আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক Class 11 Logic & Philosophy MCQ Chapter 8 বস্তুবাদ আৰু ভাৱবাদ (তর্কবিজ্ঞান) বিষয়ৰ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। 100% Common.
Class 11 Logic & Philosophy MCQ Chapter 8 বস্তুবাদ আৰু ভাৱবাদ
দ্বিতীয় খণ্ড
অধ্যায়-8
বস্তুবাদ আৰু ভাৱবাদ
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
👉 Read Also:
প্রঃ বাস্তববাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কেনে ধৰণৰ?
(ক) স্বতন্ত্র
(খ) নির্ভৰশীল
(গ) মনমুখী
(ঘ) পৰমসত্তা
উঃ (ক) স্বতন্ত্র
প্রঃ কোন দার্শনিকজন ভাৱবাদৰ প্ৰৱৰ্তক বুলি জনা যায়?
(ক) জন লক
(খ) প্লেটো
(গ) হেগেল
(ঘ) মুৰ
উঃ (খ) প্লেটো
প্রঃ ভাৱবাদৰ মতে বস্তুৰ অস্তিত্ব কাৰ ওপৰত নিৰ্ভৰশীল?
(ক) মন
(খ) বস্তু
(গ) বাহ্যিক পৰিৱেশ
(ঘ) কোনো ওপৰত নিৰ্ভৰ নকৰে
উঃ (ক) মন
প্ৰঃ বাস্তৱবাদ অনুসৰি বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰশীল নহয়?
(ক) মন
(গ) আত্মা
(খ) বস্তু
(ঘ) ঈশ্বৰ
উঃ(ক) মন
প্রঃ কিমান প্ৰকাৰৰ বাস্তৱবাদ আছে?
(ক) তিনি
(খ) চাৰি
(গ) দুই
(ঘ) পাঁচ
উঃ (খ) চাৰি
প্ৰঃ কোনবোৰ চাৰি প্ৰকাৰৰ বাস্তৱবাদৰ অন্তর্গত?
(ক) আত্মাগত, বস্তুগত, অৱভাষিক, নব্য সবিচাৰ
(খ) সৰল, বিজ্ঞানসম্মত, নব্য বাস্তৱবাদ, নব্য সবিচাৰ
(গ) দেৱতা, আত্মা, ঈশ্বৰ, বস্তু
(ঘ) বস্তুগত, নব্য, মন, বিজ্ঞানসন্মত
উঃ (খ) সৰল, বিজ্ঞানসম্মত, নব্য বাস্তববাদ, নব্য সবিচাৰ
প্রঃ ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কি দ্বাৰা নিৰূপিত হয়?
(ক) মন
(খ) বিজ্ঞান
(গ) বস্তু
(ঘ) দর্শন
উঃ (ক) মন
প্ৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদৰ কি নাম?
(ক) বাস্তববাদ
(খ) ভাববাদ
(গ) বিজ্ঞানবাদ
(ঘ) ভাববাদ
উঃ (খ) ভাববাদ
প্রঃ কোনে বস্তুৰ অস্তিত্ব জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে বুলি কয়?
(ক) ভাৱবাদ
(খ) বাস্তৱবাদ
(গ) অনুভূতিবাদ
(ঘ) বিজ্ঞানবাদ
উঃ (খ) বাস্তববাদ
প্রঃ কোন দার্শনিকৰ মতে মনৰ বাহিৰত কোনো বস্তু নাই?
(ক) জন লক
(খ) প্লেটো
(গ) হেগেল
(ঘ) বাছেল
উঃ (খ) প্লেটো
প্ৰঃ বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত মূল পৰ্থক্য কি?
(ক) মন আৰু বস্তুৰ ওপৰত নিৰ্ভৰশীলতা
(খ) ধর্ম আৰু আধ্যাত্মিকতা
(গ) পৰমসত্তা আৰু ঈশ্বৰ
(ঘ) মন আৰু আত্মাৰ সম্পৰ্ক
উঃ (ক) মন আৰু বস্তুৰ ওপৰত নিৰ্ভৰশীলতা
প্রঃ কোন দার্শনিকজন ভাৱবাদৰ সমৰ্থক?
(ক) জন লক
(খ) হেগেল
(গ) পেৰী
(ঘ) মুৰ
উঃ (খ) হেগেল
প্রঃ ভাৱবাদত কি প্রধান সত্তা বুলি কোৱা হয়?
(ক) মন
(খ) বস্তু
(ঘ) আত্মা
(গ) ঈশ্বৰ
উঃ (ঘ) আত্মা
প্ৰঃ ভাৱবাদৰ মতে মানৱ অস্তিত্ব কি ধৰণৰ?
(ক) আধ্যাত্মিক
(খ) বস্তুগত
(গ) বিজ্ঞানসন্মত
(ঘ) বাহ্যিক
উঃ (ক) আধ্যাত্মিক
প্রঃ তলৰ কোন দার্শনিকজন ভাৱবাদৰ প্ৰৱৰ্তক বুলি কোৱা হয়?
(ক) জন লক
(খ) বার্কলি
(গ) হেগেল
(ঘ) বাছেল
উঃ (খ) বার্কলি
প্রঃ কোনটো মতবাদত মনৰ প্রাধান্য দিয়া হয়?
(ক) বাস্তৱবাদ
(খ) ভাৱবাদ
(গ) বিজ্ঞানবাদ
(ঘ) অনুভূতিবাদ
উঃ (খ) ভাববাদ
প্রঃ ভারবাদীসকলে কোনটো নৈতিক মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে?
(ক) ব্যক্তিগত
(খ) সামাজিক
(গ) আধ্যাত্মিক
(ঘ) বিজ্ঞানমূলক
উঃ (ক) ব্যক্তিগত
প্রঃ কোনজন দার্শনিকৰ মতে ঈশ্বৰ জগতৰ চালিকা শক্তি?
(ক) প্লেটো
(খ) বার্কলি
(গ) জন লক
(ঘ) হেগেল
উঃ (খ) বার্কলি
প্রঃ বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কেনে?
(ক) মননিৰপেক্ষ
(খ) মনমুখী
(গ) সংযুক্ত
(ঘ) আত্মানিৰ্ভৰ
উঃ (ক) মননিৰপেক্ষ
প্ৰঃ ভাৱবাদৰ মতে বস্তুসমূহৰ অস্তিত্ব কি দ্বাৰা সীমাবদ্ধ?
(ক) জনা বা নজনাৰ ওপৰত
(খ) দর্শনৰ ওপৰত
(গ) মনৰ ওপৰত
(ঘ) বিজ্ঞানৰ ওপৰত
উঃ (গ) মনৰ ওপৰত
প্রঃ ভাৱবাদ কিমান প্ৰকাৰৰ?
(ক) দুই
(খ) তিনিটা
(গ) চাৰি
(ঘ) পাঁচ
উঃ (খ) তিনিটা
প্ৰঃ ভাৱবাদৰ মতে বস্তুসমূহৰ অস্তিত্ব কি ধৰণৰ?
(ক) স্বতন্ত্র
(খ) মনমুখী
(গ) নিত্য
(ঘ) অৱভাষিক
উঃ (খ) মনমুখী
প্রঃ তলৰ কোনটো ভাৱবাদৰ এটি শাখা?
(ক) নব্য সবিচাৰ
(খ) বস্তুগত ভাৱবাদ
(গ) বিজ্ঞানসন্মত ভাৱবাদ
(ঘ) অভিজ্ঞতামূলক ভাৱবাদ
উঃ (খ) বস্তুগত ভাৱবাদ
প্রঃ কোন দার্শনিকৰ মতে মনৰ বাহিৰে বস্তুৰ কোনো সত্তা নাই?
(ক) জন লক
(খ) মুৰ
(গ) বার্কলি
(ঘ) ৰাছেল
উঃ (গ) বার্কলি
প্রঃ কোনজন দার্শনিক বাস্তৱবাদৰ সমৰ্থক?
(ক) প্লেটো
(গ) বার্কলি
(খ) জন লক
(ঘ) হেগেল
উঃ (খ) জন লক
প্ৰঃ কিহৰ ওপৰত ভাৱবাদৰ ভিত্তি স্থাপিত?
(ক) আধ্যাত্মিকতা
(খ) বস্তুবাদ
(গ) বিজ্ঞান
(ঘ) অস্তিত্ববাদ
উঃ (ক) আধ্যাত্মিকতা
প্রঃ কোনজন দার্শনিক ভাববাদী দৰ্শনৰ দ্বাৰা সমর্থিত?
(ক) পেৰী
(খ) প্লেটো
(গ) জন লক
(ঘ) মুৰ
উঃ (খ) প্লেটো
প্ৰঃ ভাৱবাদৰ মতে ঈশ্বৰক কিদৰে গণ্য কৰা হয়?
(ক) প্রকৃতি
(খ) পৰমসত্তা
(গ) বিজ্ঞান
(ঘ) বস্তু
উঃ (খ) পৰমসত্বা
প্রঃ কোন দার্শনিকৰ মতে “বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে”?
(ক) প্লেটো
(খ) হেগেল
(গ) জন লক
(ঘ) বার্কলি
উঃ (গ) জন লক
প্ৰঃ ভাববাদে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্বক কিদৰে গণ্য কৰে?
(ক) মননিৰপেক্ষ
(গ) বাহ্যিক
(খ) মননিৰ্ভৰ
(ঘ) বৈজ্ঞানিক
উঃ (খ) মননিৰ্ভৰ
প্ৰঃ ভাৱবাদৰ মতে জ্ঞান আৰু জ্ঞেয়ৰ সম্পর্ক কেনে?
(ক) অন্তর্নিহিত
(খ) বাহ্যিক
(গ) অব্যক্ত
(ঘ) সংক্রান্ত
উঃ (ক) অন্তর্নিহিত
প্ৰঃ তলৰ কোনটো ভাৱবাদৰ বৈশিষ্ট্য?
(ক) বস্তুৰ বাহ্যিক অস্তিত্ব আছে
(খ) মনৰ পৰম প্ৰাধান্য আছে
(গ) বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল
(ঘ) বস্তুতকৈ মনৰ কোনো মূল্য নাই
উঃ (খ) মনৰ পৰম প্রাধান্য আছে
প্রঃ ভাৱবাদত জ্ঞান কিহৰ দ্বাৰা লাভ কৰা হয়?
(ক) মন
(খ) বস্তু
(গ) বিজ্ঞান
(ঘ) আত্মা
উঃ (ক) মন
প্রঃ কেতিয়াৱা বাস্তৱবাদক কি নামেও সম্বোধন কৰা হয়?
(ক) মনমুখী বাস্তৱবাদ
(খ) বস্তুগত বাস্তৱবাদ
(গ) বিজ্ঞানসন্মত বাস্তববাদ
(ঘ) অন্তর্মুখী বাস্তৱবাদ
উঃ (খ) বস্তুগত বাস্তৱবাদ
প্রঃ বাস্তৱবাদত জ্ঞান আৰু জ্ঞেয়ৰ মাজত সম্পর্ক কিদৰে বিবেচিত হয়?
(ক) অন্তর্নিহিত
(খ) সংযুক্ত
(গ) বাহ্যিক
(ঘ) অনন্ত
উঃ (গ) বাহ্যিক
প্রঃ কোনটো বৈশিষ্ট্য ভাববাদৰ অন্তর্ভুক্ত?
(ক) মনৰ বাহিৰত জগতৰ অস্তিত্ব আছে
(খ) আত্মাই সকলো বস্তুৰ মূল
(গ) বস্তুৰ বাহ্যিক আৰু নিৰপেক্ষ অস্তিত্ব আছে
(ঘ) জ্ঞান বস্তুৰ ওপৰত নিৰ্ভৰশীল
উঃ (খ) আত্মাই সকলো বস্তুৰ মূল
প্ৰঃ কিহৰ ওপৰত বাস্তৱবাদৰ তত্ত্ব অৱলম্বন কৰে?
(ক) বস্তু
(খ) আত্মা
(গ) ঈশ্বৰ
(ঘ) নৈতিকতা
উঃ (ক) বস্তু
প্রঃ কেতিয়া জ্ঞান সম্ভৱ নহয় বুলি ভাববাদীসকলে বিশ্বাস কৰে?
(ক) বস্তুৰ বাহ্যিক অস্তিত্ব থাকিলে
(খ) মনৰ সহায় নাথাকিলে
(গ) আত্মাৰ অস্তিত্ব থাকিলে
(ঘ) বিজ্ঞানৰ সহায় নাথাকিলে
উঃ (খ) মনৰ সহায় নাথাকিলে
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কি ধৰণৰ?
উঃ বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব স্বতন্ত্র।
প্রঃ ভাৱবাদ অনুসৰি বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰশীল?
উঃ ভাৱবাদৰ মতে বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ কোনজন দার্শনিক ভাৱবাদৰ প্ৰৱৰ্তক বুলি জনা যায়?
উঃ গ্রীক দার্শনিক প্লেটো ভাৱবাদৰ প্ৰৱৰ্তক।
প্রঃ ভাৱবাদ কিমান প্ৰকাৰৰ?
উঃ ভাৱবাদ মূলত তিনিপ্ৰকাৰৰ।
প্ৰঃ ভাৱবাদ অনুসৰি মনৰ বাহিৰত বস্তুৰ কোনো অস্তিত্ব আছে নে নাই?
উঃ ভাৱবাদ অনুসৰি মনৰ বাহিৰত বস্তুৰ কোনো অস্তিত্ব নাই।
প্ৰঃ বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰ নকৰে?
উত্তৰঃ বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰ নকৰে।
প্রঃ বাস্তৱবাদত জ্ঞান আৰু জ্ঞেয়ৰ মাজত সম্পর্ক কেনে ধৰণৰ?
উঃ বাস্তববাদত জ্ঞান আৰু জ্ঞেয়ৰ সম্পর্ক বাহ্যিক।
প্ৰঃ বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কি ধৰণৰ?
উঃ বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব স্বতন্ত্র।
প্রঃ তলৰ কোনজন দার্শনিক বাস্তৱবাদৰ সমর্থক?
উঃ জন লক বাস্তৱবাদৰ সমৰ্থক।
প্রঃ কোন দার্শনিকজনৰ মতে বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল?
উঃ বার্কলিয়ে বস্তুৰ অস্তিত্ব মনৰ ওপৰত নির্ভৰশীল বুলি বিশ্বাস কৰে।
প্রঃ ভারবাদী মতবাদত কোনটো প্রধান সত্বা বুলি কোৱা হয়?
উঃ ভাৱবাদী মতবাদত আত্মাক প্রধান সত্বা বুলি গণ্য কৰা হয়।
প্রঃ বাস্তৱবাদৰ মতে বস্তুৰ অস্তিত্ব কি ধৰণৰ?
উঃ বাস্তৱবাদৰ মতে বস্তুৰ অস্তিত্ব মননিৰপেক্ষ।
প্রঃ কেতিয়াবা বাস্তৱবাদক কি নামেও কোৱা হয়?
উঃ বাস্তৱবাদক কেতিয়াবা বস্তুগত বাস্তববাদ বুলিও কোৱা হয়।
প্রঃ ভাৱবাদী মতবাদ অনুসৰি মানুহৰ অস্তিত্ব কি ধৰণৰ?
উঃ ভাৱবাদী মতবাদত মানুহৰ অস্তিত্ব আধ্যাত্মিক বুলি গণ্য কৰা হয়।
প্রঃ কোনজন দার্শনিক বস্তুৰ অস্তিত্বক প্রত্যাখ্যান কৰিছিল?
উঃ বার্কলিয়ে বস্তুৰ অস্তিত্বক প্রত্যাখ্যান কৰিছিল।
প্রঃ ভাৱবাদত বস্তুৰ অস্তিত্ব কেনেদৰে নিৰূপণ কৰা হয়?
উঃ ভাৱবাদত বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰূপিত হয়।
প্ৰঃ তলৰ কোনজন দার্শনিক ভাৱবাদৰ সমর্থক?
উঃ হেগেল ভাৱবাদৰ সমৰ্থক।
প্ৰঃ ভাৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰশীল?
উঃ ভাৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ ভাৱবাদত বস্তুতকৈ কাক অধিক গুৰুত্ব দিয়া হয়?
উঃ ভাৱবাদত মনক অধিক গুৰুত্ব দিয়া হয়।
প্রঃ কোনজন দার্শনিকৰ মতে আত্মাই পৰম সত্তা?
উঃ প্লেটোৰ মতে আত্মাই পৰম সত্তা।
প্রঃ ভাৱবাদত ক’ৰ পৰা আৰম্ভ হোৱা জগতক মানি লোৱা হয়?
উঃ ভাৱবাদত মনৰ পৰা আৰম্ভ হোৱা জগতক মানি লোৱা হয়।
প্রঃ বাস্তৱবাদৰ মতে বস্তুৰ অস্তিত্ব কেনেদৰে বিবেচিত হয়?
উঃ বাস্তৱবাদৰ মতে বস্তুৰ অস্তিত্ব মননিৰপেক্ষ হিচাপে বিবেচিত হয়।
প্ৰঃ ভাৱবাদে বস্তুৰ বাহ্যিক অস্তিত্বক স্বীকাৰ কৰে নে কৰে?
উত্তৰঃ ভাৱবাদে বস্তুৰ বাহ্যিক অস্তিত্বক স্বীকাৰ নকৰে।
প্রঃ কোনজন দার্শনিকে বস্তুৰ বাহ্যিক অস্তিত্ব আছে বুলি কয়?
উঃ জন লকে বস্তুৰ বাহ্যিক অস্তিত্ব আছে বুলি কয়।
প্ৰঃ ভাৱবাদৰ মতে ঈশ্বৰ কেনেকুৱা সত্বা?
উঃ ভাৱবাদৰ মতে ঈশ্বৰে পৰম সত্বা।
প্রঃ কোনটো মতবাদত বস্তুৰ অস্তিত্বক মনৰ ওপৰত নিৰ্ভৰশীল বুলি ধৰা হয়?
উঃ ভাৱবাদত বস্তুৰ অস্তিত্বক মনৰ ওপৰত নিৰ্ভৰশীল বুলি ধৰা হয়।
প্রঃ কোনজন দার্শনিক ভাৱবাদৰ মূলপ্ৰৱৰ্তক বুলি জনা যায়?
উঃ প্লেটো ভাৱবাদৰ মূলপ্ৰৱৰ্তক।
প্রঃ কোনজন দার্শনিকৰ মতে বস্তুৰ অস্তিত্ব স্বতন্ত্র?
উঃ জন লকে বস্তুৰ অস্তিত্ব স্বতন্ত্র বুলি বিশ্বাস কৰে।
প্রঃ কোনজন দার্শনিকে বস্তুৰ বাহ্যিক জগতক গুৰুত্ব আৰোপ কবে?
উঃ জন লকে বস্তুৰ বাহ্যিক জগতক গুৰুত্ব আৰোপ কৰে।
প্রঃ বাস্তৱবাদ আৰু ভাৱবাদৰ পাৰ্থক্য কি?
উঃ বাস্তৱবাদ বস্তুৰ স্বতন্ত্র অস্তিত্ব বিশ্বাস কৰে, আৰু ভাৱবাদ মনৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ কোনজন দার্শনিকে বস্তুৰ স্বতন্ত্র অস্তিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে?
উঃ জন লকে বস্তুৰ স্বতন্ত্র অস্তিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
প্রঃ বাস্তৱবাদ কিমান প্ৰকাৰৰ?
উঃ বাস্তৱবাদ চাৰি প্ৰকাৰৰ।
প্রঃ ভাৱবাদে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰশীল বুলি কয়?
উঃ ভাৱবাদে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল বুলি কয়।
প্ৰঃ ভাৱবাদত বস্তুৰ বাহ্যিক অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰশীল বুলি কোৱা হৈছে?
উঃ ভাৱবাদত বস্তুৰ বাহ্যিক অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল বুলি কোৱা হৈছে।
প্রঃ কোনজন দার্শনিকজনে বস্তুৰ বাহ্যিক জগতক এক স্বতন্ত্র অস্তিত্ব হিচাপে গণ্য কৰে?
উঃ জন লকে বস্তুৰ বাহ্যিক জগতক এক স্বতন্ত্র অস্তিত্ব হিচাপে গণ্য কৰে।
👉 Read Also:
