Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Logic & Philosophy MCQ Chapter 7 জ্ঞান উৎপত্তি সম্পর্কীয় 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক Class 11 Logic & Philosophy MCQ Chapter 7 জ্ঞান উৎপত্তি সম্পর্কীয় (তর্কবিজ্ঞান) বিষয়ৰ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। 100% Common.

Class 11 Logic & Philosophy MCQ Chapter 7 জ্ঞান উৎপত্তি সম্পর্কীয়

দ্বিতীয় খণ্ড

অধ্যায়-7

জ্ঞান উৎপত্তি সম্পর্কীয়

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

👉 Read Also:

প্রঃ অভিজ্ঞতাবাদী দার্শনিকসকলৰ মতে জ্ঞানৰ একমাত্র উৎস কি?
(ক) ইন্দ্রিয় অভিজ্ঞতা
(খ) বুদ্ধি
(গ) অন্তৰ্জাত ধাৰণা
(ঘ) অনুভৱ
উঃ (ক) ইন্দ্রিয় অভিজ্ঞতা
কি? প্রঃ বুদ্ধিবাদী দার্শনিকসকলৰ মতে জ্ঞানৰ উৎস
(ক) অভিজ্ঞতা
(খ) বুদ্ধি
(গ) অনুভব
(ঘ) প্রত্যক্ষ
উঃ (খ) বুদ্ধি
প্রঃ ডেকাৰ্ট কোন দৰ্শনৰ লগত জড়িত?
(ক) অভিজ্ঞতাবাদ
(খ) বুদ্ধিবাদ
(গ) বস্তুবাদ
(ঘ) নিগমনবাদ
উঃ (খ) বুদ্ধিবাদ
প্রঃ বার্কলেৰ মতে অস্তিত্ব নিৰ্ভৰ কৰে কেনেকৈ?
(ক) অভিজ্ঞতাত
(খ) অনুভবত
(গ) বুদ্ধিত
(ঘ) প্রত্যক্ষত
উঃ (ঘ) প্রত্যক্ষত
প্রঃ জ্ঞানৰ একমাত্র উৎস হিচাপে অভিজ্ঞতা কোন দৰ্শনত উল্লেখ কৰা হৈছে?
(ক) বুদ্ধিবাদ
(খ) অভিজ্ঞতাবাদ
(গ) বস্তুবাদ
(ঘ) নিগমনবাদ
উঃ (খ) অভিজ্ঞতাবাদ
প্রঃ ‘জন্মৰ সময়ত মন এখিলা অলিখিত কাগজৰ দৰে থাকে’ এই কথাষাৰ কোনে কৈছিল?
(ক) জন লক
(খ) ডেকার্ট
(গ) স্পীনোজো
(ঘ) লাইবনিজ

উঃ (ক) জন লক
প্রঃ ‘অন্তৰ্জাত ধাৰণা’ৰ অস্তিত্বক খণ্ডন কৰিছে কোনে?
(ক) ডেকার্ট
(খ) স্পীনোজো
(গ) জন লক
(ঘ) বার্কলে
উঃ (গ) জন লক
প্ৰঃ বুদ্ধিবাদী মতবাদৰ মতে মনৰ ভূমিকা কি?
(ক) নিষ্ক্রিয়
(খ) সক্রিয়
(গ) অনুভূমিক
(ঘ) স্থিৰ
উঃ (খ) সক্রিয়
প্রঃ ‘Esse est percipi’ কোন দৰ্শনৰ অন্তৰ্গত?
(ক) বুদ্ধিবাদ
(খ) অভিজ্ঞতাবাদ
(গ) বস্তুবাদ
(ঘ) নিগমনবাদ
উঃ (খ) অভিজ্ঞতাবাদ
প্রঃ কাক আধুনিক পাশ্চাত্য দর্শনৰ জনক বুলি কোৱা হয়?
(ক) ডেকার্ট
(খ) জন লক
(গ) হিউম
(ঘ) ছক্রেটিছ
উঃ (ক) ডেকার্ট
প্রঃ ‘পূর্বতে ইন্দ্রিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে’ এই উক্তি কাৰ?
(ক) ডেকার্ট
(খ) জন লক
(গ) স্পীনোজো
(ঘ) বার্কলে
উঃ (খ) জন লক
প্রঃ ‘প্রমা’ৰ অৰ্থ কি?
(ক) সত্য
(খ) সম্পূর্ণ জ্ঞান
(গ) যথার্থ জ্ঞান
(ঘ) অভ্রান্ত জ্ঞান
উঃ (গ) যথার্থ জ্ঞান
প্ৰঃ পৰাৰ্থানুমানৰ কেইটা অবয়ব থাকে?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) ছয়টা
উঃ (গ) পাঁচটা
প্রঃ নিচিনা ভাবে কৰা অনুমানক কি বোলে?
(ক) স্বার্থানুমান
(খ) পৰার্থানুমান

(গ) নিগমন পদ্ধতি
(ঘ) অভিজ্ঞতা
উঃ (ক) স্বার্থানুমান
প্ৰঃ বুদ্ধিবাদীসকলৰ মতে মনৰ জ্ঞানৰ উৎস কি?
(ক) ইন্দ্রিয়
(খ) বুদ্ধি
(গ) অন্তর্জাত ধাৰণা
(ঘ) অনুভূতি
উঃ (গ) অন্তর্জাত ধাৰণা
প্রঃ ‘নিগমন পদ্ধতি’ৰ লগত কোন দর্শন জড়িত?
(ক) বুদ্ধিবাদ
(খ) অভিজ্ঞতাবাদ
(গ) বস্তুবাদ
(ঘ) মাত্রাবাদ
উঃ (ক) বুদ্ধিবাদ
প্রঃ অভিজ্ঞতাবাদীসকলে অন্তৰ্জাত ধাৰণাক কেনেকৈ বিবেচনা কৰে?
(ক) নিশ্চয়
(খ) সন্দেহাত্মক
(গ) স্বতঃসিদ্ধ
(ঘ) সঠিক
উঃ (খ) সন্দেহাত্মক
প্রঃ কোন দর্শন অনুসৰি মন নিষ্ক্রিয়?
(ক) অভিজ্ঞতাবাদ
(খ) বুদ্ধিবাদ
(গ) বস্তুবাদ
(ঘ) পৰমাণুবাদ
উঃ (ক) অভিজ্ঞতাবাদ
প্রঃ ভাৰতীয় দর্শনত কিমান বিধ প্ৰমাণৰ উল্লেখ আছে?
(ক) পাঁচ
(গ) চাৰি
(খ) ছয়
(ঘ) তিন
উঃ (খ) ছয়
প্রঃ কোন দর্শন মতে জ্ঞান অভিজ্ঞতাপ্রসূতহে?
(ক) বুদ্ধিবাদ
(খ) বস্তুবাদ
(গ) অভিজ্ঞতাবাদ
(ঘ) নিগমনবাদ
উঃ (গ) অভিজ্ঞতাবাদ
প্রঃ ভাৰতীয় দর্শনত যথার্থ জ্ঞানক কি বোলে?
(ক) প্রমা
(খ) জ্ঞান
(গ) সত্য
(ঘ) পৰম
উঃ (ক) প্রমা
প্রঃ চার্বাক দর্শনে কোনটো প্রমাণক একমাত্র উৎস ৰূপে গ্ৰহণ কৰে?

(ক) অনুমান
(খ) ইন্দ্রিয়
(গ) অনুভৱ
(ঘ) প্রত্যক্ষ
উঃ (ঘ) প্রত্যক্ষ
প্ৰঃ স্বতঃসিদ্ধ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে কোনটো দর্শন?
(ক) বুদ্ধিবাদ
(খ) অভিজ্ঞতাবাদ
(গ) বস্তুবাদ
(ঘ) নীতিবাদ
উঃ (ক) বুদ্ধিবাদ
প্রঃ লক আৰু বার্কলি কোন দৰ্শনৰ লগত জড়িত?
(ক) অভিজ্ঞতাবাদ
(খ) বুদ্ধিবাদ
(গ) বস্তুবাদ
(ঘ) চার্বাক
উঃ (ক) অভিজ্ঞতাবাদ
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ অভিজ্ঞতাবাদীসকলৰ মতে জ্ঞানৰ উৎস কি?
উঃ অভিজ্ঞতা।
প্ৰঃ বুদ্ধিবাদীসকলৰ মতে জ্ঞানৰ উৎস কি?
উঃ বুদ্ধি।
প্রঃ ডেকার্ট কোন দৰ্শনৰ লগত জড়িত?
উঃ বুদ্ধিবাদ।
কৰে? প্রঃ বার্কলেৰ মতে অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰ
উঃ প্ৰত্যক্ষৰ ওপৰত।
প্রঃ জ্ঞানৰ একমাত্র উৎস হিচাপে অভিজ্ঞতাক ক’ত উল্লেখ কৰা হৈছে?
উঃ অভিজ্ঞতাবাদত।
প্রঃ “জন্মৰ সময়ত মন এখিলা অলিখিত কাগজৰ দৰে থাকে” কোনে কৈছিল?
উঃ জন লকে।
প্ৰঃ ‘অন্তৰ্জাত ধাৰণা’ৰ অস্তিত্বক কোনে খণ্ডন কৰিছে?
উঃ জন লকে।
প্ৰঃ বুদ্ধিবাদী মতবাদৰ মতে মনৰ ভূমিকা কি?

উঃ সক্রিয়।
প্রঃ “Esse est percipi” কোন দর্শনত আছে?
উঃ অভিজ্ঞতাবাদত।
প্রঃ আধুনিক পাশ্চাত্য দৰ্শনৰ জনক কোন?
উঃ ডেকার্ট।
প্রঃ “পূর্বতে ইন্দ্রিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে” কোনে কৈছিল?
উঃ জন লকে।
প্ৰঃ “প্রমা”ৰ অৰ্থ কি?
উঃ যথার্থ জ্ঞান।
প্রঃ পৰাৰ্থানুমানৰ কিমানটা অবয়ব থাকে?
উঃ পাঁচটা।
প্রঃ নিগমন পদ্ধতিৰ লগত কোন দর্শন জড়িত?
উঃ বুদ্ধিবাদ।
প্রঃ “জ্ঞান অভিজ্ঞতা প্রসূতহে” এই মতবাদৰ নাম কি?
উঃ অভিজ্ঞতাবাদ।
প্রঃ ভাৰতীয় দর্শনত যথার্থ জ্ঞানক কি বোলে?
উঃ প্রমা।
প্রঃ চার্বাক দর্শনে কোনটো প্রমাণক একমাত্র উৎস ৰূপে গ্ৰহণ কৰে?
উঃ প্রত্যক্ষ।
প্ৰঃ স্বতঃসিদ্ধ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল দর্শন কোনটো?
উঃ বুদ্ধিবাদ।
প্রঃ অভিজ্ঞতাবাদী মতবাদত অন্তৰ্জাত ধাৰণাৰ বিষয়ে কি কৈছে?
উঃ সন্দেহ প্রকাশ কৰিছে।
প্রঃ ভাৰতীয় দর্শনত কিমান বিধ প্ৰমাণৰ উল্লেখ আছে?
উঃ ছয় বিধ।
প্রঃ স্বার্থানুমান কি?
উঃ নিজে উপলব্ধিৰ বাবে কৰা অনুমান।
প্রঃ ভাৰতীয় দৰ্শনত প্ৰমাণৰ অৰ্থ কি?

উঃ অভ্রান্ত জ্ঞানৰ উপায়।
প্রঃ পৰাৰ্থানুমানত কেইটা অবয়ব থাকে?
উঃ পাঁচটা অবয়ব।
প্রঃ বুদ্ধিবাদীসকলৰ মতে মন সক্রিয় নে নিষ্ক্রিয়?
উঃ সক্রিয়।
প্রঃ মনক নিষ্ক্রিয় বুলি কোন দর্শন ভাবে?
উঃ অভিজ্ঞতাবাদ।
প্রঃ “অন্তৰ্জাত ধাৰণা” কোন দর্শনত উল্লেখ পাইছো?
উঃ বুদ্ধিবাদ।
প্রঃ ‘মানবীয় বুদ্ধি বিষয়ক প্রবন্ধ’ গ্ৰন্থখনৰ লেখক কোন?
উঃ জন লক।
কি? প্রঃ জ্ঞান উৎপত্তি সম্পৰ্কত ডেভিড হিউমৰ মত
উঃ জ্ঞান সম্পূর্ণভাবে অভিজ্ঞতালব্ধ।
প্রঃ প্রত্যক্ষক কি বোলা হয় ভাৰতীয় দর্শনত?
উঃ প্রমা।
প্রঃ অনুমান প্ৰমাণৰ ভিত্তি কি?
উঃ প্রত্যক্ষ।
প্ৰঃ লৌকিক প্ৰত্যক্ষৰ অৰ্থ কি?
উঃ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ সংযোগ।
প্রঃ অন্তর্জাত ধাৰণাবোৰ ক’ত থাকে?
উঃ মনত।
প্রঃ অভিজ্ঞতাবাদ মতে জ্ঞান কি প্ৰকাৰৰ?
উঃ অভিজ্ঞতাপ্রসূত।
প্রঃ প্রত্যক্ষ জ্ঞান কোন দর্শনত একমাত্র প্রমাণ হিচাপে গ্রহণ কৰিছে?
উঃ চার্বাক দর্শন।
প্রঃ ন্যায় দর্শনে কিমান বিধ প্রমাণত বিশ্বাস কৰে?
উঃ চাৰি বিধ।
প্রঃ অৱধাৰণা কি?

উঃ অনুমানৰ সিদ্ধান্ত।
প্রঃ লকক অভিজ্ঞতাবাদৰ কি উপাধি দিয়া হয়?
উঃ অভিজ্ঞতাবাদৰ পৃষ্ঠপোষক।
প্রঃ জন লকে অন্তর্জাত ধাৰণাৰ অস্তিত্ব কিয় অস্বীকাৰ কৰিছিল?
উঃ অভিজ্ঞতালব্ধ জ্ঞানকেই সত্য বুলি বিশ্বাস কৰে।
প্রঃ পৰাৰ্থানুমানৰ প্ৰথম অবয়ব কি?
উঃ প্রতিজ্ঞা।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment