গ) বিনিয়োগ আৰু আয়ৰ সম্পৰ্ক
(ঘ) আয় আৰু উপেভাগৰ সম্পৰ্ক
উঃ (ক) বিনিয়োগ আৰু সুদৰ হাৰৰ সম্পৰ্ক
প্রঃ উপেভাগ ফলন কি?
(ক) উপেভাগ আৰু বিনিয়োগৰ সম্পৰ্ক
(খ) উপেভাগ আৰু উপাৰ্জনৰ মাজৰ সম্পর্ক
(গ) বিনিয়োগ আৰু উৎপাদনৰ সম্পৰ্ক
(ঘ) আয় আৰু উৎপাদনৰ সম্পৰ্ক
উঃ (খ) উপেভাগ আৰু উপাৰ্জনৰ মাজৰ সম্পর্ক প্রঃ ভাৰসাম্য আয় কিদৰে নিৰ্ধাৰিত হয়?
(ক) আয় আৰু ব্যয় সমান হোৱা অৱস্থাত
(খ) সৰ্বমুঠ চাহিদা আৰু যোগান সমান হোৱা
অৱস্থাত
(গ) সর্বমুঠ বিনিয়োগ অধিক হোৱা অৱস্থাত
(ঘ) আয়ৰ পৰিমাণ হ্রাস হোৱা অৱস্থাত
উঃ (খ) সৰ্বমুঠ চাহিদা আৰু যোগান সমান হোৱা
অৱস্থাত
প্রঃ সৰ্বমুঠ যোগানৰ সংজ্ঞা কি?

(ক) কোনো বছৰত উপলব্ধ মুঠ উৎপাদন
(খ) কোনো বছৰত উপলব্ধ মুঠ ব্যয়
(গ) কোনো বছৰত উপলব্ধ মুঠ সঞ্চয়
(ঘ) কোনো বছৰত উপলব্ধ মুঠ ঋণ
উঃ (ক) কোনো বছৰত উপলব্ধ মুঠ উৎপাদন প্রঃ বিনিয়োগ গুণকৰ সংজ্ঞা কি?
(ক) আয় আৰু উপেভাগৰ অনুপাত
(খ) আয় আৰু বিনিয়োগৰ অনুপাত
(গ) বিনিয়োগ আৰু উৎপাদনৰ অনুপাত
(ঘ) আয় আৰু উৎপাদনৰ অনুপাত
উঃ (খ) আয় আৰু বিনিয়োগৰ অনুপাত
প্রঃ প্রান্তিক উপেভাগ আসক্তি (MPC) যদি ০.৯ হয়, তেন্তে আয় গুণক কিমান?
(ক) ৫
(খ) ১০
(গ) ৩.৩৩
(ঘ) ২
উঃ (খ) ১০
প্রঃ সঞ্চয় আসক্তি যদি ০.৩ হয়, তেন্তে আয় গুণক কিমান?
(ক) ২.৫
(খ) ৩.৩৩
(গ) ৪
(ঘ) ৫
উঃ (খ) ৩.৩৩
প্রঃ মুদ্রা যোগান হ্রাস কৰিলে কি হ’ব?
(ক) মূল্য বৃদ্ধিৰ সম্ভাৱনা
(খ) মূল্য হ্রাস
(গ) আয় বৃদ্ধি
(ঘ) বিনিয়োগ বৃদ্ধি
উঃ (খ) মূল্য হ্রাস
প্রঃ জাতীয় আয় কি?
(ক) এটা বছৰত ব্যক্তিৰ মুঠ উপাৰ্জন
(খ) এটা বছৰত দেশৰ মুঠ উপাৰ্জন
(গ) এটা বছৰত বিনিয়োগ মাত্রা
(ঘ) এটা বছৰত উপেভাগ মাত্রা
উঃ (খ) এটা বছৰত দেশৰ মুঠ উপাৰ্জন
প্রঃ যদি MPC ৰ মান ০.৪ হয়, তেন্তে গুণকৰ (K) মান কিমান?
(ক) ৫
(খ) ২.৫
(গ) ১.৫
(ঘ) ৪
উঃ (খ) ২.৫
প্রঃ সম্পদ তালিকা কি?
(ক) সম্পত্তিৰ মূল্যেৰে নিৰ্ধাৰিত তালিকা
(খ) সমষ্টিগত বিনিয়োগৰ তালিকা
(গ) চৰকাৰী খৰচৰ তালিকা
(ঘ) ব্যক্তিগত খৰচৰ তালিকা
উঃ (ক) সম্পত্তিৰ মূল্যেৰে নিৰ্ধাৰিত তালিকা প্রঃ সঞ্চয় গুণকৰ মান কিমান?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উঃ (খ) ৩
প্রঃ আয় বৃদ্ধি পালে কি হ’ব?
(ক) উপেভাগ বৃদ্ধি পায়
(খ) সঞ্চয় বৃদ্ধি পায়
(গ) বিনিয়োগ বৃদ্ধি পায়
(ঘ) উপর্যুক্ত সকলো
উঃ (ঘ) উপর্যুক্ত সকলো
প্রঃ বিনিয়োগ গুণকৰ মান কেনেকৈ নিৰ্ণয় কৰা হয়?
(ক) ১ (১-MPC)
(খ) ১ + MPC
(গ) ১ (১-MPS)
(ঘ) ১ + MPS
উঃ (ক) ১ (১-MPC)
প্ৰঃ অধিক চাহিদাৰ ফলত কি হয়?
(ক) মূল্য বৃদ্ধি
(খ) বিনিয়োগ হ্রাস
(গ) জাতীয় আয় হ্রাস
(ঘ) সঞ্চয় বৃদ্ধি
উঃ (ক) মূল্য বৃদ্ধি
প্রঃ জাতীয় আয়েৰে অতিৰিক্ত উপেভাগৰ অনুপাতক কি কোৱা হয়?
(ক) উপেভাগ আসক্তি
(খ) বিনিয়োগ গুণক
(গ) সঞ্চয় গুণক
(ঘ) সম্পদ তালিকা
উঃ (ক) উপেভাগ আসক্তি
প্রঃ উপভোক্তা ব্যয়ৰ মুখ্য উপাদান কি?
(ক) বিনিয়োগ
(খ) ব্যক্তিগত আয়
(গ) চৰকাৰী খৰচ
(ঘ) জাতীয় আয়
উঃ (খ) ব্যক্তিগত আয়
প্রঃ কোনো অর্থনীতিত জাতীয় আয়, উপভোক্তা আয় আৰু বিনিয়োগৰ যোগফল কি হয়?
(ক) জাতীয় আয়
(খ) সামগ্রীক যোগান
(গ) উপভোক্তা চাহিদা
(ঘ) উপার্জন
উঃ (খ) সামগ্রীক যোগান
প্রঃ যদি বিনিয়োগ ১০০ কোটি টকা বৃদ্ধি পায় আৰু আয় গুণকৰ মান ৫ হয়, তেন্তে জাতীয় আয় কিমান বৃদ্ধি পাব?
(ক) ৫০০ কোটি টকা
(খ) ১০০ কোটি টকা
(গ) ৫০ কোটি টকা
(ঘ) ১০০০ কোটি টকা
উঃ (ক) ৫০০ কোটি টকা
প্রঃ চাহিদা মন্দা (Deflation) কিদৰে সৃষ্টি হয়?
(ক) মুদ্রা যোগান বৃদ্ধি হোৱাৰ ফলত
(খ) জাতীয় আয় বৃদ্ধি হোৱাৰ ফলত
(গ) উপভোক্তা ব্যয় হ্রাস হোৱাৰ ফলত
(ঘ) মূল্যবৃদ্ধি হোৱাৰ ফলত
উঃ (গ) উপভোক্তা ব্যয় হ্রাস হোৱাৰ ফলত
প্রঃ উপভোক্তা চাহিদাৰ মূল উপাদান কি?

(ক) জাতীয় আয়
(খ) ব্যক্তিগত আয়
(গ) চৰকাৰী ব্যয়
(ঘ) বৈদেশিক বিনিয়োগ
উঃ (খ) ব্যক্তিগত আয়
প্রঃ মুদ্রাগত নীতিৰ প্ৰধান লক্ষ্য কি?
(ক) বিনিয়োগ বৃদ্ধি
(খ) আয় বৃদ্ধি
(গ) মুদ্রা যোগান নিয়ন্ত্রণ
(ঘ) ৰপ্তানি বৃদ্ধি
উঃ (গ) মুদ্রা যোগান নিয়ন্ত্রণ
প্রঃ যদি প্রান্তিক উপেভাগ আসক্তি (MPC) ০.৬ হয়, তেন্তে প্রান্তিক সঞ্চয় আসক্তি (MPS) কিমান?
(ক) ০.৩
(খ) ০.৪
(গ) ০.৫
(ঘ) ০.৬
উঃ (খ) ০.৪
প্রঃ চাহিদা মন্দা থাকিলে কি হয়?
(ক) মূল্য হ্রাস হয়
(খ) জাতীয় আয় বৃদ্ধি পায়
(গ) বিনিয়োগ বৃদ্ধি পায়
(ঘ) মুদ্রা যোগান বৃদ্ধি পায়
উঃ (ক) মূল্য হ্রাস হয়
প্ৰঃ চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত কি হয়?
(ক) জাতীয় আয় বৃদ্ধি পায়
(খ) বিনিয়োগ হ্রাস পায়
(গ) মুদ্রা যোগান হ্রাস পায়
(ঘ) উপভোক্তা আয় হ্রাস পায়
উঃ (ক) জাতীয় আয় বৃদ্ধি পায়
প্রঃ বিনিয়োগ বৃদ্ধিৰ কাৰণ কি?
(ক) সুদৰ হাৰ হ্রাস
(খ) আয় হ্রাস
(গ) মূল্যবৃদ্ধি
(ঘ) চৰকাৰী ব্যয় হ্রাস
উঃ (ক) সুদৰ হাৰ হ্রাস

প্রঃ যদি আয় গুণকৰ মান ৪ হয় আৰু বিনিয়োগ ২০০ কোটি টকা বৃদ্ধি পায়, তেন্তে জাতীয় আয় কিমান বৃদ্ধি পাব?
(ক) ৮০০ কোটি টকা
(খ) ২০০ কোটি টকা
(গ) ৪০০ কোটি টকা
(ঘ) ১০০০ কোটি টকা
উঃ (ক) ৮০০ কোটি টকা
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ সামগ্রীক চাহিদা কি?
উঃ এটা বছৰত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুঠ চাহিদাক সামগ্রীক চাহিদা বোলে।
প্রঃ পৰিকল্পিত ব্যয় যদি পৰিকল্পিত উৎপন্নতকৈ অধিক হয়, তেন্তে উদ্ভাৱনৰ মজুতৰ ওপৰত কি প্ৰভাৱ পৰে?
উঃ উদ্ভাৱনৰ মজুত হ্রাস পায়।
প্রঃ বিনিয়োগ গুণকৰ সৰ্বনিম্ন মান কিমান?
উঃ বিনিয়োগ গুণকৰ সর্বনিম্ন মান ১ হয়।
প্রঃ বিনিয়োগ চাহিদা ফলন কি?
উঃ বিনিয়োগ চাহিদা আৰু সুদৰ হাৰৰ মাজৰ সম্পর্কক বিনিয়োগ চাহিদা ফলন বোলে।
প্রঃ উপেভাগ ফলন কি?
উঃ উপেভাগ আৰু উপাৰ্জনৰ মাজৰ সম্পর্কক উপেভাগ ফলন বোলে।
প্রঃ ভাৰসাম্য আয় কিদৰে নিৰ্ধাৰিত হয়?
উঃ যেতিয়া সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান সমান হয়, তেতিয়া ভাৰসাম্য আয় নিৰ্ধাৰিত হয়।
প্রঃ সর্বমুঠ যোগান কি?
উঃ কোনো বছৰত এখন অর্থনীতিত উপলব্ধ মুঠ উৎপাদনক সর্বমুঠ যোগান বোলে।
প্রঃ বিনিয়োগ গুণক কি?
উঃ সামগ্ৰীক আয়ৰ পৰিৱৰ্তন আৰু বিনিয়োগৰ পৰিৱৰ্তনৰ অনুপাতক বিনিয়োগ গুণক বোলে।

প্রঃ যদি MPC = ০.৯ হয়, তেন্তে আয় গুণকৰ মান কিমান?
উঃ আয় গুণকৰ মান ১০ হয়।
প্রঃ যদি সঞ্চয় আসক্তি (MPS) ০.৩ হয়, তেন্তে আয় গুণকৰ মান কিমান?
উঃ আয় গুণকৰ মান ৩.৩৩ হয়।
প্রঃ মুদ্রা যোগান হ্রাস কৰিলে কি হয়?
উঃ মূল্য হ্রাস পায়।
প্রঃ জাতীয় আয় কি?
উঃ এটা বছৰত এখন দেশৰ মুঠ উপাৰ্জনক জাতীয় আয় বোলে।
প্রঃ যদি MPC = ০.৪ হয়, তেন্তে গুণকৰ (K) মান কিমান?
উঃ গুণকৰ মান ২.৫ হয়।
প্রঃ সম্পদ তালিকা কি?
উঃ সম্পত্তিৰ মূল্যেৰে নিৰ্ধাৰিত তালিকাক সম্পদ তালিকা বোলে।
প্রঃ সঞ্চয় গুণকৰ মান কিমান?
উঃ সঞ্চয় গুণকৰ মান ৩ হয়।
প্রঃ আয় বৃদ্ধি পালে কি হয়?
উঃ আয় বৃদ্ধি পালে উপেভাগ, সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি পায়।
হয়? প্রঃ বিনিয়োগ গুণকৰ গণনা কি সূত্ৰৰে কৰা
উঃ বিনিয়োগ গুণক = ১ + (১-MPC)।
প্রঃ অধিক চাহিদাৰ ফলত কি হয়?
উঃ অধিক চাহিদাৰ ফলত মূল্য বৃদ্ধি পায়।
প্রঃ জাতীয় আয়েৰে অতিৰিক্ত উপেভাগৰ অনুপাতক কি বোলে?
উঃ প্রান্তিক উপেভাগ আসক্তি (MPC) বোলে।
প্রঃ উপভোক্তা ব্যয়ৰ মুখ্য উপাদান কি?
উঃ ব্যক্তিগত আয়।
প্রঃ যদি বিনিয়োগ ১০০ কোটি টকা বৃদ্ধি পায় আৰু আয় গুণকৰ মান ৫ হয়, তেন্তে জাতীয় আয় কিমান বৃদ্ধি পাব?
উঃ জাতীয় আয় ৫০০ কোটি টকা বৃদ্ধি পাব।
প্রঃ চাহিদা মন্দা (Deflation) কিয় হয়?
উঃ উপভোক্তা ব্যয় হ্রাস হোৱাৰ ফলত চাহিদা মন্দা হয়।
প্রঃ উপভোক্তা চাহিদাৰ মূল উপাদান কি?
উঃ ব্যক্তিগত আয়।
প্রঃ মুদ্রাগত নীতিৰ প্ৰধান লক্ষ্য কি?
উঃ মুদ্রা যোগান নিয়ন্ত্রণ।
প্রঃ যদি MPC = ০.৬ হয়, তেন্তে MPS কিমান?
উঃ MPS = ০.৪ হয়।
প্রঃ চাহিদা মন্দা থাকিলে কি হয়?
উঃ মূল্য হ্রাস পায়।
প্ৰঃ চৰকাৰী ব্যয় বৃদ্ধি পালে কি হয়?
উঃ জাতীয় আয় বৃদ্ধি পায়।
প্রঃ বিনিয়োগ বৃদ্ধিৰ মূল কাৰণ কি?
উঃ সুদৰ হাৰ হ্রাস।
প্রঃ যদি আয় গুণকৰ মান ৪ হয় আৰু বিনিয়োগ ২০০ কোটি টকা বৃদ্ধি পায়, তেন্তে জাতীয় আয় কিমান বৃদ্ধি পাব?
উঃ জাতীয় আয় ৮০০ কোটি টকা বৃদ্ধি পাব।
প্রঃ যদি বিনিয়োগ ব্যয় বৃদ্ধি পায়, তেন্তে জাতীয় আয়ত কি প্ৰভাৱ পৰে?
উঃ জাতীয় আয় বৃদ্ধি পায়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment