আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক (নৃতত্ত্ব) বিষয়ৰ Class 12 Anthropology MCQ Chapter 2 আনুবংশিক বিজ্ঞান, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Anthropology MCQ Chapter 2 আনুবংশিক বিজ্ঞান
অধ্যায়-২
আনুবংশিক বিজ্ঞান
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞাত ক’ত প্রকাশ কৰিছিল?
(ক) ফ্রান্সৰ বিজ্ঞান একাডেমী
(খ) জার্মান বিজ্ঞান জার্নেল
(গ) ‘বনে’ৰ নেচাৰেল হিষ্ট’ৰী চোচাইটি’ৰ আলোচনী
(ঘ) কেমব্রিজ ইউনিভার্সিটিৰ জার্নেল
উঃ (গ) ‘বনে’ৰ নেচাৰেল হিষ্ট’ৰী চোচাইটি’ৰ আলোচনী।
প্রঃ মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ কোনে কোনে আৱিষ্কাৰ কৰিছিল?
(ক) ডাৰউইন, লামার্ক আৰু লায়েল
(খ) হিউগো ডা ভাইজ, ভ’ন চেৰমাক আৰু কার্ল ক’ৰেন্স
(গ) বাটচন, ক্রিক আৰু ৰ’জালি’ ফ্রেংকলিন
(ঘ) নিউটন, আইনস্টাইন আৰু হাৱকিং
উঃ (খ) হিউগো ডা ভাইজ, ভ’ন চেৰমাক আৰু কার্ল ক’ৰেন্স।
প্ৰঃ মেণ্ডেলৰ একসংকৰ অনুপাতটো কি?
(ক) 1:2:1
(খ) 3:1
(গ) 9:3:3:1
(ঘ) 2:1
উঃ (খ) 3:1
প্রঃ জিন কি?
(ক) এক প্ৰকাৰৰ প্ৰাণী
(খ) ক্র’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্র পদার্থ
(গ) এটা ৰোগ
(ঘ) এক প্ৰকাৰৰ ৰাসায়নিক যৌগ
উঃ (খ) ক্র’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্র পদার্থ।
প্ৰঃ মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো কি?
(ক) 9:3:3:1
(খ) 3:1
(গ) 1:2:1
(ঘ) 2:1
উঃ (ক) 9:3:3:1
প্রঃ সু-প্রজনন বিজ্ঞান কাক বোলে?
(ক) মানৱ জাতিৰ কল্যাণ সাধনৰ উদ্দেশ্যে বংশগতি নিয়ন্ত্ৰণ কৰা বিজ্ঞান
(খ) মাটি পৰীক্ষাৰ বিজ্ঞান
(গ) পানীৰ গুণাগুণ পৰীক্ষাৰ বিজ্ঞান
(ঘ) উদ্ভিদৰ গঠন অধ্যয়ন কৰা বিজ্ঞান
উঃ (ক) মানৱ জাতিৰ কল্যাণ সাধনৰ উদ্দেশ্যে বংশগতি নিয়ন্ত্ৰণ কৰা বিজ্ঞান।
প্রঃ সু-প্রজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?
(ক) গ্ৰেগৰ মেণ্ডেল
(খ) চাৰ ফ্রান্সিচ গেল্টন
(গ) বাটচন আৰু ক্রিক
(ঘ) টমাছ হান্ট মৰগান
উঃ (খ) চাৰ ফ্রান্সিচ গেল্টন।
প্রঃ সু-প্রজনন বিজ্ঞান কেইপ্ৰকাৰৰ?
(ক) এটাই
(খ) তিনিটা
(গ) দুটা
(ঘ) চাৰি
উঃ (গ) দুটা।
প্রঃ ডাউনছ চিনড্ৰমৰ আন এটা নাম কি?
(ক) ক্লাইনফেল্টাৰ চিনড্ৰ’ম
(খ) মঙ্গোলীয় মূঢ়তা
(গ) টার্নাৰছ চিনড্ৰ’ম
(ঘ) হিম’ফিলিয়া
উঃ (খ) মঙ্গোলীয় মূঢ়তা।
প্রঃ টার্নাৰছ চিনড্ৰম মহিলাৰ শৰীৰত থকা ক্ৰ’মজ’মৰ সংখ্যা কিমান?
(ক) ৪৪
(খ) ৪৫
(গ) ৪৬
(ঘ) ৪৭
উঃ (খ) ৪৫।
প্রঃ ক্লাইনফেল্টাৰ চিনড্ৰম কিহৰ বাবে হয়?
(ক) লিংগ ক্ৰ’ম’জমৰ অবিসন্ধিৰ ফলত
(খ) ৰক্তৰ সংক্ৰমণৰ বাবে
(গ) অন্ননালী সংকুচিত হোৱাৰ বাবে
(ঘ) বংশগত ৰোগৰ বাবে
উঃ (ক) লিংগ ক্র’ম’জমৰ অবিসন্ধিৰ ফলত।
প্রঃ ক্লাইনফেল্টাৰ চিনড্রম প্রথমে কোনে উদ্ভাবন কৰিছিল?
(ক) জন লনডন ডাউন
(খ) হেৰি ফিটছ ক্লাইনিফেল্টাৰ
(গ) গ্ৰেগৰ মেণ্ডেল
(ঘ) ৰ’বার্ট হুক
উঃ (খ) হেবি ফিটছ ক্লাইনিফেল্টাৰ।
প্রঃ মেণ্ডেলে তেওঁৰ গৱেষণাৰ ফলাফল ক’ত প্রকাশ কৰিছিল?
(ক) নেচাৰেল হিষ্ট’ৰী চোচাইটি, বনে
(খ) ৰয়েল চোচাইটি, লণ্ডন
(গ) জার্মান বিজ্ঞান একাডেমী
(ঘ) আমেৰিকান জিনেটিক চোচাইটি
উঃ (ক) নেচাৰেল হিষ্ট’ৰী চোচাইটি, বনে
প্রঃ মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ কোনে আৱিষ্কাৰ কৰিছিল?
(ক) চাৰ্লছ ডাৰউইন
(খ) হিউগো ডা ভাইজ, ভ’ন চেৰমাক, কার্ল ক’ৰেন্স
(গ) জেমছ ৱাটচন আৰু ফ্রেন্সিছ ক্রিক
(ঘ) ৰ’বার্ট হুক
উঃ (খ) হিউগো ডা ভাইজ, ভ’ন চেৰমাক, কার্ল ক’ৰেন্স
প্ৰঃ মেণ্ডেলৰ একসংকৰ অনুপাত কি?
(ক) 9:3:3:1
(খ) 3:1
(গ) 1:2:1
(ঘ) 2:1
উঃ (খ) 3:1
প্রঃ জিন কি?
(ক) ৰক্তত থকা এক প্রোটিন
অংশ (খ) ক্র’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা
(গ) দেহত থকা হাৰম’ন
(ঘ) দেহৰ পোষক পদার্থ
অংশ উঃ (খ) ক্র’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা
প্রঃ মেণ্ডেলৰ দ্বিসংকৰ অনুপাত কি?
(ক) 9:3:3:1
(খ) 3:1
(গ) 1:2:1
(ঘ) 2:1
উঃ (ক) 9:3:3:1
প্রঃ সু-প্রজনন বিজ্ঞানৰ লক্ষ্য কি?
(ক) জনসংখ্যা বৃদ্ধি কৰা
(খ) মানুহৰ আনুবংশিক লক্ষণ নিয়ন্ত্ৰণ কৰা
(গ) জিন সংৰক্ষণ কৰা
(ঘ) খাদ্য উৎপাদন বৃদ্ধি কৰা
উঃ (খ) মানুহৰ আনুবংশিক লক্ষণ নিয়ন্ত্ৰণ কৰা
প্রঃ সু-প্রজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?
(ক) গ্ৰেগৰ মেণ্ডেল
(খ) চাৰ্লছ ডাৰউইন
(গ) ফ্রান্সিচ গেল্টন
(ঘ) বাটচন আৰু ক্রিক
উঃ (গ) ফ্রান্সিচ গেল্টন
প্রঃ সু-প্রজনন বিজ্ঞান কিমান প্ৰকাৰৰ?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (খ) ২
প্রঃ ডাউনছ চিনড্রম কিহৰ ফলত হয়?
(ক) ২১ নং ক্ৰ’ম’জমৰ ত্ৰিসমসূত্ৰতা
(খ) ২৩ নং ক্ৰ’ম’জমৰ বিভাজন ত্রুটি
(গ) ৪৬ নং ক্র’ম’জমৰ সমাহাৰ
(ঘ) ডি.এন.এ.ৰ ক্ষতি
উঃ (ক) ২১ নং ক্র’ম’জমৰ ত্ৰিসমসূত্রতা
প্রঃ টার্নাবছ চিনড্ৰম মহিলাৰ ক্ৰ’ম’জমৰ সংখ্যা কিমান?
(ক) ৪৬
(খ) ৪৫
(গ) ৪৪
(ঘ) ৪৮
উঃ (খ) ৪৫
প্ৰঃ ক্লাইনফেল্টাৰ চিনড্ৰম কিহৰ বাবে হয়?
(ক) লিংগ ক্ৰ’ম’জমৰ ত্রুটি
(খ) দেহৰ বৃদ্ধি অস্বাভাৱিক হোৱা
(গ) মুখমণ্ডলৰ আকৃতিৰ পৰিৱৰ্তন
(ঘ) দৃষ্টিশক্তিৰ হ্রাস
উঃ (ক) লিংগ ক্র’ম’জমৰ ত্রুটি
প্রঃ ক্লাইনফেল্টাৰ চিনড্ৰম কোনে উদ্ভাবন কৰিছিল?
(ক) গ্ৰেগৰ মেণ্ডেল
(খ) হেৰি ফিটছ ক্লাইনিফেল্টাৰ
(গ) কার্ল ক’ৰেন্স
(ঘ) জেমছ বাটচন
উঃ (খ) হেৰি ফিটছ ক্লাইনিফেল্টাৰ
প্রঃ ডাউনছ চিনড্ৰমৰ আন এটা নাম কি?
(ক) ক্লাইনফেল্টাৰ চিনড্ৰম
(খ) মঙ্গোলীয় মূঢ়তা
(গ) টার্নাবছ চিনড্ৰম
(ঘ) সু-প্রজনন ব্যাধি
উঃ (খ) মঙ্গোলীয় মূঢ়তা
প্রঃ সমযুগ্মনজী জীৱত কিমান এলিলি থাকে?
(ক) একেধৰণৰ দুটা
(খ) দুটা বেলেগ ধৰণৰ
(গ) চাৰিটা
(ঘ) এটাৰে অন্ত নপৰে
উঃ (ক) একেধৰণৰ দুটা
প্রঃ বিষমযুগ্মনজী জীৱত এলিলিৰ সংখ্যা কিমান?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (খ) ২
প্রঃ কোনটো সু-প্রজনন বিজ্ঞানৰ শাখা?
(ক) ধনাত্মক
(খ) ঋণাত্মক
(গ) (ক) আৰু (খ) উভয়
(ঘ) একো নহয়
উঃ (গ) (ক) আৰু (খ) উভয়
প্রঃ জিন টাইপ কি?
(ক) কোনো জীৱৰ জিনৰ গঠন
(খ) বাহ্যিক আকাৰ
(গ) খাদ্যৰ প্ৰভাৱ
(ঘ) পৰিবেশৰ প্ৰভাৱ
উঃ (ক) কোনো জীৱৰ জিনৰ গঠন
প্রঃ এলিলি কি?
(ক) ক্ৰ’ম’জমৰ অংশ
(খ) জিনৰ পৃথক ৰূপ
(গ) প্ৰ’টিনৰ এক প্ৰকাৰ
(ঘ) ৰক্তত থকা কোষ
উঃ (খ) জিনৰ পৃথক ৰূপ
প্রঃ মেণ্ডেলৰ কিমানটা সূত্র আছে?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (গ) ৩
প্রঃ ফিনটাইপ কি?
(ক) জিনৰ বাহ্যিক প্রভাৱ
(খ) ক্ৰ’ম’জমৰ সংখ্যা
(গ) কোষ বিভাজনৰ প্ৰক্ৰিয়া
(ঘ) এলিলি গঠন
উঃ (ক) জিনৰ বাহ্যিক প্রভাৱ
প্রঃ মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞাত ক’ত প্রকাশ কৰিছিল?
(ক) নেচাৰ জার্নেল
(খ) বনে’ৰ নেচাৰেল হিষ্ট’ৰী চোচাইটি
(গ) ৰয়েল ছোসাইটি
(ঘ) আমেৰিকান জেনেটি’ ছোচাইটি
উঃ (খ) বনে’ৰ নেচাৰেল হিষ্ট’ৰী চোচাইটি
প্রঃ মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ কোনে আৱিষ্কাৰ কৰিছিল?
(ক) ডাৰউইন, লামার্ক, বাটচন
(খ) নিউটন, আইনস্টাইন, বোয়াৰ
(গ) হিউগো ডা ভাইজ, ভ’ন চেৰমাক, কার্ল
ক’ৰেনছ
(ঘ) লুই পাষ্টুৰ, বয়েল, মেণ্ডেল
উঃ (গ) হিউগো ডা ভাইজ, ভ’ন চেৰমাক, কার্ল ক’ৰেনছ
প্ৰঃ মেণ্ডেলৰ একসংকৰ অনুপাত কিমান?
(ক) ১:২:১
(খ) ৩:১
(গ) ৯:৩:৩:১
(ঘ) ২:১
উঃ (খ) ৩:১
প্রঃ জিন কাক বোলে?
(ক) কোষৰ মূল গঠন একক
(খ) ক্র’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্র পদার্থ
(গ) প্রোটিন উৎপাদন কৰা তন্তু
(ঘ) DNA আৰু RNA মিশ্রিত পদার্থ
উঃ (খ) ক্র’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্র পদার্থ
প্ৰঃ মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত কিমান?
(ক) ৯:৩:৩:১
(খ) ১:২:১
(গ) ৩:১
(ঘ) ২:১
উঃ (ক) ৯:৩:৩:১
প্রঃ সু-প্রজনন বিজ্ঞান কাক বোলে?
(ক) কৃত্রিম প্রজননৰ বিজ্ঞান
(খ) উন্নত মানৱজাতি গঠন কৰিবলৈ কৰা
গৱেষণা
(গ) পশুপালন বিজ্ঞান
(ঘ) উদ্ভিদ প্রজননৰ অধ্যয়ন
উঃ (খ) উন্নত মানবজাতি গঠন কৰিবলৈ কৰা গবেষণা
প্রঃ সু-প্রজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?
(ক) গ্ৰেগৰী মেণ্ডেল
(খ) চাৰ্লছ ডাৰউইন
(গ) চাৰ ফ্রান্সিচ গেল্টন
(ঘ) বাটচন আৰু ক্রিক
উঃ (গ) চাৰ ফ্রান্সিচ গেল্টন
প্রঃ সু-প্রজনন বিজ্ঞান কিমান প্ৰকাৰৰ?
(ক) এটা
(খ) দুইটা
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুইটা
প্রঃ ডাউনছ চিনড্ৰমৰ আন এটা নাম কি?
(ক) ক্লাইনফেল্টাৰ সি”ম
(খ) মঙ্গোলীয় মুঢ়তা
(গ) টার্নাৰছ চিনড্ৰম
(ঘ) হেম’ফিলিয়া
উঃ (খ) মঙ্গোলীয় মুঢ়তা
প্রঃ টার্নাৰছ চিনড্ৰম মহিলাৰ ক্ৰ’ম’জমৰ সংখ্যা কিমান?
(ক) ৪৪
(খ) ৪৫
(গ) ৪৬
(ঘ) ৪৭
উঃ (খ) ৪৫
প্রঃ ক্লাইনফেল্টাৰ চিনড্ৰম কোনটো ক্ৰ’ম’জমৰ ত্রুটিৰ বাবে হয়?
(ক) XYY
(খ) xo
(গ) XXY
(ঘ) YY
উঃ (গ) XXY
প্রঃ ক্লাইনফেল্টাৰ চিনড্ৰমত প্রধান লক্ষণ কি?
(ক) প্রজনন ক্ষমতা থকা
(খ) প্রজনন ক্ষমতা নাথাকা
(গ) স্বাভাৱিক বৃদ্ধি
(ঘ) সাধাৰণ মানসিক বিকাশ
উঃ (খ) প্রজনন ক্ষমতা নাথাকা
প্রঃ ডাউনছ চিনড্ৰমৰ মূল কাৰণ কি?
(ক) ২১নং ক্ৰ’ম’জমৰ ত্ৰিসমতা
(খ) ২৩নং ক্ৰ’ম’জমৰ অনুপস্থিতি
(গ) X ক্ৰ’ম’জমৰ অভাৱ
(ঘ) অতিৰিক্ত ক্ৰ’ম’জম
উঃ (ক) ২১নং ক্র’ম’জমৰ ত্ৰিসমতা
প্রঃ মেণ্ডেলৰ গৱেষণাৰ মূল বিষয় কি আছিল?
(ক) পশুৰ গৱেষণা
(খ) উদ্ভিদৰ বংশগতি
(গ) ক্ৰ’ম’জমৰ গঠন
(ঘ) DNA ৰ গঠনতত্ত্ব
উঃ (খ) উদ্ভিদৰ বংশগতি
প্রঃ এলিলি কাক বোলে?
(ক) ক্র’ম’জমত থকা ডিএনএ অংশ
(খ) একে স্থানত থকা দুটা বিকল্প জিন
(গ) বক্তৰ উপাদান
(ঘ) প্রোটিন উৎপাদন কৰা অংশ
উঃ (খ) একে স্থানত থকা দুটা বিকল্প জিন
প্রঃ সমযুগ্মনজী কি?
(ক) দুটা একে এলিলিৰ উপস্থিতি
(খ) দুটা বেলেগ এলিলিৰ উপস্থিতি
(গ) জিনৰ পৰিৱৰ্তন
(ঘ) ক্ৰ’ম’জমৰ অনুপস্থিতি
উঃ (ক) দুটা একে এলিলিৰ উপস্থিতি
প্রঃ বিষমযুগ্মনজী কি?
(ক) একে এলিলিৰ উপস্থিতি
(খ) বেলেগ এলিলিৰ উপস্থিতি
(গ) একোটা এলিলি নাথাকা
(ঘ) ৩টা এলিলি থকা
উঃ (খ) বেলেগ এলিলিৰ উপস্থিতি
প্রঃ জিনটাইপ কাক বোলে?
(ক) বাহ্যিক লক্ষণ
(খ) জিনৰ গঠন
(গ) ক্ৰ’ম’জমৰ সংখ্যা
(ঘ) প্রোটিন উৎপাদন প্রক্রিয়া
উঃ (খ) জিনৰ গঠন
প্রঃ ফিনটাইপ কি?
(ক) বাহ্যিক রূপ বা লক্ষণ
(খ) জিনৰ গঠন
(গ) ক্ৰ’ম’জমৰ সংখ্যা
(ঘ) কৃত্রিম সংকৰণ
উঃ (ক) বাহ্যিক ৰূপ বা লক্ষণ
প্রঃ কিহক স্বতন্ত্র বিবিধকৰণ সূত্র বোলে?
(ক) এলিলিৰ মিলন
(খ) জিনবোৰ স্বতন্ত্রভাবে বংশগত হয়
(গ) জিনৰ সংখ্যা বাঢ়ে
(ঘ) ক্ৰ’ম’জমৰ সংখ্যা কমে
উঃ (খ) জিনবোৰ স্বতন্ত্রভাবে বংশগত হয়
প্রঃ মেণ্ডেলৰ কিমানটা বংশগতিৰ সূত্র আছে?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (গ) ৩
প্ৰঃ মেণ্ডেলৰ প্ৰথম সূত্ৰটো কি?
(ক) একতাৰ সূত্র
(খ) বিভাজনৰ সূত্র
(গ) স্বতন্ত্র বিবিধকৰণ সূত্র
(ঘ) প্ৰক্ৰিয়াৰ সূত্র
উঃ (খ) বিভাজনৰ সূত্র
প্রঃ মেণ্ডেলৰ দ্বিতীয় সূত্রটো কি?
(ক) স্বতন্ত্র বিবিধকৰণ সূত্র
(খ) বিভাজনৰ সূত্র
(গ) একতাৰ সূত্র
(ঘ) পৰিব্যক্তি সূত্র
উঃ (গ) একতাৰ সূত্র
প্রঃ বংশগতিৰ অধ্যয়ন কাক বোলে?
(ক) অনুবংশিকতা
(খ) পৰিব্যক্তি
(গ) জিনেটিক ইঞ্জিনিয়াৰিং
(ঘ) কোষ বিভাজন
উঃ (ক) অনুবংশিকতা
প্রঃ মেণ্ডেলৰ গৱেষণাৰ বাবে তেওঁ কিহৰ ওপৰত পৰীক্ষা কৰিছিল?
(ক) পশু
(খ) মটৰ গুটি
(গ) মানুহ
(ঘ) ব্যাকটেৰিয়া
উঃ (খ) মটৰ গুটি
প্রঃ মেণ্ডেলৰ গৱেষণাৰ সময়ত DNA ৰ বিষয়ে জনা আছিলনে?
(ক) হয়
(খ) নহয়
(গ) আংশিক জনা আছিল
(ঘ) কেৱল তত্ত্বীয়ভাবে জনা আছিল
উঃ (খ) নহয়
প্রঃ DNA ৰ গঠন প্রথমে কোনে আবিষ্কাৰ কৰিছিল?
(ক) গ্ৰেগৰী মেণ্ডেল
(খ) ৱাটচন আৰু ক্রিক
(গ) হিউগো ডা ভাইজ
(ঘ) লুই পাষ্টুৰ
উঃ (খ) বাটচন আৰু ক্রিক
প্রঃ টার্নাৰছ চিনড্ৰম কেনেকুৱা ব্যক্তিৰ লগত সম্পর্কিত?
(ক) কেৱল মহিলা
(খ) কেৱল পুৰুষ
(গ) মহিলা আৰু পুৰুষ উভয়ে
(ঘ) কেবল শিশু
উঃ (ক) কেৱল মহিলা
প্রঃ ক্লাইনফেল্টাৰ চিনড্ৰম কোনবোৰ লক্ষণৰ বাবে জনাজাত?
(ক) পুৰুষৰ মহিলাৰ দৰে গঠন
(খ) অধিক ওজন
(গ) অতিমাত্রা বৃদ্ধি
(ঘ) অতিপাত উচ্চতা
উঃ (ক) পুৰুষৰ মহিলাৰ দৰে গঠন
প্রঃ ক্র’ম’জম ক’ত পোৱা যায়?
(ক) মাইটোকন্ড্রিয়া
(খ) নিউক্লিয়াছ
(গ) প্লাজমা মেমব্রেন
(ঘ) গঞ্জি বড়ি
উঃ (খ) নিউক্লিয়াছ
প্রঃ মানবদেহত ক্র’ম’জমৰ সংখ্যা কিমান?
(ক) ২৩
(খ) ৩৬
(গ) ৪৬
(ঘ) ৫০
উঃ (গ) ৪৬
প্রঃ বংশগতিৰ বাহক কাক বোলে?
(ক) DNA
(খ) RNA
(গ) প্রোটিন
(ঘ) ক্র’ম’জম
উঃ (ক) DNA
প্ৰঃ স্বতন্ত্র বিবিধকৰণ সূত্ৰৰ মূল কথা কি?
(ক) এলিলিসমূহ একেলগে স্থানান্তৰিত হয়
(খ) এলিলিসমূহ স্বতন্ত্রভাবে স্থানান্তৰিত হয়
(গ) এলিলিসমূহ সদায় পৰিবৰ্তিত হয়
(ঘ) এলিলিসমূহ ক্ৰ’ম’জমৰ সৈতে মিশ্রিত হয়
উঃ (খ) এলিলিসমূহ স্বতন্ত্রভাবে স্থানান্তৰিত
হয়
প্রঃ কোনটো জিন যৌন নির্ধাৰণ কৰে?
(ক) x আৰু ক্ৰ’ম’জম
(খ) ২১ নং ক্র’ম’জম
(গ) ২৩ নং ক্র’ম’জম
(ঘ) ১৮ নং ক্র’ম’জম
উঃ (ক) X আৰু Y ক্র’ম’জম
প্রঃ পৰিব্যক্তি (Mutation) কেনেকৈ হয়?
(ক) DNA বা ক্র’ম’জমত হঠাৎ পৰিবৰ্তন
(খ) বাহ্যিক আকৃতিৰ পৰিবৰ্তন
(গ) ৰক্তত ত্রুটি
(ঘ) প্রজননত সমস্যা
উঃ (ক) DNA বা ক্র’ম’জমত হঠাৎ পৰিবৰ্তন
প্রঃ বংশগত ৰোগ কোনটো?
(ক) ডায়েবেটিছ
(খ) কেঞ্চাৰ
(গ) হেম’ফিলিয়া
(ঘ) পলিঅ’
উঃ (গ) হেম’ফিলিয়া
প্রঃ হেম’ফিলিয়া কেনেকুৱা ৰোগ?
(ক) X-সংলগ্ন ৰক্তক্ষৰণজনিত ৰোগ
(খ) ক্ৰ’ম’জম ২১ ৰ ত্রুটি
(গ) মাইটোকন্ড্রিয়াৰ ত্রুটি
(ঘ) এলার্জি সম্পকীয় ৰোগ
উঃ (ক) x-সংলগ্ন ৰক্তক্ষৰণজনিত ৰোগ
প্রঃ কোনটো লিংগ-সংলগ্ন ৰোগ নহয়?
(ক) হেম’ফিলিয়া
(খ) ডাউনছ চিনড্রম
(গ) টার্নাৰছ চিনড্ৰম
(ঘ) ক্লাইনফেল্টাৰ চিনড্রম
উঃ (খ) ডাউনছ চিনড্রম
প্ৰঃ কেৱল পুৰুষৰ ক্ষেত্ৰত হোৱা বংশগত ৰোগ কোনটো?
(ক) টার্নাৰছ চিনড্ৰম
(খ) ক্লাইনফেল্টাৰ চিনড্ৰম
(গ) ডাউনছ চিনড্রম
(ঘ) থ্যালাছেমিয়া
উঃ (খ) ক্লাইনফেল্টাৰ চিনড্ৰম
প্রঃ মেণ্ডেলৰ গৱেষণাক কিহৰ দ্বাৰা পুনৰ যাচাই কৰা হৈছিল?
(ক) DNA বিশ্লেষণ
(খ) জিনেটিক মেকানিজম
(গ) ক্র’ম’জমত হোৱা পৰীক্ষা
(ঘ) অনুবংশিক নিয়ম
উঃ (গ) ক্র’ম’জমত হোৱা পৰীক্ষা
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ মেণ্ডেলৰ গৱেষণাৰ বিষয় কি আছিল?
উঃ উদ্ভিদৰ বংশগতি।
প্রঃ মেণ্ডেলে কোন উদ্ভিদৰ ওপৰত গৱেষণা কৰিছিল?
উঃ মটৰ গুটি।
প্রঃ মেণ্ডেলৰ একসংকৰ অনুপাত কিমান?
উঃ 3:1।
প্ৰঃ মেণ্ডেলৰ দ্বিসংকৰ অনুপাত কিমান?
উঃ 9:3:3:1
প্রঃ মেণ্ডেলৰ গৱেষণাৰ ফলাফল ক’ত প্রকাশ হৈছিল?
উঃ বনে’ৰ নেচাৰেল হিষ্ট’ৰী চোচাইটি’ৰ আলোচনী।
প্রঃ বংশগতিৰ অধ্যয়ন কাক বোলে?
উঃ অনুবংশিকতা।
প্রঃ জিন কাক বোলে?
উঃ ক্র’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা অংশ।
প্রঃ এলিলি কাক বোলে?
উঃ একে স্থানত থকা দুটা বিকল্প জিন।
প্রঃ সমযুগ্মনজী কি?
উঃ দুটা একে এলিলিৰ উপস্থিতি।
প্রঃ বিষমযুগ্মনজী কি?
উঃ বেলেগ এলিলিৰ উপস্থিতি।
প্রঃ জিনটাইপ কি?
উঃ কোনো জীৱৰ জিনৰ গঠন।
প্রঃ ফিনটাইপ কি?
উঃ বাহ্যিক রূপ বা লক্ষণ।
প্ৰঃ মেণ্ডেলৰ বিভাজনৰ সূত্র কি?
উঃ এলিলি যুগ্ম পৃথক হৈ গতি কৰে।
প্ৰঃ স্বতন্ত্র বিবিধকৰণ সূত্ৰৰ মূল কথা কি?
উঃ এলিলিসমূহ স্বতন্ত্রভাবে স্থানান্তৰিত হয়।
প্রঃ ক্র’ম’জম ক’ত পোরা যায়?
উঃ নিউক্লিয়াছত।
প্রঃ মানবদেহত ক্র’ম’জমৰ সংখ্যা কিমান?
উঃ ৪৬।
প্রঃ DNA কাক বোলে?
উঃ বংশগতিৰ বাহক।
প্রঃ DNA ৰ গঠন কোনে আৱিষ্কাৰ কৰিছিল?
উঃ বাটচন আৰু ক্রিক।
প্রঃ কোনটো জিন যৌন নিৰ্ধাৰণ কৰে?
উঃ x আৰু Y ক্ৰ’ম’জম।
প্রঃ বংশগত ৰোগ কোনটো?
উঃ হেম ‘ফিলিয়া।
প্রঃ হেম’ফিলিয়া কেনেকুৱা ৰোগ?
উঃ X-সংলগ্ন ৰক্তক্ষৰণজনিত ৰোগ।
প্রঃ ডাউনছ চিনড্রম কিহৰ ফলত হয়?
উঃ ২১ নং ক্ৰ’ম’জমৰ ত্ৰিসমতা।
প্রঃ টার্নাৰছ চিনড্ৰম কোন লিংগত হয়?
উঃ মহিলা।
প্রঃ ক্লাইনফেল্টাৰ চিনড্রম কোন লিংগত হয়?
উঃ পুৰুষ।
প্রঃ ক্লাইনফেল্টাৰ চিনড্ৰমৰ ক্ৰ’ম’জমৰ গঠন কিমান?
উঃ XXY
প্রঃ টার্নাৰছ চিনড্ৰমত ক্ৰ’ম’জমৰ সংখ্যা কিমান?
উঃ ৪৫।
প্রঃ ডাউনছ চিনড্ৰমৰ আন এটা নাম কি?
উঃ মঙ্গোলীয় মূঢ়তা।
প্রঃ বংশগতিৰ সূত্ৰ কেইটা?
উঃ ৩টা।
প্রঃ মেণ্ডেলৰ প্ৰথম সূত্ৰটো কি?
উঃ বিভাজনৰ সূত্র।
প্রঃ মেণ্ডেলৰ দ্বিতীয় সূত্ৰটো কি?
উঃ একতাৰ সূত্র।
প্রঃ মেণ্ডেলৰ গৱেষণাৰ ফলাফল পুনৰ কোনে আৱিষ্কাৰ কৰিছিল?
উঃ হিউগো ডা ভাইজ, ভ’ন চেৰমাক, কার্ল ক’ৰেন্স।
প্রঃ সু-প্রজনন বিজ্ঞান কাক বোলে?
উঃ উন্নত মানৱজাতি গঠন কৰিবলৈ কৰা গবেষণা।
প্রঃ সু-প্রজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?
উঃ চাৰ ফ্রান্সিচ গেল্টন।
প্রঃ সু-প্রজনন বিজ্ঞান কিমান প্ৰকাৰৰ?
উঃ দুটা।
প্ৰঃ ক্লাইনফেল্টাৰ চিনড্ৰমৰ মূল লক্ষণ কি?
উঃ প্রজনন ক্ষমতা নথকা।
প্ৰঃ ক্লাইনফেল্টাৰ চিনড্ৰমৰ গঠন কেনেকুৱা?
উঃ পুৰুষৰ মহিলাৰ দৰে গঠন।
প্রঃ টার্নাৰছ চিনড্ৰমৰ বিশেষ লক্ষণ কি?
উঃ খাটো উচ্চতা আৰু বন্ধ্যাত্ব।
প্ৰঃ স্বতন্ত্র বিবিধকৰণ সূত্র কেনেকৈ কাম কৰে?
উঃ জিনবোৰ স্বতন্ত্রভাবে বংশগত হয়।
প্রঃ ফেনটাইপ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ জিন আৰু পৰিবেশ।
প্রঃ জিনসংখ্যা কিমান?
উঃ প্রায় ২০,০০০-২৫,০০০।
প্রঃ পৰিব্যক্তি (Mutation) কেনেকৈ হয়?
উঃ DNA বা ক্র’ম’জমত হঠাৎ পৰিবৰ্তন।
প্রঃ মানুহৰ লিংগ নিৰ্ধাৰণ কেতিয়া হয়?
উঃ নিষেকেৰণৰ সময়ত।
প্ৰঃ DNA ৰ দ্বি-সুৰক্ষা গঠন কোনে আবিষ্কাৰ কৰিছিল?
উঃ বাটচন আৰু ক্রিক।
প্রঃ X-সংলগ্ন ৰোগৰ উদাহৰণ কি?
উঃ হেম ‘ফিলিয়া।
প্রঃ Y ক্ৰ’ম’জমৰ দ্বাৰা বংশগত হোৱা ৰোগ কোনটো?
উঃ কিছুমান বন্ধ্যাত্বৰ সমস্যা।
প্রঃ মেণ্ডেল কোন দেশৰ আছিল?
উঃ অস্ট্রিয়া।
প্রঃ মেণ্ডেলৰ গৱেষণাৰ সময়ত DNA ৰ বিষয়ে জনা আছিলনে?
উঃ নহয়।
প্রঃ ক্র’ম’জমত থকা DNA অংশক কি বোলে?
উঃ জিন।
প্রঃ হেম’ফিলিয়া ৰোগ কেনেকৈ বংশগত হয়?
উঃ x-সংলগ্ন বংশগতভাবে।
প্রঃ ডাউনছ চিনড্ৰম কিহৰ দ্বাৰা হোৱা?
উঃ ক্ৰ’ম’জমৰ ত্রুটি।
প্রঃ মানৱত কিমান জিন থাকে?
উঃ প্রায় ২০,০০০-২৫,০০০।
প্রঃ পৰিব্যক্তি কিয় হয়?
উঃ জিন বা ক্র’ম’জমত পৰিবৰ্তনৰ বাবে।
প্ৰঃ পৰিব্যক্তি কিহৰ ফলত হয়?
উঃ বিকিৰণ, ৰাসায়নিক পদার্থ, বংশগত কাৰণ।
প্রঃ টার্নাৰছ চিনড্ৰমৰ মহিলাসকলৰ কি অভাব থাকে?
উঃ এটা X ক্ৰ’ম’জমৰ অভাব।
প্রঃ বংশগত বৈশিষ্ট্যৰ বাহক কি?
উঃ DNA
প্রঃ মেণ্ডেলৰ গৱেষণা কিহৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল?
উঃ বংশগতিৰ নিয়ম।
প্রঃ কোনটো লিংগ-সংলগ্ন ৰোগ নহয়? গ্ধগ্ধ
উঃ ডাউনছ চিনড্রম।
প্ৰঃ পুৰুষৰ বিশেষ ক্ৰ’ম’জম কি?
উঃ ক্র’ম’জম।
প্রঃ মানৱত কিমান যুগ্ম ক্র’ম’জম থাকে?
উঃ ২৩ যুগ্ম।
প্রঃ কোনটো ক্র’ম’জম যৌন নিৰ্ধাৰণ কৰে?
উঃ ২৩নং ক্র’ম’জম।
