আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক (নৃতত্ত্ব) বিষয়ৰ Class 12 Anthropology MCQ Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Anthropology MCQ Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা
অধ্যায়-৭
বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ বাস্তৱ বিদ্যা কি বুজায়?
(ক) ভূগোলৰ এটি শাখা
(খ) জীৱ আৰু পৰিৱেশৰ সম্পৰ্ক অধ্যয়ন
(গ) কেৱল উদ্ভিদৰ অধ্যয়ন
(ঘ) পদার্থ বিজ্ঞানৰ এটি অংশ
উঃ (খ) জীৱ আৰু পৰিৱেশৰ সম্পৰ্ক অধ্যয়ন
প্রঃ বাস্তৱ বিদ্যাক ইংৰাজীত কি কোৱা হয়?
(ক) Biology
(খ) Ecology
(গ) Geography
(ঘ) Physics
উঃ (খ) Ecology
প্রঃ ইক’লজী শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) লেটিন
(খ) গ্রীক
(গ) সংস্কৃত
(ঘ) ইংৰাজী
উঃ (খ) গ্রীক
প্রঃ প্রাকৃতিক পৰিৱেশ কি?
(ক) মানুহে সৃষ্টি কৰা পৰিৱেশ
(খ) প্রকৃতিক নিজে সৃষ্টি কৰা পৰিৱেশ
(গ) কল-কাৰখানাৰ সৃষ্টি কৰা পৰিৱেশ
(ঘ) কেৱল অৰণ্য আৰু নদী
উঃ (খ) প্রকৃতিক নিজে সৃষ্টি কৰা পৰিৱেশ
প্রঃ খাদ্য শৃংখলত কি বুজায়?
(ক) খাদ্য উৎপাদন প্রণালী
(খ) জীৱ আৰু উদ্ভিদৰ খাদ্য যোগান ধৰা পদ্ধতি
(গ) এক প্রাকৃতিক পদ্ধতি য’ত এক জীৱ আন
জীৱৰ ওপৰত নিৰ্ভৰশীল
(ঘ) খাদ্য সংৰক্ষণ পদ্ধতি
উঃ (গ) এক প্রাকৃতিক পদ্ধতি য’ত এক জীৱ আন জীৱৰ ওপৰত নিৰ্ভৰশীল
প্রঃ পাৰিস্থিতিক সমতা কেনেকৈ গঠিত হয়?
(ক) জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজত
সুসংহত সম্পর্ক থাকিলে
(খ) কেৱল মানুহে প্রকৃতিত পৰিবৰ্তন আনিলে
(গ) জীৱ-জন্তুৰ সংখ্যা নিয়ন্ত্ৰণ কৰিলে
(ঘ) কেৱল উদ্ভিদ ৰোপণ কৰিলে
উঃ (ক) জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজত সুসংহত সম্পর্ক থাকিলে
প্রঃ ফাইটো ‘প্লাংকটন কি?
(ক) সাগৰত পোৱা এবিধ মাছ
(খ) অণুবীক্ষণিক উদ্ভিদ যি প্রাথমিক উৎপাদক
হিচাপে কাম কৰে
(গ) ঠাণ্ডা অঞ্চলত পোৱা এবিধ উদ্ভিদ
(ঘ) মাটিৰ তলত পোৱা এক ধৰণৰ সেউজ
শেল
উঃ (খ) অণুবীক্ষণিক উদ্ভিদ যি প্রাথমিক উৎপাদক হিচাপে কাম কৰে
প্রঃ বায়ুমণ্ডল কি?
(ক) পৃথিৱীৰ ওপৰিভাগত থকা পানীৰ স্তৰ
(খ) পৃথিৱীৰ ওপৰিভাগত থকা বায়ুৰ আৱৰণ
(গ) মাটিৰ তলত থকা স্তৰ
(ঘ) পৃথিৱীৰ তলৰ উত্তপ্ত অঞ্চল
উঃ (খ) পৃথিৱীৰ ওপৰিভাগত থকা বায়ুৰ
আৱৰণ
প্রঃ জলমণ্ডলত কি পোৱা যায়?
(ক) কেৱল নদী আৰু সাগৰ
(খ) পৃথিৱীৰ ওপৰিভাগত থকা সকলো পানী
(গ) কেৱল লবণযুক্ত পানী
(ঘ) কেৱল বৰফ
উঃ (খ) পৃথিৱীৰ ওপৰিভাগত থকা সকলো পানী
প্রঃ ভূ-মণ্ডল কি?
(ক) পৃথিৱীৰ ওপৰিভাগৰ মাটিৰ স্তৰ
(খ) পৃথিৱীৰ ভিতৰৰ উত্তপ্ত অংশ
(গ) কেৱল পৰ্বতৰ শৃংগ
(ঘ) কেৱল নদী আৰু সাগৰৰ অংশ
উঃ (ক) পৃথিৱীৰ ওপৰিভাগৰ মাটিৰ স্তৰ
প্রঃ জীৱমণ্ডল কি?
(ক) পৃথিৱীৰ ওপৰত জীৱৰ বসবাসযোগ্য স্তৰ
(খ) কেৱল উদ্ভিদৰ আৱাস
(গ) কেৱল জন্তুৰ আৱাস
(ঘ) কেৱল জলজ জীৱৰ স্থান
উঃ (ক) পৃথিৱীৰ ওপৰত জীৱৰ বসবাসযোগ্য
স্তৰ
প্রঃ পৰিৱেশ কি?
(ক) মানুহে সৃষ্টি কৰা অঞ্চল
(খ) পৃথিৱীৰ বাতাবৰণ, মাটি, পানী আৰু জীৱৰ
সংমিশ্রণ
(গ) কেৱল উদ্ভিদ আৰু জন্তুৰ আৱাস
(ঘ) কেৱল বায়ুমণ্ডল
উঃ (খ) পৃথিৱীৰ বাতাবৰণ, মাটি, পানী আৰু জীৱৰ সংমিশ্রণ
প্রঃ পৰিস্থিতি বিজ্ঞান কি?
(ক) পৃথিৱীৰ ভূ-আকৃতিৰ অধ্যয়ন
(খ) জীৱ আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্কৰ
অধ্যয়ন
(গ) কেৱল উদ্ভিদৰ অধ্যয়ন
(ঘ) কেৱল জলবায়ু পৰিবৰ্তনৰ অধ্যয়ন
উঃ (খ) জীৱ আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্কৰ অধ্যয়ন
প্রঃ পৃথিৱীৰ বায়ুমণ্ডল প্রধানকৈ কিহৰে গঠিত?
(ক) হাইড্র’জেন, অৈিজন, ছালফাৰ
(খ) অ’িজেন, নাইট্র’জেন, কার্বন-ডাই-আইড, জলীয় বাষ্প
(গ) কেৱল অৈিজন আৰু কার্বন-ডাই-আইড
(ঘ) কেৱল নাইট্ৰ’জেন
উঃ (খ) অ’িজেন, নাইট্র’জেন, কার্বন-ডাই-আইড, জলীয় বাষ্প
প্রঃ বায়ুমণ্ডলৰ কি ভূমিকা আছে?
(ক) কেৱল গেছ সংৰক্ষণ কৰে
(খ) পৃথিৱীৰ জীৱজগতক সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে
(গ) কেৱল বতাহ সৃষ্টি কৰে
(ঘ) কেৱল অৈিজন যোগান ধৰে
উঃ (খ) পৃথিৱীৰ জীৱজগতক সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে
প্রঃ জলমণ্ডলৰ প্ৰধান বৈশিষ্ট্য কি?
(ক) কেৱল নদী-সাগৰক ধৰি ৰাখে
(খ) পৃথিৱীৰ পানীভাগৰ সংগ্ৰহ
(গ) কেৱল বৰফ গঠনৰ সহায় কৰে
(ঘ) কেৱল মাছৰ বাবে উপযোগী
উঃ (খ) পৃথিৱীৰ পানীভাগৰ সংগ্ৰহ
প্রঃ পানীক জীৱৰ প্ৰাণ কিয় কোৱা হয়?
(ক) পানী খাই মানুহে তৃপ্তি পায়
(খ) সকলো জীৱই জীয়াই থকাটো পানীৰ
ওপৰত নিৰ্ভৰশীল
(গ) পানী কেৱল উদ্ভিদৰ বাবে প্রয়োজনীয়
(ঘ) পানী কেৱল গাত লাবলৈ ব্যৱহাৰ হয়
উঃ (খ) সকলো জীৱই জীয়াই থকাটো পানীৰ
ওপৰত নিৰ্ভৰশীল
প্ৰঃ পৃথিৱীৰ পানীৰ বৃহত্তম অংশ কি ৰূপত থাকে?
(ক) বৰফ
(খ) লবণযুক্ত পানী
(গ) শুদ্ধ পানী
(ঘ) জলীয় বাষ্প
উঃ (খ) লবণযুক্ত পানী
প্রঃ বায়ুমণ্ডলত জলীয় বাষ্পৰ কি ভূমিকা আছে?
(ক) কেৱল মেঘ গঠন কৰে
(খ) কেৱল বৰষুণ সৃষ্টি কৰে
(গ) বায়ুমণ্ডলৰ উষ্ণতাৰ সমতা ৰক্ষা কৰে
(ঘ) কেৱল ঠাণ্ডা পৰিৱেশ সৃষ্টি কৰে
উঃ (গ) বায়ুমণ্ডলৰ উষ্ণতাৰ সমতা ৰক্ষা কৰে
যায়? প্রঃ সেউজ উদ্ভিদ কিয় খাদ্য উৎপাদক বুলি জনা
(ক) উদ্ভিদে কার্বন-ডাই-আ’ইড ত্যাগ কৰে
(খ) উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত খাদ্য তৈয়াৰ
কৰে
(গ) উদ্ভিদ কেৱল অটিজেন উৎপন্ন কৰে
(ঘ) উদ্ভিদ কেৱল অন্যান্য জীৱৰ বাবে খাদ্য যোগান ধৰে
উঃ (খ) উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত খাদ্য তৈয়াৰ কৰে
প্রঃ জীৱমণ্ডলত জীৱবোৰ কিহৰ ওপৰত নিৰ্ভৰশীল?
(ক) কেৱল পানীৰ ওপৰত
(খ) কেৱল মাটিৰ ওপৰত
(গ) খাদ্য, পানী, বায়ু, আৰু পৰিৱেশৰ ওপৰত
(ঘ) কেৱল সূৰ্যৰ পোহৰৰ ওপৰত
উঃ (গ) খাদ্য, পানী, বায়ু, আৰু পৰিৱেশৰ ওপৰত
প্ৰঃ কিহৰ দ্বাৰা মাটিৰ গুণাগুণ নির্ধাৰণ হয়?
(ক) কেৱল পানীৰ উপস্থিতি
(খ) মাটিৰ কণাৰ আকাৰ আৰু উপাদান
(গ) কেৱল হিউমাছৰ উপস্থিতি
(ঘ) কেৱল অজৈৱিক পদার্থ
উঃ (খ) মাটিৰ কণাৰ আকাৰ আৰু উপাদান
প্রঃ মহাসাগৰৰ পানী কিয় লুণীয়া?
(ক) পানীৰ ওপৰত সূৰ্যৰ পোহৰ পৰিল
(খ) পানীত ছডিয়াম ক্লৰাইড আৰু অন্যান্য খনিজ পদার্থ থাকে
(গ) পানী নদীৰ পৰা আহে
(ঘ) পানীৰ সোঁত কম
উঃ (খ) পানীত ছডিয়াম ক্লৰাইড আৰু অন্যান্য খনিজ পদার্থ থাকে
প্রঃ পৰিৱেশ আৰু জীৱৰ মাজত কি সম্পর্ক আছে?
(ক) পৰিৱেশ জীৱৰ ওপৰত নিৰ্ভৰশীল
(খ) জীৱ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল
(গ) জীৱ আৰু পৰিৱেশৰ মাজত মিথস্ক্রিয়া থাকে
(ঘ) পৰিৱেশ আৰু জীৱৰ মাজত কোনো সম্পর্ক নাই
উঃ (গ) জীৱ আৰু পৰিৱেশৰ মাজত মিথস্ক্রিয়া থাকে
কৰে? প্রঃ কেনেকৈ বায়ুমণ্ডল পৃথিৱীৰ উষ্ণতা নিয়ন্ত্রণ
(ক) সূৰ্যৰ পোহৰ আঁতৰাই
(খ) হঠাৎ ঠাণ্ডা কৰি
(গ) গ্রীণহাউছ প্ৰভাৱৰ সৃষ্টি কৰি
(ঘ) কেৱল অৈিজন যোগান ধৰি
উঃ (গ) গ্রীণহাউছ প্ৰভাৱৰ সৃষ্টি কৰি
প্রঃ কার্বন-ডাই-আ’ইড ক’ত সৃষ্টি হয়?
(ক) কেৱল উদ্ভিদৰ পাতত
(খ) জ্বলন, নিশ্বাস প্ৰক্ৰিয়া আৰু উদ্ভিদৰ দ্রবীকৰণত
(গ) কেৱল সাগৰত
(ঘ) কেৱল মাটিৰ তলত
উঃ (খ) জ্বলন, নিশ্বাস প্রক্রিয়া আৰু উদ্ভিদৰ দ্রবীকৰণত
প্ৰঃ উদ্ভিদৰ জীৱনচক্ৰ কেনেকৈ পৰিৱেশৰ সৈতে জড়িত?
(ক) উদ্ভিদ কেৱল ফুল উৎপন্ন কৰে
(খ) উদ্ভিদ খাদ্য তৈয়াৰ কৰি প্ৰাণী আৰু মানুহক যোগান ধৰে
(গ) উদ্ভিদ কেবল নিজেই জীৱনচক্র চলায়
(ঘ) উদ্ভিদৰ বাবে কেৱল পানীৰ প্ৰয়োজন
উঃ (খ) উদ্ভিদ খাদ্য তৈয়াৰ কৰি প্ৰাণী আৰু মানুহক যোগান ধৰে
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ বাস্তৱ বিদ্যা কি?
উঃ জীৱ আৰু পৰিৱেশৰ সম্পৰ্ক অধ্যয়ন।
প্রঃ বাস্তৱ বিদ্যাক ইংৰাজীত কি কোৱা হয়?
উঃ Ecology
প্রঃ ইক’লজী শব্দটো কোন ভাষাৰ পৰা আহিছে?
উঃ গ্রীক ভাষাৰ পৰা।
প্রঃ প্রাকৃতিক পৰিৱেশ কাক বোলে?
উঃ প্রকৃতিক নিজে সৃষ্টি কৰা পৰিৱেশ।
প্রঃ খাদ্য শৃংখলত কি বুজায়?
উঃ এক প্রাকৃতিক পদ্ধতি য’ত এক জীৱ আন জীৱৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ পাৰিস্থিতিক সমতা কেনেকৈ গঠিত হয়?
উঃ জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজত সুসংহত সম্পর্ক থাকিলে।
প্রঃ ফাইটো ‘প্লাংকটন কি?
উঃ অণুবীক্ষণিক উদ্ভিদ যি প্রাথমিক উৎপাদক হিচাপে কাম কৰে।
প্রঃ বায়ুমণ্ডল কি?
উঃ পৃথিৱীৰ ওপৰিভাগত থকা বায়ুৰ আৱৰণ।
প্রঃ জলমণ্ডলত কি পোৱা যায়?
উঃ পৃথিৱীৰ ওপৰিভাগত থকা সকলো পানী।
প্রঃ ভূ-মণ্ডল কি?
উঃ পৃথিৱীৰ ওপৰিভাগৰ মাটিৰ স্তৰ।
প্রঃ জীৱমণ্ডল কি?
উঃ পৃথিৱীৰ ওপৰত জীৱৰ বসবাসযোগ্য স্তৰ।
উঃ
প্রঃ পৰিৱেশ কি?
উঃপৃথিৱীৰ বাতাবৰণ, মাটি, পানী আৰু জীৱৰ সংমিশ্রণ।
প্রঃ পৰিস্থিতি বিজ্ঞান কি?
উঃ জীৱ আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্কৰ অধ্যয়ন।
প্রঃ পৃথিৱীৰ বায়ুমণ্ডল প্রধানকৈ কিহৰে গঠিত?
উঃ অ’ক্সিজেন, নাইট্র ‘জেন, কার্বন-ডাই-অ’ইড, জলীয় বাষ্প।
প্রঃ বায়ুমণ্ডলৰ কি ভূমিকা আছে?
উঃ পৃথিৱীৰ জীৱজগতক সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে।
প্ৰঃ জলমণ্ডলৰ প্ৰধান বৈশিষ্ট্য কি?
উঃ পৃথিৱীৰ পানীভাগৰ সংগ্ৰহ।
প্রঃ পানীক জীৱৰ প্ৰাণ কিয় কোৱা হয়?
উঃ সকলো জীৱই জীয়াই থকাটো পানীৰ ওপৰত নিৰ্ভৰশীল।
প্ৰঃ পৃথিৱীৰ পানীৰ বৃহত্তম অংশ কি ৰূপত থাকে?
উঃ লৱণযুক্ত পানী।
প্রঃ বায়ুমণ্ডলত জলীয় বাষ্পৰ কি ভূমিকা আছে?
উঃ বায়ুমণ্ডলৰ উষ্ণতাৰ সমতা ৰক্ষা কৰে।
প্রঃ সেউজ উদ্ভিদ কিয় খাদ্য উৎপাদক বুলি জনা যায়?
কৰে। উঃ উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত খাদ্য তৈয়াৰ
প্রঃ জীৱমণ্ডলত জীৱবোৰ কিহৰ ওপৰত নিৰ্ভৰশীল?
উঃ খাদ্য, পানী, বায়ু, আৰু পৰিৱেশৰ ওপৰত।
প্ৰঃ কিহৰ দ্বাৰা মাটিৰ গুণাগুণ নির্ধাৰণ হয়?
উঃ মাটিৰ কণাৰ আকাৰ আৰু উপাদান।
প্ৰঃ মহাসাগৰৰ পানী কিয় লুণীয়া?
উঃ পানীত ছডিয়াম ক্লৰাইড আৰু অন্যান্য খনিজ পদার্থ থাকে।
প্রঃ পৰিৱেশ আৰু জীৱৰ মাজত কি সম্পর্ক আছে?
উঃ জীৱ আৰু পৰিৱেশৰ মাজত মিথস্ক্রিয়া থাকে।
প্রঃ কেনেকৈ বায়ুমণ্ডল পৃথিৱীৰ উষ্ণতা নিয়ন্ত্রণ কৰে?
উঃ গ্রীণহাউছ প্ৰভাৱৰ সৃষ্টি কৰি।
প্রঃ কার্বন-ডাই-আইড ক’ত সৃষ্টি হয়?
উঃ জ্বলন, নিশ্বাস প্ৰক্ৰিয়া আৰু উদ্ভিদৰ দ্রবীকৰণত।
প্ৰঃ উদ্ভিদৰ জীৱনচক্র কেনেকৈ পৰিৱেশৰ সৈতে জড়িত?
উঃ উদ্ভিদ খাদ্য তৈয়াৰ কৰি প্ৰাণী আৰু মানুহক যোগান ধৰে।
প্ৰঃ পৃথিৱীৰ উত্তপ্ত অংশক কি বোলে?
উঃ ভূগর্ভ।
প্ৰঃ বায়ুমণ্ডলত ওজন স্তৰৰ ভূমিকা কি?
উঃ ক্ষতিকাৰক অতিবেগুনী ৰশ্মিৰ পৰা পৃথিৱীক ৰক্ষা কৰে।
প্রঃ নাইট্র’জেন চক্রত ব্যা”েৰিয়াৰ ভূমিকা কি?
উঃ নাইট্র’জেন গেছক উদ্ভিদৰ বাবে ব্যৱহাৰযোগ্য কৰে।
প্ৰঃ কোন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে খাদ্য তৈয়াৰ কৰে?
উঃ প্রকাশসংশ্লেষণ।
কি? প্রঃ পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰধান কাৰণ
উঃ গ্রীণহাউছ গেছৰ বৃদ্ধি।
প্ৰঃ জীৱবোৰৰ মাজত পৰিসংখ্যাগত শৃংখল কিয় প্রয়োজনীয়?
উঃ প্রাকৃতিক সম্পদৰ সমতা ৰক্ষা কৰিবলৈ।
প্রঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ক’ত বেছি দেখা
যায়?
উঃ মেৰু অঞ্চলত।
প্রঃ পৃথিৱীত কিমানটা প্রধান ইক’চিষ্টেম আছে?
উঃ দুটা-স্থলজ আৰু জলজ।
প্রঃ খাদ্য শৃংখলৰ শেষ উপভোক্তা কোন?
উঃ চিকাৰী জন্তু।
প্ৰঃ পৃথিৱীৰ ভিতৰত তাপ প্রবাহ কিদৰে হয়?
উঃ সংবহন প্ৰক্ৰিয়াৰ জৰিয়তে।
প্রঃ উদ্ভিদ কোনটো গেছ শ্বোষণ কৰে?
উঃ কার্বন-ডাই-অক্সাইড।
প্রঃ মানুহে কিদৰে বায়ুমণ্ডল প্রদূষণ কৰে?
উঃ অতিৰিক্ত যানবাহন আৰু কল-কাৰখানাৰ ধোঁৱা দ্বাৰা।
প্ৰঃ পৃথিৱীৰ 71% অংশ কিৰে আবৃত?
উঃ পানীয়ে।
প্রঃ কিয় অৰণ্য সংৰক্ষণ কৰিব লাগে?
উঃ জীৱবৈচিত্র্য ৰক্ষা কৰিবলৈ।
প্ৰঃ সৌৰজগতৰ শক্তিৰ প্ৰধান উৎস কি?
উঃ সূর্য।
প্ৰঃ পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ফল কি?
উঃ হিমবাহ গলি যোৱা।
প্রঃ ইকোলোজিকেল পিৰামিড কি?
উঃ খাদ্য শক্তিৰ পৰ্যায়ভিত্তিক প্রতিনিধিত্ব।
প্ৰঃ মানুহৰ দেহৰ প্ৰধান উপাদান কি?
উঃ পানী।
প্রঃ বায়ু প্ৰদূষণৰ মূল কাৰণ কি?
উঃ অতিমাত্রা ধোঁৱা আৰু গেছৰ মুক্তি।
প্রঃ কোনটো গেছ জীৱনধাৰণৰ বাবে অত্যাবশ্যক?
উঃ অক্সিজেন।
প্রঃ জীৱবোৰে জীৱনধাৰণৰ বাবে কোনটো প্রক্রিয়া কৰে?
উঃ নিশ্বাস প্রক্রিয়া।
প্রঃ কেনেকৈ গছবোৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰে?
উঃ কার্বন-ডাই-আইড শোষণ কৰি।
প্ৰঃ জৈৱিক পৰিবেশত প্রধান উপাদান কি?
উঃ জীৱ আৰু উদ্ভিদ।
প্রঃ ইক ‘ছিষ্টেম কি?
উঃ জীৱ আৰু অজীৱ উপাদানৰ মাজত হোৱা পৰস্পৰ সম্পৰ্কই ইক’ছিষ্টেম বুলি জনা যায়।
প্রঃ পাৰিস্থিতিক প্রণালী কেনেকৈ কাম কৰে?
উঃ জীৱ আৰু অজীরৱ উপাদানৰ মাজত শক্তি আৰু পদাৰ্থৰ সঞ্চালনযোগে পাৰিস্থিতিক প্রণালী কাম কৰে।
প্রঃ উচ্চতৰ উপভোক্তা কাক কোৱা হয়?
উঃ খাদ্য শৃংখলৰ শীৰ্ষত থকা শিকাৰি জন্তুবোৰক উচ্চতৰ উপভোক্তা কোৱা হয়।
প্রঃ উদ্ভিদ কেনেকৈ প্রাথমিক উৎপাদক হয়?
উঃ উদ্ভিদে সূৰ্যৰ পোহৰ গ্ৰহণ কৰি নিজ খাদ্য উৎপাদন কৰে, গতিকে ই প্রাথমিক উৎপাদক।
প্রঃ টোপ মণ্ডল কি?
উঃ পৃথিৱীৰ বায়ুমণ্ডলৰ সৰ্বনিম্ন স্তৰটোক টোপ মণ্ডল কোৱা হয়।
প্ৰঃ বায়ুমণ্ডলৰ বায়ুৰ প্ৰধান উপাদান কি?
উঃ নাইট্র’জেন আৰু অ’িজেন বায়ুমণ্ডলৰ প্ৰধান উপাদান।
প্রঃ খাদ্য জাল কি?
উঃ একাধিক খাদ্য শৃংখলৰ জটিল সংযোগক খাদ্য জাল কোৱা হয়।
প্রঃ কাৰ্বন চকৰ ভূমিকা কি?
উঃ কার্বন চকে পৃথিৱীৰ বায়ুমণ্ডল, উদ্ভিদ, প্রাণী আৰু মৃত পদাৰ্থৰ মাজত কাৰ্বনৰ প্রবাহ নিৰ্ধাৰণ কৰে।
প্রঃ পৃথিৱীৰ পানীৰ প্ৰধান উৎস কি?
উঃ মহাসাগৰ, নদী, হ্রদ, বৰফ আৰু ভূগর্ভস্থ পানী পৃথিৱীৰ পানীৰ প্ৰধান উৎস।
প্রঃ বায়ুমণ্ডল কেনেকৈ পৃথিৱীৰ জীৱৰ বাবে সহায়ক?
উঃ ই প্রাণসজ্জা প্রদান কৰে, উষ্ণতা নিয়ন্ত্রণ কৰে, আৰু ক্ষতিকাৰক ৰশ্মিৰ পৰা জীৱক সুৰক্ষা দিয়ে।
প্ৰঃ জলবায়ু পৰিবৰ্তনৰ প্ৰধান কাৰণ কি?
উঃ জীৱাশ্ম ইন্ধনৰ দহন, বন ধ্বংস, আৰু উদগীৰণ হৈ থকা গ্রীণহাউচ গেছ।
প্ৰঃ ওজন স্তৰৰ গুৰুত্ব কি?
উঃ ওজন স্তৰে সূৰ্যৰ ক্ষতিকাৰক অতিবেগী ৰশ্মি পৃথিৱীৰ পৰা ৰোধ কৰে।
প্রঃ এবিধ নিৰ্ভৰশীল পৰিস্থিতি কি?
উঃ উদাহৰণস্বৰূপে, উদ্ভিদ, শাকাহাৰী, আৰু মাংসাশীৰ মাজৰ খাদ্য সম্পর্ক।
প্রঃ কিছুমান পৰিৱেশ দূষণৰ কাৰণ ক’বা?
উঃ কল-কাৰখানাৰ ধোঁৱা, যানবাহনৰ ধোঁৱা, প্লাষ্টিক বর্জ্য, আৰু ৰাসায়নিক পদার্থ।
প্রঃ প্রকৃতি সংৰক্ষণ কিয় প্রয়োজনীয়?
উঃ পৃথিৱীৰ জীৱবৈচিত্র্য্য ৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ বাবে ই প্রয়োজনীয়।
