Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক Class 11 History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য বুৰঞ্জী (ইতিহাস) বিষয়ৰ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

অধ্যায়-৭

পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ ১৪-১৫ শতিকাৰ সাংস্কৃতিক পৰিৱৰ্তনক কি বুলি কোৱা হৈছিল?

(ক) আধুনিক যুগ

(খ) পুনৰজন্ম

(গ) বেঁনেছা

(ঘ) শিল্প যুগ

উঃ (গ)

প্রঃ ফ্ল’ৰেন্সত বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

(ক) ১২৫০ খ্রী:

(খ) ১৩৪৯ খ্রী:

(গ) ১৪৫০ খ্রী:

(ঘ) ১৫৪৯ খ্রী:

উঃ (খ)

প্ৰঃ ইউৰোপৰ ‘নতুন যুগ’ কেতিয়াৰ পৰা আৰম্ভহৈছিল বুলি ধৰা হয়?

(ক) চতুৰ্থ শতিকাৰ পৰা

(খ) পঞ্চদশ শতিকাৰ পৰা

(গ) চতুৰ্দশ শতিকাৰ পৰা

(ঘ) সপ্তম শতিকাৰ পৰা

উঃ (গ)

প্রঃ The Last Supper ছবিখন কোনে আঁকিছিল?

(ক) মাইকেল এঞ্জেলো

(খ) ৰাফায়েল

(গ) লিওনার্ডো ডা ভিন্সি

(ঘ) দ্য ভিঞ্চিৰ কোড

উঃ (গ)

প্রঃ ‘আল্লাজেষ্ট’ নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন?

(ক) গ্যালিলিঅ’

(খ) টলেমি

(গ) কোপাৰনিকাচ

(ঘ) কেপলাৰ

উঃ (খ)

প্রঃ মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

(ক) দ্য ৰিপাব্লিক

(খ) দ্য প্রিন্স

(গ) আল্লাজেষ্ট

(ঘ) দ্য আদভাৰ্চাৰ

উঃ (খ)

প্রঃ যাজকসকলে কি বিক্ৰী কৰি পাপ ক্ষয় কৰাৰ ব্যৱস্থা কৰিছিল?

(ক) পাপমোচন পত্র

(খ) জীবনবীমা

(গ) পবিত্র কিতাপ

(ঘ) ধর্মগ্রন্থ

উঃ (ক) পাপমোচন পত্র

প্রঃ যীগুসমাজ কেতিয়া প্রতিষ্ঠা হৈছিল?

(ক) ১৫৪০ খ্রী:

(খ) ১৬৪০ খ্রী:

(গ) ১৪৩০ খ্রী:

(ঘ) ১৭৫০ খ্রী:

উঃ (ক)

প্ৰঃ পেৰিচৰ একাডেমী অৱ চায়েন্স কেতিয়া প্রতিষ্ঠা হৈছিল?

(ক) ১৫০০ খ্রী:

(খ) ১৬৭৩ খ্রী:

(গ) ১৭৪৫ খ্রী:

(ঘ) ১৮৪৫ খ্রী:

উঃ (খ)

প্রঃ জার্মানীত কৃষক বিদ্রোহ কেতিয়া হৈছিল?

(ক) ১৫২০ খ্রী:

(খ) ১৫২৫ খ্রী:

(গ) ১৫৩০ খ্রী:

(ঘ) ১৬০০ খ্রী:

উঃ (খ)

প্রঃ নতুন যুগৰ সূচনা ক’ত হৈছিল?

(ক) ফ্রান্সত

(খ) স্পেইনত

(গ) ইটালীত

(ঘ) জার্মানীত

উঃ (গ)

প্রঃ “মানৱতাবাদ” বুলিলে কি বুজা যায়?

(ক) গৌৰৱ আৰু পাপমোচন

(খ) মানুহৰ প্ৰতি প্রেম

(গ) বিজ্ঞান আৰু শৈক্ষিক চিন্তাধাৰা

(ঘ) পুৰোহিত আৰু ধৰ্মসেবা

উঃ (খ)

প্রঃ ক’ত বিদ্যা চৰ্চাৰ পোষা মেলিছিল?

(ক) ৰোমত

(খ) ফ্ল’ৰেন্সত

(গ) ভেনিচত

(ঘ) পেৰিছত

উঃ (খ)

প্রঃ গ্রীক বিজ্ঞান আৰু দৰ্শনৰ সংৰক্ষণ কাৰ কর্ম আছিল?

(ক) চীনৰ

(খ) আৰবসকলৰ

(গ) ৰোমানৰ

(ঘ) ভাৰতৰ

উঃ (খ)

প্রঃ কোপাৰনিকাচৰ মত কি আছিল?

(ক) পৃথিৱী স্থিৰ

(খ) সূর্য কেন্দ্রস্থ

(গ) পৃথিৱী কেন্দ্ৰস্থ

(ঘ) চন্দ্র কেন্দ্রস্থ

উঃ (খ) সূর্য কেন্দ্রস্থ

প্রঃ মার্টিন লুথাৰে কোন আন্দোলনৰ নেতৃত্ব দিছিল?

(ক) বেঁনেছা আন্দোলন

(খ) পুৰোহিত বিদ্রোহ

(গ) প্রটেষ্টান্ট আন্দোলন

(ঘ) শিক্ষাৰ আন্দোলন

উঃ (গ)

প্ৰঃ ‘পুনৰজন্ম’ শব্দৰ অৰ্থ কি?

(ক) নৱজীৱন

(খ) জন্মৰ পূৰ্ণতা

(গ) পুনৰ জন্ম

(ঘ) ভৱিষ্যত জীবন

উঃ (গ)

প্রঃ মাইকেল এঞ্জেলোৰ অন্যতম প্রসিদ্ধ চিত্র কোনটো?

(ক) মোনালিছা

(খ) দ্য লাস্ট সাপাৰ

(গ) চিষ্টাইন চেপেলৰ চিলিং

(ঘ) দ্য ৰিপাব্লিক

উঃ (গ)

প্রঃ “The Civilization of the Renaissance in Italy” নামৰ গ্ৰন্থখন প্রকাশ কৰা হৈছিল?

(ক) ১৪৫০ চনত।

(খ) ১৮২৬ চনত।

(গ) ১৮৩৪ চনত।

(ঘ) ১৮৬০ চনত।

উঃ (ঘ)

প্রঃ ‘The Prince’ নামৰ পুথিখন কোনে লিখিছিল?

(ক) মেকীয়াভেলিয়ে

(খ) কলম্বাচে।

(গ) মার্কব্লকে

(ঘ) স্পেইনে।

উঃ (ক)

প্রঃ পণ্ডিতসকলৰ মতে আধুনিক যুগ কেতিয়াৰ পৰা আৰম্ভ হয়?

(ক) ষোল্ল শতিকাৰ পৰা।

(খ) পোন্ধৰ শতিকাৰ পৰা।

(গ) প্রথম শতিকাৰ পৰা।

(ঘ) তৃতীয় শতিকাৰ পৰা।

উঃ (খ)

প্রঃ তুর্কীসকলে কেতিয়া কনষ্টান্টিনোপল অধিকাৰ কৰিছিল?

(ক) ১৫৬৪ চনত

(খ) ১৫১৩ চনত

(গ) ১৪৫৩ চনত

(ঘ) ১৪১২ চনত

উঃ (গ)

প্ৰঃ ৰোমত সমতাৰ অধিকাৰী আছিল-

(ক) গিয়ভানিপিকোড

(খ) মেকীয়ভেলি

(গ) মার্টিন

(ঘ) পোপ

উঃ (ঘ)

প্রঃ ‘অল দা ডিগনিটি অৱ মেন’ নামৰ পুথিখনৰ ৰচক আছিল-

(ক) জোহান্স শুটেনবার্গ

(খ) গিয়ভানিপিকোড

(গ) ইবনচিনা

(ঘ) এলৰাজ

উঃ (খ)

প্ৰঃ আৰবী ভাষাত এৰিষ্টটলক কি বুলি কোৱা হৈছিল?

(ক) ইৰিষ্টু

(খ) আবিষ্টু।

(গ) আঙুৰ

(ঘ) বিষ্টু

উঃ (খ)

প্রঃ গিঅট আছিল-

(ক) এগৰাকী সফল শিল্পী।

(খ) এগৰাকী সফল নাট্যকাৰ।

(গ) এগৰাকী সফল কবি।

(ঘ) এগৰাকী সফল চিত্রশিল্পী।

উঃ (ক)

প্রঃ ‘মধ্যযুগ’ বুলিলে কোনখিনি সময়ক কোৱা হয়?

(ক) পঞ্চমৰ পৰা চতুৰ্দ্দশ শতিকাৰ মাজৰ।

(খ) ষষ্ঠৰ পৰা উনৈশ শতিকাৰ মাজৰ

(গ) বাৰৰ পৰা ওঠৰশ শতিকাৰ মাজৰ

(ঘ) চৈধ্যৰ পৰা তৃতীয়শ শতিকাৰ মাজৰ

উঃ (ক) পঞ্চমৰ পৰা চতুৰ্দ্দশ শতিকাৰ মাজৰ

প্রঃ ইবনচিনা আছিল-

(ক) এগৰাকী চিকিৎসক

(খ) এগৰাকী চিত্রশিল্পী

(গ) এগৰাকী শিক্ষক

(ঘ) এগৰাকী কবি

উঃ (ক)

প্রঃ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘুৰে বুলি প্রথমে কোনে প্রমাণ কৰিছিল-

(ক) বিখ্যাত গেলিলিঅ’ই

(খ) বিখ্যাত আইজাক নিউটন

(গ) বিখ্যাত গ্রামবেল

(ঘ) বিখ্যাত ইবনচিনা

উঃ (ক)

প্রঃ ছপাযন্ত্ৰৰ সহায়ত প্ৰকাশ কৰা পুথিখনৰ নাম হ’ল-

(ক) কোৰান

(খ) বাইবেল

(গ) পুৰাণ

(ঘ) ওপৰৰ আটাইকেইটা

উঃ (খ)

প্রঃ এজন বুদ্ধিজীৱীৰ নাম লিখা- যিজনে দেখুৱাইছিল যে জ্ঞান বিশ্বাসৰ পৰা পৃথক-

(ক) গেলিলিও

(খ) ইচাবেলা

(গ) প্লেটো

(ঘ) পেট্রার্ক

উঃ (গ)

প্রঃ ফ্ল’ৰেন্সত বিশ্ববিদ্যালয় স্থাপন হৈছিল-

(ক) ১৩৯০ চনত

(খ) ১৪৯২ চনত

(গ) ১৩৪৯ চনত

(ঘ) ১৫১২ চনত

উঃ (গ)

প্রঃ কলম্বাচে কিমান চনত আমেৰিকাত ভৰি দিয়ে-

(ক) ১৪৯৫ চনত

(খ) ১৫১২ চনত

(গ) ১৪৯২ চনত

(ঘ) ১৩০০ চনত

উঃ (গ)

প্রঃ জিওফ্রে চচাৰৰ ‘Canterbury Tales’ প্রকাশ পাইছিল-

(ক) ১৬১৮ চনত

(খ) ১৫১৩ চনত

(গ) ১৩৯০ চনত

(ঘ) ১৩৪১ চনত

উঃ (গ)

প্রঃ পাদুৱা আৰু বলগ্নাত বিশ্ব বিদ্যালয় আইন কেন্দ্র কেতিয়া স্থাপিত হৈছিল?

(ক) একাদশ শতিকাত

(খ) দ্বাদশ শতিকাত

(গ) ষষ্ঠ শতিকাত

(ঘ) সাতারন শতিকাত

উঃ (ক)

প্রঃ আধুনিক যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়?

(ক) ১৮ শতিকাত

(খ) ১৬ শতিকাত

(গ) ১৫ শতিকাত

(ঘ) ১৯ শতিকাত

উঃ (গ)

প্রঃ মধ্যযুগ বুলিলে কোনটো যুগক বুজোৱা হয়?

(ক) পঞ্চমৰ পৰা ১৪ শতিকালৈ

(খ) পঞ্চমৰ পৰা ১২ শতিকালৈ

(গ) নৱমৰ পৰা ১৯ শতিকালৈ

(ঘ) একাদশৰ পৰা ১৫ শতিকালৈ

উঃ (ক)

প্রঃ প্ৰাৰম্ভিক মধ্য যুগ আৰম্ভ হৈছিল-

(ক) নৱমৰ পৰা একাদশ শতিকালৈ

(খ) পঞ্চমৰ পৰা নৱম শতিকালৈ

(গ) একাদশ পৰা দ্বাদশ শতিকালৈ

(ঘ) ত্রিয়োদশ পৰা পঞ্চমৰ শতিকালৈ

উঃ (ক)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্ৰঃ ৰোমৰ চেন্ট পিটাচবাৰ্গৰ গীৰ্জাৰ নিৰ্মাণৰ কাম কোনে আৰম্ভ কৰিছিল?

উঃ মিচাইল এংগেলয়ে ৰোমৰ বিখ্যাত চেন্ট পিটাৰ্চবাৰ্গৰ গীৰ্জাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

প্ৰঃ নৱজাগৰণৰ সময়ত বিখ্যাত ভাস্কর্য কি আছিল?

উঃ Florantine Donatello হ’ল নৱজাগৰণৰ সময়ৰ বিখ্যাত ভাস্কর্য।

প্রঃ লিউনার্ডো-ডা-ভিন্সিৰ বিখ্যাত চিত্রশিল্প সমূহ কি কি আছিল?

উঃ ‘ভার্জিন অব দা ৰক’চ ‘দি লাষ্ট চাপাৰ’ আৰু ‘মনালিচা’ হ’ল লিউনার্ডো-ডা-ভিন্সিৰ (১৪৫২-১৫১৯) উল্লেখযোগ্য চিত্রকর্ম।

প্রঃ মার্টিন লুথাৰ কোন আছিল?

উঃ মার্টিন লুথাৰ জাৰ্মানীৰ গুটেনবার্গ বিশ্ববিদ্যালয়ৰ এজন অধ্যপক আৰু সংস্কাৰক (১৪৮৩-১৫৪৫) আছিল।

প্রঃ ডান্টে কোন আছিল?

উঃ ইটালিৰ এজন কবি আছিল।

প্রঃ ‘Humanities’ শব্দটো ক’ৰ পৰা আহিছে?

উঃ ‘Humanities’ শব্দটো লেটিন শব্দ হিউমেনিটাছ শব্দৰ পৰা আহিছে।

প্ৰঃ ৰেনেচাঁ বা পুনৰজাগৰণ শব্দটোৰ উদ্ভাৱক কোন?

উঃ জেকব বার্কহার্ড হ’ল ৰেনেচাঁ বা পুনৰজাগৰণ শব্দটোৰ উদ্ভাৱক।

প্রঃ কোনজন ইংৰাজ সম্রাটে ৰোমৰ পোপৰ ক্ষমতা হ্রাস কৰিছিল?

উঃ টিউদৰ সম্ৰাট অষ্টম হেনৰীয়ে ৰোমৰ পোপৰ ক্ষমতা হ্রাস কৰিছিল।

প্রঃ কেলভিন কোন আছিল?

উঃ কেলভিন চুইজাৰলেণ্ডত প্রটেষ্টান্ট আন্দোলনৰ এজন বিপ্লবী আছিল।

প্রঃ ছপাশাল কোনে উদ্ভাৱন কৰিছিল?

উঃ ছপাশাল জোহান্স গুটেনবার্গে উদ্ভাৱন কৰিছিল।

প্রঃ আধুনিক যুগৰ দেহতত্ত্ববিদজন কোন আছিল?

উঃ আধুনিক যুগৰ দেহতত্ত্ববিদজন অধ্যপক এইড্রিয়াচ ভোচলিয়াচ।

প্রঃ আৰৱী ভাষাত প্লেটোক কি বুলি কোৱা হৈছিল?

উঃ আৰৱ ভাষাত প্লেটোক ‘আলফাটুন’ বুলি কোৱা হয়।

প্রঃ কোনখিনি সময়ক পৰৱৰ্তী মধ্যযুগ বুলি কোৱা হৈছিল?

উঃ একাদশৰ পৰা চতুৰ্দশ শতিকাৰ মাজৰ সময়ছোৱাক পৰৱৰ্তী মধ্যযুগ বুলি কোৱা হৈছিল।

প্রঃ কোনখিনি সময়ক আদি মধ্যযুগ বুলি কোৱা হয়?

উঃ নৱমৰ পৰা একাদশ শতিকাৰ মাজৰ সময়ছোৱাক আদি মধ্যযুগ বুলি কোৱা হয়।

প্রঃ কোনখিনি সময়ক অন্ধকাৰ যুগ আখ্যা দিয়া হয়?

উঃ পঞ্চমৰ পৰা নৱম শতিকাৰ মাজৰ সময়খিনিক অন্ধকৰৰ যুগ আখ্যা দিয়া হৈছিল।

প্রঃ আধুনিক শব্দটো কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছিল?

উঃ পঞ্চদশ শতিকাৰ সময়ৰ পৰা ‘আধুনিক’ শব্দটো ব্যৱহাৰ কৰা হৈছিল।

প্রঃ ‘ৰেনেচাঁ মানুহ’ শব্দটো কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল?

উঃ পণ্ডিত, ৰাজনীতিঞ্জ, ঈশ্বৰতত্ত্ববিদ আৰু নতুন সৃষ্টিৰ শিল্পীসকলৰ ক্ষেত্ৰত ‘ৰেনেচাঁ মানুহ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল।

প্রঃ মাধকর্ষণ শক্তি (Theory of Gravitation) ৰ তত্ত্ববিদজন কোন আছিল?

উঃ মাধকর্ষণ শক্তি (Theory of Gravitation) ৰ তত্ত্ববিদজন আইজাক নিউটন আছিল।

প্ৰঃ এগৰাকী লুথাৰ পন্থীৰ নাম লিখা।

উঃ এগৰাকী লুথাৰ পন্থীৰ নাম হ’ল উইলিয়াম টিনডেল এগৰাকী লুথাৰপন্থী ব্যক্তি।

প্রঃ প্রটেষ্টান্ট ধর্ম বা প্রটেষ্টান্ট আন্দোলনৰ প্রথমজন কোন?

উঃ মার্টিন লুথাৰ হ’ল প্ৰটেষ্টান্ট ধর্ম বা প্রটেষ্টান্ট আন্দোলনৰ প্ৰধানজন গুৰিয়াল।

প্রঃ দুজন মানৱতাবাদী ব্যক্তিৰ নাম লিখা।

উঃ ইংলেণ্ডৰ চাৰ টমাছ মূৰ আৰু ইৰেচমাছ হ’ল দুজন মানৱতাবাদী ব্যক্তি।

প্ৰঃ ‘ডনকুই’ট’ গ্ৰন্থৰ ৰচক কোন আছিল?

উঃ স্পেইনৰ ছাৰভেন্টিছ।

প্ৰঃ ‘অনপ্লিজাৰ’ নামৰ পুথিখনৰ ৰচক কোন?

উঃ ‘অনপ্লিজাৰ’ নামৰ পুথিখনৰ ৰচক লৰেঞ্জো ভেলাই।

প্রঃ কোপার্নিকাছ কি আৱিষ্কাৰ কৰিছিল?

উঃ পোলেণ্ডৰ কোপার্নিকাছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে বুলি প্ৰমাণ কৰিছিল।

প্রঃ ‘The Canterbury Tales’ ৰ লিখক কোন?

উঃ The Canterbury Tales’-ৰ লিখক হ’ল ইংলেণ্ডৰ জিউফ্ৰে চচাৰ।

প্রঃ ১৫-১৬ শতিকাৰ ইউৰোপৰ দুগৰাকী মহিলা বুদ্ধিজীৱীৰ নাম লিখা।

উঃ ইচাবেলা আৰু কেথৰিনা হ’ল দুগৰাকী মহিলা বুদ্ধিজীৱী।

প্ৰঃ নৱজাগৰণৰ সূচনা কৰা ইটালীৰ চাৰিখন বিখ্যাত চহৰৰ নাম উল্লেখ কৰা।

উঃ ফ্লোৰেন্স, মিলান, ভেনিচ আৰু জোনোৱা।

প্রঃ ‘ইউটোপিয়া’ নামৰ বিখ্যাত পুথিখন কোনে ৰচনা কৰিছিল?

উঃ ‘ইউটোপিয়া’ নামৰ বিখ্যাত পুথিখন হ’ল-টমাচ মোৰে ৰচনা কৰিছিল।

প্রঃ অন্ধকাৰ যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়?

উঃ অন্ধকাৰ যুগ বুলিলে পঞ্চমৰ পৰা নৱম শতিকালৈ বুজোৱা হয়।

প্রঃ জার্মানীত কৃষক বিদ্রোহ কেতিয়া আৰম্ভহৈছিল?

উঃ জার্মানীত কৃষক বিদ্রোহ ১৫২৫ চনত আৰম্ভহৈছিল।

প্রঃ ‘ৰেনেছাঁ’ মানে কি বুজায়?

উঃ ‘ৰেনেছাঁ’ মানে প্রাচীন গ্রীক আৰু লেটিন সাহিত্য আৰু দৰ্শনৰ পুনৰ জাগৰণক বজায়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment