Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Economics MCQ Chapter 23 আন্তঃগাঁথনি 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 23 আন্তঃগাঁথনি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Economics MCQ Chapter 23 আন্তঃগাঁথনি

শাখা-গ

অধ্যায়-23

আন্তঃগাঁথনি

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ “আন্তঃগাঁথনি” শব্দৰ অৰ্থ কি?

(ক) দেশৰ শিক্ষা, স্বাস্থ্য আৰু বাণিজ্য খণ্ড

(খ) উন্নয়নৰ সহায়ক সেৱা

(গ) দেশৰ ৰাজনৈতিক ব্যৱস্থা

(ঘ) উৎপাদনৰ মূল কাৰক

উঃ (খ)

প্রঃ আন্তঃগাঁথনিক মুখ্য ভাগ দুটা কি?

(ক) ৰাজনৈতিক আৰু সামাজিক

(খ) বাণিজ্যিক আৰু কৃষি

(গ) শিক্ষা আৰু স্বাস্থ্য

(ঘ) অর্থনৈতিক আৰু সামাজিক

উঃ (ঘ)

প্রঃ কোনটো আন্তঃগাঁথনিৰ অন্তৰ্ভুক্ত?

(ক) শিক্ষা

(খ) স্বাস্থ্য

(গ) শক্তি

(ঘ) সকলো

উঃ (ঘ)

প্রঃ আন্তঃগাঁথনিৰ সুবিধাই উৎপাদনত কেনেকৈ সহায় কৰে?

(ক) জনসংখ্যা বৃদ্ধি

(খ) উৎপাদন বৃদ্ধি

(গ) শিক্ষা বৃদ্ধি

(ঘ) পব্বিহণ সৰলীকৰণ

উঃ (খ)

প্রঃ ভাৰতৰ গ্ৰামাঞ্চলত কিমান শতাংশ পৰিয়ালত বিদ্যুৎ সংযোগ আছে?

(ক) ২৪ শতাংশ

(খ) ৩৫ শতাংশ

(গ) ৫৬ শতাংশ

(ঘ) ৭০ শতাংশ

উঃ (গ)

প্রঃ অ-বাণিজ্যিক শক্তি উৎসৰ উদাহৰণ কোনটো?

(ক) কয়লা

(খ) খৰি

(গ) পেট্র’লিয়াম

(ঘ) বিদ্যুৎ

উঃ (খ)

প্ৰঃ শক্তিৰ উৎপাদনৰ প্ৰাথমিক উৎস কোনটো?

(ক) সৌৰশক্তি

(খ) বায়ুশক্তি

(গ) জোৱাৰশক্তি

(ঘ) সকলো

উঃ (ঘ)

প্ৰঃ ভাৰতবৰ্ষৰ শক্তিখণ্ডৰ অন্যতম সমস্যাটো কি?

(ক) পর্যাপ্ত শক্তি উৎপাদন

(খ) বিদ্যুতৰ উচ্চ হাৰ

(গ) বিদ্যুৎ চাহিদা পূৰণৰ ক্ষমতাৰ অভাৱ

(ঘ) সকলো

উঃ (ঘ)

প্ৰঃ গ্রামাঞ্চলৰ জনসাধাৰণ কোনটো শক্তি মূলত ব্যৱহাৰ কৰে?

(ক) খৰি

(গ) বিদ্যুৎ

(খ) গেছ

(ঘ) সৌৰ শক্তি

উঃ (ক)

প্রঃ শক্তিৰ বাণিজ্যিক উৎসৰ উদাহৰণ কোনটো?

(ক) খৰি

(খ) পেট্র’লিয়াম

(গ) শুকান গোৱৰ

(ঘ) মাটিৰ তেল

উঃ (খ) পেট্র’লিয়াম

প্ৰঃ ভাৰতৰ মহিলাৰ স্বাস্থ্যৰ ওপৰত গভীৰ চিন্তাৰ কাৰণ কি?

(ক) পুষ্টিহীনতা

(খ) শিক্ষাৰ অভাৱ

(গ) মাতৃ মৃত্যু

(ঘ) সকলো

উঃ (ঘ)

প্রঃ ‘বিশ্বৰ বেমাৰৰ বোজা’ বুলিলে কি বুজা?

(ক) স্বাস্থ্যৰ ওপৰত চাপ

(খ) ৰোগৰ বাবে মৃত্যু আৰু অক্ষমতাৰ মাত্ৰা

(গ) ভাৰতৰ স্বাস্থ্য

(ঘ) জীৱন মানদণ্ড

উঃ (খ)

প্ৰঃ পৰিবহণ খণ্ডৰ অন্তৰ্ভুক্ত কি?

(ক) পৰিবহণ আৰু শক্তি

(খ) শিক্ষা আৰু স্বাস্থ্য

(গ) পৰিবহণ আৰু ৰেলপথ

(ঘ) কোনোও নহয়

উঃ (ক)

প্রঃ ভাৰতৰ প্ৰায় কিমান শতাংশ গ্রাম্য পৰিয়ালে নলৰ পানীৰ সুবিধা লাভ কৰে?

(ক) ৪৩ শতাংশ

(খ) ৭৬ শতাংশ

(গ) ২৪ শতাংশ

(ঘ) ৫৬ শতাংশ

উঃ (গ)

প্রঃ ভাৰতত মহিলা স্বাস্থ্যৰ দিশত সমস্যা হৈ থকা কাৰণ কি?

(ক) মাতৃ মৃত্যু

(খ) লিংগৰ অনুপাত হ্রাস

(গ) পুষ্টিহীনতা

(ঘ) সকলো

উঃ (ঘ)

প্ৰঃ ভাৰতৰ কোন খণ্ডত আন্তঃগাঁথনিৰ অধিক উন্নতি হোৱা নাই?

(ক) চহৰাঞ্চল

(গ) শিক্ষাখণ্ড

(খ) গ্রামাঞ্চল

(ঘ) স্বাস্থ্যখণ্ড

উঃ (খ)

প্রঃ কোনটো শক্তি উৎস নবীকৰণযোগ্য নহয়?

(ক) সৌৰশক্তি

(খ) খৰি

(গ) কয়লা

(ঘ) বায়ুশক্তি

উঃ (গ)

প্ৰঃ ভাৰতৰ শক্তি খণ্ডৰ মূল সমস্যা কি?

(ক) বিদ্যুৎ যোগান

(খ) উচ্চ বিদ্যুৎ খৰচ

(গ) বিতৰণৰ অসুবিধা

(ঘ) সকলো

উঃ (ঘ)

প্রঃ ভাৰতত কয়লা শক্তিৰ বিশেষত্ব কি?

(ক) নিৱাহযোগ্য

(খ) অনবীকৰণযোগ্য

(গ) পৰিবেশ বান্ধৱ

(ঘ) সহজলভ্য

উঃ (খ)

প্রঃ সামাজিক আন্তঃগাঁথনিৰ উদাহৰণ কোনটো?

(ক) শক্তি

(খ) শিক্ষা

(গ) পৰিবহণ

(ঘ) ব্যৱসায়

উঃ (খ)

প্ৰঃশক্তিৰ অনবীকৰণযোগ্য উৎসৰ উদাহৰণ কি?

(ক) বায়ুশক্তি

(খ) সৌৰশক্তি

(গ) পেট্র’লিয়াম

(ঘ) খৰি

উঃ (গ)

প্ৰঃ ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোক গ্রামাঞ্চলত বাস কৰে?

(ক) ২৫ শতাংশ

(খ) ৪৫ শতাংশ

(গ) ৬৫ শতাংশ

(ঘ) ৭০ শতাংশ

উঃ (ঘ)

প্রঃ বাণিজ্যিক শক্তি উৎসৰ উদাহৰণ কোনটো?

(ক) খৰি

(খ) কয়লা

(গ) গেছ

(ঘ) উভয়েই

উঃ (গ)

প্রঃ শক্তিৰ পৰিবহণৰ প্ৰধান বাধা কি?

(ক) বিতৰণৰ সমস্যা

(খ) জোৎস্না

(গ) উদ্ভাবন

(ঘ) শক্তি

উঃ (ক)

প্ৰঃ ভাৰতৰ মুঠ প্রসুতিসহ মহিলাৰ কিমান শতাংশ স্বাস্থ্য সমস্যাত ভুগে?

(ক) ৩০ শতাংশ

(খ) ৫০ শতাংশ

(গ) ৭৫ শতাংশ

(ঘ) ৯০ শতাংশ

উঃ (খ)

প্রঃ শক্তি উৎপাদনৰ কেঁচামাল কি?

(ক) খৰি

(খ) মাটি

(গ) কয়লা

(ঘ) তাপ

উঃ (গ)

প্ৰঃ ভাৰতৰ শক্তি খণ্ডৰ অন্যতম সমস্যা কি?

(ক) বিতৰণ

(খ) উৎপাদন

(গ) ট্রান্সমিশন লছ

(ঘ) উচ্চ খৰচ

উঃ (ঘ)

প্রঃ শক্তিৰ বিকল্প উৎসৰ উদাহৰণ কি?

(ক) সৌৰশক্তি

(খ) তাপশক্তি

(গ) খৰিশক্তি

(ঘ) বিদ্যুৎ

উঃ (ক)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রঃ আন্তঃগাঁথনি কি?

উঃ আন্তঃগাঁথনিৰ হৈছে এনে কিছুমান মাধ্যম যাৰ জড়িয়তে উন্নয়ন সহায়ক সেৱা আগবঢ়োৱা হয়।

প্রঃ ভাৰতৰ গ্ৰাম্য আন্ত:গাঁথনিৰ অৱস্থা কেনেকুৱা?

উঃ ভাৰতৰ গ্ৰাম্য আন্তঃগাঁথনিৰ অৱস্থা উন্নত হোৱা নাই।

প্রঃ আন্তঃগাঁথনিৰ ভাগ কিমান?

উঃ আন্তঃগাঁথনিৰ ভাগ দুটা – অর্থনৈতিক আৰু সামাজিক।

প্রঃ আন্তঃগাঁথনিৰ এটা উদাহৰণ দিয়া।

উঃ শক্তি আন্তঃগাঁথনিৰ এটা উদাহৰণ।

প্রঃ গ্রামাঞ্চলত কিমান শতাংশ পৰিয়ালত বিদ্যুৎ সংযোগ আছে?

উঃ ৫৬ শতাংশ গ্রাম্য পৰিয়ালত বিদ্যুৎ সংযোগ আছে।

প্রঃ শক্তি কিয় গুৰুত্বপূর্ণ?

উঃ শক্তি উদ্যোগ আৰু কৃষি ব্যৱস্থাৰ বাবে অতি প্রয়োজনীয়।

প্রঃ বাণিজ্যিক শক্তি উৎসৰ উদাহৰণ দিয়া।

উঃ কয়লা এটা বাণিজ্যিক শক্তি উৎস।

প্রঃ অ-বাণিজ্যিক শক্তি উৎসৰ উদাহৰণ কি?

উঃ খৰি এটা অ-বাণিজ্যিক শক্তি উৎস।

প্ৰঃ ভাৰতৰ শক্তিখণ্ডৰ সমস্যা কি?

উঃ বিদ্যুতৰ যোগান আৰু উচ্চ খৰচ শক্তিখণ্ডৰ সমস্যা।

প্রঃ শক্তি উৎপাদনৰ কেঁচামাল কি?

উঃ কয়লা শক্তি উৎপাদনৰ কেঁচামাল।

প্রঃ আন্তঃগাঁথনিৰ সুবিধা উৎপাদনত কেনেকৈ সহায় কৰে?

উঃ আধুনিক পৰিবহণ আৰু সঁজুলিৰ সুবিধাই উৎপাদন বৃদ্ধিত সহায় কৰে।

প্রঃ আন্ত:গাঁথনিৰ কোনটো খণ্ডৰ লগত পৰিবহণ জড়িত?

উঃ পৰিবহণ অর্থনৈতিক আন্তঃগাঁথনিৰ লগত জড়িত।

প্ৰঃ ভাৰতত বিদ্যুতৰ যোগানৰ অভাৱৰ কাৰণ কি?

উঃ উৎপাদনৰ ক্ষমতা কম হোৱাটো প্রধান কাৰণ।

প্রঃ শক্তিৰ নবীকৰণযোগ্য উৎসৰ উদাহৰণ দিয়া।

উঃ সৌৰশক্তি এটা নবীকৰণযোগ্য শক্তিৰ উৎস।

প্ৰঃ জৈৱ ইন্ধনৰ উদাহৰণ কি?

উঃ খৰি এটা জৈৱ ইন্ধনৰ উদাহৰণ।

প্ৰঃ ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ গ্রামাঞ্চলত থাকে?

উঃ প্রায় ৭০ শতাংশ লোক গ্রামাঞ্চলত থাকে।

প্রঃ শক্তি উৎপাদনৰ প্ৰাথমিক উৎস তিনিটা কি কি?

উঃ সৌৰশক্তি, বায়ুশক্তি আৰু জোঁৱাৰশক্তি।

প্রঃ ভাৰতত মহিলাৰ স্বাস্থ্যৰ সমস্যা কিয় গুৰুত্বপূৰ্ণ?

উঃ পুষ্টিহীনতা আৰু মাতৃ মৃত্যু ভাৰতত মহিলাৰ স্বাস্থ্যৰ প্রধান সমস্যা।

প্রঃ শক্তি বিতৰণৰ বাবে সমস্যাসমূহ কি কি?

উঃ বিতৰণ ব্যৱস্থাৰ অভাৱ আৰু উচ্চ খৰচ।

প্ৰঃ বিশ্বৰ বেমাৰৰ বোজা কি বুজায়?

উঃ বিশ্বৰ বেমাৰৰ বোজা বুলিলে ৰোগৰ বাবে অকাল মৃত্যু আৰু অক্ষমতাৰ মাত্ৰা বুজোৱা হয়।

প্রঃ শক্তি উৎপাদনত বিত্তীয় সহায়ৰ প্ৰয়োজন কিয়?

উঃ উৎপাদন সক্ষমতা আৰু সম্পদৰ বাবে বিত্তীয় সহায়ৰ প্ৰয়োজন।

প্রঃ কোনটো শক্তিৰ উৎস অনবীকৰণযোগ্য?

উঃ কয়লা অনবীকৰণযোগ্য শক্তিৰ উৎস।

প্রঃ শক্তি বিতৰণৰ সমস্যা কি?

উঃ শক্তি বিতৰণ ব্যৱস্থাৰ অভাৱ ভাৰতৰ অন্যতম সমস্যা।

প্রঃ গ্রামাঞ্চলত পানীৰ যোগানৰ সমস্যা কি?

উঃ গ্রামাঞ্চলত মাত্র ২৪ শতাংশ পৰিয়ালতে নলৰ পানীৰ সুবিধা আছে।

প্ৰঃ ভাৰতৰ শক্তি খণ্ডত কিমান মেগারট শক্তি যোগানৰ অভাৱ আছে?

উঃ প্রায় ১,০০,০০০ মেগাবট শক্তিৰ অভাৱ আছে।

প্ৰঃ মহিলাৰ স্বাস্থ্যৰ ওপৰত কিয় বিশেষ চিন্তা কৰা হয়?

উঃ মহিলাৰ পুষ্টিহীনতা আৰু মাতৃ মৃত্যুৰ উচ্চ হাৰৰ বাবে।

উঃ বাণিজ্যিক আৰু অ-বাণিজ্যিক শক্তি উৎসৰ মাজত কি পার্থক্য?

উঃ বাণিজ্যিক শক্তি অনবীকৰণযোগ্য আৰু অ-বাণিজ্যিক শক্তি নবীকৰণযোগ্য।

প্রঃ ভাৰতত কন্যা ভ্রূণ হত্যা সমস্যা কিয়?

উঃ কন্যা ভ্রূণ হত্যাই লিংগৰ অনুপাত কমাইছে।

প্রঃ আন্তঃগাঁথনিৰ দ্বাৰা শিক্ষা আৰু স্বাস্থ্য কেনেকৈ উন্নত হয়?

উঃ শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা পালে লোকৰ জীৱন মানদণ্ড উন্নত হয়।

প্রঃ শক্তি সম্পর্কীয় উদ্যোগ কেনেকৈ উন্নয়ন কৰা হয়?

উঃ উপযুক্ত বিত্তীয় সহায়ৰ জৰিয়তে উদ্যোগ উন্নয়ন কৰা হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment