Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Logic & Philosophy MCQ Chapter 5 দর্শন 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক Class 11 Logic & Philosophy MCQ Chapter 5 দর্শন (তর্কবিজ্ঞান) বিষয়ৰ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। 100% Common.

Class 11 Logic & Philosophy MCQ Chapter 5 দর্শন

দ্বিতীয় খণ্ড

অধ্যায়-5

দর্শন

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

👉 Read Also:

প্রঃ ইংৰাজী ‘Philosophy’ শব্দটো দুটা গ্রীক শব্দৰ পৰা উদ্ভৱ হৈছে, শব্দ দুটা কি কি?
(ক) Episteme আৰু Logos
(খ) Philos আৰু Sophia
(গ) Metaphysics আৰু Episteme
(ঘ) Logos আৰু Science
উঃ (খ) Philos আৰু Sophia
প্রঃ জ্ঞানবিদ্যাৰ ইংৰাজী প্রতিশব্দ
‘Epistemology’ৰ উদ্ভৱ দুটা গ্রীক শব্দৰ পৰা হৈছে, শব্দ দুটা কি কি?
(ক) Philos আৰু Sophia
(খ) Episteme আৰু Logos
(গ) Metaphysics আৰু Logos
(ঘ) Episteme আৰু Sophia
উঃ (খ) Episteme আৰু Logos
প্রঃ জন ল’ক (John Locke) ৰ জ্ঞান সম্পর্কীয় গ্ৰন্থখনৰ নাম কি?
(ক) Critique of Pure Reason
(খ) An Essay Concerning Human Understanding
(গ) The Republic
(ঘ) Phenomenology of Spirit

উঃ (খ) An Essay Concerning Human Understanding
প্রঃ ‘Critique of Pure Reason’ নামৰ গ্ৰন্থখনৰ লিখক কোন?
(ক) John Locke
(খ) Immanuel Kant
(গ) Plato
(ঘ) Aristotle
উঃ (খ) Immanuel Kant
প্রঃ দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক কোনে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে?
(ক) অধ্যাপক ওৱেবাৰ
(খ) John Locke
(গ) Immanuel Kant
(ঘ) Plato
উঃ (ক) অধ্যাপক ওৱেবাৰ
প্ৰঃ অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ কি?
(ক) Philosophy
(খ) Epistemology
(গ) Metaphysics
(ঘ) Logic
উঃ (গ) Metaphysics
প্রঃ গ্রীক দার্শনিক প্লেটোৰ মতে দৰ্শন আৰু তত্ত্ববিদ্যাৰ মাজত কোনো পার্থক্য আছে নে?
(ক) আছে
(খ) নাই
(গ) সন্দেহজনক
(ঘ) অনিশ্চিত
উঃ (খ) নাই
প্রঃ ইমানুৱেল কান্টৰ পৰিচয় কি?
(ক) ফ্ৰান্সৰ দাৰ্শনিক
(খ) জার্মান দার্শনিক
(গ) আমেৰিকাৰ দার্শনিক
(ঘ) ব্রিটিছ দার্শনিক
উঃ (খ) জার্মান দার্শনিক
প্রঃ জন ল’ক কোন দেশৰ দার্শনিক আছিল?
(ক) জার্মানী
(খ) গ্রীচ
(গ) ব্রিটেইন
(ঘ) ফ্রান্স
প্রঃ (গ) ব্রিটেইন
প্রঃ বিজ্ঞানে সমগ্র বিশ্বজগতৰ সামগ্রিক জ্ঞান দিয়ে নে?
(ক) দিয়ে
(খ) নিদিয়ে

(গ) আংশিক দিয়ে
(ঘ) সঠিক তথ্য নাই
উঃ (খ) নিদিয়ে
প্রঃ তকীয় প্রত্যক্ষবাদী দার্শনিকসকলে তত্ত্ববিদ্যাক কিদৰে অভিহিত কৰিছে?
(ক) মূল্যবান
(খ) নিৰৰ্থক আৰু অবান্তৰ চিন্তা
(গ) সার্থক
(ঘ) যুক্তিসঙ্গত
উঃ (খ) নিৰৰ্থক আৰু অবান্তৰ চিন্তা
প্রঃ দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস, সীমা আদিৰ আলোচনা কৰে তাক কি বোলে?
(ক) তত্ত্ববিদ্যা
(খ) জ্ঞানবিদ্যা
(গ) যুক্তিবিজ্ঞান
(ঘ) মূল্যবিজ্ঞান
উঃ (খ) জ্ঞানবিদ্যা
প্রঃ বিজ্ঞানে কোন পদ্ধতি ব্যৱহাৰ কৰে?
(ক) নিগমনাত্মক
(খ) আগমনাত্মক
(গ) দ্বৈত
(ঘ) পৰীক্ষণমূলক
উঃ (খ) আগমনাত্মক
প্রঃ দর্শনে কোন পদ্ধতিৰে সত্য অন্বেষণ কৰে?
(ক) নিগমনাত্মক
(খ) আগমনাত্মক আৰু নিগমনাত্মক
(গ) সংকলনাত্মক
(ঘ) কার্যপ্রণালীমূলক
উঃ (খ) আগমনাত্মক আৰু নিগমনাত্মক
প্রঃ দর্শন আৰু বিজ্ঞান দুয়োটাই কিদৰে সত্য অনুসন্ধান কৰে?
(ক) যুক্তি আৰু পৰীক্ষণ
(খ) মনৰ আৱেগ
(গ) কল্পনা আৰু অনুভর
(ঘ) অনুমান আৰু পৃষ্ঠভূমি
উঃ (ক) যুক্তি আৰু পৰীক্ষণ
প্রঃ তত্ত্ববিদ্যা দর্শনৰ কোনটো দিশৰ ওপৰত জোৰ দিয়ে?
(ক) বাহ্যিক ৰূপ
(খ) অন্তর্দৃষ্টিৰ বিষয়

(গ) অনুভূতিসমূহ
(ঘ) সাম্প্রতিক সিদ্ধান্ত
উঃ (খ) অন্তর্দৃষ্টিৰ বিষয়
প্রঃ দৰ্শনৰ অধ্যয়ন কি ধৰণৰ?
(ক) বিশ্লেষণাত্মক
(খ) সংকলনাত্মক
(গ) অন্তর্দৃষ্টিমূলক
(ঘ) যুক্তিনিৰ্ভৰ
উঃ (খ) সংকলনাত্মক
প্রঃ বিজ্ঞানৰ অধ্যয়ন কি ধৰণৰ?
(ক) বিশ্লেষণাত্মক
(খ) সংগ্রহমূলক
(গ) অন্তর্দৃষ্টিমূলক
(ঘ) সহায়ক
উঃ (ক) বিশ্লেষণাত্মক
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ প্লেটো কোন দার্শনিকৰ শিষ্য আছিল?
উঃ চক্রেটিছৰ শিষ্য আছিল।
প্রঃ এৰিষ্টটলৰ মতে দর্শনৰ উদ্দেশ্য কি?
উঃ সত্যৰ সন্ধান কৰাই দৰ্শনৰ উদ্দেশ্য।
প্রঃ চক্ৰেটিছৰ শিক্ষা পদ্ধতিৰ নাম কি?
উঃ চক্ৰেটিছৰ শিক্ষা পদ্ধতিৰ নাম ডায়ালে ‘কটিক পদ্ধতি।
প্রঃ দর্শন কি আলোচনা কৰে?
কৰে। উঃ দর্শনে বিশ্ব আৰু জীৱনৰ প্রকৃতি আলোচনা
প্রঃ কার্ল মাক্সে কোনটো তত্ত্ব প্রচলন কৰিছিল?
উঃ সমাজবাদ তত্ত্ব প্রচলন কৰিছিল।
প্ৰঃ ফ্রান্সিছ বেকনৰ যুক্তি-পদ্ধতিৰ নাম কি?
উঃ বেকনৰ যুক্তি-পদ্ধতিৰ নাম নিগমন পদ্ধতি।
প্রঃ চক্রেটিছে ক’ত শিক্ষা লাভ কৰিছিল?
উঃ চক্রেটিছে এথেন্সত শিক্ষা লাভ কৰিছিল।
প্রঃফ্রান্সিছ বেকন কোন দেশৰ দাৰ্শনিক আছিল?
উঃ ফ্রান্সিছ বেকন ইংলেণ্ডৰ দার্শনিক আছিল।
প্রঃ চক্ৰেটিছৰ শিষ্যৰ নাম কি?
উঃ চক্ৰেটিছৰ শিষ্যৰ নাম প্লেটো।
প্ৰঃ প্লেটোৰ দৰ্শনৰ মূল বিষয় কি?
উঃ প্লেটোৰ দৰ্শনৰ মূল বিষয় আদর্শ তত্ত্ব।

প্রঃ এৰিষ্টটলৰ জন্মস্থান কি?
উঃ এৰষ্টটলৰ জন্মস্থান মেছিডনিয়া।
প্রঃ জ্ঞানবিদ্যা কি বিষয়ে আলোচনা কৰে?
কৰে। উঃ জ্ঞানবিদ্যা জ্ঞানৰ উৎস আৰু সীমা আলোচনা
প্ৰঃ চক্ৰেটিছে কি ধৰণৰ শিক্ষা দিছিল?
উঃ সক্রেটিছে যুক্তিৰ ওপৰত ভিত্তি কৰি শিক্ষা দিছিল।
যায়? প্রঃ কোন দার্শনিকক যুক্তিবাদৰ পিতা বুলি জনা
যায়। উঃ ৰেনে ডেকাৰ্টক যুক্তিবাদৰ পিতা বুলি জনা
প্রঃ প্লটোৰ বিখ্যাত শিক্ষাৰন্থৰ নাম কি?
উঃ প্লেটোৰ বিখ্যাত শিক্ষাৰন্থৰ নাম ‘দ্যা ৰিপাব্লিক’।
প্রঃ চক্রেটিছে কি কথা বিশ্বাস কৰিছিল?
উঃ চক্ৰেটিছে আত্মৰ অমৰত্বত বিশ্বাস কৰিছিল।
প্রঃ এৰিষ্টটলে কি বিষয়ত শিক্ষা দিছিল?
উঃ এৰিষ্টটলে নীতি আৰু বিজ্ঞানত শিক্ষা দিছিল।
প্রঃ চক্রেটিছে কোন বিষয়ে সঁচা বুলি বিশ্বাস কৰিছিল?
উঃ চক্রেটিছে আদৰ্শৰ ওপৰত ভিত্তি কৰি সঁচা বুলি বিশ্বাস কৰিছিল।
প্রঃ প্লেটোৰ আদৰ্শত কি দৰ্শনৰ মূল বুলি গণ্য কৰা হয়?
উঃ প্লেটোৰ আদৰ্শত নীতি-দৰ্শনৰ মূল বুলি গণ্য কৰা হয়।
প্রঃ ইমানুৱেল কান্টৰ দৰ্শনৰ মূল বক্তব্য কি?
উঃ অভিজ্ঞতাৰ তত্ত্বই ইমানুৱেল কান্টৰ দৰ্শনৰ মূল বক্তব্য।
প্রঃ এৰিষ্টটলে বিশ্বক কেনেকৈ ভাঙনি কৰিছিল?
উঃ এৰিষ্টটলে বিশ্বক উপাদানত ভাঙি দিছিল।
প্ৰঃ চক্ৰেটিছৰ মৃত্যুৰ কাৰণ কি আছিল?

উঃ চক্ৰেটিছৰ মৃত্যুৰ কাৰণ হেমলক বিষপান।
প্ৰঃ প্লেটোৰ মতে সমাজৰ উত্তম শ্রেণী কোন?
উঃ প্লেটোৰ মতে দার্শনিকৰ শ্ৰেণী সমাজৰ উত্তম।
প্রঃ জ্ঞানবিদ্যা কোন প্রকৃতিৰ বিষয় আলোচনা কৰে?
উঃ জ্ঞানবিদ্যা বিশ্ব আৰু জীৱনৰ প্ৰকৃতি আলোচনা কৰে।
প্রঃ চক্রেটিছে কি শিক্ষা পদ্ধতিৰ প্ৰয়োগ কৰিছিল?
উঃ চক্রেটিছে ডায়ালে’কটিক পদ্ধতিৰ প্ৰয়োগ কৰিছিল।
প্ৰঃ প্লেটোৰ মতে নীতিৰ মূল কথা কি?
উঃ প্লেটোৰ মতে নীতিৰ মূল কথা আদর্শ তত্ত্ব।
প্রঃ চক্ৰেটিছে কিমানবাৰ বিয়া কৰিছিল?
উঃ চক্রেটিছে দুবাৰ বিয়া কৰিছিল।
প্রঃ চক্ৰেটিছৰ মতে জীৱনৰ উদ্দেশ্য কি?
উঃ জীৱনৰ উদ্দেশ্য মানৱ কল্যাণ।
প্রঃ চক্ৰেটিছ নিজৰ কোনজন শিষ্যক শ্রেষ্ঠ বুলি মানিছিল?
উঃ চক্রেটিছে প্লেটোক শ্রেষ্ঠ বুলি মানিছিল।
প্রঃ প্লেটোৰ মতে শিক্ষাৰ লক্ষ্য কি?
উঃ প্লেটোৰ মতে শিক্ষাৰ লক্ষ্য সত্যৰ অনুসন্ধান।
প্রঃ চক্রেটিছে কি দর্শনৰ মূল বুলি গণ্য কৰিছিল?
উঃ চক্রেটিছে যুক্তি-বিদ্যা দৰ্শনৰ মূল বুলি গণ্য কৰা হয়।
প্রঃ প্লেটোৰ মতে জ্ঞানৰ উৎস কি?
উঃ প্লেটোৰ মতে অভিজ্ঞতা আৰু ভাব জ্ঞানৰ উৎস।
প্রঃ এৰিষ্টটলে কি ধর্মৰ্মক সমাজৰ অন্যতম ভিত্তি বুলি গণ্য কৰিছিল?
উঃ এৰিষ্টটলে নীতি আৰু ন্যায়ক সমাজৰ ভিত্তি বুলি গণ্য কৰিছিল।

প্রঃ চক্রেটিছে কি মূল শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখিছিল?
উঃ চক্ৰেটিছে আত্মজ্ঞানৰ ওপৰত মূল লক্ষ্য ৰাখিছিল।
কি? প্ৰঃ প্লেটোৰ মতে পৃথিৱীৰ উৎপত্তিৰ মূল উপাদান
উঃ পৃথিৱীৰ উৎপত্তিৰ মূল উপাদান তত্ত্ব।
প্রঃ চক্ৰেটিছে কি ধৰণৰ জীৱন যাপন বিশ্বাস কৰিছিল?
উঃ চক্ৰেটিছে সাধাৰণ আৰু সৎ জীৱন-যাপনত বিশ্বাস কৰিছিল।
প্ৰঃ প্লেটোৰ মতে সত্যৰ লগত কি জড়িত?
উঃ প্লেটোৰ মতে সত্যৰ লগত জ্ঞান জড়িত।
প্রঃ চক্রেটিছে ক’ত শিক্ষা লাভ কৰিছিল?
উঃ চক্রেটিছে এথেন্সত শিক্ষা লাভ কৰিছিল।
প্রঃ প্লেটোৰ মতে উত্তম নীতি কি?
উঃ প্লেটোৰ মতে উত্তম নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ়া।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment