আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক (নৃতত্ত্ব) বিষয়ৰ Class 12 Anthropology MCQ Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Anthropology MCQ Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা
অধ্যায়-৬
উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ গাৰোসকলৰ ‘ডেকা চাং’ ক কি বুলি জনা যায়?
(ক) নকপাস্তে
(খ) মোৰাং
(গ) বুলিয়াং
(ঘ) য়াপা
উঃ (ক) নকপাস্তে
প্রঃ উত্তৰ-পূৱ ভাৰতৰ মাতৃ সুত্রী জনগোষ্ঠীসমূহৰ ভিতৰত কোনবিলাক?
(ক) খাছি আৰু গাৰো
(খ) আও আৰু মিচিং
(গ) আপাটানি আৰু চাং
(ঘ) মিচিং আৰু গাৰো
উঃ (ক) খাছি আৰু গাৰো
প্রঃ গাৰো জনগোষ্ঠীৰ প্ৰধান উৎসৱ কি?
(ক) আলি আয়ে নৃগাং
(খ) বানগালা
(গ) ম্ল’ক
(ঘ) ৰংচুগালা
উঃ (খ) বানগালা
প্রঃ মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ কি?
(ক) ৱানগালা
(খ) ম্ল’ক
(গ) আলি আয়ে লৃগাং
(ঘ) চোংলি
উঃ (গ) আলি আয়ে নৃগাং
প্রঃ আও নগাসকলৰ পৰম্পৰাগত খেলসমূহৰ ভিতৰত কি কি?
(ক) চোংলি, মংছেন, চাংকি
(খ) বিবি, গাছেং, এগে
(গ) নকপাস্তে, মইলে, আবে
(ঘ) চাংকি, ম্ল’ক, বুলিয়াং
উঃ (ক) চোংলি, মংছেন, চাংকি
প্রঃ আওসকলৰ ‘ডেকা চাং’ক কি বোলে?
(ক) নকপাস্তে
(খ) মইলে
(গ) বুলিয়াং
(ঘ) মোৰাং
উঃ (ঘ) মোৰাং
প্রঃ আপাটানিসকলৰ গাঁও শাসন ব্যৱস্থাক কি বোলে?
(ক) বুলিয়াং
(খ) ম্ল’ক
(গ) ৰংচুগালা
(ঘ) বানগালা
উঃ (ক) বুলিয়াং
প্রঃ আপাটানি জনগোষ্ঠীৰ কেন্দ্রীয় শাসন ব্যৱস্থাৰ প্ৰতিনিধিসকলক কি বোলে?
(ক) য়াপা
(খ) নকপাস্তে
(গ) বুলিয়াং
(ঘ) মইলে
উঃ (গ) বুলিয়াং
প্ৰঃ উত্তৰ-পূৱ ভাৰতৰ পশুপালক জনজাতি কোনটো?
(ক) আপাটানি
(খ) ছেডুকপেন
(গ) আও
(ঘ) গাৰো
উঃ (খ) ছেডুকপেন
প্রঃ আপাটানিসকলৰ সমাজ কিদৰে গঠিত?
(ক) মাতৃসূত্রীয়
(খ) পিতৃসূত্রীয়
(গ) সম্পূর্ণ গণতান্ত্রিক
(ঘ) শাসিত
উঃ (খ) পিতৃসূত্রীয়
প্ৰঃ আপাটানি সকলৰ মূল বেদিকা খেতিৰ প্রধান সঁজুলি কি?
(ক) খনিত্র
(খ) কাঠৰ খনিজ আৰু গৰু ম’হৰ হাড়েৰে তৈয়াৰ কৰা কোৰ
(গ) যাঁত
(ঘ) মইলে
উঃ (খ) কাঠৰ খনিজ আৰু গৰু ম’হৰ হাড়েৰে তৈয়াৰ কৰা কোৰ
প্রঃ মিচিংসকলৰ প্ৰধান খাদ্য কি?
(ক) ভাত
(খ) মাছ
(গ) গাখীৰ
(ঘ) গম
উঃ (ক) ভাত
প্রঃ আপাটানিসকলৰ প্ৰধান উৎসৱ কি?
(ক) ৱানগালা
(খ) ম্ল’ক
(গ) চোংলি
(ঘ) আলি-আয়-লৃগাং
উঃ (খ) ম্ল’ক
প্রঃ গাৰো ভাষাত ঝুম খেতিক কি বোলে?
(ক) আৰংগা-গামা
(খ) লেম্বা
(গ) আচাক
(ঘ) য়াপা
উঃ (ক) আৰংগা-গামা
প্রঃ মিচিংসকলে আলি-আয়-নৃগাং কেতিয়া পালন কৰে?
(ক) বতৰৰ শেষৰফালে
(খ) ফাগুন মাহৰ প্ৰথম বুধবাৰে
(গ) বৰ্ষাৰ আৰম্ভণিত
(ঘ) মাঘ মাহৰ শেষত
উঃ (খ) ফাগুন মাহৰ প্ৰথম বুধবাৰে
প্রঃ আও নগাসকলৰ জীৱিকাৰ প্ৰধান উপায় কি?
(ক) পশুপালন
(খ) খনিজ আহৰণ
(গ) ঝুম খেতি
(ঘ) মৎস্যচাষ
উঃ (গ) ঝুম খেতি
প্ৰঃ আপাটানিসকলৰ গোত্ৰ কেইটা ভাগত বিভক্ত?
(ক) দুই
(খ) তিনি
(গ) চাৰি
(ঘ) পাঁচ
উঃ (ক) দুই
প্ৰঃ আপাটানিসকলৰ গোত্ৰসমূহ কি কি?
(ক) মিটে আৰু মুৰা
(খ) আও আৰু মিচিং
(গ) গাৰো আৰু চাং
(ঘ) চোংলি আৰু নকপাস্তে
উঃ (ক) মিটে আৰু মুৰা
প্রঃ গাৰো জনগোষ্ঠীৰ ‘ডেকা চাং’ক কি নামে জনা যায়?
(ক) বুলিয়াং
(গ) মোৰাং
উঃ (ঘ) নকপাস্তে
(খ) য়াপা
(ঘ) নকপাস্তে
প্ৰঃ উত্তৰ-পূৱ ভাৰতৰ কোনবোৰ জনগোষ্ঠী মাতৃসুত্ৰীয় সমাজ ব্যৱস্থাৰে চলিত?
(ক) মিচিং আৰু গাৰো
(খ) খাছি আৰু গাৰো
(গ) আও আৰু মিচিং
(ঘ) আপাটানি আৰু চাং
উঃ (খ) খাছি আৰু গাৰো
প্রঃ আও ভাষাত ধানক কি বোলে?
(ক) আচাক
(খ) ম্ল’ক
(গ) ৰংচুগালা
(ঘ) গাছেং
উঃ (ক) আচাক
হয়? প্রঃ ৰংচুগালা উৎসৱটো কেতিয়া পালন কৰা
(ক) শস্য চপোৱাৰ সময়ত
(খ) নতুন বর্ষত
(গ) বতৰৰ পাৰ্শ্বচৰণত
(ঘ) বসন্ত ঋতুত
উঃ (ক) শস্য চপোৱাৰ সময়ত
প্রঃ আওসকলৰ লিখিত ভাষা কি?
(ক) মিচিং
(খ) চোংলি
(গ) আপাটানি
(ঘ) নকপাস্তে
উঃ (খ) চোংলি
প্রঃ আপাটানিসকলৰ গাঁৱক কি বুলি কয়?
(ক) আচাক
(খ) লেম্বা
(গ) য়াপা
(ঘ) মইলে
উঃ (খ) লেম্বা
প্ৰঃ ডুমেৰ কি?
(ক) খেতি কৰিবলৈ ব্যৱহৃত সঁজুলি
(খ) মিচিংসকলৰ পাগুৰি হিচাপে ব্যৱহৃত।
কাপোৰ
(গ) খৰিকা
(ঘ) চাষৰ শল
উঃ (খ) মিচিংসকলৰ পাগুৰি হিচাপে ব্যৱহৃত কাপোৰ
প্ৰঃ মিচিংসকলৰ গাভৰু ছোৱালীয়ে ব্যৱহাৰ কৰা সাজটো কি?
(ক) এগে
(খ) বিবি আৰু গাছেং
(গ) মইলে
(ঘ) আচাক
উঃ (খ) বিবি আৰু গাছেং
কি? প্রঃ গাৰো জনগোষ্ঠীৰ অন্যতম প্রধান উৎসৱ
(ক) ৰংচুগালা
(খ) আলি আয়ে লৃগাং
(গ) বানগালা
(ঘ) ম্ল’ক
উঃ (গ) বানগালা
প্রঃ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক মুখ্য উৎসৱ কোনটো?
(ক) বানগালা
(খ) চোংলি
(গ) আলি আয়ে লৃগাং
(ঘ) ম্ল’ক
উঃ (গ) আলি আয়ে নৃগাং
প্রঃ আও নগাসকলৰ পৰম্পৰাগত খেলসমূহৰ নাম কি?
(ক) চাংকি, ম্ল’ক, বুলিয়াং
(খ) নকপাস্তে, মইলে, আবে
(গ) চোংলি, মংছেন, চাংকি
(ঘ) ৰিবি, গাছেং, এগে
উঃ (গ) চোংলি, মংছেন, চাংকি
যায়? প্রঃ আও জনগোষ্ঠীৰ ডেকা চাংক কি নামে জনা
(ক) মইলে
(খ) বুলিয়াং
(গ) নকপাস্তে
(ঘ) মৰাং
উঃ (ঘ) মৰাং
প্রঃ আপাটানিসকলৰ গাঁও শাসন ব্যৱস্থাক বোলে?
(ক) রানগালা
(খ) ৰংচুগালা
(গ) বুলিয়াং
(ঘ) ম্ল’ক
উঃ (গ) বুলিয়াং
প্রঃ ‘ডুমেৰ’ কি?
(ক) খেতি কৰিবলৈ ব্যৱহৃত সঁজুলি
(খ) মিচিংসকলৰ পাগুৰি হিচাপে ব্যৱহৃত
কাপোৰ
(গ) খৰিকা
(ঘ) চাষৰ শল
উঃ (খ) মিচিংসকলৰ পাগুৰি হিচাপে ব্যৱহৃত কাপোৰ
প্রঃ মিচিং জনগোষ্ঠীৰ গাভৰু ছোৱালীয়ে ব্যৱহাৰ কৰা সজাই কি?
(ক) মইলে
(খ) ৰিবি আৰু গাছেং
(গ) আচাক
(ঘ) এগে
উঃ (খ) বিবি আৰু গাছেং
প্রঃ মিচিংসকলে আলি-আয়-লৃগাং উৎসর কেতিয়া পালন কৰে?
(ক) মাঘ মাহৰ শেষত
(খ) ফাগুন মাহৰ প্ৰথম বুধবাৰে
(গ) বতৰৰ শেষৰফালে
(ঘ) বৰ্ষাৰ আৰম্ভণিত
উঃ (খ) ফাগুন মাহৰ প্ৰথম বুধবাৰে
প্রঃ আও জনগোষ্ঠীৰ জীৱিকাৰ প্ৰধান উপায় কি?
(ক) মৎস্যচাষ
(খ) খনিজ আহৰণ
(গ) ঝুম খেতি
(ঘ) পশুপালন
উঃ (গ) ঝুম খেতি
প্রঃ আপাটানিসকলৰ গোত্ৰ কিমান ভাগত বিভক্ত?
(ক) পাঁচ
(খ) দুই
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুই
প্রঃ আপাটানিসকলৰ মূল গোত্রসমূহ কি?
(ক) গাৰো আৰু চাং
(খ) আও আৰু মিচিং
(গ) মিটে আৰু মুৰা
(ঘ) চোংলি আৰু নকপাস্তে
উঃ (গ) মিটে আৰু মুৰা
প্রঃ আপাটানি জনগোষ্ঠীৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাৰ প্রতিনিধিসকলক কি নামে জনা যায়?
(ক) মইলে
(গ) নকপাস্তে
(খ) য়াপা
(ঘ) বুলিয়াং
উঃ (ঘ) বুলিয়াং
প্ৰঃ উত্তৰ-পূৱ ভাৰতৰ পশুপালক জনগোষ্ঠী কোনটো?
(ক) আও
(খ) ছের্ভুকপেন
(গ) গাৰো
(ঘ) আপাটানি
উঃ (খ) ছেডুকপেন
প্ৰঃ আপাটানিসকলৰ সমাজ কিদৰে গঠিত?
(ক) মাতৃসূত্রীয়
(খ) সম্পূর্ণ গণতান্ত্রিক
(গ) শাসিত
(ঘ) পিতৃসূত্রীয়
উঃ (ঘ) পিতৃসূত্রীয়
প্রঃ আপাটানিসকলৰ মূল বেদিকা খেতিৰ প্ৰধান সঁজুলি কি?
(ক) মইলে
(খ) কাঠৰ খনিজ আৰু গৰু ম’হৰ হাড়েৰে কোৰ
(গ) খনিত্র
(ঘ) যাঁত
উঃ (খ) কাঠৰ খনিজ আৰু গৰু ম’হৰ হাড়েৰে কোৰ
প্রঃ মিচিংসকলৰ মুখ্য খাদ্য কি?
(ক) মাছ
(খ) ভাত
(গ) গম
(ঘ) গাখীৰ
উঃ (খ) ভাত
প্রঃ আপাটানি জনগোষ্ঠীৰ প্ৰধান উৎসব কোনটো?
(ক) চোংলি
(খ) ম্ল’ক
(গ) আলি-আয়-নৃগাং
(ঘ) রানগালা
উঃ (খ) ম্ল’ক
প্রঃ গাৰো ভাষাত ঝুম খেতিক কি নামে জনা যায়?
(ক) য়াপা
(খ) আৰংগা-গামা
(গ) আচাক
(ঘ) লেঙা
উঃ (খ) আৰংগা-গামা
প্রঃ আও ভাষাত ধানক কি বোলে?
(ক) আচাক
(খ) ৰংচুগালা
(গ) ম্ল’ক
(ঘ) গাছেং
উঃ (ক) আচাক
প্রঃ ৰংচুগালা উৎসৱ কেতিয়া পালন কৰা হয়?
(ক) বসন্ত ঋতুত
(খ) নতুন বর্ষত
(গ) শস্য চপোৱাৰ সময়ত
(ঘ) বতৰৰ পাৰ্শ্বচৰণত
উঃ (গ) শস্য চপোৱাৰ সময়ত
প্ৰঃ আওসকলৰ লিখিত ভাষা কি?
(ক) নকপাস্তে
(খ) চোংলি
(গ) আপাটানি
(ঘ) মিচিং
উঃ (খ) চোংলি
প্রঃ আপাটানিসকলৰ গাঁওক কি নামে জনা যায়?
(ক) মইলে
(খ) লেঙা
(গ) আচাক
(ঘ) য়াপা
উঃ (খ) লেঙা
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ গাৰো জনগোষ্ঠীৰ ‘ডেকা চাং’ক কি বুলি জনা যায়?
উঃ নকপাস্তে।
প্রঃ উত্তৰ-পূৱ ভাৰতৰ মাতৃসূত্রীয় জনগোষ্ঠীসমূহৰ ভিতৰত কোনবিলাক?
উঃ খাছি আৰু গাৰো।
প্রঃ গাৰো জনগোষ্ঠীৰ প্ৰধান উৎসৱ কি?
উঃ রানগালা।
প্ৰঃ মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ কি?
উঃ আলি আয়ে নৃগাং।
প্রঃ আও নগাসকলৰ পৰম্পৰাগত খেলসমূহ কি কি?
উঃ চোংলি, মংছেন, চাংকি।
প্ৰঃ আওসকলৰ ‘ডেকা চাং’ক কি বোলে?
উঃ মৰাং।
প্রঃ আপাটানিসকলৰ গাঁও শাসন ব্যৱস্থাক কি বোলে?
উঃ বুলিয়াং।
প্রঃ আপাটানি জনগোষ্ঠীৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাৰ প্রতিনিধিসকলক কি বোলে?
উঃ বুলিয়াং।
প্ৰঃ উত্তৰ-পূৱ ভাৰতৰ পশুপালক জনজাতি কোনটো?
উঃ ছেডুকপেন।
প্রঃ আপাটানিসকলৰ সমাজ কিদৰে গঠিত?
উঃ পিতৃসূত্রীয়।
প্রঃ আপাটানি সকলৰ মূল বেদিকা খেতিৰ প্রধান সঁজুলি কি?
উঃ কাঠৰ খনিজ আৰু গৰু ম’হৰ হাড়েৰে কোৰ।
প্রঃ মিচিংসকলৰ প্ৰধান খাদ্য কি?
উঃ ভাত।
প্রঃ আপাটানিসকলৰ প্ৰধান উৎসৱ কি?
উঃ ম্ল’ক।
প্রঃ গাৰো ভাষাত ঝুম খেতিক কি বোলে?
উঃ আৰংগা-গামা।
প্রঃ মিচিংসকলে আলি-আয়-লৃগাং কেতিয়া পালন কৰে?
উঃ ফাগুন মাহৰ প্ৰথম বুধবাৰে।
কি? প্রঃ আও নগাসকলৰ জীৱিকাৰ প্ৰধান উপায়
উঃ ঝুম খেতি।
প্রঃ আপাটানিসকলৰ গোত্ৰ কিমান ভাগত বিভক্ত?
উঃ দুই।
প্ৰঃ আপাটানিসকলৰ গোত্ৰসমূহ কি কি?
উঃ মিটে আৰু মুৰা।
প্রঃ গাৰো জনগোষ্ঠীৰ ‘ডেকা চাং’ক কি নামে জনা যায়?
উঃ নকপাস্তে।
প্ৰঃ উত্তৰ-পূৱ ভাৰতৰ কোনবোৰ জনগোষ্ঠী মাতৃসূত্রীয় সমাজ ব্যৱস্থাৰে চলিত?
উঃ খাছি আৰু গাৰো।
প্রঃ আও ভাষাত ধানক কি বোলে?
উঃ আচাক।
হয়? প্রঃ ৰংচুগালা উৎসৱটো কেতিয়া পালন কৰা
উঃ শস্য চপোৱাৰ সময়ত।
প্রঃ আওসকলৰ লিখিত ভাষা কি?
উঃ চোংলি।
প্ৰঃ আপাটানিসকলৰ গাঁৱক কি বুলি কয়?
উঃ লেম্ব।
প্রঃ ডুমেৰ কি?
উঃ মিচিংসকলৰ পাগুৰি হিচাপে ব্যৱহৃত কাপোৰ।
প্রঃ মিচিংসকলৰ গাভৰু ছোৱালীয়ে ব্যৱহাৰ কৰা সাজটো কি?
উঃ বিবি আৰু গাছেং।
কি? প্রঃ গাৰো জনগোষ্ঠীৰ অন্যতম প্রধান উৎসৱ
উঃ বানগালা।
প্রঃ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক মুখ্য উৎসৱ কোনটো?
উঃ আলি আয়ে লৃগাং।
প্রঃ আও নগাসকলৰ পৰম্পৰাগত খেলসমূহৰ নাম কি?
উঃ চোংলি, মংছেন, চাংকি।
প্রঃ আও জনগোষ্ঠীৰ ডেকা চাংক কি নামে জনা যায়?
উঃ মৰাং।
প্রঃ আপাটানিসকলৰ সমাজ কিদৰে গঠিত?
উঃ পিতৃসূত্রীয়।
প্রঃ মিচিংসকলে আলি-আয়-লৃগাং উৎসব কেতিয়া পালন কৰে?
উঃ ফাগুন মাহৰ প্ৰথম বুধবাৰে।
প্রঃ আও জনগোষ্ঠীৰ জীৱিকাৰ প্ৰধান উপায় কি?
উঃ ঝুম খেতি।
প্রঃ আপাটানিসকলৰ মূল গোত্রসমূহ কি?
উঃ মিটে আৰু মুৰা।
প্রঃ আপাটানি জনগোষ্ঠীৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাৰ প্রতিনিধিসকলক কি নামে জনা যায়?
উঃ বুলিয়াং।
প্ৰঃ উত্তৰ-পূৱ ভাৰতৰ পশুপালক জনগোষ্ঠী কোনটো?
উঃ ছের্ভুকপেন।
প্ৰঃ আপাটানিসকলৰ মূল বেদিকা খেতিৰ প্ৰধান সঁজুলি কি?
উঃ কাঠৰ খনিজ আৰু গৰু ম’হৰ হাড়েৰে কোৰ।
প্রঃ মিচিংসকলৰ মুখ্য খাদ্য কি?
উঃ ভাত।
প্রঃ গাৰো ভাষাত ঝুম খেতিক কি বোলে?
উঃ আৰংগা-গামা।
প্রঃ মিচিংসকলে আলি-আয়-নৃগাং কেতিয়া পালন কৰে?
উঃ ফাগুন মাহৰ প্ৰথম বুধবাৰে।
প্রঃ আপাটানিসকলৰ গাঁও শাসন ব্যৱস্থাক কি বোলে?
উঃ বুলিয়াং।
প্রঃ আপাটানিসকলৰ প্ৰধান উৎসৱ কি?
উঃ ম্ল’ক।
প্রঃ গাৰো জনগোষ্ঠীৰ ‘ডেকা চাং’ক কি নামে জনা যায়?
উঃ নকপাস্তে।
প্ৰঃ উত্তৰ-পূৱ ভাৰতৰ কোনবোৰ জনগোষ্ঠী মাতৃসূত্রীয় সমাজ ব্যৱস্থাৰে চলিত?
উঃ খাছি আৰু গাৰো।
প্ৰঃ আওসকলৰ লিখিত ভাষা কি?
উঃ চোংলি।
প্রঃ আপাটানিসকলৰ গাঁৱক কি বুলি কয়?
উঃ লেম্বা।
প্রঃ ডুমেৰ বুলিলে কি বুজা?
উঃ মিচিংসকলৰ পাগুৰি হিচাপে ব্যৱহৃত কাপোৰ।
প্ৰঃ মিচিংসকলৰ গাভৰু ছোৱালীয়ে ব্যৱহাৰ কৰা সাজটো কি?
উঃ বিবি আৰু গাছেং।
কি? প্রঃ গাৰো জনগোষ্ঠীৰ অন্যতম প্রধান উৎসৱ
উঃ রানগালা।
প্রঃ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক মুখ্য উৎসৱ কোনটো?
উঃ আলি আয়ে লৃগাং।
