Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 History MCQ Chapter 4 মধ্য ইছলামিক দেশ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক Class 11 History MCQ Chapter 4 মধ্য ইছলামিক দেশ বুৰঞ্জী (ইতিহাস) বিষয়ৰ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 History MCQ Chapter 4 মধ্য ইছলামিক দেশ

অধ্যায়-৪

মধ্য ইছলামিক দেশ

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

👉 Read Also:

প্ৰঃ টাবাৰীয়ে আৰবীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি আছিল?

(ক) তাহাফুত-উল-ফালাছিফা

(খ) ইলহাম

(গ) তাফছিৰ

(ঘ) তাৰিখ

উঃ (ঘ)

প্ৰঃ হিজৰী চনটো কাৰ দিনত প্ৰৱৰ্তন হৈছিল?

(ক) খলিফা ওমৰৰ

(খ) খলিফা আলী

(গ) খলিফা আবু বকৰৰ

(ঘ) খলিফা ওছমানৰ

উঃ (ক)

প্রঃ ওমায়াদ বংশ কোনে প্রতিষ্ঠা কৰিছিল?

(ক) আবদুল্লাহ

(খ) আমিন

(গ) মামুন

(ঘ) মোৱাবিয়া

উঃ (ঘ)

প্রঃ ‘দরা’ কি?

(ক) সুসংগঠিত আন্দোলন

(খ) ঐক্যবদ্ধ দল

(গ) সামগ্রিক ৰাজনীতি

(ঘ) যুদ্ধনীতি

উঃ (ক)

প্রঃ আব্বাছিদ বিদ্রোহ ক’ত সংঘটিত হৈছিল?

(ক) চিৰিয়া

(খ) খোৱাছান

(গ) বুখাৰা

(ঘ) মক্কা

উঃ (খ)

প্রঃ মকামত কি?

(ক) সংগীত

(খ) সাহিত্য

(গ) ধার্মিক ভাষণ

(ঘ) আৰৱী সাহিত্যৰ এটা ভাগ

উঃ (ঘ)

প্রঃ ‘In an Antique Land’ নামৰ গ্ৰন্থখন কোনে লিখিছিল?

(ক) অমিতাভ ঘোষ

(খ) অৰুন্ধতী বায়

(গ) ছলমান কদি

(ঘ) জৱাহৰলাল নেহৰু

উঃ (ক)

প্ৰঃ বাগদাদৰ মুস্তান চিৰিয়া মাদ্রাজ কেতিয়া নির্মিত হৈছিল?

(ক) ১২৩৩

(খ) ১৩০১

(গ) ১২০০

(ঘ) ১২৪৫

উঃ (ক)

প্রঃ নতুন পাচী ভাষাৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়?

(ক) ফিৰদৌচী

(খ) ৰোদকী

(গ) বুলগাকভ

(ঘ) ইবন সীনা

উঃ (খ)

প্রঃ ‘ছাহনামা’ গ্রন্থখন কোনে লিখিছিল?

(ক) ইবন বতুতা

(খ) ফিৰদৌচী

(গ) গাজালি

(ঘ) ইবন খালদুন

উঃ (খ)

প্ৰঃ আলবেৰুণীৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল?

(ক) আল-তফছিৰ

(খ) টহকিক মা লিল-হিন্দু

(গ) ইহয়া উলুম আল-দিন

(ঘ) ইনহাৰীতান

উঃ (খ)

প্রঃ মংগোল সকলে কিমান চনত বাগদাদ জয় কৰিছিল?

(ক) ১২৩৩

(খ) ১২৫৮

(গ) ১২৬১

(ঘ) ১২৭০

উঃ (খ)

প্রঃ সপ্তম শতিকাৰ আৰম্ভণিত বেডুইনসকলৰ জীৱন কিদৰে আছিল?

(ক) অঘৰী

(খ) চিৰ ৰহা

(গ) স্থায়ী বসতিৰ

(ঘ) নগৰচৰ্চা

উঃ (ক)

প্রঃ আব্বাছিদ বিপ্লৱত কাক সলনি কৰা হৈছিল?

(ক) মাওয়ালী

(খ) মুছলমান

(গ) খলিফা

(ঘ) ওমায়াদ

উঃ (ঘ)

প্রঃ ইউৰোপ আৰু এছিয়াত ধর্মযুদ্ধৰ প্ৰভাৱ কি আছিল?

(ক) অর্থনীতিৰ উন্নতি

(খ) বহু লোকৰ মৃত্যু

(গ) শিক্ষা বৃদ্ধি

(ঘ) বস্তুৰ উন্নতি

উঃ (খ)

প্রঃ ইছলামী স্থাপত্যৰ এটা বিশেষত্ব কি?

(ক) সৰল নক্সা

(খ) বৃহৎ গম্বুজ

(গ) কাঠৰ ব্যৱহাৰ

(ঘ) চাৰু কাৰুকাৰ্য

উঃ (খ)

প্ৰঃ কাগজ উৎপাদনৰ ব্যৱসায় কোন সময়ত আৰম্ভ হৈছিল?

(ক) নবম শতিকাত

(খ) অষ্টম শতিকাত

(গ) দশম শতিকাত

(ঘ) একাদশ শতিকাত

উঃ (গ)

প্রঃ খলিফাতন্ত্ৰৰ পতনৰ এক কাৰণ কি?

(ক) গৃহযুদ্ধ

(খ) শান্তি স্থাপন

(গ) আর্থিক উন্নতি

(ঘ) শিক্ষাৰ বৃদ্ধি

উঃ (ক)

প্রঃ আবুাছিদ খলিফাসকলৰ ৰাজধানী কি আছিল?

(ক) বাগদাদ

(খ) দামাচকাচ

(গ) কুফা

(ঘ) বসৰা

উঃ (ক)

প্রঃ ফিৰদৌচীৰ বিখ্যাত গ্ৰন্থৰ নাম কি?

(ক) ছাহনামা

(খ) তালবালাগ

(গ) তাহাৰীফ

(ঘ) আল-লাহিজা

উঃ (ক)

প্রঃ ইসলামীক সার্বভৌমত্বৰ উত্থান কোন শতিকাত আৰম্ভ হৈছিল?

(ক) পঞ্চম শতিকা

(খ) ষষ্ঠ শতিকা

(গ) সপ্তম শতিকা

(ঘ) অষ্টম শতিকা

উঃ (গ)

প্রঃ ইসলামী শাসন ব্যৱস্থা কোন চনত আৰম্ভহৈছিল?

(ক) ৬১০ খ্রী:ত

(খ) ৬২২ খ্রী:ত

(গ) ৬৩২ খ্রী:ত

(ঘ) ৬৪০ খ্রী:ত

উঃ (খ)

প্রঃ আৰৱী জীৱনচর্যা কিমান প্ৰকাৰৰ হ’ব পাৰে?

(ক) দুই

(খ) তিনি

(গ) চাৰি

(ঘ) পাঁচ

উঃ (ক)

প্রঃ মূৰ্ত্তিপূজা মক্কাৰ কোন ঠাইত অনুষ্ঠিত হৈছিল?

(ক) কা’বাত

(খ) মদিনাত

(গ) বাগদাদত

(ঘ) দামেঙ্কত

উঃ (ক)

প্রঃ ইসলাম ধৰ্মৰ কেন্দ্রস্থল ক’ত?

(ক) বাগদাদ

(খ) দামেস্ক

(গ) মক্কা

(ঘ) তেহৰাণ

উঃ (গ)

প্রঃ ‘কা’বা’ কি?

(ক) আৰবীৰ বাবে শিক্ষা প্রতিষ্ঠান

(খ) পূজা আৰু উপাসনাৰ কেন্দ্ৰস্থল

(গ) বাণিজ্যিক সংযোগস্থল

(ঘ) ৰাজনৈতিক সংঘটন

উঃ (খ)

প্রঃ আব্বাসীয় খিলাফতৰ ৰাজধানী ক’ত আছিল?

(ক) দামেস্ক

(খ) বাগদাদ

(গ) মক্কা

(ঘ) মদিনা

উঃ (খ)

👉 Read Also:

প্রঃ মদিনা চুক্তিৰ উদ্দেশ্য কি আছিল?

(ক) পর্যটন

(খ) সামাজিক শৃংখলা আৰু শান্তি স্থাপন

(গ) বানিজ্য বিস্তাৰ

(ঘ) শিক্ষা প্রতিষ্ঠান গঠন

উঃ (খ)

প্রঃ আল-ফাৰাবী ক’ত জন্মগ্রহণ কৰিছিল?গ্ধগ্ধ

(ক) দামেঙ্কত

(খ) ফাৰাবত

(গ) মক্কাত

(ঘ) তেহৰাণত

উঃ (খ)

প্রঃ ইসলামিক সোনালী যুগত শিক্ষাৰ ক্ৰিয়া-কলাপ ক’ত অনুষ্ঠিত হৈছিল?

(ক) মক্কা

(খ) বাগদাদ

(গ) দামেস্ক

(ঘ) মদিনা

উঃ (খ)

প্রঃ আব্বাসীয় বিপ্লৱ কোন বছৰত হৈছিল?

(ক) ৭৫০ খ্রী:ত

(খ) ৭২২ খ্রী:ত

(গ) ৭৬৫ খ্রী:ত

(ঘ) ৭০০ খ্রী:ত

উঃ (ক)

প্রঃ আব্বাসীয় খিলাফতৰ শাসকসকলে কাৰ পৰা প্ৰেৰণা পাইছিল?

(ক) পুৰণি পাচী শাসকসকল

(খ) ৰোমান সম্রাটসকল

(গ) ব্রিটিছ শাসকসকল

(ঘ) ইটালিয়ান শাসকসকল

উঃ (ক)

প্ৰঃ বাগদাদৰ কদিমিয়াৰ মছজিদ কোন শাসকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল?

(ক) খলিফা ওমৰ

(খ) আব্বাসীয় খলিফা

(গ) ওছমানীয় খলিফা

(ঘ) মাৱালি

উঃ (খ)

প্রঃ মৱালি কোন জনজাতিৰ পৰা আহিছিল?

(ক) ইছলামধর্মী

(খ) অধিবাসী আৰৱি

(গ) আৰৱ উপদ্বীপৰ বাহিৰৰ

(ঘ) ইহুদী

উঃ (গ)

প্রঃ আব্বাসীয় বিপ্লৱৰ উদ্দেশ্য কি আছিল?

(ক) ইছলামিক সাম্রাজ্য বিস্তাৰ

(খ) চৰকাৰী সংস্কাৰ

(গ) সামাজিক আৰু ৰাজনৈতিক সাম্য

(ঘ) বাণিজ্য বিস্তাৰ

উঃ (গ)

প্রঃ ‘মজলিছ’ শব্দৰ অৰ্থ কি?

(ক) সন্থা

(খ) সভা

(গ) বিদ্যালয়

(ঘ) ধর্ম

উঃ (খ)

প্রঃ আলজেব্রা কোনে বিকাশ কৰিছিল?

(ক) আল-খাৰেজমী

(খ) আল-ফাৰাবী

(গ) ইবনে সিনা

(ঘ) আল-জাহিজ

উঃ (ক) আল-খাৰেজমী

প্রঃ মুসলিম সকলে ধাৰণা কৰা সাধু ব্যক্তিক কি কোৱা হয়?

(ক) মৌলানা

(খ) পীৰ

(গ) আলেম

(ঘ) ইমাম

উঃ (খ) পীৰ

প্রঃ ফিৰদৌচী ক’ত জন্মগ্রহণ কৰিছিল?

(ক) ইৰান

(খ) আৰৱ উপদ্বীপ

(গ) ইজিপ্ত

(ঘ) তুর্কী

উঃ (ক) ইৰান

অতি চমু প্রশ্নোত্তৰ (VSA)

প্ৰঃ আল্লাহৰ সৰ্বশেষ দূত কোন আছিল?

উঃ মোহাম্মদ।

প্রঃ কেরল আল্লাহক মানি লোৱা ব্যৱস্থাক বুলি কোৱা হয়?

উঃ একেশ্বৰবাদ।

প্রঃ মক্কাৰ পবিত্র উপাসনালয়ক কি বুলি কোৱা হয়?

উঃ কা’বা।

প্রঃ কেৱল আল্লাহৰ সন্তুষ্টি পাবলৈ কৰা উপাসনাক কি বুলি কোৱা হয়?

উঃ ইবাদত।

প্ৰঃ কোৰানৰ মতে আল্লাহৰ প্ৰেমৰ শিক্ষাৰ কেইটা স্তৰ আছে?

উঃ তিনিটা।

প্রঃ কোন বছৰত পয়গম্বৰ মোহাম্মদৰ জন্ম হৈছিল?

উঃ ৫৭০ খ্রীষ্টাব্দত।

প্ৰঃ পয়গম্বৰ মোহাম্মদৰ জন্মস্থান ক’ত হৈছিল?

উঃ মক্কাত।

প্রঃ ইছলামৰ প্ৰথম খলিফা কোন আছিল?

উঃ আবু বকৰ।

প্রঃ মদিনাত পয়গম্বৰ মোহাম্মদৰ স্থাপন কৰা সমাজৰ নাম কি আছিল?

উঃ উম্মাহ।

প্রঃ কোন পবিত্র গ্রন্থত আল্লাহৰ বানী লিখা হৈছে?

উঃ কোৰান।

প্রঃ কেৱল আল্লাহক মানি লোৱা বিশ্বাসক কি বুলি কোৱা হয়?

উঃ তাওহীদ।

প্রঃ কোন শাসনকালে বাগদাদ ইছলামিক সংস্কৃতিৰ কেন্দ্ৰস্থল হৈছিল?

উঃ আব্বাসীয় শাসনকালত।

প্রঃ আলজেৱাৰ বিকাশ কোনে কৰিছিল?

উঃ আল-খাৰেজমী।

প্রঃ ইছলামী সমাজত ক’ত ধর্মীয় আইন আৰু শিক্ষা আলোচনা কৰা হৈছিল?

উঃ মজলিছত।

প্রঃ পয়গম্বৰ মোহাম্মদৰ দ্বাৰা প্ৰেৰিত ধৰ্মত সংঘটিত যুদ্ধবোৰক কি বুলি কোৱা হয়?

উঃ জিহাদ।

প্ৰঃ মদিনাৰ চুক্তিৰ মূল উদ্দেশ্য কি আছিল?

উঃ শান্তি আৰু শৃংখলা স্থাপন।

প্রঃ ইছলামৰ প্ৰধান পবিত্র উপাসনালয় ক’ত আছে?

উঃ মক্কাত।

প্রঃ পয়গম্বৰ মোহাম্মদক ঐহি বাণী কিমান বছৰৰ বয়সত দিয়া হৈছিল?

উঃ ৪০ বছৰত।

প্রঃ বাগদাদ কিহৰ বাবে বিশ্বখ্যাত আছিল?

উঃ শিক্ষাৰ কেন্দ্ৰ হিচাপে।

প্রঃ মুসলিম সমাজৰ সাধুক কি বুলি কোৱা হয়?

উঃ পীৰ।

প্রঃ পয়গম্বৰ মোহাম্মদৰ আদি পেচা কি আছিল?

উঃ ব্যৱসায়।

প্রঃ কা’বা ক’ত অৱস্থিত?

উঃ মক্কাত।

প্রঃ ফাৰ্চী কবি ফিৰদৌচী কোনখন দেশৰ নাগৰিক আছিল?

উঃ ইৰানৰ।

প্ৰঃ যাৰ দ্বাৰা শান্তিৰ বাৰ্তা প্ৰচাৰ কৰা হয় তেওঁক কি বুলি কোৱা হয়?

উঃ নবী।

প্রঃ কোনে মদিনালৈ হিজৰৎ কৰিছিল?

উঃ পয়গম্বৰ মোহাম্মদে।

প্ৰঃ মদিনাৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা কোন আছিল?

উঃ মোহাম্মদ।

প্রঃ আব্বাসীয় খিলাফতৰ ৰাজধানী কোনখন আছিল?

উঃ বাগদাদ।

প্রঃ কেৱল এক আল্লাহৰ উপাসনা কৰাক কি বুলি কোৱা হয়?

উঃ ইবাদত।

প্রঃ পৱিত্ৰ কা’বাৰ ভিতৰত থকা প্রধান পাথৰখনৰ নাম কি?

উঃ হজৰআল-আছৱাদ।

প্রঃ পয়গম্বৰ মোহাম্মদৰ প্ৰথম পত্নীৰ নাম কি?

উঃ খাদিজা।

প্রঃ পয়গম্বৰ মোহাম্মদৰ কন্যাৰ নাম কি?

উঃ ফাতিমা।

প্রঃ ইছলামে কেইটা পরিত্র ধর্মীয় গ্রন্থত বিশ্বাস কৰে?

উঃ চাৰিটা।

প্রঃ কোৰান ক’ত অবতীর্ণ হৈছিল?

উঃ মক্কা আৰু মদিনাত।

প্রঃ কেৱল আল্লাহক মানি লোৱাটো কেনে আচৰণ?

উঃ বিশ্বাসীৰ আচৰণ।

প্রঃ কোনে আৰু কেতিয়া ইছলামে ধর্ম প্রচাৰ কৰিছিল?

উঃ পয়গম্বৰ মোহাম্মদে।

প্ৰঃ ইছলামৰ প্ৰাৰ্থনাৰ বিশেষ স্থান কি?

উঃ মছজিদ।

প্রঃ কোন ব্যক্তিক আল্লাহৰ শেষ নবী হিচাপে বিশ্বাস কৰা হয়?

উঃ মোহাম্মদক।

প্রঃ কেৱল আল্লাহক মানি লোৱা ধাৰণাক কি বোলা হয়?

উঃ তাওহীদ।

প্রঃ কেৱল আল্লাহৰ নামেৰে কৰা যিকোনো কর্মক কি বুলি কোৱা হয়?

উঃ ইবাদত।

প্রঃ পয়গম্বৰ মোহাম্মদৰ জন্মস্থান ক’ত?

উঃ মক্কাত।

প্ৰঃ আবু বকৰ কোন জনৰ ঘনিষ্ঠ সংগী আছিল?

উঃ হজৰত মোহাম্মদৰ।

প্রঃ পবিত্র যাত্রা ‘হজ’ কোন ঠাইত হয়?

উঃ মক্কাত।

প্রঃ কোৰানৰ ভাষা কি?

উঃ আৰবী।

প্রঃ বাগদাদ কোন ৰজাই স্থাপন কৰিছিল?

উঃ আব্বাসীয় খলিফাসকলে।

প্রঃ হজৰ আল-আছৱাদ কি?

উঃ কা’বাৰ পবিত্ৰ পাথৰ।

প্রঃ ইছলামে শিক্ষা দিব পৰা একমাত্ৰ ৰীতি কি?

উঃ একেশ্বৰবাদ।

প্রঃ কোন শাসনৰ সময়ত ইছলামৰ সোনালী যুগ আৰম্ভ হৈছিল?

উঃ আব্বাসীয় শাসনত।

প্ৰঃ ‘হিজৰী’ চন কাৰ দিনত আৰম্ভ হৈছিল?

উঃ খলিফা হজৰত ওমৰৰ দিনত।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment