আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক (নৃতত্ত্ব) বিষয়ৰ Class 12 Anthropology MCQ Chapter 4 প্রাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Anthropology MCQ Chapter 4 প্রাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ
অধ্যায়-৪
প্রাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্ৰঃ মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতু কি?
(ক) তাম
(খ) রূপ
(গ) সোণ
(ঘ) লোহা
উঃ (ক) তাম
প্ৰঃ মানুহে ব্যৱহাৰ কৰা প্ৰথম সজুলি কি?
(ক) লোহা
(খ) শিল
(গ) কাঠ
(ঘ) তাম
উঃ (খ) শিল
প্ৰঃ হস্তকুঠাৰ কোন সংস্কৃতিৰ পৰা আৰম্ভ হয়?
(ক) মধ্য প্রস্তুৰ যুগ
(খ) উচ্চ প্রত্নপ্রস্তুৰ যুগ
(গ) নিম্ন প্রত্নপ্রস্তৰ যুগ
(ঘ) নৱ প্ৰস্তৰ যুগ
উঃ (গ) নিম্ন প্রত্নপ্রস্তৰ যুগ
প্রঃ ঘাঁহ-পিহি মিহি কৰা পদ্ধতি কোন সাংস্কৃতিক যুগত আৱিষ্কাৰ হয়?
(ক) নিম্ন প্রত্নপ্রস্তৰ যুগ
(খ) মধ্য প্রস্তুৰ যুগ
(গ) উচ্চ প্রত্নপ্রস্তৰ যুগ
(ঘ) নৱ প্ৰস্তুৰ যুগ
উঃ (ঘ) নৱ প্ৰস্তৰ যুগ
প্রঃ প্রাকইতিহাসৰ ভাগসমুহ কিমান?
(ক) এটা
(খ) তিনি
(গ) দুই
(ঘ) চাৰি
উঃ (গ) দুই
প্ৰঃ হাড়ৰ বেজি কোন সাংস্কৃতিক যুগত তৈয়াৰ কৰা হৈছিল?
(ক) নিম্ন প্রত্নপ্রস্তৰ যুগ
(খ) মধ্য প্রস্তুৰ যুগ
(গ) উচ্চ প্রত্নপ্রস্তৰ যুগ
(ঘ) নৱ প্ৰস্তুৰ যুগ
উঃ (গ) উচ্চ প্রত্নপ্ৰস্তৰ যুগ
প্রঃ মুছটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকর্তা কোন?
(ক) লা মুছটেৰ
(খ) ডি. গর্ডন ছাইল্ড
(গ) উইলিয়াম জোন্স
(ঘ) জন মার্শেল
উঃ (ক) লা মুছটেৰ
প্ৰঃ “নৱ প্ৰস্তৰ যুগৰ বিপ্লব” আখ্যা দিয়া ব্যক্তিগৰাকী কোন?
(ক) উইলিয়াম জোন্স
(খ) লা মুছটেৰ
(গ) ডি. গর্ডন ছাইল্ড
(ঘ) জন মার্শেল
উঃ (গ) ডি. গর্ডন ছাইল্ড
প্রঃ স্থূল সজুলি কাক বোলে?
(ক) ক্ষুদ্র সজুলি
(খ) মিহি সজুলি
(গ) প্ৰস্তৰ যুগৰ সজুলি
(ঘ) হাড়ৰ সজুলি
উঃ (গ) প্রস্তৰ যুগৰ সজুলি
প্রঃ মুছটেৰিয়ান সংস্কৃতিৰ দুবিধ আহিলাৰ নাম কি?
(ক) এচুলিয় মুছটেৰিয়ান, প্রকৃত মুছটেৰিয়ান
(খ) নিম্ন মুছটেবিয়ান, উচ্চ মুছটেৰিয়ান
(গ) মধ্য মুছটেৰিয়ান, উন্নত মুছটেৰিয়ান
(ঘ) প্রাচীন মুছটেৰিয়ান, আধুনিক মুছটেৰিয়ান
উঃ (ক) এচুলিয় মুছটেৰিয়ান, প্রকৃত মুছটেৰিয়ান
উঃ (গ) সৰু সজুলি
প্ৰঃ প্রস্তৰ যুগৰ হাতিয়াৰ বুলিলে কি বুজা?
(ক) ধাতুৰ হাতিয়াৰ
(খ) শিলৰ হাতিয়াৰ
(গ) কাঠৰ হাতিয়াৰ
(ঘ) সোণৰ হাতিয়াৰ
উঃ (খ) শিলৰ হাতিয়াৰ
প্ৰঃ প্রত্নপ্রস্তৰ যুগত সজুলি নিৰ্মাণৰ বাবে ব্যৱহৃত পদার্থসমূহ কি কি?
(ক) হাড়, শিং, শিল, হাতীদাঁত
(খ) সোণ, রূপ, তাম
(গ) কাঠ, শিল, মাটি
(ঘ) ধাতু, মাটি, শিল
উঃ (ক) হাড়, শিং, শিল, হাতীদাঁত
কি? প্ৰঃ নৱপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰমান সঁজুলিৰ নাম
(ক) শিলৰ কুঠাৰ, বাচলা, কোৰ
(খ) বল্লম, জেং, ধাতুৰ কুঠাৰ
(গ) হাতিয়াৰ, বন্দুক, বল্লম
(ঘ) তিৰ-ধনু, কামান, কাঁচ
উঃ (ক) শিলৰ কুঠাৰ, বাচলা, কোৰ
প্ৰঃ প্রত্নপ্রস্তৰ যুগৰ কেইপ্ৰকাৰ মান প্রধান সঁজুলিৰ নাম কি?
(ক) হাড়ৰ বেজী, শেল, যাঠি, বল্লম
(খ) কামান, বন্দুক, তলোৱাৰ
(গ) সোণ, রূপ, তাম
(ঘ) কাঠৰ খন্তি, বল্লম, বটালী
উঃ (ক) হাড়ৰ বেজী, শেল, যাঠি, বল্লম
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত কিহৰ ব্যৱহাৰ প্ৰচলিত হৈছিল?
(ক) ক্ষুদ্রাস্ত্র
(গ) কামান
উঃ (ক) ক্ষুদ্রাস্ত্র
(খ) সোণ
(ঘ) লোহাৰ হাতিয়াৰ
প্রঃ তাম্র-ব্রঞ্জ যুগত সঙ্গুলি কিহৰ পৰা তৈয়াৰ কৰা হৈছিল?
(ক) সোণ
(খ) তাম আৰু ব্রঞ্জ
(গ) লোহা
(ঘ) কাঠ
উঃ (খ) তাম আৰু ব্রঞ্জ
প্ৰঃ নৱপ্ৰস্তৰ যুগত নতুন কি বিকাশ ঘটিছিল?
(ক) কৃষিকার্য
(খ) অগ্নিৰ আৱিষ্কাৰ
(গ) যাত্রা
(ঘ) বস্ত্র নির্মাণ
উঃ (ক) কৃষিকার্য
প্ৰঃ ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিৰ ভিতৰত আটাইতকৈ পুৰণি সংস্কৃতি কোনটো?
(ক) টাৰডেনুছিয়ান
(খ) এছটুৰিয়ান
(গ) আজিলিয়ান
(ঘ) মেগলেম’ছিয়ান
উঃ (গ) আজিলিয়ান
প্রঃ টাৰডেনুছিয়ান সংস্কৃতিৰ নামকৰণ ক’ৰ পৰা কৰা হৈছে?
(ক) ফ্ৰান্সৰ ফেৰে-এন-টাৰডেনু গুহাৰ পৰা
(খ) স্পেইনৰ এছটুৰিয়া অঞ্চলৰ পৰা
(গ) মেগলেম’ছ শব্দৰ পৰা
(ঘ) বেলজিয়ামৰ কেমপিগনিয় অঞ্চলৰ পৰা
উঃ (ক) ফ্ৰান্সৰ ফেৰে-এন-টাৰডেনু গুহাৰ পৰা
প্রঃ এছটুৰিয়ান সংস্কৃতি কোন দেশৰ লগত জড়িত?
(ক) ফ্রান্স
(খ) স্পেইন
(গ) জার্মানি
(ঘ) ইংলেণ্ড
উঃ (খ) স্পেইন
প্রঃ মেগলেম’ছিয়ান সংস্কৃতিৰ সমল কোন অঞ্চলত পোৱা গৈছে?
(ক) ইউৰোপৰ দক্ষিণ অংশ
(খ) আফ্ৰিকাৰ উত্তৰ অংশ
(গ) স্কান্ডিনেভিয়া অঞ্চল
(ঘ) মধ্য প্রাচ্য
উঃ (গ) স্কান্ডিনেভিয়া অঞ্চল
প্রঃ কেমপিগনিয়ান সংস্কৃতিৰ লোকসকল কেনেধৰণৰ বাসস্থানত থাকিছিল?
(ক) গুহা
(খ) গর্ত আবাস
(গ) শিবিৰ
(ঘ) কাঠৰ ঘৰ
উঃ (খ) গর্ত আবাস
প্রঃ কিটছেন মিডেন শব্দৰ অৰ্থ কি?
(ক) গৃহস্থালীৰ সঁজুলি
(খ) ৰান্ধনি শালৰ আৱৰ্জনাৰ দ’ম
(গ) কৃষি ব্যবস্থা
(ঘ) পশুপালন কেন্দ্র
উঃ (খ) ৰান্ধনি শালৰ আৱৰ্জনাৰ দ’ম
প্রঃ হস্তকুঠাৰ কি?
(ক) এখন হাতত বহনযোগ্য সঁজুলি
(খ) এখন লিপি লিখা পাথৰ
(গ) এখন অলংকাৰ
(ঘ) এখন যুদ্ধাস্ত্র
উঃ (ক) এখন হাতত বহনযোগ্য সঁজুলি
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগৰ বৈশিষ্ট্য কি?
(ক) সঁজুলি উদ্যোগৰ উন্নতি
(খ) পশুপালনৰ আৰম্ভণি
(গ) গৃহস্থালীৰ উন্নতি
(ঘ) ৰাজ্য গঠনৰ আৰম্ভণি
উঃ (ক) সঁজুলি উদ্যোগৰ উন্নতি
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগত কিহৰ ওপৰত ভিত্তি কৰি সঁজুলি নিৰ্মাণ কৰা হৈছিল?
(ক) কাঠ
(খ) ধাতু
(গ) শিল আৰু হাড়
(ঘ) মাটি
উঃ (গ) শিল আৰু হাড়
প্ৰঃ নৱপ্ৰস্তীয় বিপ্লৱৰ মূল কাৰণ কি?
(ক) জলবায়ুৰ পৰিৱৰ্তন
(খ) ধাতুৰ ব্যৱহাৰ
(গ) সাম্রাজ্য বিস্তাৰ
(ঘ) যুদ্ধ বৃদ্ধি
উঃ (ক) জলবায়ুৰ পৰিৱৰ্তন
প্ৰঃ নৱপ্ৰস্তুৰ যুগত কোনটো নতুন উন্নতি ঘটিছিল?
(ক) গুহাবাস
(খ) কৃষি আৰু পশুপালন
(গ) চলি সঁজুলি ব্যৱহাৰ
(ঘ) চাকিৰ আৱিষ্কাৰ
উঃ (খ) কৃষি আৰু পশুপালন
প্রঃ প্রত্নপ্রস্তৰ যুগত মানুহ কোন ধৰণৰ বাসস্থানত থাকিছিল?
(ক) পাকা ঘৰ
(খ) কাঠৰ ঘৰ
(গ) গুহা
(ঘ) মাটিৰ ঘৰ
উঃ (গ) গুহা
প্রঃ অলড’ৱান সংস্কৃতিৰ আৱিষ্কাৰ কোন ঠাইত হৈছিল?
(ক) আফ্রিকা
(খ) এছিয়া
(গ) ইউৰোপ
(ঘ) আমেৰিকা
উঃ (ক) আফ্রিকা
প্রঃ অলড’ৱান সংস্কৃতিৰ মানুহ সকল কেনেধৰণৰ সঁজুলি ব্যৱহাৰ কৰিছিল?
(ক) লৌহ সঁজুলি
(খ) কাঠৰ সঁজুলি
(গ) শিলগুটি সঁজুলি
(ঘ) ধাতুৰ অস্ত্র
উঃ (গ) শিলগুটি সঁজুলি
প্রঃ লেভাল’ছিয়ান পৰম্পৰা কোথায় পোৱা গৈছিল?
(ক) আফ্রিকাত
(খ) ফ্রান্সত
(গ) আমেৰিকাত
(ঘ) ভাৰতত
উঃ (খ) ফ্রান্সত
প্ৰঃ মুছটেৰিয়ান সংস্কৃতিৰ লগত জড়িত আছিল কোন মানুহ?
(ক) হ’ম’ ছেপিয়েন্স
(খ) নিয়েনডাৰথেল
(গ) অস্ট্রেলোপিথেকাচ
(ঘ) হ’ম’ইৰেক্টাছ
উঃ (খ) নিয়েনডাৰথেল
প্রঃ চলি সঁজুলি কি?
(ক) মূল শিলৰ পৰা নির্মিত সঁজুলি
(খ) কাঠৰ সঁজুলি
(গ) ধাতুৰ সঁজুলি
(ঘ) জন্তুৰ হাঁড়ৰ সঁজুলি
উঃ (ক) মূল শিলৰ পৰা নিৰ্মিত সঁজুলি
প্রঃ প্রত্নপ্রস্তৰ আৰু নৱপ্ৰস্তৰ জীৱনধাৰাৰ মাজত এক প্রধান পার্থক্য কি?
(ক) প্রত্নপ্রস্তৰ যুগত কৃষি নাছিল
(খ) নৱপ্ৰস্তৰ যুগত গুহাবাসী লোক আছিল
(গ) প্রত্নপ্রস্তৰ যুগত লৌহ সঁজুলি আছিল
(ঘ) নৱপ্ৰস্তৰ যুগত বন্য জীৱন চলিছিল
উঃ (ক) প্রত্নপ্ৰস্তৰ যুগত কৃষি নাছিল
প্রঃ মেগলেম’ছিয়ান সংস্কৃতি কোথায় পোৱা গৈছিল?
(ক) মধ্যপ্রাচ্যত
(খ) উত্তৰ ইউৰোপত
(গ) দক্ষিণ আমেৰিকাত
(ঘ) ভাৰতত
উঃ (খ) উত্তৰ ইউৰোপত
প্ৰঃ নৱপ্ৰস্তৰ যুগৰ লোকসকলে কি আৱিষ্কাৰ কৰিছিল?
(ক) কৃষি
(গ) চাকি
(খ) লৌহ
(ঘ) বস্ত্র
উঃ (ক) কৃষি
প্ৰঃ ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগৰ আটাইতকৈ পুৰণি সংস্কৃতি কোনটো?
(ক) এছটুৰিয়ান
(খ) মেগলেম’ছিয়ান
(গ) আজিলিয়ান
(ঘ) টাৰডেনুছিয়ান
উঃ (গ) আজিলিয়ান
প্রঃ টাৰডেনুছিয়ান সংস্কৃতিৰ নামকৰণ ক’ৰ পৰা কৰা হৈছে?
(ক) বেলজিয়াম
(খ) উত্তৰ ফ্রান্স
(গ) স্পেইন
(ঘ) জার্মানি
উঃ (খ) উত্তৰ ফ্রান্স
প্রঃ এছটুৰিয়ান সংস্কৃতিৰ নাম কোন ঠাইৰ পৰা লোৱা হৈছে?
(ক) ফ্রান্স
(খ) স্পেইন
(গ) ইংলেণ্ড
(ঘ) ডেনমার্ক
উঃ (খ) স্পেইন
প্রঃ মেগলেম’ছিয়ান সংস্কৃতিৰ সমল কোন অঞ্চলত পোৱা গৈছে?
(ক) স্কান্ডিনেভিয়া
(খ) মধ্য আমেৰিকা
(গ) দক্ষিণ এশিয়া
(ঘ) উত্তৰ আফ্রিকা
উঃ (ক) স্কান্ডিনেভিয়া
প্রঃ কেমপিগনিয়ান সংস্কৃতিৰ বাসস্থান কি আছিল?
(ক) মাটিৰ ঘৰ
(খ) গর্ত আবাস
(গ) কাঠৰ শিবিৰ
(ঘ) দ্রাৱক গুহা
উঃ (খ) গর্ত আবাস
কি? প্রঃ কিটছেন মিডেন সংস্কৃতিৰ বিশেষ বৈশিষ্ট্য
(ক) কৃষি উন্নতি
(খ) শামুকৰ খোলাৰে আৱৰ্জনাৰ সৃষ্টি
(গ) পাথৰৰ দেৱাল নির্মাণ
(ঘ) সেঁউৰীয়া দাগৰে চিত্র অঙ্কন
উঃ (খ) শামুকৰ খোলাৰে আৱৰ্জনাৰ সৃষ্টি প্ৰঃ হস্তকুঠাৰ কি?
(ক) এখন কাঠৰ সঁজুলি
(খ) এখন হাতত বহনযোগ্য শিলৰ সঁজুলি
(গ) এখন তামৰ অস্ত্র
(ঘ) এখন খোদিত শিল
উঃ (খ) এখন হাতত বহনযোগ্য শিলৰ সঁজুলি
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগত মানুহৰ মূল উন্নতি কি আছিল?
(ক) শিকাৰ প্ৰণালী উন্নতি
(খ) সঁজুলি উদ্যোগৰ বিকাশ
(গ) পশুপালন
(ঘ) নগৰ গঠন
উঃ (খ) সঁজুলি উদ্যোগৰ বিকাশ
প্ৰঃ উচ্চ প্রত্নপ্ৰস্তৰ যুগৰ লোকসকলে সঁজুলি নিৰ্মাণৰ বাবে কি ব্যৱহাৰ কৰিছিল?
(ক) কাঠ
(খ) শিল আৰু হাড়
(গ) মাটি
(ঘ) লোহা
উঃ (খ) শিল আৰু হাড়
প্রঃ নৱপ্ৰস্তীয় বিপ্লৱৰ মুখ্য কাৰণ কি?
(ক) জলবায়ুৰ পৰিৱৰ্তন
(খ) যুদ্ধ বৃদ্ধি
(গ) সাম্রাজ্য বিস্তাৰ
(ঘ) ধাতুৰ ব্যৱহাৰ
উঃ (ক) জলবায়ুৰ পৰিৱৰ্তন
প্রঃ নৱপ্ৰজৰ যুগত মানুহে কি আৱিষ্কাৰ কৰিছিল?
(ক) পশুপালন আৰু কৃষি
(খ) চাকি
(গ) লৌহ
(ঘ) যুদ্ধাস্ত্র
উঃ (ক) পশুপালন আৰু কৃষি
প্ৰঃ প্রত্নপ্রস্তৰ যুগৰ মানুহ ক’ত থাকিছিল?
(ক) পাকা ঘৰ
(খ) কাঠৰ ঘৰ
(গ) গুহা
(ঘ) টেন্ট
উঃ (গ) গুহা
প্রঃ অলড’ৱান সংস্কৃতি ক’ত পোৱা গৈছিল?
(ক) ইউৰোপ
(খ) আফ্রিকা
(গ) আমেৰিকা
(ঘ) এছিয়া
উঃ (খ) আফ্রিকা
প্রঃ অলড’ৱান সংস্কৃতিৰ লোকসকলে কিধৰণৰ সঁজুলি ব্যৱহাৰ কৰিছিল?
(ক) লৌহ সঁজুলি
(খ) শিলগুটি সঁজুলি
(গ) কাঠৰ অস্ত্ৰ
(ঘ) তামৰ সঁজুলি
উঃ (খ) শিলগুটি সঁজুলি
প্রঃ লেভাল’ছিয়ান পৰম্পৰা ক’ত পোৱা গৈছিল?
(ক) ভাৰতত
(খ) আমেৰিকাত
(গ) ফ্রান্সত
(ঘ) মধ্যপ্রাচ্যত
উঃ (গ) ফ্রান্সত
প্ৰঃ মুছটেৰিয়ান সংস্কৃতিৰ লগত জড়িত মানুহ কোন?
(ক) হ’ম’ ছেপিয়েন্স
(খ) নিয়েনডাৰথেল
(গ) হ’ম’ ইৰেক্টাছ
(ঘ) অস্ট্রেলোপিথেকাচ
উঃ (খ) নিয়েনডাৰথেল
প্রঃ চলি সঁজুলি কি?
(ক) মূল শিলৰ পৰা নির্মিত সঁজুলি
(খ) কাঠৰ সঁজুলি
(গ) ধাতুৰ সঁজুলি
(ঘ) জন্তুৰ হাঁড়ৰ সঁজুলি
উঃ (ক) মূল শিলৰ পৰা নিৰ্মিত সঁজুলি
প্রঃ প্রত্নপ্রস্তুৰ আৰু নৱপ্ৰস্তুৰ যুগৰ এক প্রধান পার্থক্য কি?
(ক) প্রত্নপ্রস্তৰ যুগত কৃষি নাছিল
(খ) নৱপ্ৰস্তৰ যুগত গুহাবাসী লোক আছিল
(গ) প্রত্নপ্রস্তৰ যুগত লৌহ সঁজুলি আছিল
(ঘ) নৱপ্ৰস্তৰ যুগত যুদ্ধ বৃদ্ধি পাইছিল
উঃ (ক) প্রত্নপ্রস্তৰ যুগত কৃষি নাছিল
প্ৰঃ নৱপ্ৰস্তৰ যুগত মানুহ কোনটো নতুন কাম আৰম্ভ কৰিছিল?
(ক) লৌহ প্ৰস্তুত কৰা
(খ) খাদ্য সংৰক্ষণ
(গ) নগৰ নিৰ্মাণ
(ঘ) সাম্রাজ্য স্থাপন
উঃ (খ) খাদ্য সংৰক্ষণ
প্রঃ প্রত্নপ্রস্তৰ যুগৰ লোকসকলে কিদৰে আহাৰ যোগাৰ কৰিছিল?
(ক) কৃষি
(খ) শিকাৰ আৰু সংগ্রহ
(গ) গৃহপালিত পশু
(ঘ) দোকানত কিনি
উঃ (খ) শিকাৰ আৰু সংগ্রহ
প্ৰঃ প্ৰস্তৰ যুগৰ প্ৰধান তিনিটা যুগ কি কি?
(ক) প্রত্নপ্রস্তৰ, মধ্যপ্ৰস্তৰ, নৱপ্ৰস্তৰ
(খ) মধ্যপ্ৰস্তৰ, তাম্র যুগ, ব্রঞ্জ যুগ
(গ) নৱপ্ৰস্তৰ, তাম্র যুগ, আয়ৰণ যুগ
(ঘ) প্রত্নপ্রস্তৰ, ব্ৰঞ্জ যুগ, আয়ৰণ যুগ
উঃ (ক) প্রত্নপ্রস্তৰ, মধ্যপ্ৰস্তৰ, নৱপ্ৰস্তৰ
প্ৰঃ প্রত্নপ্ৰস্তৰ যুগত মানুহৰ মুখ্য জীৱিকা কি আছিল?
(ক) কৃষিকার্য
(খ) পশুপালন
(গ) শিকাৰ, মাছ ধৰা, ফল-মূল সংগ্রহ
(ঘ) বাণিজ্য
উঃ (গ) শিকাৰ, মাছ ধৰা, ফল-মূল সংগ্ৰহ
প্ৰঃ মধ্যপ্ৰস্তৰ যুগৰ মুখ্য বৈশিষ্ট্য কি?
(ক) তামৰ ব্যৱহাৰ
(খ) ক্ষুদ্রাস্ত্ৰৰ উদ্ভৱ
(গ) স্থায়ী বসতি স্থাপন
(ঘ) বানিজ্যৰ উন্নতি
উঃ (খ) ক্ষুদ্রাস্ত্ৰৰ উদ্ভৱ
প্ৰঃ নৱপ্ৰস্তৰ যুগৰ বৈশিষ্ট্য কি?
(ক) ধাতুৰ ব্যৱহাৰ
(খ) গুহাবাস
(গ) কৃষিকাৰ্যৰ আৰম্ভণি
(ঘ) যাযাবৰ জীৱন
উঃ (গ) কৃষিকাৰ্যৰ আৰম্ভণি
প্রঃ তাম্র যুগত মুখ্য উপাদান কি আছিল?
(ক) লোহা
(খ) তাম
(গ) টিন
(ঘ) সীহ
উঃ (খ) তাম
প্ৰঃ ব্ৰঞ্জ যুগৰ প্ৰধান বৈশিষ্ট্য কি?
(ক) গুহাবাস
(খ) শিকাৰ ভিত্তিক জীৱিকা
(গ) ব্ৰঞ্জৰ সঁজুলিৰ ব্যৱহাৰ
(ঘ) পশুপালন
উঃ (গ) ব্ৰঞ্জৰ সঁজুলিৰ ব্যৱহাৰ
প্রঃ আয়ৰণ যুগত মুখ্য উপাদান কি আছিল?
(ক) তাম
(খ) সীহ
(গ) লো
(ঘ) কাঞ্চন
উঃ (গ) লো
প্ৰঃ আয়ৰণ যুগৰ সভ্যতাৰ বৈশিষ্ট্য কি?
(ক) নগৰ সভ্যতাৰ বিকাশ
(খ) উন্নত কৃষি আৰু অস্ত্র
(গ) পাথৰৰ সঁজুলিৰ ব্যৱহাৰ
(ঘ) যাযাবৰ জীৱন
উঃ (খ) উন্নত কৃষি আৰু অস্ত্র
প্ৰঃ নৱপ্ৰস্তৰ যুগত মানুহৰ মুখ্য জীৱিকা কি আছিল?
(ক) শিকাৰ
(খ) গুহাবাস
(গ) কৃষিকার্য আৰু পশুপালন
(ঘ) লোহাৰ ব্যৱহাৰ
উঃ (গ) কৃষিকার্য আৰু পশুপালন
প্রঃ লোকে সর্বপ্রথম কোন পশুটি গৃহপালিত কৰিছিল?
(ক) গৰু
(গ) ছাগলী
(ঘ) ঘোঁৰা
উঃ (খ) কুকুৰ
(খ) কুকুৰ
প্ৰঃ মধ্যপ্ৰস্তৰ যুগৰ মানুহে কোন নতুন জীবিকা আৱিষ্কাৰ কৰিছিল?
(ক) যাযাবৰ জীৱন
(খ) মাছ ধৰা আৰু ক্ষুদ্র পশুপালন
(গ) কৃষিকার্য
(ঘ) লোহাৰ ব্যৱহাৰ
উঃ (খ) মাছ ধৰা আৰু ক্ষুদ্র পশুপালন প্রঃ হস্তকুঠাৰ কি?
(ক) মাটিৰ পাত্ৰ
(খ) কাঠৰ অস্ত্র
(গ) হাতেৰে ধৰি ব্যৱহাৰ কৰিব পৰা শিলৰ সঁজুলি
(ঘ) লোহাৰ অস্ত্র
উঃ (গ) হাতেৰে ধৰি ব্যৱহাৰ কৰিব পৰা শিলৰ সঁজুলি
প্রঃ প্রত্নপ্রস্তৰ যুগত সজুলি নিৰ্মাণৰ প্ৰধান কৌশল কি আছিল?
(ক) পিগমেন্টিং
(খ) টুকুৰা আঘাত কৰি আকাৰ দিয়া
(গ) ধাতুৰ গলন
(ঘ) মাটিৰ পাত্ৰ নিৰ্মাণ
উঃ (খ) টুকুৰা আঘাত কৰি আকাৰ দিয়া
প্ৰঃ নৱপ্ৰস্তৰ যুগত কৃষিকাৰ্যৰ প্ৰচলন কিদৰে হৈছিল?
(ক) মাটি খোঁচি শস্য ৰোপণ কৰি
(খ) ধাতুৰ সঁজুলি ব্যৱহাৰ কৰি
(গ) মাটিৰ পাত্ৰ ব্যৱহাৰ কৰি
(ঘ) পশুপালনৰ জৰিয়তে
উঃ (ক) মাটি খোঁচি শস্য ৰোপণ কৰি
প্রঃ কেঁচা মাটিৰ পাত্ৰ কোন যুগত প্রথম ব্যৱহাৰ হৈছিল?
(ক) প্রত্নপ্রস্তৰ যুগ
(খ) মধ্যপ্ৰস্তৰ যুগ
(গ) নৱপ্ৰস্তৰ যুগ
(ঘ) আয়ৰণ যুগ
উঃ (গ) নৱপ্ৰস্তৰ যুগ
প্রঃ মানুহে প্রথমে কোন শস্য খেতি কৰিছিল?
(ক) কপাহী
(খ) চালি, গহুমু, যৱ
(গ) জলকীয়া
(ঘ) শাক-পাত
উঃ (খ) চালি, গহুমু, যৱ
প্ৰঃ প্রত্নপ্ৰস্তৰ যুগৰ লোকৰ বাসস্থান কি আছিল?
(ক) ইটাৰ ঘৰ
(খ) কাঠৰ কুঁড়ি
(গ) গুহা আৰু ওখ গছ
(ঘ) কংক্রিটৰ ঘৰ
উঃ (গ) গুহা আৰু ওখ গছ
প্রঃ লোহাৰ অস্ত্র কোন যুগত ব্যৱহাৰ হৈছিল?
(ক) প্রত্নপ্রস্তুৰ যুগ
(খ) মধ্যপ্ৰস্তৰ যুগ
(গ) নৱপ্ৰস্তৰ যুগ
(ঘ) আয়ৰণ যুগ
উঃ (ঘ) আয়ৰণ যুগ
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত সজুলিৰ প্ৰধান বৈশিষ্ট্য কি আছিল?
(ক) কাঁহৰ সঁজুলি
(খ) ক্ষুদ্রাস্ত্র
(গ) ধাতুৰ অস্ত্র
(ঘ) কাঠৰ সঁজুলি
উঃ (খ) ক্ষুদ্রাস্ত্র
প্রঃ মধ্যপ্ৰস্তৰ যুগত মানুহ কোন নতুন বসতি স্থাপন কৰিছিল?
(ক) গুহাৰ ভিতৰত
(খ) নদী কাষৰীয়া সমতল ভূমিত
(গ) পাহাৰৰ ওপৰত
(ঘ) গছৰ ওপৰত
উঃ (খ) নদী কাষৰীয়া সমতল ভূমিত
প্ৰঃ নৱপ্ৰস্তৰ যুগত মাটিৰ পাত্ৰ কেনেকৈ তৈয়াৰ কৰা হৈছিল?
(ক) মাটিৰ ওপৰত ঘহি
(খ) গলিত ধাতুৰে
(গ) কেঁচা মাটিৰে গঢ়ি জুইত পুৰি
(ঘ) কাঠৰ আৱৰণেৰে
উঃ (গ) কেঁচা মাটিৰে গঢ়ি জুইত পুৰি
প্ৰঃ তাম্র-ব্ৰঞ্জ যুগত সমাজৰ গঠন কেনেকুৱা আছিল?
(ক) সকলোৱে সমান
(খ) ৰাজা, যোদ্ধা, কৃষক, ব্যৱসায়ী
(গ) কেৱল কৃষক আৰু শিকাৰী
(ঘ) কেৱল ৰাজা আৰু পূজাৰী
উঃ (খ) ৰাজা, যোদ্ধা, কৃষক, ব্যৱসায়ী
প্ৰঃ আয়ৰণ যুগৰ মূল আৱিষ্কাৰ কি আছিল?
(ক) ধাতুৰ সঁজুলি
(খ) গুহাবাস
(গ) মাটিৰ পাত্ৰ
(ঘ) কাঠৰ সঁজুলি
উঃ (ক) ধাতুৰ সঁজুলি
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতু কি?
উঃ তাম।
প্ৰঃ মানুহে ব্যৱহাৰ কৰা প্ৰথম সজুলি কি?
উঃ শিল।
প্রঃ হস্তকুঠাৰ কোন সংস্কৃতিৰ পৰা আৰম্ভ হয়?
উঃ নিম্ন প্রত্নপ্রস্তৰ যুগ।
প্রঃ ঘাঁহ-পিহি মিহি কৰা পদ্ধতি কোন সাংস্কৃতিক যুগত আৱিষ্কাৰ হয়?
উঃ নৱ প্রস্তৰ যুগ।
প্রঃ প্রাকইতিহাসৰ ভাগসমূহ কিমান?
উঃ দুই।
প্ৰঃ হাড়ৰ বেজি কোন সাংস্কৃতিক যুগত তৈয়াৰ কৰা হৈছিল?
উঃ উচ্চ প্রত্নপ্রস্তুৰ যুগ।
প্ৰঃ মুছটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকর্তা কোন?
উঃ লা মুছটেৰ।
প্ৰঃ “নৱ প্ৰক্তৰ যুগৰ বিপ্লৱ” আখ্যা দিয়া ব্যক্তিগৰাকী কোন?
উঃ ডি. গর্ডন ছাইল্ড।
প্রঃ স্কুল সজুলি কাক বোলে?
উঃ প্রস্তৰ যুগৰ সজুলি।
কি? প্ৰঃ মুছটেৰিয়ান সংস্কৃতিৰ দুবিধ আহিলাৰ নাম
উঃ এচুলিয় মুছটেৰিয়ান, প্রকৃত মুছটেৰিয়ান।
প্ৰঃ প্ৰস্তৰ যুগৰ হাতিয়াৰ বুলিলে কি বুজা?
উঃ শিলৰ হাতিয়াৰ।
প্ৰঃ প্রত্নপ্ৰস্তৰ যুগত সজুলি নিৰ্মাণৰ বাবে ব্যৱহৃত পদার্থসমূহ কি কি?
উঃ হাড়, শিং, শিল, হাতীদাঁত।
কি? প্ৰঃ নৱপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰমান সঁজুলিৰ নাম
উঃ শিলৰ কুঠাৰ, বাচলা, কোৰ।
প্রঃ প্রত্নপ্রস্তুৰ যুগৰ কেইপ্ৰকাৰমান প্রধান সঁজুলিৰ নাম কি?
উঃ হাড়ৰ বেজী, শেল, যাঠি, বল্লম।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত কিহৰ ব্যৱহাৰ প্ৰচলিত হৈছিল?
উঃ ক্ষুদ্রাস্ত্র।
প্রঃ তাম্র-ব্রঞ্জ যুগত সজুলি কিহৰ পৰা তৈয়াৰ কৰা হৈছিল?
উঃ তাম আৰু ব্রঞ্জ।
প্রঃ নৱপ্ৰস্তৰ যুগত নতুন কি বিকাশ ঘটিছিল?
উঃ কৃষিকার্য।
প্ৰঃ ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিৰ ভিতৰত আটাইতকৈ পুৰণি সংস্কৃতি কোনটো?
উঃ আজিলিয়ান।
প্রঃ টাৰডেনুছিয়ান সংস্কৃতিৰ নামকৰণ ক’ৰ পৰা কৰা হৈছে?
উঃ ফ্ৰান্সৰ ফেৰে-এন-টাৰডেনু গুহাৰ পৰা।
প্রঃ এছটুৰিয়ান সংস্কৃতি কোন দেশৰ লগত জড়িত?
উঃ স্পেইন।
প্রঃ মেগলেম’ছিয়ান সংস্কৃতিৰ সমল কোন অঞ্চলত পোৱা গৈছে?
উঃ স্কান্ডিনেভিয়া অঞ্চল।
প্রঃ কেমপিগনিয়ান সংস্কৃতিৰ লোকসকল কেনেধৰণৰ বাসস্থানত থাকিছিল?
উঃ গর্ত আবাস।
প্রঃ কিটছেন মিডেন শব্দৰ অৰ্থ কি?
উঃ ৰান্ধনি শালৰ আৱৰ্জনাৰ দ’ম।
প্ৰঃ হস্তকুঠাৰ কি?
উঃ এখন হাতত বহনযোগ্য সঁজুলি।
প্ৰঃ উচ্চ প্রত্নপ্ৰস্তৰ যুগৰ বৈশিষ্ট কি?
উঃ ক্ষুদ্ৰ সঁজুলিৰ প্ৰচলন।
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগত কি উন্নতি ঘটিছিল?
উঃ জেং আৰু বল্লমৰ ব্যৱহাৰ।
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগৰ মানুহে প্ৰধানকৈ কিহৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল?
উঃ চিকাৰ আৰু খাদ্য সংগ্রহ।
প্রঃ মধ্যপ্ৰস্তৰ যুগত সজুলি নিৰ্মাণৰ নতুন কৌশল কি আছিল?
উঃ ক্ষুদ্র সঁজুলি প্রস্তুতকৰণ।
প্ৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহৰ মুখ্য খাদ্য কি আছিল?
উঃ শস্য আৰু পশুৰ মাংস।
প্রঃ মধ্যপ্ৰস্তৰ যুগত মানুহৰ বসবাসৰ স্থান কি আছিল?
উঃ গুহা আৰু অস্থায়ী শিবিৰ।
প্রঃ প্রত্নপ্রস্তুৰ যুগত মানুহে পশু পোহন কৰা জানিছিল নে?
উঃ নহয়।
প্ৰঃ নৱপ্ৰস্তৰ যুগত মানুহে কিহৰ পৰা কাপোৰ বনিছিল?
উঃ পশুৰ ছাল আৰু উদ্ভিদৰ আঁহ।
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগত মানুহে অগ্নিৰ ব্যৱহাৰ জানিছিল নে?
উঃ হয়।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত জীৱনধাৰা কিদৰে আছিল?
উঃ যাযাবৰী।
প্রঃ তাম্র যুগৰ মানুহে প্রধানকৈ কিহৰ উৎপাদন কৰিছিল?
উঃ শস্য।
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগৰ শেষলৈ মানুহৰ বসতি কিদৰে আছিল?
উঃ স্থায়ী বসতি।
প্ৰঃ নৱপ্ৰস্তৰ যুগত কৃষিৰ বিকাশৰ ফলত কি হৈছিল?
উঃ খাদ্যৰ উৎপাদন বৃদ্ধি।
প্রঃ মধ্যপ্ৰস্তৰ যুগত ক্ষুদ্র সঁজুলি কি কামত ব্যৱহাৰ কৰা হৈছিল?
উঃ চিকাৰ আৰু মৎস্য আহৰণ।
প্রঃ তাম্র যুগত মানুহে নতুন কোন ধাতুৰ ব্যৱহাৰ আৰম্ভ কৰিছিল?
উঃ ব্রঞ্জ।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত কি পৰিৱৰ্তন দেখা গৈছিল?
উঃ জীৱনধাৰা উন্নত হৈছিল।
প্ৰঃ উচ্চ প্রত্নপ্রস্তুৰ যুগত কি ধৰণৰ হাতিয়াৰ ব্যৱহাৰ কৰা হৈছিল?
উঃ শিলৰ বল্লম আৰু জেং।
প্ৰঃ নৱপ্ৰস্তৰ যুগত ঘঁহি-পিহি সঁজুলি তৈয়াৰ কৰাৰ সুবিধা কি আছিল?
উঃ অধিক টেকসই আৰু তীক্ষ্ণ।
প্রঃ উচ্চ প্রত্নপ্রস্তৰ যুগত মানুহৰ মুখ্য কাৰ্য কি আছিল?
উঃ চিকাৰ আৰু খাদ্য সংগ্রহ।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগৰ অন্যতম বৈশিষ্ট কি?
উঃ ক্ষুদ্র সঁজুলিৰ প্ৰচলন।
প্রঃ নৱপ্ৰস্তৰ যুগত মানুহে কিহৰ সহায়ত শস্য উলিয়াইছিল?
উঃ শিলৰ খন্তি।
প্ৰঃ নৱপ্ৰস্তৰ যুগত গৃহনির্মাণৰ বাবে কিহৰ ব্যৱহাৰ কৰা হৈছিল?
উঃ মাটি, কাঠ আৰু খাৰ।
প্রঃ নৱপ্ৰক্তৰ যুগত পশুপালনৰ আৰম্ভণি কেনেকৈ হৈছিল?
উঃ গৃহপালিত পশুৰ পালনৰে।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত কোন বস্তু খাদ্যৰ বাবে অধিক প্রচলিত হৈছিল?
উঃ মাছ।
প্ৰঃ নৱপ্ৰস্তৰ যুগত কি নতুন ধৰণৰ সামগ্ৰী উন্নত কৰা হৈছিল?
উঃ মৃতপাত্র।
প্ৰঃ উচ্চ প্রত্নপ্রস্তুৰ যুগত কলা আৰু সংস্কৃতিৰ প্রচলন কেনেকৈ হৈছিল?
উঃ গুহাচিত্র আৰু মূর্তি নির্মাণ।
প্রঃ নৱপ্ৰস্তৰ যুগত খাদ্য সংৰক্ষণ কেনেকৈ কৰা হৈছিল?
উঃ মৃত্পাত্ৰত জমা কৰি।
প্ৰঃ তাম্ৰ যুগত পৰিৱহণৰ নতুন উপায় কি আছিল?
উঃ গাড়ী আৰু নাও।
প্ৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহে কি নতুন ব্যৱসায় আৰম্ভ কৰিছিল?
উঃ মৃত্পাত্র নির্মাণ।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগৰ জীৱনধাৰা কি আছিল?
উঃ অর্ধ-যাযাবৰী।
প্রঃ নৱপ্ৰস্তৰ যুগত কৃষি আৰু পশুপালনৰ বিস্তাৰ কিহৰ কাৰণ হৈছিল?
উঃ স্থায়ী বসতি।
প্ৰঃ তাম্র যুগৰ অন্তত কোন নতুন যুগ আৰম্ভহৈছিল?
উঃ লৌহ যুগ।
প্রঃ নৱপ্ৰস্তৰ যুগত বসতি কিহৰ ভিত্তিত গঠিত হৈছিল?
উঃ নদীৰ কাষত।
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগত মানুহে অগ্নি কেনেকৈ সৃষ্টি কৰিছিল?
উঃ শিল ঘঁহি।
কি? প্রঃ কিটছেন মিডেন সংস্কৃতিৰ বিশেষ বৈশিষ্ট্য
উঃ শামুকৰ খোলাৰে আৱৰ্জনাৰ সৃষ্টি।
প্রঃ হস্তকুঠাৰ কি?
উঃ এখন হাতত বহনযোগ্য শিলৰ সঁজুলি।
প্ৰঃ উচ্চ প্রত্নপ্রস্তৰ যুগত মানুহৰ মুখ্য উন্নতি কি আছিল?
উঃ সঁজুলি উদ্যোগৰ বিকাশ।
প্ৰঃ উচ্চ প্রত্নপ্রস্তুৰ যুগৰ লোকসকলে সঁজুলি
নিৰ্মাণৰ বাবে কি ব্যৱহাৰ কৰিছিল?
উঃ শিল আৰু হাড়।
প্ৰঃ নৱপ্ৰস্তীয় বিপ্লৱৰ মুখ্য কাৰণ কি?
উঃ জলবায়ুৰ পৰিৱৰ্তন।
প্ৰঃ নৱপ্ৰক্তৰ যুগত মানুহে কি আৱিষ্কাৰ কৰিছিল?
উঃ পশুপালন আৰু কৃষি।
প্ৰঃ প্রত্নপ্ৰস্তৰ যুগৰ মানুহ ক’ত থাকিছিল?
উঃ গুহা।
প্রঃ অলড’ৱান সংস্কৃতি ক’ত পোৱা গৈছিল?
উঃ আফ্রিকা।
প্রঃ অলড’ৱান সংস্কৃতিৰ লোকসকলে কিধৰণৰ
সঁজুলি ব্যৱহাৰ কৰিছিল?
উঃ শিলগুটি সঁজুলি।
প্রঃ লেভাল ‘ছিয়ান পৰম্পৰা ক’ত পোৱা গৈছিল?
উঃ ফ্রান্সত।
প্ৰঃ মুছটেৰিয়ান সংস্কৃতিৰ লগত জড়িত মানুহ কোন?
উঃ নিয়েনডাৰথেল।
প্রঃ চলি সঁজুলি কি?
উঃ মূল শিলৰ পৰা নিৰ্মিত সঁজুলি।
প্রঃ প্রত্নপ্রস্তৰ আৰু নৱপ্ৰস্তৰ যুগৰ এক প্রধান পার্থক্য কি?
উঃ প্রত্নপ্রস্তৰ যুগত কৃষি নাছিল।
প্ৰঃ নৱপ্ৰস্তৰ যুগত মানুহ কোনটো নতুন কাম আৰম্ভ কৰিছিল?
উঃ খাদ্য সংৰক্ষণ।
প্ৰঃ প্রত্নপ্রস্তৰ যুগৰ লোকসকলে কিদৰে আহাৰ যোগাৰ কৰিছিল?
উঃ শিকাৰ আৰু সংগ্রহ।
প্ৰঃ প্ৰস্তৰ যুগৰ প্ৰধান তিনিটা যুগ কি কি?
উঃ প্রত্নপ্ৰস্তৰ, মধ্যপ্ৰস্তৰ, নৱপ্ৰস্তৰ।
প্ৰঃ প্রত্নপ্ৰস্তৰ যুগত মানুহৰ মুখ্য জীৱিকা কি আছিল?
উঃ শিকাৰ, মাছ ধৰা, ফল-মূল সংগ্রহ।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগৰ মুখ্য বৈশিষ্ট্য কি?
উঃ ক্ষুদ্রাস্ত্ৰৰ উদ্ভৱ।
প্ৰঃ নৱপ্ৰস্তৰ যুগৰ বৈশিষ্ট্য কি?
উঃ কৃষিকাৰ্যৰ আৰম্ভণি।
প্রঃ তাম্র যুগত মুখ্য উপাদান কি আছিল?
উঃ তাম।
প্রঃ ব্ৰঞ্জ যুগৰ প্ৰধান বৈশিষ্ট্য কি?
উঃ ব্ৰঞ্জৰ সঁজুলিৰ ব্যৱহাৰ।
প্রঃ আয়ৰণ যুগত মুখ্য উপাদান কি আছিল?
উঃ লোহা।
প্ৰঃ আয়ৰণ যুগৰ সভ্যতাৰ বৈশিষ্ট্য কি?
উঃ উন্নত কৃষি আৰু অস্ত্র।
প্ৰঃ নৱপ্ৰস্তৰ যুগত মানুহৰ মুখ্য জীৱিকা কি আছিল?
উঃ কৃষিকার্য আৰু পশুপালন।
প্রঃ লোকে সর্বপ্রথম কোনটো পশু গৃহপালিত কৰিছিল?
উঃ কুকুৰ।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগৰ মানুহে কোন নতুন জীৱিকা আৱিষ্কাৰ কৰিছিল?
উঃ মাছ ধৰা আৰু ক্ষুদ্র পশুপালন।
প্রঃ প্রত্নপ্রস্তৰ যুগত সঁজুলি নিৰ্মাণৰ প্ৰধান কৌশল কি আছিল?
উঃ টুকুৰা আঘাত কৰি আকাৰ দিয়া।
প্ৰঃ নৱপ্ৰস্তৰ যুগত কৃষিকাৰ্যৰ প্ৰচলন কিদৰে হৈছিল?
উঃ মাটি খোঁচি শস্য ৰোপণ কৰি।
প্রঃ কেঁচা মাটিৰ পাত্ৰ কোন যুগত প্রথম ব্যৱহাৰ হৈছিল?
উঃ নৱপ্ৰস্তৰ যুগ।
প্রঃ মানুহে প্রথমে কোন শস্য খেতি কৰিছিল?
উঃ চালি, গহুমু, যর।
প্ৰঃ প্রত্নপ্ৰস্তৰ যুগৰ লোকৰ বাসস্থান কি আছিল?
উঃ গুহা আৰু ওখ গছ।
প্রঃ লোহাৰ অস্ত্র কোন যুগত ব্যৱহাৰ হৈছিল?
উঃ আয়ৰণ যুগ।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত সঁজুলিৰ প্ৰধান বৈশিষ্ট্য কি আছিল?
উঃ ক্ষুদ্রাস্ত্র।
প্ৰঃ মধ্যপ্ৰস্তৰ যুগত মানুহ কোন নতুন বসতি স্থাপন কৰিছিল?
উঃ নদী কাষৰীয়া সমতল ভূমিত।
প্ৰঃ নৱপ্ৰস্তৰ যুগত মাটিৰ পাত্ৰ কেনেকৈ তৈয়াৰ কৰা হৈছিল?
উঃ কেঁচা মাটিৰে গঢ়ি জুইত পুৰি।
প্রঃ তাম্র-ব্রঞ্জ যুগত সমাজৰ গঠন কেনেকুৱা আছিল?
উঃ ৰাজা, যোদ্ধা, কৃষক, ব্যৱসায়ী।
প্ৰঃ আয়ৰণ যুগৰ মূল আৱিষ্কাৰ কি আছিল?
উঃ ধাতুৰ সঁজুলি।
প্রঃ গুহাচিত্র আঁকিবলৈ প্রত্নপ্ৰস্তৰ যুগৰ মানুহে কি ব্যৱহাৰ কৰিছিল?
উঃ প্রাকৃতিক বং।
প্ৰঃ নৱপ্ৰস্তৰ যুগত ঘৰ নিৰ্মাণৰ বাবে কি ব্যৱহাৰ কৰা হৈছিল?
উঃ মাটি আৰু কাঠ।
প্রঃ মধ্যপ্ৰস্তৰ যুগত গৃহপালিত পশুৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ কি আছিল?
উঃ খাদ্যৰ যোগান সুনিশ্চিত কৰা।
প্ৰঃ প্রত্নপ্রস্তৰ যুগত জুই কেনেকৈ লাভ কৰিছিল?
উঃ শিল ঘঁহি বা শুকান কাঠ ঘঁহি।
প্ৰঃ নৱপ্ৰস্তৰ যুগত ক’ত বাস কৰা হৈছিল?
উঃ স্থায়ী বসতিত।
প্রঃ ব্রঞ্জ যুগত কোনটো নতুন প্রযুক্তি বিকাশ পাইছিল?
উঃ ধাতু গলোৱাৰ প্রযুক্তি।
প্রঃ আয়ৰণ যুগত কৃষিক্ষেত্রত উন্নতি কেনেকৈ হৈছিল?
উঃ লোহাৰ হাল আৰু কাঁচি ব্যৱহাৰ কৰি।
প্রঃ প্রত্নপ্রস্তৰ যুগত মানুহ কেনেকৈ শিকাৰ কৰিছিল?
উঃ শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰি।
প্ৰঃ নৱপ্ৰস্তৰ যুগত কিহৰ ব্যৱহাৰে কৃষি সহজ কৰি তুলিছিল?
উঃ গৃহপালিত পশু।
প্ৰঃ প্রত্নপ্রস্তুৰ যুগত মানুহৰ মুখ্য খাদ্য কি আছিল?
উঃ শিকাৰ কৰা জন্তু আৰু সংগৃহীত ফল-মূল।
প্রঃ আধুনিক মানুহৰ বিজ্ঞানসম্মত নাম কি?
উঃ হ’ম’ ছেপিয়েন্স।
প্ৰঃ প্রত্নপ্রস্তৰ যুগত মানুহৰ মূল পৰিচয় কি আছিল?
উঃ যাযাবৰ শিকাৰী।
প্ৰঃ নৱপ্ৰস্তৰ যুগৰ ঠাইত বাসস্থান কেনেকুৱা আছিল?
উঃ কাঁহি, বাঁহ, আৰু মাটিৰে নিৰ্মিত।
প্রঃ প্রথম চকা কোন যুগত উদ্ভাবন হৈছিল?
উঃ নৱপ্ৰস্তৰ যুগ।
প্রঃ ব্ৰঞ্জ যুগত কেনেধৰণৰ নগৰ বিকাশ পাইছিল?
উঃ পৰিকল্পিত নগৰ।
প্ৰঃ প্রত্নপ্ৰস্তৰ যুগত সমাজৰ গঠন কেনেকুৱা আছিল?
উঃ ক্ষুদ্র গোষ্ঠীগত।
প্ৰঃ নৱপ্ৰস্তৰ যুগত কি ধৰণৰ কাষাৰ ব্যৱহাৰ কৰা হৈছিল?
উঃ হাতত তৈয়াৰ কৰা মাটিৰ কাষা।
প্রঃ লেভাল ‘ছিয়ান সংস্কৃতিৰ মুখ্য বৈশিষ্ট্য কি?
উঃ বিশেষ প্রক্রিয়াৰে সঁজুলি নির্মাণ।
প্ৰঃ নৱপ্ৰস্তৰ যুগত কোনটো মুখ্য পৰিৱৰ্তন হৈছিল?
উঃ যাযাবৰ জীৱনৰ পৰিসমাপ্তি।
প্ৰঃ নৱপ্ৰস্তৰ যুগত গৃহপালিত পশুৰ প্ৰধান লক্ষ্য কি আছিল?
উঃ খাদ্য আৰু কৃষিকার্য।
প্রঃ প্রথমে কোন ধাতুৰ ব্যৱহাৰ আৰম্ভ হৈছিল?
উঃ তাম।
প্রঃ প্রাচীন শস্য সংৰক্ষণ পদ্ধতি কি আছিল?
উঃ মাটিৰ কূপ বা মাটিৰ ভঁৰাল।
