আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 25 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Economics MCQ Chapter 25 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা
শাখা-গ
অধ্যায়-25
ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ 2005 চনত ভাৰতৰ জনসংখ্যা কিমান আছিল?
(ক) 110.5 কোটি
(খ) 16.2 কোটি
(গ) 130.8 কোটি
(ঘ) 65 কোটি
উঃ (ক)
প্রঃ 2007-08 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ কিমান আছিল?
(ক) 5%
(খ) 9%
(গ) 4%
(ঘ) 7%
উঃ (খ)
প্রঃ ভাৰত আৰু পাকিস্তানৰ জীৱিকা নিৰ্বাহৰ প্রধান উৎস কি?
(ক) শিল্প
(খ) সেৱা খণ্ড
(গ) পর্যটন
(ঘ) কৃষি
উঃ (ঘ)
প্ৰঃ ভাৰতৰ মুঠ মাটিকালি কিমান?
(ক) 32.9 লাখ কিঃ মিঃ
(খ) 8.03 লাখ কিঃ মিঃ
(গ) 96 লাখ কিঃ মিঃ
(ঘ) 45 লাখ কিঃ মিঃ
উঃ (ক)
প্রঃ 2005 চনত পাকিস্তানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল?
(ক) 1.4% প্রতি বছৰ
(খ) 2.4% প্রতি বছৰ
(গ) 1.7% প্রতি বছৰ
(ঘ) 1% প্রতি বছৰ
উঃ (খ)
প্ৰঃ ভাৰতৰ মুঠ স্বাক্ষৰতাৰ হাৰ কিমান?
(ক) 42%
(খ) 65%
(গ) 83%
(ঘ) 72%
উঃ (খ)
প্ৰঃ 2005 চনৰ মানব উন্নয়ন সূচক (HDI) অনুযায়ী ভাৰতৰ সূচক কিমান?
(ক) 0.619
(খ) 0.551
(গ) 0.700
(ঘ) 0.480
উঃ (ক)
প্রঃ পাকিস্তানৰ মানৱ উন্নয়ন সূচক 2005 চনত কিমান আছিল?
(ক) 0.480
(খ) 0.619
(গ) 0.551
(ঘ) 0.700
উঃ (গ)
প্রঃ 2007 চনৰ মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান কিমান আছিল?
(ক) 130তম
(খ) 128তম
(গ) 136তম
(ঘ) 122তম
উঃ (খ)
প্রঃ ভাৰত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনত অত্যধিক বৰঙনি যোগোৱা খণ্ডটো কি?
(ক) কৃষি খণ্ড
(খ) উদ্যোগ খণ্ড
(গ) সেৱা খণ্ড
(ঘ) পর্যটন খণ্ড
উঃ (গ)
প্রঃ 2005 চনত ভাৰত আৰু পাকিস্তানৰ জনসংখ্যাৰ তুলনা কৰিলে কিমান হ’ব?
(ক) ভাৰত-130.8 কোটি, পাকিস্তান-110.5কোটি
(খ) ভাৰত- 110.5 কোটি, পাকিস্তান 16.2 কোটি
(গ) ভাৰত-96 কোটি, পাকিস্তান 12 কোটি
(ঘ) ভাৰত-50 কোটি, পাকিস্তান-25 কোটি
উঃ (খ)
প্ৰঃ ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰতাৰ হাৰত অধিক আগবঢ়া দেশ কোনটো?
(ক) ভাৰত
(খ) পাকিস্তান
(গ) চীন
(ঘ) উভয় সমান
উঃ (গ)
প্ৰঃ ভাৰত আৰু চীনৰ মাজত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কোনটো দেশত বেছি?
(ক) ভাৰত
(খ) পাকিস্তান
(গ) চীন
(ঘ) উভয় সমান
উঃ (ক)
প্রঃ পাকিস্তানৰ নিম্ন উন্নয়নৰ কাৰকসমূহত কি অন্তর্ভুক্ত?
(ক) উচ্চ মুদ্রাস্ফীতি
(খ) অত্যধিক কৃষি নিৰ্ভৰশীলতা
(গ) সুৰক্ষা বৃদ্ধি
(ঘ) বৈদেশিক ঋণৰ বোজা
উঃ (গ)
প্রঃ চীনত “এটি সন্তানৰ নীতি”ৰ প্ৰধান কাৰক কি?
(ক) উচ্চ বয়সৰ মানুহৰ সংখ্যা বৃদ্ধি
(খ) নগৰীকৰণৰ বৃদ্ধি
(গ) জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস
(ঘ) উচ্চ শিশুমৃত্যু হাৰ
উঃ (ক)
প্রঃ চীনৰ মুঠ মাটিকালি কিমান?
(ক) 32.9 লাখ কি:মি:
(খ) 8.03 লাখ কি:মি:
(গ) 96 লাখ কি:মি:
(ঘ) 45 লাখ কি:মি:
উঃ (গ)
প্রঃ ভাৰতৰ নিৰ্মাণ খণ্ডৰ অৰিহণাৰ হাৰত কোন দেশ বেছি আগবঢ়া?
(ক) পাকিস্তান
(খ) ভাৰত
(গ) চীন
(ঘ) ভিন্নতা নাই
উঃ (গ)
প্রঃ ভাৰতত জনমূৰি আয় বৃদ্ধিৰ ওপৰত দ্রুত ব্যক্তিগতকৰণৰ প্ৰভাৱ কি আছিল?
(ক) বৃদ্ধি
(খ) হ্রাস
(গ) প্রভার নাই
(ঘ) দ্বিধাগ্রস্ত
উঃ (ক)
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ 2005 চনত ভাৰতৰ জনসংখ্যা কিমান আছিল?
উঃ ভাৰতৰ জনসংখ্যা 110.5 কোটি আছিল।
প্রঃ 2007-08 চনত পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ কিমান আছিল?
উঃ পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ৪% আছিল।
প্রঃ ভাৰত আৰু পাকিস্তানৰ জীৱিকা নিৰ্বাহৰ প্রধান উৎস কি?
উঃ ভাৰত আৰু পাকিস্তানৰ জীৱিকা নিৰ্বাহৰ প্রধান উৎস কৃষি।
প্রঃ পাকিস্তানৰ মুঠ মাটিকালি কিমান?
উঃ পাকিস্তানৰ মুঠ মাটিকালি 8.03 লাখ কিঃ মিঃ।
প্ৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান?
উঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 1.7 শতাংশ প্রতি বছৰ।
প্ৰঃপাকিস্তানৰ মুঠ স্বাক্ষৰতাৰ হাৰ কিমান?
উঃ পাকিস্তানৰ মুঠ স্বাক্ষৰতাৰ হাৰ 42 শতাংশ।
প্রঃ 2005 চনত ভাৰতৰ মানৱ উন্নয়ন সূচক কিমান আছিল?
উঃ ভাৰতৰ মানব উন্নয়ন সূচক 0.619 আছিল।
প্রঃ 2007 চনত পাকিস্তানৰ মানব উন্নয়ন সূচক স্থান কিমান আছিল?
উঃ পাকিস্তানৰ মানব উন্নয়ন সূচক স্থান 136তম আছিল।
প্ৰঃ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃহৎ বৰঙনি দিয়া খণ্ডটো কি?
উঃ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত সেৱা খণ্ডই বৃহৎ বৰঙনি যোগান দিয়ে।
প্রঃ চীনক কোন খণ্ডত গোলকীয় কাৰখানা বুলি জনা যায়?
উঃ চীনক উদ্যোগ খণ্ডত গোলকীয় কাৰখানা বুলি জনা যায়।
প্রঃ 2005 চনত চীনৰ জনসংখ্যা কিমান আছিল?
উঃ 2005 চনত চীনৰ জনসংখ্যা 130.8 কোটি আছিল।
প্ৰঃ 2008 চনত চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ কিমান আছিল?
উঃ 2008 চনত চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ 10 শতাংশ আছিল।
প্ৰঃ চীনৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি?
উঃ চীনৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস উদ্যোগ খণ্ড।
প্ৰঃ ভাৰতত কৃষিৰ লগত কিমান শতাংশ লোক জড়িত?
উঃ ভাৰতত প্রায় 57 শতাংশ লোক কৃষিৰ লগত জড়িত।
প্ৰঃ ভাৰতৰ মুঠ মাটিকালি কিমান?
উঃ ভাৰতৰ মুঠ মাটিকালি 32.9 লাখ কিঃ মিঃ।
প্রঃ যোৱা দশকটোত চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল?
উঃ চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 1 শতাংশ প্রতি বছৰ।
প্ৰঃ চীনৰ স্বাক্ষৰতাৰ হাৰ কিমান?
উঃ চীনৰ স্বাক্ষৰতাৰ হাৰ 83 শতাংশ।
প্রঃ কোন দেশৰ জনসংখ্যা ঘনত্ব অধিক, ভাৰত নে চীন?
উঃ ভাৰতৰ জনসংখ্যা ঘনত্ব অধিক।
প্রঃ 2005 চনত পাকিস্তানৰ জনসংখ্যা কিমান আছিল?
উঃ পাকিস্তানৰ জনসংখ্যা 16.2 কোটি আছিল।
প্ৰঃ চীনৰ উদ্যোগ খণ্ডৰ বৃদ্ধিৰ মুখ্য কাৰক কি?
উঃ চীনৰ উদ্যোগ খণ্ডৰ বৃদ্ধিৰ মুখ্য কাৰক হ’ল উদ্যোগীকৰণ প্রক্রিয়া।
প্ৰঃ ভাৰতৰ তুলনাত চীনৰ বৈদেশিক বাণিজ্যৰ হাৰ কিমান?
উঃ চীনৰ বৈদেশিক বাণিজ্যৰ হাৰ ৪ শতাংশ।
প্ৰঃ ভাৰতৰ নগৰীকৰণৰ মাত্রা কিমান?
উঃ ভাৰতৰ নগৰীকৰণৰ মাত্ৰা 28 শতাংশ।
প্ৰঃ ভাৰতৰ জনসংখ্যাৰ লিংগ অনুপাত কিমান?
উঃ ভাৰতৰ জনসংখ্যাৰ লিংগ অনুপাত 933।
প্ৰঃ পাকিস্তানৰ দৰিদ্ৰতাৰ মুখ্য কাৰক কি?
উঃ পাকিস্তানৰ দৰিদ্ৰতাৰ মুখ্য কাৰক উচ্চ মুদ্রাস্ফীতি।
প্রঃ চীনত গৃহীত এটি সন্তানৰ নীতিৰ উদ্দেশ্য কি আছিল?
উঃ এটি সন্তানৰ নীতিৰ উদ্দেশ্য আছিল জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্রণ।
প্ৰঃ ভাৰতত জনসংখ্যাৰ ঘনত্ব কিমান?
উঃ ভাৰতত জনসংখ্যাৰ ঘনত্ব 358 জন প্রতিবর্গ কিলোমিটাৰত।
প্ৰঃ চীনৰ নগৰীকৰণৰ মাত্রা কিমান?
উঃ চীনৰ নগৰীকৰণৰ মাত্রা 36 শতাংশ।
প্রঃ পাকিস্তানত জনসংখ্যা বৃদ্ধিৰ হাৰ তুলনামূলকভাবে কিমান?
উঃ পাকিস্তানত জনসংখ্যা বৃদ্ধিৰ হাৰ 2.4 শতাংশ প্রতি বছৰ, যি ভাৰততকৈ অধিক।
