Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Political Science MCQ Chapter 9 জীৱন্ত দলিলৰ ৰূপত সংবিধান 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Political Science MCQ Chapter 9 জীৱন্ত দলিলৰ ৰূপত সংবিধান, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Political Science MCQ Chapter 9 জীৱন্ত দলিলৰ ৰূপত সংবিধান

শাখা-ক

ভাৰতীয় সংবিধান

অধ্যায়-৯

জীৱন্ত দলিলৰ ৰূপত সংবিধান

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্ৰঃ ভাৰতীয় সংবিধানৰ সংশোধন পদ্ধতি কোন অনুচ্ছেদত উল্লেখ কৰা হৈছে?

(ক) ৩৫৮ নং

(খ) ৩৬০ নং

(গ) ৩৬৮ নং

(ঘ) ৩৭০ নং

উঃ (গ)

প্রঃ সংবিধান সংশোধন পদ্ধতি কেই প্ৰকাৰৰ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পঁচটা

উঃ (খ)

প্রঃ সংবিধানৰ কোনটো সংশোধনীতে মৌলিক কর্তব্য সংযোজিত হৈছে?

(ক) ৩৮তম

(খ) ৪২তম

(গ) ৪৪তম

(ঘ) ৪৬তম

উঃ (খ)

প্রঃ জনসাধাৰণে সংবিধান সংশোধন প্রক্রিয়াত অংশগ্রহণ কৰিব পাৰে নে?

(ক) পাৰে

(খ) নোৱাৰে

(গ) কেতিয়াৱা পাৰে

(ঘ) সকলো সময়তে পাবে

উঃ (খ)

প্রঃ নমনীয় সংবিধানৰ দ্বাৰা কি সুবিধা হয়?

(ক) পৰিবৰ্তন বিহীন হৈ থাকে

(খ) জনসাধাৰণৰ আশা পূৰণ কৰা যায়

(গ) ৰাজনৈতিক স্থিতি থাকে

(ঘ) কোনোটোৱেই নহয়

উঃ (খ)

প্রঃ অনমনীয় সংবিধানৰ এটা বৈশিষ্ট্য কি?

(ক) সহজে সংশোধনযোগ্য

(খ) সময়োপযোগী

(গ) স্থিতিশীল

(ঘ) সকলো সময়ত মুকলি

উঃ (গ)

প্রঃ সংবিধান সংশোধন পদ্ধতিত ৰাষ্ট্ৰপতিৰ ভূমিকা কি?

(ক) অনুমোদন দিয়া

(খ) বাতিল কৰা

(গ) পৰামৰ্শ দিয়া

(ঘ) আলোচনা কৰা

উঃ (ক)

প্রঃ ভাৰতীয় সংবিধানক কেনেকৈ সংশোধন কৰা হয়?

(ক) জনতাই সংশোধন কৰে

(খ) ৰাজ্যিক বিধানমণ্ডলে সংশোধন কৰে

(গ) কেন্দ্রীয় সংসদে সংশোধন কৰে

(ঘ) ৰাজ্যপালে সংশোধন কৰে

উঃ (গ)

প্রঃ সংবিধানৰ কোনো অংশ সলনি কৰিবলৈ সংসদত কিমান সংখ্যাগৰিষ্ঠ ভোটৰ প্ৰয়োজন?

(ক) এক তৃতীয়াংশ

(খ) দুই তৃতীয়াংশ

(গ) সাধাৰণ সংখ্যাগৰিষ্ঠতা

(ঘ) পূর্ণ সদস্যৰ সমর্থন

উঃ (খ)

প্রঃ সংবিধান সংশোধনৰ নমনীয় পদ্ধতিত সংসদৰ কোনটো সদনৰ ভোটৰ প্ৰয়োজন?

(ক) মুখ্য আৰু উচ্চ সদন

(খ) মাত্র একাংশ

(গ) উচ্চ সদন

(ঘ) জনসাধাৰণৰ ভোট

উঃ (ক)

প্রঃ সংবিধানৰ মৌলিক অধিকাৰৰ পৰা কোনটো অধিকাৰ বাদ দিয়া হৈছে?

(ক) কথা কোৱাৰ অধিকাৰ

(খ) সম্পত্তিৰ অধিকাৰ

(গ) বিনামূলীয়া শিক্ষা অধিকাৰ

(ঘ) স্বাস্থ্য অধিকাৰ

উঃ (খ)

প্রঃ সংবিধানৰ বিশেষ পৰিৱৰ্তন কেতিয়াৱা কিয় প্রয়োজন হয়?

(ক) স্থায়ী হৈ থাকিবলৈ

(খ) নিৰপেক্ষ হৈ থাকিবলৈ

(গ) পৰিস্থিতি অনুসৰি সলনি হ’বলৈ

(ঘ) সম্পূর্ণ বাতিল কৰিবলৈ

উঃ (গ)

প্রঃ সংবিধানৰ জটিল অংশ সলনি কৰিবলৈ কি লাগে?

(ক) সাধাৰণ ভোট

(খ) চৰকাৰী অনুমোদন

(গ) বিশেষ ভোট

(ঘ) কোনো প্রয়োজন নাই

উঃ (গ)

প্রঃ সংবিধানৰ সাধাৰণ সংশোধন কিদৰে কৰা হয়?

(ক) ৰাষ্ট্ৰপতিৰ আদেশত

(খ) মাত্র উচ্চ সদনত

(গ) সাধাৰণ ভোটৰে

(ঘ) ৰাজ্যিক বিধান সভাৰ অনুমোদনত

উঃ (গ)

প্রঃ সংবিধানৰ নমনীয়তাই কি সুবিধা প্রদান কৰে?

(ক) সহজে সলনি কৰিব পৰা যায়

(খ) জনতাই অনুমতি দিব পাৰে

(গ) কঠোৰ পৰিবৰ্তন কৰিব পৰা যায়

(ঘ) কেৱল একবাৰ সলনি কৰিব লাগে

উঃ (ক)

প্রঃ অনমনীয় সংবিধানৰ অসুবিধা কি?

(ক) সলনি কৰিবলৈ সময় লাগে

(খ) পৰিবৰ্তন কৰিব পৰা যায়

(গ) সময় অনুসৰি সলনি কৰিব নোৱাৰি

(ঘ) স্থায়ী হয়

উঃ (গ)

প্রঃ সংবিধানৰ কেইখন অংশ সংশোধন কৰিব নোৱাৰি?

(ক) মৌলিক অধিকাৰ

(খ) মূল প্রবন্ধ

(গ) আর্থিক পৃষ্ঠা

(ঘ) ভাষা অনুচ্ছেদ

উঃ (ক)

প্রঃ সংবিধানৰ ইষ্টৰ মতে জনসাধাৰণে কি কৰিব নোৱাৰে?

(ক) অংশগ্রহণ

(খ) সংশোধন

(গ) আলোচনা

(ঘ) অনুধাবন

উঃ (খ)

প্রঃ সংবিধানত ৰাষ্ট্ৰপতিৰ অনুমতিৰ প্রয়োজনীয়তা কেতিয়া দেখা যায়?

(ক) সংবিধান প্রস্তাবিত হোৱাৰ সময়ত

(খ) সংসদৰ অনুমোদনৰ সময়ত

(গ) সংসদৰ বিশেষ ভোটৰ সময়ত

(ঘ) সংশোধন সময়ত

উঃ (ঘ)

প্রঃ নমনীয় সংবিধানৰ উদাহৰণ কি?

(ক) মুঠ আৰু পূর্ণসংখ্যা ভোট

(খ) বিশেষ ভোটৰ বাবে

(গ) সাধাৰণ আইন প্রণয়ন

(ঘ) অনমনীয় আইন

উঃ (গ)

প্রঃ নমনীয় সংবিধানত পৰিৱৰ্তন কিয় হয়?

(ক) সময়ৰ লগত

(খ) মাত্ৰ সংকটৰ সময়ত

(গ) চৰকাৰৰ নিৰ্দেশত

(ঘ) ৰাষ্ট্ৰপতিৰ ইচ্ছাত

উঃ (ক)

প্রঃ সংসদৰ সদনত সাধাৰণ ভোটৰ উপযোগিতা কি?

(ক) সলনি কৰাত সুবিধা

(খ) কেতিয়াও সলনি কৰা নাযায়

(গ) ৰাষ্ট্ৰপতিক সন্তুষ্ট কৰাৰ বাবে

(ঘ) মাত্ৰ চৰকাৰৰ বাবে

উঃ (ক)

প্রঃ সংবিধান সংশোধনী বিধেয়ক সংসদৰ কিমান ভোটৰ প্রয়োজন?

(ক) মাত্ৰ সাধাৰণ ভোট

(খ) দুই তৃতীয়াংশ

(গ) একাংশ ভোট

(ঘ) পূর্ণ সদস্যৰ সন্মতি

উঃ (খ)

প্রঃ অনমনীয় সংবিধান কি ধৰণৰ শাসন ব্যৱস্থাৰ অধীনত কাম কৰে?

(ক) গণতান্ত্রিক

(খ) ধৰ্মনিৰপেক্ষ

(গ) যুক্তৰাষ্ট্ৰীয়

(ঘ) সামন্ততান্ত্রিক

উঃ (গ)

প্রঃ সংবিধানৰ মৌলিক অধিকাৰ অংশত কোনে সলনি আনিব পাৰে?

(ক) চৰকাৰৰ সিদ্ধান্ত

(খ) দুয়ো সদনৰ বিশেষ ভোটৰ দ্বাৰা

(গ) সাধাৰণ সংসদীয় সন্মতি

(ঘ) ওপৰৰ সকলো

উঃ (খ)

প্রঃ অনমনীয় সংবিধানৰ লাভ কি?

(ক) স্থায়িত্ব থাকে

(খ) একে ধৰণৰ থাকে

(গ) জনসাধাৰণৰ বাবে মুকলি হয়

(ঘ) অনুকূল থাকে

উঃ (ক)

প্রঃ নমনীয় সংবিধানৰ দ্বাৰা কি পৰিৱৰ্তনীয় হৈ থাকে?

(ক) পৰিবৰ্তন নোহোৱা

(খ) সময়ৰ লগত সলনি কৰা

(গ) জনসাধাৰণৰ অংশগ্রহণ

(ঘ) জটিল সংবিধান

উঃ (খ)

প্রঃ সংবিধানৰ কোনটো ধাৰা সলনি কৰা যায়?

(ক) মাত্র মৌলিক অধিকাৰ

(খ) মাত্র সামাজিক নীতি

(গ) উভয় (মৌলিক অধিকাৰ আৰু সামাজিক নীতি)

(ঘ) কোনো সলনি কৰিব নোৱাৰি

উঃ (গ)

প্রঃ অনমনীয় সংবিধানৰ কিয় সহজে পৰিবৰ্তন কৰিব নোৱাৰি?

(ক) স্থিৰ কৰি ৰাখিবলৈ

(খ) সংসদৰ চুড়ান্ত ভোটৰ বাবে

(গ) মাত্র বিশেষ সংকটৰ বাবে

(ঘ) সংসদৰ অনুমোদনৰ বাবে

উঃ (ক)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রঃ সংবিধানৰ কোন অনুচ্ছেদত সংশোধন পদ্ধতি উল্লেখ আছে?

উঃ ৩৬৮ নং অনুচ্ছেদত।

প্রঃ ভাৰতীয় সংবিধানত মৌলিক কর্তব্যসমূহ কেতিয়া সংযুক্ত কৰা হৈছিল?

উঃ ৪২ তম সংশোধনীত।

প্রঃ সংবিধানৰ সংশোধনী প্রস্তার কেরল কোনে উত্থাপন কৰিব পাৰে?

উঃ কেন্দ্রীয় সংসদে।

প্রঃ সংবিধানৰ সংশোধন বিধেয়ক কার্যকৰী হোৱাৰ বাবে কাৰ সন্মতি লাগে?

উঃ ৰাষ্ট্ৰপতিৰ।

প্রঃ নমনীয় সংবিধানৰ এক বৈশিষ্ট্য কি?

উঃ সহজে সংশোধন কৰিব পৰা যায়।

প্রঃ ভাৰতীয় সংবিধানত একক নাগৰিকত্ব কোন বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত?

উঃ সংবিধানৰ একাত্মক বৈশিষ্ট্যৰ।

প্রঃ ভাৰতৰ সংবিধান সম্পূর্ণ নমনীয় নে অনমনীয়?

উঃ নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ।

প্রঃ সংবিধানৰ পৰিবৰ্তনশীল আৰু ক্রমবর্ধমান ধাৰণাক কি নামে কোৱা হয়?

উঃ জীৱন্ত দলিল।

প্রঃ কোন পৰিসৰত সংবিধানৰ কিছু অংশ সংশোধন কৰিব পাৰি?

উঃ সংসদৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ সমর্থনত।

প্রঃ সংবিধানত নির্দেশাত্মক নীতিৰ স্থান কেতিয়া দিয়া হৈছিল?

উঃ সংবিধানৰ আৰম্ভণিৰ পৰাই।

প্রঃ সংবিধান সংশোধন পদ্ধতিৰ সংখ্যা কিমান?

উঃ তিনিটা।

প্ৰঃ ভাৰতৰ সংবিধান কেতিয়া বলবৎ হৈছিল?

উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

প্রঃ সম্পত্তিৰ অধিকাৰ কেতিয়া সংবিধানৰ পৰা বাদ দিয়া হৈছিল?

উঃ ৪৪ তম সংশোধনীত।

প্ৰঃ ভাৰতৰ সংবিধানত মৌলিক অধিকাৰৰ সুৰক্ষাৰ দায়িত্ব কাৰ?

উঃ ন্যায়পালিকাৰ।

প্রঃ সংবিধানৰ মূল কাঠামো সুৰক্ষিত কৰা হয় নে

উঃ হয়।

প্রঃ সংবিধানৰ অনমনীয় অংশ সংশোধন কৰিবলৈ কিমান ভোটৰ প্ৰয়োজন হয়?

উঃ সংসদৰ বিশেষ সংখ্যাগৰিষ্ঠ ভোটৰ।

প্রঃ সংবিধানৰ শাসন ব্যৱস্থা কি ধৰণৰ?

উঃ গণতান্ত্রিক শাসন ব্যৱস্থা।

প্রঃ সংবিধানৰ উদ্দেশ্য কি?

উঃ ৰাষ্ট্ৰৰ মৌলিক অধিকাৰ সুৰক্ষা।

প্রঃ সংবিধানৰ কোনো অপ্রয়োজনীয় অংশ কি কৰিব পৰা যায়?

উঃ বাদ দিয়াটো সম্ভৱ।

প্রঃ সংবিধানৰ বিশেষ অংশ কি কি পৰিস্থিতিত সংশোধন কৰিব পৰা যায়?

উঃ জৰুৰী পৰিস্থিতিত।

প্রঃ সংবিধানৰ প্ৰতি কেৱল কোনে সন্মতি প্রদান কৰে?

উঃ ৰাষ্ট্ৰপতিয়ে।

প্রঃ সংবিধানৰ কোন অধিকাৰ সংবিধানৰ মূল আধাৰ?

উঃ মৌলিক অধিকাৰ।

প্রঃ ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কেতিয়া হৈছিল?

উঃ ১৯৫১ চনত।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment