আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Political Science MCQ Chapter 8 স্থানীয় চৰকাৰ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Political Science MCQ Chapter 8 স্থানীয় চৰকাৰ
শাখা-ক
ভাৰতীয় সংবিধান
অধ্যায়-৮
স্থানীয় চৰকাৰ
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ উদ্দেশ্য কি?
(ক) ৰাজনৈতিক দলৰ সমৰ্থন লাভ
(খ) স্থানীয় সমস্যাসমূহ সমাধান কৰা
(গ) ৰাজনৈতিক প্রতিযোগিতাৰ সৃষ্টি কৰা
(ঘ) ৰাজ্য চৰকাৰৰ ক্ষমতা বৃদ্ধি কৰা
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসন কাক উদ্দেশ্যি কৰা হয়?
(ক) কেন্দ্ৰীয় চৰকাৰক
(খ) স্থানীয় বাসিন্দাসকলক
(গ) ৰাজ্য চৰকাৰক
(ঘ) দেশৰ নিৰ্দিষ্ট অঞ্চলক
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ কৃতকাৰ্যতাৰ অন্যতম চাবিকাঠি কি?
(ক) উচ্চ শিক্ষিত জনসংখ্যা
(খ) স্থানীয় শাসনত জনসাধাৰণৰ আগ্ৰহ
(গ) কেন্দ্ৰীয় চৰকাৰৰ সহায়
(ঘ) ৰাজনৈতিক দলৰ সম্পৃক্ততা
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত কোনে ক্ষমতা প্রদান কৰে?
(ক) স্থানীয় বাসিন্দা
(খ) কেন্দ্ৰীয় চৰকাৰ
(গ) ৰাজ্য চৰকাৰ
(ঘ) পঞ্চায়ত
উঃ (গ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ অন্যতম সমস্যা কি?
(ক) ৰাজনৈতিক দলৰ প্ৰভাৱ
(খ) ৰাজহুৱা অভাব
(গ) সুশিক্ষাৰ অভাব
(ঘ) সকলৰে সমান অধিকাৰ
উঃ (ক)
প্রঃ স্থানীয় শাসন পৰিষ্কাৰ-পৰিচ্ছন্নতাত বিশেষকৈ কোনটো কাৰ্য সম্পাদন কৰে?
(ক) আবর্জনা পেলোৱা
(খ) কৃষি উন্নতি
(গ) ৰাজনৈতিক প্রতিযোগিতা
(ঘ) শিক্ষা বিকাশ
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসন কোনখন দেশত গণতান্ত্রিক শিক্ষাৰ পাঠশালা বুলি গণ্য কৰা হয়?
(ক) ভাৰত
(খ) আমেৰিকা
(গ) ইণ্ডোনেছিয়া
(ঘ) জাপান
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত ৰাষ্ট্ৰৰ কি ধৰণৰ শাসনৰ ধাৰণা কল্পনা কৰা হৈছিল?
(ক) একক শাসন
(খ) গণতান্ত্রিক শাসন
(গ) তান্ত্রিক শাসন
(ঘ) একনায়ক শাসন
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ স্বকীয় দিশ কি?
(ক) স্বাধীনতা
(খ) চিৰন্তনতা
(ঘ) স্বতন্ত্রতা
(গ) সমতা
উঃ (ঘ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত ৰাজনৈতিক দলৰ অংশগ্ৰহণৰ প্ৰধান যুক্তি কি?
(ক) প্রশাসনৰ সম্পূৰ্ণতা বৃদ্ধি
(খ) ঐক্যৰ বাবে সমনীতিৰ প্ৰয়োজন
(গ) জনসাধাৰণৰ প্ৰগতিশীলতা
(ঘ) শিক্ষা আৰু সমতা
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ পূৰ্ণতা লাভৰ বাবে কি কাম কৰা উচিত?
(ক) কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্রণ
(খ) পুঁজিৰ আয়োজন
(গ) ৰাজনৈতিক দলৰ প্ৰভাৱ
(ঘ) সুশিক্ষাৰ অভাৱ
উঃ (খ)
প্ৰঃ স্থানীয় শাসনৰ দ্বাৰা সম্পাদন কৰা এটি কার্য কি?
(ক) পৰিবহণৰ উন্নতি সাধন
(খ) কৃষি বিকাশ
(গ) শিশুৰ পৰিচৰ্যা
(ঘ) সকলো উত্তৰ শুদ্ধ
উঃ (ঘ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ দ্বাৰা ৰাজনৈতিক সচেতনতা বৃদ্ধিত কি সুবিধা পোৱা যায়?
(ক) সমগ্ৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ
(খ) স্থানীয় সমস্যাৰ সামধান
(গ) ৰাজনৈতিক চেতনাৰ সৃষ্টি
(ঘ) সকলোৰে কৰ্মপৰিসৰ সৃষ্টি
উঃ (গ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ কাৰণে কিমান আয়ৰ উৎস আছে?
(ক) স্থানীয় পৰ্যায়ৰ কৰ
(খ) কেন্দ্ৰীয় পৰ্যায়ৰ পৰিশোধ
(গ) ৰাজ্যিক অনুদান
(ঘ) দেশৰ আয়
উঃ (ক)
প্রঃ স্থানীয় শাসনত পঞ্চায়তৰ কাৰ্যকাল কিমান সময়ৰ বাবে নির্দিষ্ট কৰা হৈছে?
(ক) ৩ বছৰ
(খ) ৪ বছৰ
(গ) ৫ বছৰ
(ঘ) ১০ বছৰ
উঃ (গ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনক কি নামে অভিহিত কৰিব পাৰি?
(ক) জনসাধাৰণ চৰকাৰ
(খ) ক্ষুদ্ৰ চৰকাৰ
(গ) কেন্দ্ৰীয় চৰকাৰ
(ঘ) ৰাজ্য চৰকাৰ
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসন সদায় কিহৰ সৈতে জড়িত থাকে?
(ক) স্থানীয় সমস্যা
(খ) ৰাজনৈতিক ক্রিয়াকলাপ
(গ) ৰাজনৈতিক দল
(ঘ) কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্রণ
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ উদ্দেশ্য কি?
(ক) গাঁৱলীয়া অঞ্চলসমূহ উন্নত কৰা
(খ) কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি কৰা
(গ) ৰাজনৈতিক দলৰ ক্ষমতা বৃদ্ধি কৰা
(ঘ) ৰাজহুৱা সমস্যা সৃষ্টি কৰা
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত কুটীৰ শিল্পৰ পুনৰুদ্ধাৰৰ বাবে কোনে প্ৰচাৰ কৰিছিল?
(ক) মহাত্মা গান্ধী
(খ) ড° ভেঙ্কটা বাও
(গ) সুভাষচন্দ্র বসু
(ঘ) জৱাহৰলাল নেহৰু
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ মূল কাৰ্য কি?
(ক) কেন্দ্রীয় নির্দেশনা অনুসৰণ
(খ) স্থানীয় জনসাধাৰণৰ কল্যাণ
(গ) ৰাজনৈতিক দ্বন্দ্বৰ সমাধান
(ঘ) বিদেশী নীতি নিয়ন্ত্রণ
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ সমানাধিকাৰ বজাই ৰখাৰ বাবে কি অতি প্রয়োজনীয়?
(ক) ৰাজনৈতিক শক্তি
(খ) জনসাধাৰণৰ সজাগতা
(গ) কেন্দ্রীয় নিৰীক্ষণ
(ঘ) ৰাজনৈতিক দিশা
উঃ (খ)
প্ৰঃ স্থানীয় স্বায়ত্ত শাসনৰ এক অন্যতম সুবিধা কি?
(ক) স্থানীয় উন্নয়ন
(খ) ৰাজনৈতিক দলৰ প্ৰভাৱ বৃদ্ধি
(গ) কেন্দ্ৰীয় চৰকাৰৰ সহায়তা
(ঘ) ৰাজহোৱা সংকট
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত জনসাধাৰণৰ হকে কি জৰুৰী?
(ক) শিক্ষাৰ উন্নতি
(খ) ৰাজহুৱা হোৱাৰ বাঞ্ছনীয়তা
(গ) উন্নত পৌৰবোধ
(ঘ) প্রতিযোগিতা
উঃ (গ)
প্রঃ স্থানীয় শাসনৰ অৰ্থনীতিৰ মুখ্য উৎস কি?
(ক) স্থানীয় পৰ্যায়ৰ কৰ
(খ) কেন্দ্রীয় তহবিল
(গ) বিদেশী ঋণ
(ঘ) ৰাজ্যিক তহবিল
উঃ (ক)
প্ৰঃ স্থানীয় শাসনৰ দ্বাৰা সম্পাদন কৰা এটা সামাজিক কার্য কি?
(ক) জনস্বাস্থ্য ৰক্ষা
(খ) কৃষি উন্নতি
(গ) বিদ্যুৎ সৰবৰাহ
(ঘ) ৰাজনৈতিক প্রতিযোগিতা
উঃ (ক)
প্রঃস্থানীয় শাসনৰ সফলতাৰ মূল চাবিকাঠি কি?
(ক) ৰাজনৈতিক হস্তক্ষেপ
(খ) স্থানীয় শাসনত স্বাধীনতা
(গ) কেন্দ্ৰীয় পৰীক্ষা
(ঘ) স্থানীয় দ্বন্দ্ব
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসন কাৰ দ্বাৰা নিৰ্বাচিত সদস্যসকলে পৰিচালিত কৰে?
(ক) কেন্দ্ৰীয় চৰকাৰ
(খ) ৰাজ্য চৰকাৰ
(গ) স্থানীয় জনসাধাৰণ
(ঘ) কোনো যুক্তি নাই
উঃ (গ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত গাঁওসমূহৰ অর্থনৈতিক অৱস্থাৰ উন্নতিৰ মূলতে কি?
(ক) স্থানীয় উদ্ভাৱন
(খ) হস্তশিল্প আৰু কুটীৰ শিল্পৰ উন্নতি
(গ) বিদেশী বাণিজ্য
(ঘ) ৰাজনৈতিক হস্তক্ষেপ
উঃ (খ)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা কি?
(ক) সামান্য পৰিমাণে
(খ) অধিক পৰিমাণে
(গ) একেবাৰে নাই
(ঘ) একেবাৰে অধিক
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত ৰাজনৈতিক দলৰ উপকাৰিতা কি?
(ক) সমনীতিৰ ঐক্য প্রদান
(খ) কেন্দ্ৰীয় শাসনৰ বিকাশ
(গ) স্থানীয় সমস্যা বৃদ্ধি
(ঘ) ৰাজহুৱাৰ প্ৰভাৱ
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ বাবে জনসাধাৰণৰ কি ধৰণৰ অৱদান প্রয়োজন?
(ক) সামাজিক অৱদান
(খ) ৰাজনৈতিক দলৰ সহায়
(গ) উচ্চতৰৰ নিয়ন্ত্ৰণ
(ঘ) ক্রমবর্ধমান চৰকাৰ নিয়ন্ত্ৰণ
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনত ৰাজনৈতিক দলৰ কি কর্মসূচী আৱশ্যকীয়?
(ক) নীতি আৰু ঐক্য
(খ) ৰাজনৈতিক দ্বন্দ্ব
(গ) শিক্ষাৰ বিস্তাৰ
(ঘ) স্থানীয় সমস্যা
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ ৰাজহুৱা সুবিধাৰ উদাহৰণ কি?
(ক) বিশুদ্ধ পানী যোগান
(খ) ৰাজনৈতিক হস্তক্ষেপ
(গ) বিদেশী শাসনৰ বিকাশ
(ঘ) কার্বণ নিয়ন্ত্রণ
উঃ (ক)
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ কৃতকার্যতাৰ বিশেষ গুৰুত্বপূর্ণ চর্ত কি?
(ক) বিত্ত বৃদ্ধি
(খ) স্থানীয় কৰ বৃদ্ধি
(গ) ৰাজনৈতিক দলৰ হস্তক্ষেপ
(ঘ) স্থানীয় শাসনত জনসাধাৰণৰ আগ্রহ
উঃ (ঘ)
প্রঃ স্থানীয় শাসনত সামাজিক সজাগতা বৃদ্ধিৰ উদ্দেশ্য কি?
(ক) গাঁও অঞ্চলৰ প্ৰগতি
(খ) ৰাজনৈতিক দ্বন্দ্ব বৃদ্ধি
(গ) ৰাজনৈতিক শক্তি বৃদ্ধি
(ঘ) সামাজিক শৃংখলা
উঃ (ক)
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ স্থানীয় স্বায়ত্ত শাসন কি?
উঃ স্থানীয় স্বায়ত্ত শাসন হৈছে স্থানীয় লোকৰ দ্বাৰা ক্ষুদ্র অঞ্চলসমূহ শাসন কৰা।
প্রঃ স্থানীয় স্বায়ত্ত শাসন কাৰ দ্বাৰা নিৰ্বাচিত হয়?
উঃ স্থানীয় জনসাধাৰণে স্থানীয় স্বায়ত্ত শাসন নির্বাচিত কৰে।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত ৰাজনৈতিক দলৰ ভূমিকা কি?
উঃ ৰাজনৈতিক দলসমূহে সমনীতিৰ ঐক্য প্রদান কৰে।
প্ৰঃ স্থানীয় স্বায়ত্ত শাসনৰ উদ্দেশ্য কি?
উঃ স্থানীয় জনসাধাৰণৰ উন্নতি আৰু কল্যাণ।
প্ৰঃ স্থানীয় শাসনত চৰকাৰী হস্তক্ষেপ কেনেকুৱা হ’ব লাগে?
উঃ চৰকাৰে স্থানীয় শাসনত চৰকাৰে হস্তক্ষেপ কৰিব নালাগে।
প্রঃ স্থানীয় শাসনৰ উপযুক্ত সফলতাৰ বাবে কি প্রয়োজন?
উঃ জনসাধাৰণ শিক্ষিত আৰু সজাগ হ’ব লাগে।
প্ৰঃ স্থানীয় শাসনৰ আয়ৰ উৎস কি?
উঃ স্থানীয় কৰ স্থানীয় শাসনৰ মুখ্য আয়ৰ উৎস।
প্রঃ স্থানীয় শাসনত সামাজিক সেৱাৰ উদাহৰণ কি?
উঃ শিশু কল্যাণ আৰু মাতৃ মংগল।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত অনিয়মীয়া নিৰ্বাচনৰ সমস্যা কি?
উঃ অনিয়মীয়া নির্বাচন স্থানীয় শাসনৰ উন্নতিত ব্যঘাত জন্মে।
প্রঃ স্থানীয় স্বায়ত্ত শাসনক কি বুলি অভিহিত কৰা হয়?
উঃ ‘গণতান্ত্রিক প্রশিক্ষণৰ পাঠশালা’ বুলি অভিহিত কৰা হয়।
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ এটা বৈশিষ্ট্য কি?
উঃ স্থানীয় স্বায়ত্ত শাসন স্বতন্ত্র সংস্থা।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত গাঁও অঞ্চলত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল?
উঃ গাঁও অঞ্চলৰ কুটীৰ শিল্প আৰু হস্তশিল্পৰ ওপৰত।
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ দ্বাৰা সঞ্চালিত ৰক্ষণাবেক্ষণমূলক কাম কি?
উঃ স্বাস্থ্য ৰক্ষা আৰু টীকা প্রদান।
প্রঃ স্থানীয় শাসন গণতান্ত্রিক ৰাষ্ট্ৰত কিহৰ বাবে প্রয়োজনীয়?
উঃ নাগৰিকৰ ৰাজনৈতিক চেতনা বৃদ্ধি কৰাৰ বাবে।
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ দ্বাৰা হোৱা জনহিতকৰ কামৰ উদাহৰণ দিয়া।
উঃ বিশুদ্ধ খোৱা পানীৰ যোগান।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত কেনেকুৱা নীতি প্রয়োজন?
উঃ পৰিচালনাৰ নীতি সহজ হ’ব লাগে।
প্রঃ স্থানীয় স্বায়ত্ত শাসনৰ মূল সমস্যা কি?
উঃ পুঁজিৰ অভাৱ।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা কেনেকুৱা?
উঃ সামান্য পৰিমাণে কেন্দ্ৰীয় চৰকাৰে ভূমিকা পালন কৰে।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত কাক ক্ষুদ্ৰ চৰকাৰ বুলি কোৱা হয়?
উঃ স্থানীয় স্বায়ত্ত শাসনক ক্ষুদ্ৰ চৰকাৰ বুলি কোৱা হয়।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত জনসাধাৰণৰ হকে কি জৰুৰী?
উঃ উন্নত পৌৰবোধ।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত ৰাজনৈতিক দলৰ প্ৰভাৱৰ সমস্যা কি?
উঃ ৰাজনৈতিক দলৰ প্ৰভাৱৰ ফলত কাম ব্যাহত হয়।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত কি ব্যৱস্থা উন্নতিৰ বাবে কাম কৰে?
উঃ পৰিবহণ ব্যৱস্থা উন্নত কৰে।
প্রঃ স্থানীয় শাসনত জনসাধাৰণৰ আগ্রহ কেনেকুৱা হ’ব লাগে?
উঃ জনসাধাৰণৰ আগ্রহ সজাগ আৰু সচেতন হ’ব লাগে।
প্রঃ স্থানীয় শাসনত কেন্দ্ৰীয় চৰকাৰৰ সর্বভৌমত্ব আছে নেকি?
উঃ কেন্দ্ৰীয় চৰকাৰৰ সৰ্বভৌমত্ব নাই।
প্রঃ স্থানীয় স্বায়ত্ত শাসনত গাঁও অঞ্চলৰ কি উপকাৰিতা আছে?
উঃ স্থানীয় সমস্যা সমাধান কৰাত উপকাৰিতা আছে।
