Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Anthropology MCQ Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক (নৃতত্ত্ব) বিষয়ৰ Class 12 Anthropology MCQ Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Anthropology MCQ Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

অধ্যায়-৩

মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ প্রজাতি কাক বোলে?
(ক) মানুহৰ এটা বিশেষ গোট
(খ) জন্তুৰ এটা বিশেষ গোট
(গ) উদ্ভিদৰ এটা বিশেষ গোট
(ঘ) সকলো শুদ্ধ
উঃ (ক)
প্রঃ প্রজাতীয় নিকষ কি?
(ক) শাৰীৰিক বৈশিষ্ট্যৰ ভিন্নতা
(খ) বংশগত বৈশিষ্ট্য পৰীক্ষা
(গ) আৱয়বিক চৰিত্ৰৰ শ্ৰেণীকৰণ
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ)

প্রঃ ঋজুকেশী কোন প্রজাতিৰ লোকৰ মাজত দেখা যায়?
(ক) নিগ্র
(খ) ইউৰোপীয়
(গ) মংগোলীয়
(ঘ) আর্য
উঃ (গ)
প্রঃ উলকেশী কোন প্ৰজাতিৰ লক্ষণ?
(ক) নিগ্র
(খ) মংগোলীয়
(গ) ইউৰোপীয়
(ঘ) আর্য
উঃ (ক)
প্রঃ মুখমণ্ডল আনুপাতিক সূচনা কেনেদৰে নিৰ্ধাৰণ কৰা হয়?
(ক) মুখৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতৰ মাধ্যমেৰে
(খ) কপোলৰ আকৃতিৰে
(গ) চকুৰ আকৃতিৰে
(ঘ) নাকৰ আকৃতিৰে
উঃ (ক)
প্রঃ মুখমণ্ডলীয় প্রক্ষিপ্ততা কি?
(ক) মুখৰ আকাৰ
(খ) মুখৰ অংশবোৰ সন্মুখৰ পিনে ওলোৱা
(গ) মুখৰ বৰ্ণ
(ঘ) মুখৰ গঢ়
উঃ (খ)
প্রঃ হস্তাংগুলি অনুৰেখাকৃতি কোনে প্রথম শ্ৰেণীকৰণ কৰিছিল?
(ক) ডাৰউইন
(খ) গেল্টন
(গ) লেন্দষ্টেইন
(ঘ) মেণ্ডেল
উঃ (খ)
প্রঃ ত্রিত্রিজ্যা মানে কি?
(ক) তিনিটা আঙুলিৰ ছাপ
(খ) তিনিফালৰ অনুৰেখা লগ লগ হোৱা অংশ
(গ) আঙুলিৰ দৈৰ্ঘ্য
(ঘ) আঙুলিৰ ঘনত্ব
উঃ (খ)

প্রঃ চক্রত কেইটা ত্রিত্রিজ্যা থাকে?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
(ঘ) চাৰিটা
উঃ (খ)
প্রঃ শংখৰ দুটা ভাগ কি কি?
(ক) অন্তঃশংখ আৰু বহিঃশংখ
(খ) অন্তঃশংখ আৰু চক্র
(গ) চক্র আৰু বহিঃশংখ
(ঘ) বৃত্ত আৰু শংখ
উঃ (ক)
প্রঃ হস্তাংগুলি অনুৰেখাকৃতিৰ প্ৰধান ভাগ কেইটা?
(ক) দুটা
(খ) চাৰিটা
(গ) তিনিটা
(ঘ) পাঁচটা
উঃ (গ)
প্ৰঃ কৰতলৰ প্ৰধান লাইন কিমান ধৰণৰ হয়?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) দুটা
উঃ (খ)
প্রঃ নেত্রচ্ছেদ ভাঁজ কি?
(ক) চকুৰ ওপৰত থকা চামৰা
(খ) নাকৰ আকৃতি
(গ) ওঁঠৰ আকৃতি
(ঘ) চকুৰ ৰং
উঃ (ক)
প্রঃ কোন প্রজাতিৰ মাজত নেত্রচ্ছেদ ভাঁজ দেখা যায়?
(ক) ইউৰোপীয়
(খ) নিগ্র
(গ) মংগোলীয়
(ঘ) আর্য
উঃ (গ)
প্রঃ ৰক্ত সমষ্টিৰ আৱিষ্কাৰক কোন আছিল?
(ক) গেল্টন
(গ) মেণ্ডেল
(খ) লেওষ্টেইন
(ঘ) ডাৰউইন
উঃ (খ)

প্রঃ মানুহৰ প্ৰধান ৰক্ত সমষ্টি কিমান ধৰণৰ?
(ক) ৩
(খ) ৪
(গ) ৫
(ঘ) ২
উঃ (খ)
প্রঃ সার্বিকদাতা কোন ৰক্ত সমষ্টি?
(ক) A
(খ) B
(গ) ০
(ঘ) AB
উঃ (গ)
প্রঃ সার্বিক গ্রাহিতা কোন ৰক্ত সমষ্টি?
(ক) A
(খ) B
(গ) AB
(ঘ) ০
উঃ (গ)
প্রঃ নেত্র বর্ণ কি?
(ক) চকুৰ আকৃতি
(খ) চকুৰ ৰং
(গ) চকুৰ উজ্জ্বলতা
(ঘ) চকুৰ মাপ
উঃ (ক)
প্রঃ চুলিৰ প্ৰধান প্ৰকাৰ কিমান?
(ক) ৩
(খ) ৪
(গ) ৫
(ঘ) ২
উঃ (গ)
প্রঃ চুলিৰ আকৃতি কিমান প্ৰকাৰৰ?
(ক) ৩
(খ) ৪
(গ) ৫
(ঘ) ২
উঃ (গ)
প্ৰঃ নিগ্ৰ প্ৰজাতিৰ গাৰ বৰ্ণ কি?
(ক) শ্বেত
(খ) পীত
(গ) কৃষ্ণ
(ঘ) ৰঙচুৱা
উঃ (গ)
প্রঃ মংগোলীয় প্রজাতিৰ গাৰ বৰ্ণ কি?
(ক) শ্বেত
(খ) পীত
(গ) কৃষ্ণ
(ঘ) ক’লা
উঃ (খ)
প্রঃ ইউৰোপীয় লোকসকলৰ গাৰ বৰণ সাধাৰণতে কিদৰে হয়?

(ক) ক’লা
(খ) ৰঙচুৱা
(গ) শ্বেত
(ঘ) পীত
উঃ (গ)
প্রঃ ফুৰুহাটাই কোন বছৰত অনুৰেখাকৃতি সূচনা আগবঢ়াইছিল?
(ক) ১৯২৭
(খ) ১৯৩৮
(গ) ১৯৪৩
(ঘ) ১৯১৫
উঃ (ক)
প্রঃ ডাংকমেইজাৰ কোন বছৰত অনুৰেখাকৃতি আনুপাতিক সূচনা আগবঢ়াইছিল?
(ক) ১৯২৭
(খ) ১৯৩৮
(গ) ১৯৪৩
(ঘ) ১৯১৫
উঃ (খ)
প্রঃ ডাংকমেইজাৰ সূচনাই কিহৰ সম্বন্ধ দেখুৱায়?
(ক) চক্ৰ আৰু শংখ
(খ) বৃত্তাখণ্ডাকাৰ আৰু চক্র
(গ) শংখ আৰু অনুৰেখা
(ঘ) ত্রিত্রিজ্যা আৰু চক্র
উঃ (খ)
প্রঃ অনুৰেখাকৃতি প্রবলতা আনুপাতিক সূচনা কোনে আগবঢ়াইছিল?
(ক) ফুৰুহাটাই
(খ) ডাংকমেইজাৰ
(গ) কামিনছ আৰু মিডলোই
(ঘ) গেল্টন
উঃ (গ)
প্রঃ চৰ্মবর্ণ অনুসৰি মানুহক কিমান ভাগত বিভক্ত কৰা হয়?
(ক) দুটা
(গ) চাৰিটা
উঃ (খ)
(খ) তিনি
(ঘ) পাঁচটা
প্রঃ নিম্নলিখিত কোনটো শ্বেত বৰ্ণৰ উদাহৰণ?
(ক) ইউৰোপীয়
(খ) নিগ্র
(গ) মংগোলীয়
(ঘ) আর্য

উঃ (ক)
প্রঃ কৃষ্ণ বৰ্ণ কোন প্ৰজাতিৰ বিশেষ লক্ষণ?
(ক) নিগ্র
(খ) মংগোলীয়
(গ) ইউৰোপীয়
(ঘ) আর্য
উঃ (ক)
প্রঃ মংগোলীয়সকলৰ গাৰ বৰণ সাধাৰণতে কিদৰে হয়?
(ক) শ্বেত
(খ) কৃষ্ণ
(গ) পীত
(ঘ) নীলা
উঃ (গ)
প্রঃ কোনটো বংশগত লক্ষণ?
(ক) গাৰ উচ্চতা
(খ) ওজন
(গ) শিক্ষা
(ঘ) কাষাৰৰ দক্ষতা
উঃ (ক)
প্রঃ কোনটো শাৰীৰিক বৈশিষ্ট্য নহয়?
(ক) চকুৰ আকৃতি
(খ) চুলিৰ ৰং
(গ) চিন্তা ধাৰা
(ঘ) গাত থকা ছালৰ ৰং
উঃ (গ)
প্রঃ নেত্ৰচ্ছেদ ভাঁজ কিহৰ দ্বাৰা সৃষ্টি হয়?
(ক) চকুৰ আকৃতি
(খ) পল্লবৰ ওপৰত ওলমি থকা চর্ম
(গ) চকুৰ ৰং
(ঘ) ওঁঠৰ আকৃতি
উঃ (খ)
প্ৰঃ মানুহৰ ছালৰ বৰ্ণ কিহে নির্ধাৰণ কৰে?
(ক) পৰিৱেশ
(খ) খাদ্য
(গ) মেলানিন
(ঘ) জীৱনধাৰা
উঃ (গ) মেলানিন
প্রঃ শ্বেতবৰ্ণৰ মানুহসকলৰ মেলানিন কিমান?
(ক) অধিক
(খ) কম
(গ) একে থাকে
(ঘ) অনিয়মিত
উঃ (খ) কম

প্ৰঃ কৃষ্ণবৰ্ণৰ মানুহসকলৰ ছালত মেলানিন কিমান থাকে?
(ক) অধিক
(খ) কম
(গ) একে থাকে
(ঘ) অনিয়মিত
উঃ (ক) অধিক
প্রঃ চুলিৰ আকৃতি কিমান প্ৰকাৰৰ হ’ব পাৰে?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উঃ (খ) ৩
প্ৰঃ কেৰলয়েড চুলিৰ বৈশিষ্ট্য কি?
(ক) সোজা
(খ) কোঁকৰা
(গ) ঢৌখেলি
(ঘ) পর্কটি
উঃ (খ) কোঁকৰা
প্ৰঃ মংগোলীয়সকলৰ চুলিৰ আকৃতি কিদৰে হয়?
(ক) পোন
(খ) কোঁকৰা
(গ) ঢৌখেলোৱা
(ঘ) মাজমখত
উঃ (ক) পোন
প্ৰঃ কিডনিৰ দ্বাৰা কিহৰ নিয়ন্ত্রণ হয়?
(ক) তেজৰ সংবহন
(খ) শৰীৰৰ পানী আৰু লৱণৰ মাত্রা
(গ) শৰীৰৰ তাপমাত্রা
(ঘ) শৰীৰৰ গঠন
উঃ (খ) শৰীৰৰ পানী আৰু লৱণৰ মাত্ৰা
প্রঃ ABO ৰক্ত সমষ্টিৰ শ্ৰেণীবিভাজন কোনে কৰিছিল?
(ক) মেলে
(খ) লুই পাস্তুৰ
(গ) কার্ল লেগুষ্টেইনৰ
(ঘ) ডাৰউইন
উঃ (গ) কার্ল লেগুষ্টেইনৰ
প্রঃ নিচিনাকি চৰ্মৰ পৰিচয় কি?
(ক) চকচকা আৰু কেঁচা
(খ) শুকান আৰু ক’ঠ

(গ) আৱৰণযুক্ত
(ঘ) দাগযুক্ত
উঃ (ক) চকচকা আৰু কেঁচা
প্রঃ মংগোলীয়সকলৰ মাজত সাধাৰণতে নেত্রচ্ছেদ ভাঁজ কিয় দেখা যায়?
(ক) পৰিৱেশগত প্রভাৱৰ বাবে
(খ) খাদ্যৰ বাবে
(গ) চর্মবৰ্ণৰ বাবে
(ঘ) ওজনৰ বাবে
উঃ (ক) পৰিৱেশগত প্রভাৱৰ বাবে
যায়? প্রঃ কাৰণ কিহতে নেতা পগলাৰ দৰে দেখা
(ক) নেত্রচ্ছেদ ভাঁজ
(খ) নেত্র বর্ণ
(গ) নেত্র আকৃতি
(ঘ) নেত্র শৃঙ্গ
উঃ (ক) নেত্রচ্ছেদ ভাঁজ
প্ৰঃ কেৰলয়েড চুলিৰ বৈশিষ্ট্য কি?
(ক) পোন
(খ) কোঁকৰা
(গ) ঢৌখেলোৱা
(ঘ) সোপা
উঃ (খ) কোঁকৰা
প্ৰঃ ৰক্ত সংবহনত প্লাজমাৰ ভূমিকা কি?
(ক) গেছ পৰিবহণ
(খ) পৰিপাক সহায়
(গ) টনি দূৰ কৰে
(ঘ) ইমিউন ছিস্টেম নিয়ন্ত্ৰণ কৰে
উঃ (ক) গেছ পৰিবহণ
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ প্রজাতি কাক বোলে?
উঃ মানুহ, জন্তু আৰু উদ্ভিদৰ এটা বিশেষ গোট।
প্রঃ প্রজাতীয় নিকষ কি?
উঃ শাৰীৰিক, বংশগত আৰু আৱয়বিক বৈশিষ্ট্যৰ শ্রেণীকৰণ।

প্রঃ ঋজুকেশী কোন প্রজাতিৰ লোকৰ মাজত দেখা যায়?
উঃ মংগোলীয় প্রজাতিৰ।
প্রঃ উলকেশী কোন প্রজাতিৰ লক্ষণ?
উঃ নিগ্র প্রজাতিৰ।
প্রঃ মুখমণ্ডল আনুপাতিক সূচনা কেনেদৰে নির্ধাৰণ কৰা হয়?
উঃ মুখৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতৰ মাধ্যমেৰে।
প্রঃ মুখমণ্ডলীয় প্রক্ষিপ্ততা কি?
উঃ মুখৰ অংশবোৰ সন্মুখৰ পিনে ওলোৱা।
প্রঃ হস্তাংগুলি অনুৰেখাকৃতি কোনে প্রথম শ্রেণীকৰণ কৰিছিল?
উঃ গেল্টনে।
প্রঃ ত্রিত্রিজ্যা মানে কি?
উঃ তিনিফালৰ অনুৰেখা লগ লগ হোৱা অংশ।
প্রঃ চক্রত কেইটা ত্রিত্রিজ্যা থাকে?
উত্তৰ: দুটা।
প্রঃ শংখৰ দুটা ভাগ কি কি?
উঃ অন্তঃশংখ আৰু বহিঃশংখ।
প্রঃ হস্তাংগুলি অনুৰেখাকৃতিৰ প্ৰধান ভাগ কেইটা?
উঃ তিনিটা।
প্ৰঃ কৰতলৰ প্ৰধান লাইন কিমান ধৰণৰ হয়?
উঃ চাৰিটা।
প্রঃ কোন প্রজাতিৰ মাজত নেত্ৰচ্ছেদ ভাঁজ দেখা যায়?
উঃ মংগোলীয় প্ৰজাতিৰ মাজত।
প্রঃ ৰক্ত সমষ্টিৰ আৱিষ্কাৰক কোন আছিল?
উঃ লেগুষ্টেইন।
প্ৰঃ মানুহৰ প্ৰধান ৰক্ত সমষ্টি কিমান ধৰণৰ?
উঃ চাৰি।
প্রঃ সার্বিকদাতা কোন ৰক্ত সমষ্টি?
উঃ ০ গ্রুপ।
প্রঃ সার্বিক গ্রাহিতা কোন ৰক্ত সমষ্টি?

উঃ AB গ্রুপ।
প্রঃ নেত্র বর্ণ কি?
উঃ চকুৰ ৰং।
প্ৰঃ চুলিৰ প্ৰধান প্ৰকাৰ কিমান?
উঃ তিনি।
প্রঃ চুলিৰ আকৃতি কিমান প্ৰকাৰৰ?
উঃ তিনি।
প্ৰঃ নিগ্ৰ প্ৰজাতিৰ গাৰ বৰ্ণ কি?
উঃ কৃষ্ণ।
প্রঃ মংগোলীয় প্রজাতিৰ গাৰ বৰ্ণ কি?
উঃ পীত।
প্রঃ ইউৰোপীয় লোকসকলৰ গাৰ বৰণ সাধাৰণতে কিদৰে হয়?
উঃ শ্বেত।
প্ৰঃ ফুৰুহাটাই কোন বছৰত অনুৰেখাকৃতি সূচনা আগবঢ়াইছিল?
উঃ ১৯২৭ চনত।
প্রঃ ডাংকমেইজাৰ কোন বছৰত অনুৰেখাকৃতি আনুপাতিক সূচনা আগবঢ়াইছিল?
উঃ ১৯৩৮ চনত।
প্রঃ ডাংকমেইজাৰ সূচনাই কিহৰ সম্বন্ধ দেখুৱায়?
উঃ বৃত্তাখণ্ডাকাৰ আৰু চক্র।
প্ৰঃ অনুৰেখাকৃতি প্রবলতা আনুপাতিক সূচনা কোনে আগবঢ়াইছিল?
উঃ কামিনছ আৰু মিডলোইয়ে।
প্রঃ চর্মবর্ণ অনুসৰি মানুহক কিমান ভাগত বিভক্ত কৰা হয়?
উঃ তিনি ভাগত।
প্রঃ নিম্নলিখিত কোনটো শ্বেত বৰ্ণৰ উদাহৰণ?
উঃ ইউৰোপীয়।
প্রঃ কৃষ্ণ বর্ণ কোন প্ৰজাতিৰ বিশেষ লক্ষণ?
উঃ নিগ্র প্রজাতিৰ।
প্রঃ মংগোলীয়সকলৰ গাৰ বৰণ সাধাৰণতে কিদৰে হয়?
উঃ পীত।
প্রঃ কোনটো বংশগত লক্ষণ?
উঃ গাৰ উচ্চতা।
প্রঃ কোনটো শাৰীৰিক বৈশিষ্ট্য নহয়?
উঃ চিন্তা ধাৰা।
প্রঃ নেত্ৰচ্ছেদ ভাঁজ কিহৰ দ্বাৰা সৃষ্টি হয়?
উঃ পল্লবৰ ওপৰত ওলমি থকা চর্ম।
প্ৰঃ মানুহৰ ছালৰ বৰ্ণ কিহে নির্ধাৰণ কৰে?
উঃ মেলানিন।
প্ৰঃ শ্বেতবৰ্ণৰ মানুহসকলৰ মেলানিন কিমান?
উঃ কম।
প্ৰঃ কৃষ্ণবৰ্ণৰ মানুহসকলৰ ছালত মেলানিন কিমান থাকে?
উঃ অধিক।
প্ৰঃ চুলিৰ আকৃতি কিমান প্ৰকাৰৰ হ’ব পাৰে?
উঃ তিনি।
প্ৰঃ কেৰলয়েড চুলিৰ বৈশিষ্ট্য কি?
উঃ কোঁকৰা।
হয়? প্রঃ মংগোলীয়সকলৰ চুলিৰ আকৃতি কিদৰে
উঃ পোন।
প্ৰঃ কিডনিৰ দ্বাৰা কিহৰ নিয়ন্ত্রণ হয়?
উঃ শৰীৰৰ পানী আৰু লৱণৰ মাত্রা।
প্রঃ ABO ৰক্ত সমষ্টিৰ শ্ৰেণীবিভাজন কোনে কৰিছিল?
উঃ কার্ল লেওষ্টেইনে।
প্রঃ নিচিনাকি চৰ্মৰ পৰিচয় কি?
উঃ চকচকা আৰু কেঁচা।
প্রঃ মংগোলীয়সকলৰ মাজত সাধাৰণতে নেত্রচ্ছেদ ভাঁজ কিয় দেখা যায়?
উঃ পৰিৱেশগত প্রভাৱৰ বাবে।
প্ৰঃ কোনটো চকুৰ আকৃতিৰ পৰিৱৰ্তনৰ কাৰণ?
উঃ নেত্রচ্ছেদ ভাঁজ।

প্ৰঃ কেৰলয়েড চুলিৰ বৈশিষ্ট্য কি?
উঃ কোঁকৰা।
প্ৰঃ ৰক্ত সংবহনত প্লাজমাৰ ভূমিকা কি?
উঃ গেছ পৰিবহণ।
প্রঃ কোনটো প্রজাতি শ্বেত বৰ্ণৰ?
উঃ ইউৰোপীয়।
প্রঃ নিগ্র প্রজাতিৰ বিশেষ শাৰীৰিক বৈশিষ্ট্য কি?
উঃ গা ক’লা আৰু উলকেশী।
প্রঃ কোনটো প্ৰজাতিৰ মানুহৰ নাক পোহৰ হয়?
উঃ ইউৰোপীয়।
প্রঃ নিগ্র লোকসকলৰ ওঁঠ কেনেকুৱা হয়?
উঃ পলম।
প্ৰঃ ইউৰোপীয়সকলৰ চুলি কেনেকুৱা হয়?
উঃ সোজা আৰু সৰু।
কি? প্রঃ মংগোলীয়সকলৰ চকুৰ বিশেষ বৈশিষ্ট্য
উঃ নেত্রচ্ছেদ ভাঁজ থাকে।
প্রঃ কোনটো ৰক্ত সমষ্টি আটাইতকৈ কম সংখ্যাত পোৱা যায়?
উঃ AB
প্ৰঃ চৰ্মৰ ৰং কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ মেলানিনৰ মাত্রা।
হয়? প্রঃ কোন প্রজাতিৰ লোকসকলৰ শৰীৰ লঘু
উঃ মংগোলীয়।
প্রঃ নিগ্রসকলৰ শৰীৰ কেনেকুৱা হয়?
উঃ শক্তিশালী আৰু ক্রিড়াশীল।
প্রঃ কাৰ দেহত মেলানিন সর্বাধিক থাকে?
উঃ নিগ্র লোকসকলৰ।
প্ৰঃ কোন প্ৰজাতিৰ মানুহৰ গাৰ বৰ্ণ ৰঙচুৱা হয়?
উঃ আর্য।
প্ৰঃ কৃষ্ণবৰ্ণৰ মানুহৰ ছালত মেলানিনৰ পৰিমাণ কিমান হয়?
উঃ বেছি।

প্ৰঃ চুলিৰ আকৃতিৰ কেতিয়ামান প্ৰকাৰ থাকে?
উঃ ৩টা।
প্ৰঃ কৰলয়েড ধৰণৰ চুলিৰ বিশেষত্ব কি?
উঃ কোঁকৰা।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment