আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Political Science MCQ Chapter 17 জাতীয়তাবাদ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Political Science MCQ Chapter 17 জাতীয়তাবাদ
শাখা-খ
ৰাজনৈতিক তত্ব
অধ্যায়-১৭
জাতীয়তাবাদ
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ জাতীয়তাবাদৰ মূল নীতি-
(ক) নিজে জীয়াই থকা
(খ) জীয়াই থাকিবলৈ দিয়া
(গ) মানব জাতি
(ঘ) জাতিগত
উঃ (ক)
প্রঃ জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে সৃষ্টি কৰে?
(ক) সমৃদ্ধি শালী
(খ) অনুকুল পৰিৱেশ
(গ) আর্থ-সামাজিক
(ঘ) জনজাতীয়
উঃ (খ)
প্রঃ উগ্র জাতীয়তাবাদ কাৰ বিৰোধী-
(ক) ৰাজনৈতিক
(খ) ৰাষ্ট্ৰৰ
(গ) গণতন্ত্র
(ঘ) স্বতন্ত্রতা
উঃ (গ) গণতন্ত্র।
প্রঃ ইংৰাজী ভাষাৰ ‘নেচন’ শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে?
(ক) গ্রীক ভাষাৰ পৰা
(খ) লেটিন ভাষাৰ পৰা
(গ) আৰবী ভাষাৰ পৰা
(ঘ) ফৰাচী ভাষাৰ পৰা
উঃ (খ)
প্রঃ ইতিহাসৰ গতি নিৰ্ণয় কৰা আটাইতকৈ শক্তিশালী ৰাজনৈতিক সিদ্ধান্ত কি?
(ক) গণতন্ত্র
(খ) ভাতৃত্ববোধ
(গ) জাতীয়তাবাদ
(ঘ) ৰাষ্ট্ৰ
উঃ (গ)
প্রঃ জাতীয়তাবাদৰ মূল নীতি হ’ল…..?
(ক) আনকো জীয়াই থাকিবলৈ দিয়া
(খ) নিজে জীয়াই থকা
(গ) মানসিক অনুভূতি
(ঘ) তোমালোকে জীয়াই থাকা
উঃ (খ)
প্রঃ কাৰ মতে “জাতীয়তাবাদ হ’ল আধুনিক পৃথিৱীৰ ধৰ্মস্বৰূপ”?
(ক) লয়েডৰ মতে
(খ) ফিল্ডৰ মতে
(গ) লাস্কিৰ মতে
(ঘ) জনল ‘কৰ মতে
উঃ (ক)
প্রঃ জাতীয়তাবাদৰ এটা মূল্য হ’ল……।
(ক) ৰাষ্ট্ৰৰ দাবী
(খ) আন্তর্জাতিক সম্পর্ক স্থাপন
(গ) স্বনিয়ন্ত্ৰণৰ অধিকাৰ
(ঘ) ওপৰৰ এটাও নহয়
উঃ (খ)
প্রঃ জাতি শব্দৰ ইংৰাজী প্রতিশব্দ ‘Nation’ শব্দটো আহিছে…….?
(ক) ফৰাচী ভাষাৰ পৰা
(খ) গ্রীক ভাষাৰ পৰা
(গ) লেটিন ভাষাৰ পৰা
(ঘ) আৰবী ভাষাৰ পৰা
উঃ (গ)
প্রঃ Natio শব্দৰ অৰ্থ…….?
(ক) জাতি
(খ) জন্ম
(গ) জাতিয়তা
(ঘ) বংশ
উঃ (খ) জন্ম
প্রঃ জাতি হ’ল স্বাধীন অথবা স্বাধীনতাৰ প্ৰয়াসী ৰাজনৈতিকভাৱে সংগঠিত জনসমাজ।’- কথাষাৰ কোনে কৈছিল?
(ক) জনল’ক
(খ) ষ্টুৱার্ট জন মিল
(গ) লর্ড ব্রাইচে
(ঘ) প্লেটো
উঃ (গ)
প্রঃ জাতীয়তা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো কি?
(ক) উমৈহতীয়া ধর্ম
(খ) উমৈহতীয়া ভাষা
(গ) আত্মিক ঐক্য
(ঘ) আত্ম নিয়ন্ত্রণ
উঃ (গ) আত্মিক ঐক্য
প্রঃ জাতি গঠন কৰিবলৈ কি সম্পর্ক অপৰিহাৰ্য?
(ক) তেজৰ
(খ) জাতীয়তা
(গ) বংশগত
(ঘ) বংশ
উঃ (ক)
প্রঃ জাতি হ’ল ভাষাগত ঐক্য, ভৌগোলিক সান্নিধ্য, সম অর্থনৈতিক জীৱনৰ বন্ধন আৰু সাংস্কৃতিক ঐক্যৰ ভিত্তিত সংগঠিত ইতিহাস বিবর্তিত স্থায়ী সমাজ বা সম্প্রদায়।’- উক্তিটো কাৰ?
(ক) জনল’ক
(খ) ৰুছো
(গ) প্লেটো
(ঘ) ষ্টেলিনৰ
উঃ (ঘ)
প্রঃ জাতীয়তাবাদ মানে……….?
(ক) ৰাজনৈতিক সিদ্ধান্ত
(খ) জাতীয়তা
(গ) সাম্রাজ্য
(ঘ) বংশ।
উঃ (ক)
প্রঃ ক’ত ৰাজ্য একত্ৰীকৰণ কৰি বৃহত্তৰ ৰাজ্য গঠনত সহায় কৰিছিল।
(ক) মহাদেশত
(খ) এছিয়া
(গ) ইটালী
(ঘ) দিখৌ
উঃ (ক)
প্রঃ এজন বিশ্বমানৱৰ নাম…………?
(ক) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
(খ) লক্ষ্মীনাথ বেজবৰুৱা।
(গ) ভূপেন হাজৰিকা।
(ঘ) ইন্দিৰা গান্ধী।
উঃ (ক)
প্ৰঃ জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে কি সৃষ্টি কৰে?
(ক) অনুকুল পৰিৱেশ
(খ) ক্ষমতা
(গ) ৰাজনৈতিক
(ঘ) নাগৰিক
উঃ (ক)
প্রঃ উগ্র জাতীয়তাবাদ কাৰ বিৰোধী?
(ক) গণতন্ত্র
(খ) নাগৰিক।
(গ) সমতা
(ঘ) অধিকাৰ।
উঃ (ক)
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ‘জাতীয়তাবাদ হ’ল আধুনিক পৃথিৱীৰ ধর্মস্বরূপ’ কোনে কৈছিল?
উঃ লয়েড।
প্রঃ জাতীয়তাবাদৰ এটা মূল্য কি?
উঃ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক স্থাপন।
প্রঃ জাতি শব্দৰ ইংৰাজী প্রতিশব্দ ‘Nation’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
উঃ লেটিন ভাষাৰ পৰা।
প্রঃ ‘Natio’ শব্দৰ অৰ্থ কি?
উঃ জন্ম।
প্রঃ “জাতি হ’ল স্বাধীন বা স্বাধীনতাৰ প্ৰয়াসী ৰাজনৈতিকভাবে সংগঠিত জনসমাজ”- কথাষাৰ কোনে কৈছিল?
উঃ লর্ড ব্রাইচে।
প্রঃ জাতীয়তা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান কি?
উঃ আত্মিক ঐক্য।
প্রঃ জাতি গঠন কৰিবলৈ কি সম্পর্ক অপৰিহাৰ্য?
উঃ তেজৰ সম্পৰ্ক।
প্রঃ “জাতি হ’ল ভাষাগত ঐক্য, ভৌগোলিক সান্নিধ্য, সম অর্থনৈতিক জীৱনৰ বন্ধন আৰু সাংস্কৃতিক ঐক্যৰ ভিত্তিত সংগঠিত সমাজ”-উক্তিটো কাৰ?
উঃ ষ্টেলিনৰ।
প্রঃ জাতীয়তাবাদৰ অৰ্থ কি?
উঃ ৰাজনৈতিক সিদ্ধান্ত।
প্রঃ ক’ত ৰাজ্য একত্ৰীকৰণ কৰি বৃহত্তৰ ৰাজ্য গঠনত সহায় হৈছিল?
উঃ মহাদেশত।
প্রঃ এজন বিশ্বমানৱৰ নাম লিখা?
উঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।
প্রঃ জাতীয়তাবাদৰ মূল নীতি কি?
উঃ নিজে জীয়াই থাকা।
প্ৰঃ জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে কি সৃষ্টি কৰে?
উঃ অনুকূল পৰিৱেশ।
প্রঃ উগ্র জাতীয়তাবাদ কাৰ বিৰোধী?
উঃ গণতন্ত্ৰৰ।
প্রঃ ইতিহাসৰ গতি নিৰ্ণয় কৰা শক্তিশালী ৰাজনৈতিক সিদ্ধান্ত কি?
উঃ জাতীয়তাবাদ।
প্রঃ কোন ভাষাৰ বিকাশ জাতীয়তাবাদৰ এক গুৰুত্বপূর্ণ উপাদান?
উঃ উমৈহতীয়া ভাষাৰ।
প্রঃ জাতীয়তাবাদৰ অৰ্থ কি?
উঃ জাতীয়তাবাদৰ অৰ্থ হ’ল নিজ জাতি আৰু সাংস্কৃতিক ঐতিহ্যৰ প্রতি গভীৰ প্ৰেম আৰু সমর্পণ।
প্রঃ জাতীয়তাবাদৰ মূল উদ্দেশ্য কি?
উঃ ৰাষ্ট্ৰৰ স্বতন্ত্রতা, স্বাভিমান আৰু গণতান্ত্রিক অধিকাৰক সুৰক্ষা প্রদান।
প্রঃ জাতীয়তা সৃষ্টিৰ বাবে কি প্রয়োজন?
উঃ ভাষা, সংস্কৃতি, ধৰ্ম আৰু ঐতিহাসিক ঐক্যৰ প্রয়োজন।
প্রঃ জাতীয়তাবাদৰ সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা মূল উপাদান কি?
উঃ আত্মিক ঐক্য।
প্রঃ জাতীয়তাবাদৰ এক গুণ কি?
উঃ জাতীয়তাবাদ লোকৰ মাজত ঐক্য আৰু সহযোগিতা বৃদ্ধি কৰে।
প্রঃ কেরল ভাষাগত অথবা সাংস্কৃতিক ঐক্যৰ ওপৰত নিৰ্ভৰ কৰা জাতীয়তাবাদক কি বোলা হয়?
উঃ সাংস্কৃতিক জাতীয়তাবাদ।
প্রঃ কেৱল ৰাজনৈতিক স্বতন্ত্র্যৰ ওপৰত নিৰ্ভৰ কৰা জাতীয়তাবাদৰ এক উদাহৰণ কি?
উঃ ভাৰতৰ স্বাধীনতা আন্দোলন।
প্রঃ উগ্র জাতীয়তাবাদ কি?
উঃ উগ্র জাতীয়তাবাদ হ’ল নিজ জাতিক সর্বোচ্চ বুলি ভাবি অন্য জাতিৰ প্ৰতি নেতিবাচক মনোভাৱ পোষণ কৰা।
