Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Political Science MCQ Chapter 20 বিকাশ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Political Science MCQ Chapter 20 বিকাশ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Political Science MCQ Chapter 20 বিকাশ

শাখা-খ

ৰাজনৈতিক তত্ব

অধ্যায়-২০

বিকাশ

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ ভাৰতীয় কেন্দ্ৰীয় সংসদৰ কোনটো সদন বেছি শক্তিশালী-

(ক) নিম্নসদন (লোকসভা)

(খ) জনসাধাৰণ

(গ) সংসদ

(ঘ) জনগণ

উঃ (ক)

প্রঃ ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?

(ক) ভোটৰ দ্বাৰা

(খ) ৰাজ্য বিধানসভা

(গ) সংসদ আইন

(ঘ) কেন্দ্রীয়

উঃ (গ)

প্রঃ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?

(ক) ২৫০ জন

(খ) ২৪৫ জন

(গ) ২৩০ জন

(ঘ) ২৫৫ জন

উঃ (ক)

প্রঃ লোকসভাৰ বৰ্ত্তমান সদস্য সংখ্যা কিমান?

(ক) ৫৫০ জন

(খ) ৫৪৫ জন

(গ) ৫৪১ জন

(ঘ) ৫৩৯ জন

উঃ (খ) ৫৪৫

প্রঃ ৰাজ্যসভাৰ সদস্যসকলৰ কার্যকাল কেইবছৰ?

(ক) ৭ বছৰ

(খ) ৬ বছৰ

(গ) ২ বছৰ

(ঘ) ৮ বছৰ

উঃ (খ)

প্রঃ সংসদৰ এখন কমিটিৰ নাম

(ক) ৰাজ্যসভা

(খ) ক্ষমতা

(গ) সংসদীয় কমিটি

(ঘ) কার্যাবলী

উঃ (গ)

প্ৰঃ ভাৰতৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান?

(ক) ৬৫ বছৰ

(খ) ৬০ বছৰ

(গ) ৫৫ বছৰ

(ঘ) ৬১ বছৰ

উঃ (ক)

প্রঃ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ সংখ্যা কিমান?

(ক) ১৩ জন

(খ) ২৫ জন

(গ) ৩০ জন

(ঘ) ২০ জন

উঃ (গ)

প্রঃ ৰাজহুৱা স্বার্থজড়িত গোচৰ দাখিল কৰিব পাৰি-

(ক) ৰাষ্ট্ৰপতিৰ

(খ) উচ্চ ন্যায়ালয়

(গ) উচ্চতম ন্যায়ালয়

(ঘ) উচ্চতম আৰু উচ্চ ন্যায়ালয় উভয়।

উঃ (গ)

প্রঃ উচ্চতম ন্যায়ালয়ে কাক পৰামৰ্শ আগবঢ়াব পাৰে-

(ক) ৰাষ্ট্ৰপতিক

(খ) সংসদক

(গ) কেবিনেটক।

(ঘ) প্রধানমন্ত্রীক

উঃ (ক)

প্ৰঃ নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক কোন-

(ক) সংসদ

(খ) ৰাষ্ট্ৰপতি

(গ) নাগৰিক

(ঘ) উচ্চতম ন্যায়ালয়

উঃ (ঘ)

প্রঃ ন্যায়িক সমীক্ষাৰ অধিকাৰী হ’ল-

(ক) সংসদ।

(খ) উচ্চ ন্যায়ালয়

(গ) উচ্চতম ন্যায়ালয়

(ঘ) উচ্চ ন্যায়ালয় উভয়

উঃ (খ)

প্রঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে-

(ক) মুখ্য ন্যায়াধীশে

(খ) জনসাধাৰণে

(গ) প্রধানমন্ত্রীযে

(ঘ) ৰাষ্ট্ৰপতিয়ে

উঃ (ঘ)

প্রঃ কোনখন ৰাষ্ট্ৰৰ পৰা ন্যায়িক সমীক্ষাৰ ধাৰণাটো ধাৰ কৰিছিল?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা

(খ) জনসমষ্টিবিহীন

(গ) বিজ্ঞান বাষ্ট্র

(ঘ) অর্থনৈতিক

উঃ (ক)

প্রঃ সংসদে ন্যায়পালিকাৰ ক্ষমতা নির্দিষ্ট কৰি দিয়ে?

(ক) হয়।

(খ) নহয়।

(গ) হবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উঃ (খ)

প্ৰঃ ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন?

(ক) আমেৰিকা যুক্তৰাষ্ট্র।

(খ) বিজ্ঞান ৰাষ্ট্ৰ।

(গ) ৰাষ্ট্ৰপতি।

(ঘ) উপৰাষ্ট্ৰপতি।

উঃ (ঘ)

প্ৰঃ নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ’ল-

(ক) সংসদ

(খ) কেবিনেট

(গ) উচ্চতম ন্যায়ালয় (ঘ) ৰাষ্ট্ৰপতি

উঃ (গ)

প্রঃ বিকাশৰ অৰ্থ হ’ল-

(ক) উন্নত জীৱনৰ হাৰিয়াস

(খ) মানুহৰ কাম-কাজৰ চালিকা শক্তি

(গ) ইচ্ছা আৰু উন্নতি

(ঘ) সমালোচনা

উঃ (ক) উন্নত জীৱনৰ হাৰিয়াস।

প্রঃবাজেট মানে-

(ক) কেন্দ্ৰীয় চৰকাৰ।

(খ) এক নিৰ্ধাৰিত ম্যাদ।

(গ) সম্মতিক্রমে মন্ত্রীসভাৰ আৰ্থিক সিদ্ধান্ত।

(ঘ) এক বিত্তীয় পৰিকল্পনা।

উঃ (খ)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্ৰঃ ভাৰতৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান?

উঃ ৬৫ বছৰ।

প্রঃ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ সংখ্যা কিমান?

উঃ ৩০ জন।

প্রঃ ৰাজহুৱা স্বার্থজড়িত গোচৰ দাখিল কৰিব পাৰিব ক’ত?

উঃ উচ্চতম ন্যায়ালয়ত।

প্রঃ উচ্চতম ন্যায়ালয়ে কাক পৰামৰ্শ আগবঢ়াব পাবে?

উঃ ৰাষ্ট্ৰপতিক।

প্ৰঃ নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক কোন?

উঃ উচ্চতম ন্যায়ালয়।

প্রঃ ন্যায়িক সমীক্ষাৰ অধিকাৰী কোন?

উঃ উচ্চতম ন্যায়ালয়।

প্রঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে?

উঃ ৰাষ্ট্ৰপতি।

প্রঃ কোনখন ৰাষ্ট্ৰৰ পৰা ন্যায়িক সমীক্ষাৰ ধাৰণাটো ধাৰ কৰা হৈছে?

উঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা।

প্রঃ সংসদে ন্যায়পালিকাৰ ক্ষমতা নির্দিষ্ট কৰি দিয়ে নে?

উঃ নহয়।

প্রঃ ৰাজ্যসভাৰ পদেন সভাপতি কোন?

উঃ উপৰাষ্ট্ৰপতি।

প্ৰঃ নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক কোন?

উঃ উচ্চতম ন্যায়ালয়।

প্রঃ বিকাশৰ অৰ্থ কি?

উঃ উন্নত জীৱনৰ হাৰিয়াস।

প্ৰঃ বাজেটৰ অৰ্থ কি?

উঃ এক নিৰ্ধাৰিত ম্যাদ।

প্রঃ ভাৰতীয় কেন্দ্ৰীয় সংসদৰ কোনটো সদন অধিক শক্তিশালী?

উঃ নিম্নসদন লোকসভা অধিক শক্তিশালী।

প্রঃ ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?

উঃ ৰাজ্যৰ বিধানসভাৰ সদস্যসকলে।

প্রঃ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?

উঃ ২৫০ জন।

প্রঃ লোকসভাৰ বৰ্তমান সদস্য সংখ্যা কিমান?

উঃ ৫৪৫ জন।

প্ৰঃ ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান?

উঃ ৬ বছৰ।

প্রঃ সংসদৰ এখন কমিটিৰ নাম কি?

উঃ সংসদীয় কমিটি।

প্ৰঃ ভাৰতৰ ন্যায়িক ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ ভূমিকা কি?

উঃ মৌলিক অধিকাৰৰ ৰক্ষক।

প্রঃ বিকাশৰ মূল অর্থ কি?

উঃ বিকাশৰ মূল অর্থ হৈছে কোনো বস্তু বা ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামগ্রিক উন্নতি।

প্রঃ বিকাশৰ লক্ষ্য কি?

উঃ বিকাশৰ লক্ষ্য হৈছে মানুহৰ জীৱন মান উন্নত কৰি সুখী আৰু সঠিক দিশত আগবঢ়োৱা।

প্রঃ বিকাশৰ প্ৰকাৰ কি কি?

উঃ বিকাশ সাধাৰণতে শাৰীৰিক, মানসিক, সামাজিক আৰু সাংস্কৃতিক এই চাৰিপ্ৰকাৰৰ।

প্রঃ বিকাশৰ প্ৰয়োজনীয়তা কিয়?

উঃ বিকাশৰ প্ৰয়োজনীয়তা জীৱনত উন্নতি সাধন আৰু নতুন পৰিবৰ্তনৰ জৰিয়তে উন্নত সমাজ গঠন।

প্ৰঃ ৰাজনীতি বিজ্ঞানৰ মূল লক্ষ্য কি?

উঃ ৰাজনীতি বিজ্ঞানৰ মূল লক্ষ্য হৈছে চৰকাৰ আৰু ৰাজনৈতিক প্রক্রিয়াসমূহৰ অধ্যয়ন।

প্রঃ গণতন্ত্ৰৰ বৈশিষ্ট্য কি?

উঃ গণতন্ত্ৰৰ মূল বৈশিষ্ট্য হৈছে জনতাৰ দ্বাৰা নির্বাচিত প্রতিনিধিৰে শাসন।

প্রঃ ৰাজ্য কি?

উঃ ৰাজ্য হৈছে নির্দিষ্ট ভূ-খণ্ড, জনসংখ্যা, চৰকাৰ আৰু স্বার্বভৌমত্বযুক্ত এক সংগঠিত সামাজিক একক।

প্রঃ আইন কাক বোলে?

উঃ আইন হৈছে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত নিয়মৰ এক সংহতি, যাৰ দ্বাৰা সমাজত শৃংখলা ৰক্ষা হয়।

প্ৰঃ একতান্ত্রিক চৰকাৰৰ বৈশিষ্ট্য কি?

উঃ একতান্ত্রিক চৰকাৰৰ বৈশিষ্ট্য হৈছে কেন্দ্রীয়ভাবে সকলো ক্ষমতা চৰকাৰৰ হাতত কেন্দ্রীভূত থকা।

প্রঃ সংবিধান কি?

উঃ সংবিধান হৈছে দেশৰ শাসনব্যৱস্থাৰ মূল নিয়মাৱলী আৰু নীতিৰ এক লিখিত নথি।

প্রঃ প্রধানমন্ত্রী কাক কয়?

উঃ প্রধানমন্ত্রী হৈছে চৰকাৰৰ প্ৰধান আৰু মন্ত্রীসভাৰ নেতা।

প্রঃ ভোটাধিকাৰৰ অৰ্থ কি?

উঃ ভোটাধিকাৰৰ অৰ্থ হৈছে নাগৰিকৰ দ্বাৰা নির্বাচনত ভোট দিয়া অধিকাৰ।

প্রঃ ৰাজনীতি বিজ্ঞানত সমাজৰ ভূমিকা কি?

উঃ ৰাজনীতি বিজ্ঞানত সমাজৰ ভূমিকা হৈছে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক প্ৰক্ৰিয়াৰ দ্বাৰা শাসন প্রক্রিয়া প্রভাবিত কৰা।

প্ৰঃ চৰকাৰৰ প্ৰধান দায়িত্ব কি?

উঃ চৰকাৰৰ প্ৰধান দায়িত্ব হৈছে জনতাৰ কল্যাণ সাধন কৰা আৰু সমাজত শৃংখলা বজাই ৰখা।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment