আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক (নৃতত্ত্ব) বিষয়ৰ Class 12 Anthropology MCQ Chapter 1 কোষজীৱ তত্ত্ব, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Anthropology MCQ Chapter 1 কোষজীৱ তত্ত্ব
অধ্যায়-১
কোষজীৱ তত্ত্ব
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ কোষবোৰ পোন প্রথমে কোনে লক্ষ্য কৰিছিল?
(ক) ৰ’বার্ট হুক
(খ) লুবেনহুক
(গ) ঝডলফ ভিৰখো
(ঘ) মেলে
উঃ (ক) ৰ’বার্ট হুক
প্ৰঃ কোষৰ দুটা প্রধান অংশ কি কি?
(ক) নিউক্লিয়াছ আৰু ক্ৰ’ম’জম
(খ) নিউক্লিয়াছ আৰু মাইট’কন্দ্রিয়া
(গ) ছাইট’পাজম আৰু নিউক্লিয়াছ
(ঘ) ছাইট’পাজম আৰু গঞ্জি বড়ি
উঃ (গ) ছাইট’পাজম আৰু নিউক্লিয়াছ
প্ৰঃ কোষৰ সংজ্ঞা কি?
(ক) জীৱৰ আটাইতকৈ সৰু একক
(খ) মৌলিক গঠন আৰু কাৰ্য্যৰ একক
(গ) স্বতন্ত্র অস্তিত্ব আৰু আত্মপ্ৰজননক্ষম
(ঘ) সকলো ঠিক
উঃ (ঘ) সকলো ঠিক
প্রঃ জনন কোষ আৰু দৈহিক কোষৰ মাজত মূল পার্থক্য কি?
(ক) দৈহিক কোষত ৪৬টা ক্র’ম’জম থাকে
(খ) জনন কোষত ২৩টা ক্র’ম’জম থাকে
(গ) দৈহিক কোষ দ্বিগুণ ক্র’ম’জম থাকে
(ঘ) সকলো ঠিক
উঃ (ঘ) সকলো ঠিক
প্রঃ কোষ বিভাজনৰ উদ্দেশ্য কি?
(ক) জীৱৰ বৃদ্ধি
(খ) টিস্যু মেৰামতি
(গ) জনন প্রক্রিয়া
(ঘ) সকলো ঠিক
উঃ (ঘ) সকলো ঠিক
প্রঃ কোষ বিভাজনৰ ধাৰণা কোনে প্রথমে দাঙি ধৰিছিল?
(ক) ৰ’বার্ট হুক
(খ) হ’ফমেষ্টাৰ
(গ) শ্লেইডেন
(ঘ) বিৰখো
উঃ (খ) হ’ফমেষ্টাৰ
প্রঃ মাইট’ছিছ কোষ বিভাজনৰ স্তৰ কিমান?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উঃ (গ) ৪
প্রঃ ক্র’ম’জম শব্দটো কোনে প্রথমে বর্ণনা কৰিছিল?
(ক) ষ্টেউচবাৰজাৰ
(খ) ৰ’বার্ট ব্রাউন
(গ) ফ্লেমিং
(ঘ) বিৰখো
উঃ (ক) ষ্টেউচবাৰজাৰ
প্রঃ মানৱ শৰীৰত ক্ৰ’ম’জমৰ সংখ্যা কিমান?
(ক) ২৩
(খ) ৪৬
(গ) ২২
(ঘ) ৪৮
গ্ধগ্ধউঃগ্ধগ্ধ (খ) ৪৬
প্রঃ ‘জিন’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) লেটিন
(খ) গ্রীক
(গ) সংস্কৃত
(ঘ) ফ্রেঞ্চ
উঃ (খ) গ্রীক
প্রঃ কোষ বিভাজনৰ সময়ত প্রথম স্তৰটো কি?
(ক) মধ্যস্তৰ
(খ) উপান্ত্যস্তৰ
(গ) আদ্যস্তৰ
(ঘ) অন্ত্যস্তৰ
উঃ (গ) আদ্যস্তৰ
প্ৰঃ কোষ বিভাজনৰ ধৰণ কিমান প্ৰকাৰৰ?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (খ) ২
প্রঃ মাইট ‘ছিছ ক’ত সংঘটিত হয়?
(ক) জনন কোষত
(খ) দৈহিক কোষত
(গ) ৰক্ত কোষত
(ঘ) কোনো এটাতো নহয়
উঃ (খ) দৈহিক কোষত
কি? প্ৰঃ মাইট ‘ছিছ আৰু মিঅ’ছিছৰ মাজৰ মূল পার্থক্য
(ক) মাইট’ছিছত দুটা অপত্য কোষ সৃষ্টি হয়
(খ) মিঅ’ছিছত চাৰিটা অপত্য কোষ সৃষ্টি হয়
(গ) মাইট’ছিছত কোষ একেই থাকে, মিঅ’ছিছত
হ্রাস হয়
(ঘ) সকলো ঠিক
উঃ (ঘ) সকলো ঠিক
প্ৰঃ কে’ন ধৰণৰ কোষ বিভাজনত অপত্য কোষ
মাক কোষৰ সদৃশ হয়?
(ক) মাইট ‘ছিছ
(খ) মিঅ’ছিছ
(গ) উভয়ো
(ঘ) এটাও নহয়
উঃ (ক) মাইট’ছিছ
প্ৰঃ ছে ‘মিয়াৰ কি?
(ক) ছেওিলৰ অংশ
(খ) ক্র’ম’জ ‘মত থকা অঞ্চল
(গ) নিউক্লিয়াছৰ আৱৰণ
(ঘ) মাইট ‘ছিছৰ অংশ
উঃ (খ) ক্র’ম’জ ‘মত থকা অঞ্চল
প্রঃ ছাইট ‘প্লাজমত কি থাকে?
(ক) কেৱল নিউক্লিয়াছ
(খ) কেবল প্ৰ’টিন
(গ) বিভিন্ন কোষ অংগানু
(ঘ) কেৱল ছেট্রিওল
উঃ (গ) বিভিন্ন কোষ অংগানু
প্রঃ মিঅ’ছিছ ক’ত সংঘটিত হয়?
(ক) শৰীৰৰ বৃদ্ধি হোৱা কোষত
(খ) জনন কোষত
(গ) কলাবোৰত
(ঘ) সকলো ঠিক
উঃ (খ) জনন কোষত
প্রঃ মাইট ‘ছিছৰ শেষ স্তৰটো কি?
(ক) মধ্যস্তৰ
(খ) উপান্ত্যস্তৰ
(গ) অন্ত্যস্তৰ
(ঘ) আদ্যস্তৰ
উঃ (গ) অন্ত্যস্তৰ
প্রঃ কোষ বিভাজনৰ মূল উদ্দেশ্য কি?
(ক) জিনৰ পৰিবৰ্তন
(খ) দেহৰ বৃদ্ধি আৰু জনন
(গ) কোষৰ লোহিত ৰং সৃষ্টি
(ঘ) প্ৰাণীৰ খাদ্য উৎপাদন
উঃ (খ) দেহৰ বৃদ্ধি আৰু জনন
প্রঃ কোষৰ আকাৰ কেনেধৰণৰ?
(ক) সকলো কোষৰ আকাৰ একে হয়
(খ) সকলো কোষ লম্বা হয়
(গ) কোষসমূহ আকাৰত বিভিন্ন ধৰণৰ হয়
(ঘ) কোষসমূহ কেবল গোলকীয় আকাৰৰ হয়
উঃ (গ) কোষসমূহ আকাৰত বিভিন্ন ধৰণৰ হয়
প্ৰঃ মানুহৰ শৰীৰত কিমান মিটাৰ পৰ্যন্ত দীঘল কোষ পোৱা যায়?
(ক) ১ মি.
(খ) ১০ মি.
(গ) ৯০ ছে.মি.
(ঘ) ৩-৪ মি.
উঃ (গ) ৯০ ছে.মি.
প্রঃ মাইট’ছিছ শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
(ক) ডাৰউইন
(খ) ফ্লেমিং
(গ) জে. বি. ফাৰমাৰ
(ঘ) ম’ৰ
উঃ (খ) ফ্লেমিং
প্রঃ ‘মিঅছিছ’ শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
(ক) জে. বি. ফাৰমাৰ আৰু ম’ৰ
(খ) ডাৰউইন আৰু লামার্ক
(গ) হার্ভে আৰু পাস্তুৰ
(ঘ) ফ্লেমিং আৰু মে’েল
উঃ (ক) জে. বি. ফাৰমাৰ আৰু ম’ৰ
প্রঃ “ক্র’মজ’ম” শব্দটোৰ অৰ্থ কি?
(ক) নিউক্লিয়াছ
(খ) ৰঙীন শৰীৰ
(গ) জীৱাণু
(ঘ) DNA ৰ অংশ
উঃ (খ) বঙীন শৰীৰ
প্রঃ উৎসেচক শব্দটো প্রথমে কোনে প্রয়োগ কৰিছিল?
(ক) ফ্লেমিং
(খ) ফ্রিডৰিখ উইথেলম কুইনে
(গ) লুই পাস্তুৰ
(ঘ) হার্ভে
উঃ (খ) ফ্রিডৰিখ উইথেলম কুইনে
প্রঃ উৎসেচকৰ মূল কাৰ্য্য কি?
(ক) ৰাসায়নিক প্রক্রিয়া দ্রুত কৰিব
(খ) কোষ বিভাজন ঘটাব
(গ) শক্তি সংৰক্ষণ কৰিব
(ঘ) উশাহ-নিশাহ নিয়ন্ত্রণ কৰিব
উঃ (ক) ৰাসায়নিক প্রক্রিয়া দ্রুত কৰিব
প্রঃ ATP কি?
(ক) DNA ৰ এক অংশ
(খ) কোষৰ শক্তি উৎপাদনকাৰী অনু
(গ) প্ৰ’টিনৰ এক প্ৰকাৰ
(ঘ) ক্ৰ’ম’জমৰ অংশ
উঃ (খ) কোষৰ শক্তি উৎপাদনকাৰী অনু
কি? প্ৰঃ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটো
(ক) নিউক্লিয়াছ
(খ) ডিম্বাণু
(গ) লিউকোচাইট
(ঘ) হেমোগ্লোবিন
উঃ (খ) ডিম্বাণু
প্ৰঃ পুৰুষৰ জনন কোষ কি?
(ক) XX
(খ) XY
(গ) YY
(ঘ) zz
উঃ (খ) XY
প্ৰঃ স্ত্রীৰ জনন কোষ কি?
(ক) XX
(খ) XY
(গ) YY
(ঘ) ZZ
উঃ (ক) XX
প্রঃ নিষেচন কাক বোলে?
(ক) কোষ বিভাজনক
(খ) শুক্রকীট আৰু ডিম্বাণুৰ মিলনক
(গ) ATP উৎপাদনক
(ঘ) কোষৰ বৃদ্ধি ঘটনিকে
উঃ (খ) শুক্রকীট আৰু ডিম্বাণুৰ মিলনক
প্রঃ যুগ্মনজ বা যাইগ’ট কি?
(ক) নিষেচিত অণ্ড
(খ) কোষ বিভাজনৰ ফল
(গ) কোষৰ ৰস
(ঘ) ATP ৰ এক অংশ
উঃ (ক) নিষেচিত অণ্ড
প্রঃ নিউক্লিক এচিড কেই প্ৰকাৰৰ?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (খ) ২
প্ৰঃ DNA ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) ডিঅ’িবাইবো নিউক্লিক এচিড
(খ) ডাইনামিক নিউক্লিয়াছ এচিড
(গ) ডিঅ’িৰাইবো নেট্রিক এচিড
(ঘ) ডিঅক্সি নিউট্রিয়েন্ট এচিড
উঃ (ক) ডিঅৰিাইবো নিউক্লিক এচিড
প্ৰঃ ATP ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) এডেনচাইন ট্রাইফচেফেট
(খ) এডেনচাইন নিউক্লিক এচিড
(গ) এন্টি ট্রান্সপ’র্ট প্র’টিন
(ঘ) এডেনচাইন ফসফেট
উঃ (ক) এডেনচাইন ট্রাইফচেফেট
প্রঃ এককোষী প্রাণীৰ উদাহৰণ কি?
(ক) এমিবা
(খ) কুকুৰ
(গ) মাছ
(ঘ) গৰু
উঃ (ক) এমিবা
প্রঃ প্রজনন কোষ কেই প্ৰকাৰৰ?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (খ) ২
প্রঃ কোষ আৱৰণ কিহেৰে গঠিত?
(ক) চেলুল’জ
(খ) ATP
(গ) DNA
(ঘ) এমিন’ এচিড
উঃ (ক) চেলুল’জ
প্রঃ কোষ আৱৰণ কি?
(ক) কোষৰ ভিতৰত থকা তৰল পদাৰ্থ
(খ) কোষৰ বাহিৰত থকা আৱৰণ
(গ) কেবল প্রাণীৰ কোষত পোৱা যায়
(ঘ) ATP ৰ এক অংশ
উঃ (খ) কোষৰ বাহিৰত থকা আৱৰণ
প্ৰঃ স্নায়ু কোষৰ বিশেষ বৈশিষ্ট কি?
(ক) আটাইতকৈ দীঘল হয়
(খ) আটাইতকৈ সৰু হয়
(গ) শক্তি সংৰক্ষণ কৰে
(ঘ) ৰোগ প্ৰতিৰোধ কৰে
উঃ (ক) আটাইতকৈ দীঘল হয়
প্ৰঃ উৎসেচক কি ধৰণৰ পদাৰ্থ?
(ক) প্র’টিন
(খ) শৰ্কৰা
(গ) চর্বী
(ঘ) নিউক্লিক এচিড
উঃ (ক) প্র’টিন
প্ৰঃ উৎসেচকৰ কাৰ্য্য কি?
(ক) ৰাসায়নিক প্রক্রিয়া দ্রুত কৰা
(খ) কোষ বিভাজন বন্ধ কৰা
(গ) শক্তি সংৰক্ষণ কৰা
(ঘ) নিউক্লিয়াছ সৃষ্টি কৰা
উঃ (ক) ৰাসায়নিক প্রক্রিয়া দ্রুত কৰা
প্রঃ উৎসেচকক আনকি কোৱা হয়?
(ক) অনুঘটক
(খ) নিউক্লিয়াছ
(গ) ATP
(ঘ) কোষ আৱৰণ
উঃ (ক) অনুঘটক
প্রঃ কোনটো কোষ বিভাজনত অপত্য কোষবোৰ মাতৃ কোষৰ সদৃশ হয়?
(ক) মাইট ‘ছিছ
(খ) মিঅ’ছিছ
(গ) উভয়
(ঘ) কোনো নহয়
উঃ (ক) মাইট’ছিছ
প্রঃ ATP কি ধৰণৰ শক্তি সংৰক্ষণকাৰী অনু?
(ক) ৰাসায়নিক শক্তি সংৰক্ষণ কৰে
(খ) তাপ শক্তি সংৰক্ষণ কৰে
(গ) বৈদ্যুতিক শক্তি সংৰক্ষণ কৰে
(ঘ) যান্ত্রিক শক্তি সংৰক্ষণ কৰে
উঃ (ক) ৰাসায়নিক শক্তি সংৰক্ষণ কৰে
প্রঃ কোনবোৰ উৎসেচক সংকেত পৰিবৰ্তনত জড়িত?
(ক) ATP
(খ) প্রটিন ফলফৰিলেচন
(গ) DNA
(ঘ) Hemoglobin
উঃ (খ) প্রটিন ফলফৰিলেচন
প্ৰঃ মানুহৰ শৰীৰত উৎসেচকে শক্তি উৎপাদনৰ বাবে কি কাম কৰে?
(ক) ATP উৎপাদন কৰে
(খ) ৰক্তত অৈিজন বৃদ্ধি কৰে
(গ) নিউক্লিয়াছ ধ্বংস কৰে
(ঘ) DNA ৰ সৃষ্টি কৰে
উঃ (ক) ATP উৎপাদন কৰে
কি? প্ৰঃ উৎসেচকৰ দ্বাৰা ক্ৰিয়া কৰা অপচয় পদ্ধতি
(ক) কোষ বিভাজন
(খ) বৃহৎ অনুসমূহৰ সৰু টুকুৰাত বিভাজন
(গ) শক্তি উৎপাদন
(ঘ) ৰক্ত পৰিবাহন নিয়ন্ত্রণ
উঃ (খ) বৃহৎ অনুসমূহৰ সৰু টুকুৰাত বিভাজন প্রঃ শক্তি উৎপাদনৰ বাবে কাৰ প্ৰয়োজন হয়?
(ক) ATP
(খ) DNA
(গ) Hemoglobin
(ঘ) RNA
উঃ (ক) ATP
কি? প্রঃ জীৱিত কোষত উৎসেচকসমূহৰ প্ৰধান কাৰ্য্য
(ক) ৰাসায়নিক প্ৰক্ৰিয়াৰ গতিবেগ বৃদ্ধি কৰা
(খ) কোষ ধ্বংস কৰা
(গ) ৰক্ত সৃষ্টি কৰা
(ঘ) ATP ধ্বংস কৰা
উঃ (ক) ৰাসায়নিক প্ৰক্ৰিয়াৰ গতিবেগ বৃদ্ধি কৰা
প্রঃ উৎসেচক কেনেদৰে কোষ নিয়ন্ত্ৰণ কৰে?
(ক) কোষৰ আভ্যন্তৰীণ অংশ চিনাক্ত কৰে
(খ) কোষ বিভাজন বন্ধ কৰে
(গ) কোষ ধ্বংস কৰে
(ঘ) DNA ৰ পৰিমাণ কমায়
উঃ (ক) কোষৰ আভ্যন্তৰীণ অংশ চিনাক্ত কৰে
প্রঃ ATP উৎপাদন কৰিবলৈ কোনটো প্রধান উৎস?
(ক) সূৰ্যৰ পোহৰ
(খ) Hemoglobin
(গ) DNA
(ঘ) নিউক্লিয়াছ
উঃ (ক) সূৰ্যৰ পোহৰ
প্রঃ কোনটো পদার্থ কোষ আৱৰণ গঠনত সহায় কৰে?
(ক) ATP
(খ) চেলুল’জ
(গ) Hemoglobin
(ঘ) DNA
উঃ (খ) চেলুল’জ
প্ৰঃ ৰক্ত কোষবোৰ কি আকৃতিৰ?
(ক) ডিম্বাকাৰ
(খ) বহুভুজাকৃতি
(গ) বৃত্তাকাৰ
(ঘ) অনিয়মিত আকৃতিৰ
উঃ (গ) বৃত্তাকাৰ
প্রঃ উৎসেচকৰ কি ভূমিকা আছে?
(ক) খাদ্য পৰিপাকত সহায় কৰে
(খ) কোষৰ বিভাজন বন্ধ কৰে
(গ) Hemoglobin উৎপাদন কৰে
(ঘ) DNA সৃষ্টি কৰে
উঃ (ক) খাদ্য পৰিপাকত সহায় কৰে
প্রঃ DNA ক’ত পোৱা যায়?
(ক) নিউক্লিয়াছত
(খ) Hemoglobin ত
(গ) ATP ত
(ঘ) চেলুল’জত
উঃ (ক) নিউক্লিয়াছত
প্রঃ কোষ বিভাজন কেনেদৰে সংঘটিত হয়?
(ক) মাইট ‘ছিছ আৰু মিঅছিছৰ মাধ্যমে
(খ) ATP উৎপাদনৰ মাধ্যমে
(গ) Hemoglobin ৰ মাধ্যমে
(ঘ) DNA ধ্বংস কৰাৰ মাধ্যমে
উঃ (ক) মাইট’ছিছ আৰু মিঅছিছৰ মাধ্যমে
প্ৰঃ কোষৰ বৃদ্ধি কেনেদৰে হয়?
(ক) কোষ বিভাজনৰ মাধ্যমে
(খ) Hemoglobin বৃদ্ধিৰ মাধ্যমে
(গ) ATP ধ্বংস কৰাৰ মাধ্যমে
(ঘ) DNA কমোৱাৰ মাধ্যমে
উঃ (ক) কোষ বিভাজনৰ মাধ্যমে
প্রঃ Hemoglobin কি কাৰ্য্য কৰে?
(ক) অক্সিজেন কঢ়িয়াই আনে
(খ) DNA সৃষ্টি কৰে
(গ) ATP ধ্বংস কৰে
(ঘ) কোষ বিভাজন নিয়ন্ত্ৰণ কৰে
উঃ (ক) অক্সিজেন কঢ়িয়াই আনে
প্রঃ কোষ কেনেকৈ জীৱিত থাকে?
(ক) ATP ৰ সহায়ত শক্তি লাভ কৰি
(খ) DNA ধ্বংস কৰি
(গ) Hemoglobin বৃদ্ধি কৰি
(ঘ) কোষ বিভাজন ৰোধ কৰি
উঃ (ক) ATP ৰ সহায়ত শক্তি লাভ কৰি
প্ৰঃ কিহৰ দ্বাৰা ক্ৰ’ম’জমবোৰ পৰিচালিত হয়?
(ক) নিউক্লিঅ’লাছ
(খ) ছেট্ট ‘মিয়াৰ
(গ) নিউক্লিঅ’প্লাজম
(ঘ) মাইট’ক’য়া
উঃ (খ) ছেন্ট্ৰ মিয়াৰ
প্ৰঃ কোষ বিভাজনৰ মূল উদ্দেশ্য কি?
(ক) বৃদ্ধি
(খ) পৰিবৰ্তন
(গ) পুনৰুৎপাদন
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ মিঅ’ছিছত অপত্য কোষৰ ক্ৰ’ম’জম সংখ্যা কিমান হয়?
(ক) দ্বিগুণ
(খ) অর্ধেক
(গ) একে
(ঘ) কোনো নহয়
উঃ (খ) অর্ধেক
প্রঃ মাইট’ছিছ বিভাজনত ক্রম ‘জ ‘মবোৰ কিমান পৰিমাণে সংৰক্ষিত থাকে?
(ক) ২৫%
(খ) ৫০%
(গ) ৭৫%
(ঘ) ১০০%
উঃ (ঘ) ১০০%
প্রঃ নিচিন চিনাক্ত কৰা, ক’ত মাইট ‘ছিছ বিভাজন নহয়?
(ক) ছালৰ কোষ
(খ) লিভাৰৰ কোষ
(গ) জনন কোষ
(ঘ) অস্থিৰ কোষ
উঃ (গ) জনন কোষ
প্রঃ কোনটো বিভাজন যৌন পুনৰুৎপাদনত সহায়ক?
(ক) মাইট’ছিছ
(খ) মিঅ’ছিছ
(গ) উভয়
(ঘ) কোনো নহয়
উঃ (খ) মিঅ’ছিছ
প্রঃ কেৰিঅ’টাইপ কি?
(ক) ক্ৰ’ম’জমৰ গঠন
(খ) ক্ৰ’ম’জমৰ সংখ্যা আৰু বিন্যাস
(গ) নিউক্লিঅ’লাছৰ আকৃতি
(ঘ) কোষ বিভাজনৰ স্তৰ
উঃ (খ) ক্ৰ’ম’জমৰ সংখ্যা আৰু বিন্যাস
প্রঃ নিউক্লিঅ’লাছৰ প্ৰধান কাৰ্য কি?
(ক) ৰিব’ছ’ম উৎপাদন
(খ) শক্তি উৎপাদন
(গ) নিউক্লিঅ টাইড সংৰক্ষণ
(ঘ) কোষ বিভাজন নিয়ন্ত্রণ
উঃ (ক) ৰিব’ছ’ম উৎপাদন
প্রঃ কোনো প্রাণীত কিমান পর্যায়ত মিঅ’ছিছ সংঘটিত হয়?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (খ) ২
প্রঃ নিউক্লিঅ’লাছ ক’ত অৱস্থিত?
(ক) ছাইট ‘প্লাজমত
(খ) নিউক্লিয়াচত
(গ) মাইট’ক’য়াত
(ঘ) ছেট্ৰিঅ’লত
উঃ (খ) নিউক্লিয়াচত
প্ৰঃ ছেৰিঅ’লৰ কাৰ্য কি?
(ক) কোষ বিভাজনৰ সময়ত স্পি’ল আঁহ সৃষ্টি
কৰা
(খ) প্র’টিন উৎপাদন
(গ) কোষ অভ্যন্তৰত খাদ্য সংৰক্ষণ
(ঘ) কোষ প্রশ্বাস প্রক্রিয়া
উঃ (ক) কোষ বিভাজনৰ সময়ত স্পি’ল আঁহ
সৃষ্টি কৰা
প্রঃ কোনটো কোষৰ বাহিৰা আৱৰণ অনুপস্থিত থাকে?
(ক) উদ্ভিদ কোষ
(খ) প্রাণী কোষ
(গ) বেক্টেৰিয়া কোষ
(ঘ) ছিয়ান’বেক্টেৰিয়া
উঃ (খ) প্রাণী কোষ
প্রঃ ক’ত ডিএনএ (DNA) সংৰক্ষিত থাকে?
(ক) ছাইট ‘প্লাজমত
(খ) নিউক্লিয়াচত
(গ) মাইট’ক’ক্লিয়াত
(ঘ) ছেট্ৰিঅ’লত
উঃ (খ) নিউক্লিয়াচত
প্রঃ কোনটো কোষ অংগ নিউক্লিয়াচৰ বাহিৰত ডিএনএ থাকে?
(ক) ৰিব’ছ’ম
(খ) মাইট’ক’ট্রিয়া
(গ) ছেট্ৰিঅ’ল
(ঘ) নিউক্লিঅ’লাছ
উঃ (খ) মাইট’ক ‘ট্রিয়া
প্রঃ কিডনীৰ কোষ কোনটো কোষ বিভাজনেৰে বৃদ্ধি হয়?
(ক) মাইট’ছিছ
(খ) মিঅ’ছিছ
(গ) উভয়
(ঘ) কোনো নহয়
উঃ (ক) মাইট ‘ছিছ
হয়? প্রঃ কোনটো কোষত অতি বেছি শক্তি উৎপন্ন
(ক) মাংসপেশীৰ কোষ
(খ) ছালৰ কোষ
(গ) স্নায়ু কোষ
(ঘ) লিভাৰৰ কোষ
উঃ (ক) মাংসপেশীৰ কোষ
প্রঃ কেৰিঅ’টাইপিং কিয় কৰা হয়?
(ক) ৰোগ নিৰ্ণয়ৰ বাবে
(খ) কোষ বিভাজন অধ্যয়ন কৰিবলৈ
(গ) প্ৰাণীৰ জীন পৰীক্ষা কৰিবলৈ
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ কোষ বিভাজনৰ সময়ত ক্ৰ’ম’জ ‘মবোৰ কেতিয়া স্পষ্ট হয়?
(ক) আদ্যন্তৰ
(খ) মধ্যস্তৰ
(গ) উপান্ত্যস্তৰ
(ঘ) অন্ত্যস্তৰ
উঃ (ক) আদ্যস্তৰ
প্ৰঃ কিহৰ দ্বাৰা ছাইট ‘প্লাজম বিভাজিত হয়?
(ক) নিউক্লিয়াচ
(খ) স্পি’ল আঁহ
(গ) ছাইট ‘কাইনেছিছ
(ঘ) ডিএনএ
উঃ (গ) ছাইট’কাইনেছিছ
প্ৰঃ ক্ৰ’ম’জ’মৰ ওপৰত থকা নির্দিষ্ট অংশক কি কোৱা হয়?
(ক) জিন
(খ) ক্রমেটিন
(গ) নিউক্লিয়াচ
(ঘ) নিউক্লিঅ’লাছ
উঃ (ক) জিন
প্রঃ কোষ বিভাজনৰ সময়ত নিউক্লিয়াচ কেতিয়া অন্তর্ধান হয়?
(ক) আদ্যন্তৰ
(খ) মধ্যস্তৰ
(গ) উপান্ত্যস্তৰ
(ঘ) অন্ত্যস্তৰ
উঃ (ক) আদ্যস্তৰ
প্রঃ ছেন্টু মিয়াৰৰ কাৰ্য কি?
(ক) ক্ৰ’ম’জ’ম ধৰি ৰাখে
(খ) নিউক্লিয়াচক নিয়ন্ত্ৰণ কৰে
(গ) কোষ শ্বাস প্রক্রিয়া সম্পন্ন কৰে
(ঘ) কোষ অভ্যন্তৰত খাদ্য সংৰক্ষণ কৰে
উঃ (ক) ক্ৰ’ম’জ’ম ধৰি ৰাখে
প্রঃ ক্ৰ’ম’জ’ম কিহৰে নিৰ্মিত?
(ক) ডিএনএ আৰু প্ৰ’টিন
(খ) কেৰ’টিন
(গ) এম’ৰএনএ
(ঘ) নিউক্লিক এচিড
উঃ (ক) ডিএনএ আৰু প্ৰ’টিন
প্রঃ নিউক্লিয়াচক কি কোৱা হয়?
(ক) কোষৰ শক্তিগৃহ
(খ) কোষৰ নিয়ন্ত্রণ কেন্দ্র
(গ) প্র’টিন উৎপাদন কেন্দ্র
(ঘ) খাদ্য সংৰক্ষণ স্থান
উঃ (খ) কোষৰ নিয়ন্ত্রণ কেন্দ্র
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ কোষবোৰ পোন প্রথমে কোনে লক্ষ্য কৰিছিল?
উঃ ৰ’বার্ট হুক
প্ৰঃ কোষৰ দুটা প্রধান অংশ কি?
উঃ ছাইট’প্লাজম আৰু নিউক্লিয়াছ
প্রঃ কোষ কাক বোলে?
উঃ জীৱৰ মৌলিক গঠন আৰু কাৰ্য্যৰ একক
প্রঃ জনন কোষত কিমান ক্র’ম’জ’ম থাকে?
উঃ ২৩টা
প্রঃ কোষ বিভাজনৰ উদ্দেশ্য কি?
উঃ জীৱৰ বৃদ্ধি, টিস্যু মেৰামতি আৰু জনন
প্রঃ কোষ বিভাজনৰ ধাৰণা কোনে দাঙি ধৰিছিল?
উঃ হ’ফমেষ্টাৰ
প্রঃ মাইট’ছিছ বিভাজনৰ স্তৰ কিমান?
উঃ ৪টা
প্রঃ ক্র’ম’জ’ম শব্দটো কোনে প্রথমে বর্ণনা কৰিছিল?
উঃ ষ্টেউচবাৰজাৰ
প্ৰঃ মানৱ শৰীৰত ক্ৰ’ম’জ’মৰ সংখ্যা কিমান?
উঃ ৪৬
প্রঃ ‘জিন’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
উঃ গ্রীক
প্ৰঃ কোষ বিভাজনৰ প্ৰথম স্তৰটো কি?
উঃ আদ্যস্তৰ
প্রঃ কোষ বিভাজনৰ প্ৰকাৰ কিমান?
উঃ ২টা
প্রঃ মাইট’ছিছ ক’ত সংঘটিত হয়?
উঃ দৈহিক কোষত
প্রঃ মাইট’ছিছ আৰু মিঅ’ছিছৰ মূল পার্থক্য কি?
উঃ মাইট’ছিছত দুটা অপত্য কোষ সৃষ্টি হয়,
মিঅ’ছিছত চাৰিটা
প্রঃ মাইট’ছিছত অপত্য কোষ মাতৃ কোষৰ সদৃশ হয়নে?
উঃ হয়
প্ৰঃ ছে মিয়াৰ কি?
উঃ ক্র’ম’জ ‘মত থকা অঞ্চল
প্রঃ ছাইট’প্লাজমত কি থাকে?
উঃ বিভিন্ন কোষ অংগানু
প্রঃ মিঅ’ছিছ ক’ত সংঘটিত হয়?
উঃ জনন কোষত
প্রঃ মাইট’ছিছৰ শেষ স্তৰটো কি?
উঃ অন্ত্যস্তৰ
প্রঃ কোষ বিভাজনৰ মূল উদ্দেশ্য কি?
উঃ দেহৰ বৃদ্ধি আৰু জনন
প্ৰঃ কোষৰ আকাৰ কেনেধৰণৰ?
উঃ বিভিন্ন ধৰণৰ হয়
প্রঃ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটো কি?
উঃ ডিম্বাণু
প্রঃ মানুহৰ আটাইতকৈ দীঘল কোষ কোনটো?
উঃ স্নায়ু কোষ
প্রঃ ATP কি?
উঃ কোষৰ শক্তি উৎপাদনকাৰী অনু
প্রঃ শুক্রাণুৰ ক্ৰ’ম’জ’ম কেৰিঅ’টাইপ কি?
উঃ XY
প্রঃ স্ত্রী জনন কোষৰ ক্ৰ’ম’জ’ম কেৰিঅ’টাইপ
কি?গ্ধগ্ধ
উঃ XX
প্রঃ নিষেচন কাক বোলে?
উঃ শুক্রাণু আৰু ডিম্বাণুৰ মিলনক
প্রঃ যুগ্মনজ কি?
উঃ নিষেচিত অণ্ড
প্রঃ নিউক্লিক এচিড কিমান প্ৰকাৰৰ?
উঃ ২টা
প্ৰঃ DNA ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ ডিঅ”িৰাইব’ নিউক্লিক এচিড
প্রঃ ATP ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ এডেনচাইন ট্রাইফচেফেট
প্রঃ এককোষী প্রাণীৰ উদাহৰণ কি?
উঃ এমিবা
প্রঃ কোষ আৱৰণ কিহেৰে গঠিত?
উঃ চেলুল’জ
প্রঃ কোষ আৱৰণ ক’ত পোৱা যায়?
উঃ উদ্ভিদ কোষত
প্ৰঃ স্নায়ু কোষৰ বিশেষ বৈশিষ্ট কি?
উঃ আটাইতকৈ দীঘল হয়
প্ৰঃ উৎসেচক কি ধৰণৰ পদার্থ?
উঃ প্র’টিন
প্রঃ উৎসেচকৰ মূল কাৰ্য্য কি?
উঃ ৰাসায়নিক প্রক্রিয়া দ্রুত কৰা
প্রঃ উৎসেচকক আনকি কোৱা হয়?
উঃ অনুঘটক
প্ৰঃ ATP কি ধৰণৰ শক্তি সংৰক্ষণ কৰে?
উঃ ৰাসায়নিক শক্তি
প্রঃ শৰীৰত শক্তি উৎপাদনৰ বাবে কি প্রয়োজন?
উঃ ATP
প্রঃ কোষ বিভাজনৰ সময়ত নিউক্লিয়াচ কেতিয়া অন্তর্ধান হয়?
উঃ আদ্যস্তৰ
প্রঃ ATP উৎপাদনৰ প্ৰধান উৎস কি?
উঃ সূৰ্যৰ পোহৰ
প্রঃ কোনটো পদার্থ কোষ আৱৰণ গঠনত সহায় কৰে?
উঃ চেলুল’জ
প্ৰঃ ৰক্ত কোষবোৰ কি আকৃতিৰ?
উঃ বৃত্তাকাৰ
প্ৰঃ উৎসেচকৰ ভূমিকা কি?
উঃ খাদ্য পৰিপাকত সহায় কৰে
প্রঃ DNA ক’ত পোৱা যায়?
উঃ নিউক্লিয়াচত
প্রঃ কোষ কেনেদৰে জীৱিত থাকে?
উঃ ATP ৰ সহায়ত শক্তি লাভ কৰি
প্ৰঃ ক্ৰ’ম’জ’ম কিহৰে নিৰ্মিত?
উঃ ডিএনএ আৰু প্ৰ’টিন
প্রঃ নিউক্লিয়াচক কি কোৱা হয়?
উঃ কোষৰ নিয়ন্ত্রণ কেন্দ্র
প্রঃ মাইট ‘ছিছ ক’ত নহয়?
উঃ জনন কোষত
প্রঃ যীন পুনৰুৎপাদনত সহায়ক বিভাজন কোনটো?
উঃ মিঅ’ছিছ
প্রঃ কেৰিঅ’টাইপ কি?
উঃ ক্ৰ’ম’জ’মৰ সংখ্যা আৰু বিন্যাস
প্রঃ নিউক্লিঅ’লাছৰ প্ৰধান কাৰ্য কি?
উঃ ৰিব’ছ’ম উৎপাদন
প্ৰঃ ছেট্ৰিঅ’লৰ কাৰ্য কি?
উঃ স্পি’ল আঁহ সৃষ্টি কৰা
প্রঃ প্রাণী কোষত বাহিৰা আৱৰণ থাকে নে?
উঃ নাথাকে
প্রঃ মাইট ‘ছিছত ক্রম ‘জ ‘মবোৰ কিমান পৰিমাণে সংৰক্ষিত থাকে?
উঃ ১০০ক্স
প্ৰঃ ক্ৰ’ম’জ’মৰ ওপৰত থকা নির্দিষ্ট অংশক কি বোলে?
উঃ জিন
প্ৰঃ ছেন্ট্ৰ’মিয়াৰৰ কাৰ্য কি?
উঃ ক্ৰ’ম’জ’ম ধৰি ৰাখে
প্রঃ কোষ বিভাজনৰ সময়ত ছাইট’প্লাজম কেনেদৰে বিভাজিত হয়?
উঃ ছাইট ‘কাইনেছিছৰ মাধ্যমে
প্রঃ কোষ কেনেকৈ বৃদ্ধি হয়?
উঃ কোষ বিভাজনৰ মাধ্যমে।
