আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 24 পৰিৱেশ আৰু বহনক্ষম উন্নয়ন, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Economics MCQ Chapter 24 পৰিৱেশ আৰু বহনক্ষম উন্নয়ন
শাখা-গ
অধ্যায়-24
পৰিৱেশ আৰু বহনক্ষম উন্নয়ন
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
প্ৰঃ পৰিৱেশৰ সংজ্ঞা কি?
(ক) সম্পদ সংৰক্ষণ
(খ) এক সমগ্র জৈৱিক আৰু অজৈৱিক উপাদানৰ সমন্বয়
(গ) মাটিৰ সংৰক্ষণ
(ঘ) পানীৰ সংৰক্ষণ
উঃ (খ)
প্রঃ পৰিৱেশৰ মূল কাৰ্য কি?
(ক) খাদ্য যোগান ধৰা
(খ) খৰিা যোগান ধৰা
(গ) সম্পদৰ যোগান ধৰা
(ঘ) বস্তু উৎপাদন কৰা
উঃ (গ)
প্রঃ পৰিৱেশৰ কোনটো সম্পদ পুনৰ নৱীকৰণীয়?
(ক) ইন্ধন
(খ) জল
(গ) বন
(ঘ) বায়ু
উঃ (ঘ)
প্রঃ কোনটো পৰিৱেশৰ অজৈৱিক উপাদানৰ উদাহৰণ?
(ক) চৰাই
(খ) জীব-জন্তু
(গ) মাটি
(ঘ) গছ-গছনি
উঃ (গ)
প্ৰঃ পৰিৱেশৰ কাৰ্যাবলীসমূহৰ মাজত কি অন্তর্ভুক্ত নহয়?
(ক) সম্পদৰ যোগান ধৰা
(খ) আৱৰ্জনা আত্মীকৰণ
(গ) বস্তুৰ উৎপাদন
(ঘ) জীৱ বৈচিত্র্য্যৰ সৃষ্টি
উঃ (গ)
প্ৰঃ ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ এটা কাৰণ কি?
(ক) ভূমি সংৰক্ষণ
(খ) বনজুই
(গ) চাহ খেতি
(ঘ) নগৰ উন্নয়ন
উঃ (খ)
প্রঃ পৰিবেশৰ মাধ্যমেৰে কি ধাৰাবাহিকভারে অক্ষুণ্ণ থাকে?
(ক) জীৱ বৈচিত্র্য
(খ) মাটিব গুণ
(গ) পানী সংৰক্ষণ
(ঘ) বনজ সম্পদ
উঃ (ক)
প্রঃ কোনটো ভূমিৰ অৱনমনৰ পৰিসৰ নোহোৱাৰ কাৰণ?
(ক) নিৰ্বনানীকৰণ
(খ) ঝুম খেতি
(গ) মাটি সংৰক্ষণ
(ঘ) বনজুই
উঃ (গ)
প্ৰঃ পৰিবেশৰ ক্ৰিয়াকলাপৰ ভিতৰত নান্দনিক সেৱাই কি সূচায়?
(ক) পৰিৱেশৰ সৌন্দর্য্য বঢ়োৱা
(খ) খাদ্য যোগান
(গ) পানী সংৰক্ষণ
(ঘ) বস্তুৰ উৎপাদন
উঃ (ক)
প্রঃ নবীকৰণযোগ্য সম্পদৰ উদাহৰণ কি?
(ক) কয়লা
(খ) বায়ু
(গ) তেল
(ঘ) চিলিকন
উঃ (খ)
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ পৰিৱেশ কাক বোলে?
উঃ প্ৰকৃতিৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ সমষ্টিক পৰিৱেশ বোলে।
প্ৰঃ পৰিৱেশৰ কাৰ্যাবলী কি কি?
উঃ পৰিৱেশে সম্পদ যোগান, আবর্জনা আত্মীকৰণ, জীৱ বৈচিত্র্য সৃষ্টি আৰু নান্দনিক সেৱা আগবঢ়ায়।
প্রঃ নবীকৰণযোগ্য সম্পদৰ উদাহৰণ কি?
উঃ বায়ু আৰু পানী নবীকৰণযোগ্য সম্পদৰ উদাহৰণ।
প্রঃ অজৈৱিক উপাদানৰ উদাহৰণ কি?
উঃ মাটি, পানী, আৰু বায়ু অজৈৱিক উপাদানৰ উদাহৰণ।
প্রঃ পৰিৱেশে কিহৰ যোগান ধৰে?
উঃ পৰিবেশে নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ যোগান ধৰে।
প্ৰঃ ভাৰতবৰ্ষত ভূমি অৱনমনৰ এটা কাৰণ কি?
উঃ বনজুই ভাৰতবৰ্ষত ভূমি অৱনমনৰ এটা কাৰণ।
প্রঃ পৰিৱেশে কিদৰে জীৱন ধাৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে?
উঃ পৰিৱেশে জীৱ বৈচিত্ৰৰ সৃষ্টি কৰি জীৱন ধাৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে।
প্রঃ অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ কি?
উঃ কয়লা আৰু তেল অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ।
প্রঃ নান্দনিক সেৱা কেনেকৈ পৰিৱেশৰ কাৰ্যৰ অংশ?
উঃ পৰিৱেশে সৌন্দৰ্য্যৰ অনুভৱেৰে নান্দনিক সেৱা আগবঢ়ায়।
প্ৰঃ ভূমিৰ অৱনমনৰ লগত সম্পর্কিত হোৱা এটা কাৰক কি?
উঃ অৰণ্যৰ ভূমি বেদখল ভূমি অৱনমনৰ লগত সম্পর্কিত।
