আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 22 নিয়োগঃ বৃদ্ধি অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Economics MCQ Chapter 22 নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
শাখা-গ
অধ্যায়-22
নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ শ্রমিক কাক বোলে?
(ক) এজন ছাত্র
(খ) এজন শিক্ষক
(গ) একোই নোহোৱা লোক
(ঘ) মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগোৱা লোক
উঃ (ঘ)
প্রঃ শ্রমিক জনসংখ্যাৰ অনুপাতৰ অৰ্থ কি?
(ক) দেশৰ মুঠ জনসংখ্যাৰ অৰ্থ
(খ) দেশৰ চাকৰিৰ সংখ্যা
(গ) দেশৰ মুঠ উৎপাদন গঠনত অংশ লোৱা জনসংখ্যা
(ঘ) গাঁওৰ লোকৰ সংখ্যা
উঃ (গ)
প্ৰঃ ভিক্ষাৰী, চোৰ আদি শ্রমিক নোহোৱাৰ কাৰণ কি?
(ক) তেওঁলোকৰ কামে জাতীয় উৎপাদনলৈ কোনোধৰণৰ অৰিহণা নোযোগায়
(খ) তেওঁলোকে মজুৰি নাপায়
(গ) তেওঁলোকে দেশৰ মুঠ উৎপাদনলৈ অৰিহণা নোযোগায়
(ঘ) সকলো শুদ্ধ
উঃ (ঘ)
প্ৰঃ তলৰ কোনজন লোক সংগতিবিহীন?
(ক) এজন চেলুন স্বত্বাধিকাৰী
(খ) এজন মুচী
(গ) ‘মদাৰ ডায়েৰী’ৰ হিচাপ ৰক্ষক
(ঘ) টিউচন কৰা শিক্ষক
উঃ (ঘ)
প্রঃ নতুন কামবোৰ কোন খণ্ডত দেখা যায়?
(ক) প্রস্তুতকৰণ
(খ) সেৱা
(গ) শিক্ষা
(ঘ) পৰিবহণ
উঃ (খ)
প্রঃ 4 জন ভাড়াতীয়া শ্রমিক থকা প্রতিষ্ঠানক কি খণ্ডৰ প্রতিষ্ঠান বোলে?
(ক) আনুষ্ঠানিক
(খ) অনানুষ্ঠানিক
(গ) শিক্ষা
(ঘ) স্বাস্থ্য
উঃ (খ)
প্রঃ নগৰত নিয়মিত বেতনভোগী শ্রমিকৰ সংখ্যা কিয় বেছি?
(ক) শিক্ষাৰ প্ৰয়োগ
(খ) নগৰত সুযোগ-সুবিধা বেছি
(গ) নিয়মত চাকৰি
(ঘ) সকলো শুদ্ধ
উঃ (খ)
প্রঃ মীনা, গৃহিণী হৈ ঘৰুৱা কামৰ বাহিৰে নিজৰ দোকানত কাম কৰে। তেওঁক শ্রমিক বুলি ক’ব পাৰি নেকি?
(ক) পাৰি
(খ) নাপাৰি
(গ) সম্ভাবনা আছে
(ঘ) অৱশ্যে নহয়
উঃ (ক)
প্ৰঃ তলৰ কোনজন লোক সংগতিবিহীন?
(ক) আনৰ মালিকানাধীন ৰিক্সা চলোৱা লোক
(খ) ৰাজমিস্ত্রী
(গ) কাৰিকৰৰ দোকানৰ শ্রমিক
(ঘ) জোতা পলিচ কৰা ল’ৰা
উঃ (ক)
প্রঃ নগৰত প্ৰায় কত শতাংশ লোক সেৱাখণ্ডত নিযুক্ত?
(ক) 20 শতাংশ
(খ) 40 শতাংশ
(গ) 50 শতাংশ
(ঘ) 60 শতাংশ
উঃ (ঘ)
প্রঃ নিয়মিত বেতনভোগী কামত মহিলাৰ সংখ্যা কম কিয়?
(ক) সুযোগৰ অভাৱ
(খ) শিক্ষা আৰু কৰ্মকুশলতাৰ অভাৱ
(গ) কামৰ বাবে সঠিক ক্ষেত্ৰৰ অভাৱ
(ঘ) সকলো শুদ্ধ
উঃ (ঘ)
প্ৰঃ ভাৰতৰ শ্ৰমবাহিনীৰ খণ্ডসমূহ কি কি?
(ক) প্রাথমিক, গৌণ আৰু সেৱা
(খ) গৌণ আৰু প্রাথমিক
(গ) প্রাথমিক আৰু শিক্ষা
(ঘ) কেৱল সেৱা
উঃ (ক)
প্ৰঃ ভাৰতত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত নিয়োগৰ সৃষ্টি বৃদ্ধি পাইছেনে?
(ক) হয়
(খ) নহয়
(গ) সম্ভাৱনা আছে
(ঘ) অসম্পূর্ণ
উঃ (খ)
প্রঃ আনুষ্ঠানিক খণ্ডত নিয়োগ সৃষ্টিৰ প্রয়োজন কিয়?
(ক) সামাজিক সুৰক্ষাৰ বাবে
(খ) অধিক উপাৰ্জনৰ সুবিধাৰ বাবে
(গ) আর্থিক উন্নতিৰ বাবে
(ঘ) সকলো শুদ্ধ
উঃ (ঘ)
প্রঃ ‘শ্রমিক’ কাক বোলে?
(ক) মজুৰি নোপোৱা লোকক
(খ) মুঠ উৎপাদনত ভূমিকা ৰখা লোকক
(গ) সকলো শিক্ষিত লোকক
(ঘ) কেৱল চৰকাৰী কৰ্মচাৰীক
উঃ (খ)
প্রঃ ভাৰতত শ্রমিক খণ্ডৰ বিভাজন কিমান ভাগত কৰা হৈছে?
(ক) ২ ভাগ
(খ) ৩ ভাগ
(গ) ৪ ভাগ
(ঘ) ৫ ভাগ
উঃ (খ)
প্রঃ গাঁৱত শ্রমিক জনসংখ্যাৰ সৰ্বাধিক অংশ কোন খণ্ডত নিযুক্ত?
(ক) প্রাথমিক খণ্ড
(খ) গৌণ খণ্ড
(গ) সেৱা খণ্ড
(ঘ) চৰকাৰী খণ্ড
উঃ (ক)
প্রঃ ভাৰতৰ আনুষ্ঠানিক খণ্ডত নিয়োজিত শ্রমিকে কি সুবিধা লাভ কৰে?
(ক) বেতন হ্রাস
(খ) সামাজিক সুৰক্ষাৰ সুবিধা
(গ) কোনো সুবিধা লাভ নকৰে
(ঘ) সীমিত মজুৰি
উঃ (খ)
প্রঃ আনুষ্ঠানিক খণ্ডত নিয়োগ বৃদ্ধি কিয় প্রয়োজন?
(ক) চিৰস্থায়ী বেকাৰ সমস্যা সমাধানৰ বাবে
(খ) উচ্চ বেতন আৰু সামাজিক সুৰক্ষাৰ বাবে
(গ) লোকক কর্মহীন কৰি ৰাখিবলৈ
(ঘ) কাৰণ নাই
উঃ (খ)
প্রঃ ‘নিয়োগহীন বৃদ্ধি’ শব্দটোৰ মানে কি?
(ক) অধিক শ্রমিকৰ নিযুক্তি
(খ) মুঠ উৎপাদনৰ বৃদ্ধিৰ বাবে কোনো নিয়োগ
(গ) মুঠ উৎপাদন হ্রাস
(ঘ) সকলো শ্ৰমিকৰ মজুৰি বৃদ্ধি
উঃ (খ)
প্রঃ কোন খণ্ডত নগৰৰ শ্ৰমিকৰ সৰ্বাধিক অংশ নিযুক্ত?
(ক) প্রাথমিক খণ্ড
(খ) গৌণ খণ্ড
(গ) সেৱা খণ্ড
(ঘ) ব্যৱসায় খণ্ড
উঃ (গ)
প্রঃ গাঁও অঞ্চলৰ মুঠ শ্রমিকৰ কিমান শতাংশ কৃষি আৰু খনিৰ কামত নিযুক্ত?
(ক) ১০ শতাংশ
(খ) ২৫ শতাংশ
(গ) ৭৫ শতাংশ
(ঘ) ৫০ শতাংশ
উঃ (গ)
প্রঃ কোন খণ্ডত মহিলা শ্রমিকৰ সংখ্যা বেছি?
(ক) প্রাথমিক খণ্ড
(খ) গৌণ খণ্ড
(গ) সেৱা খণ্ড
(ঘ) প্ৰস্তুতকৰণ খণ্ড
উঃ (ক)
প্রঃ “ভাৰতীয় অর্থব্যৱস্থা”ত উদাৰীকৰণৰ ভূমিকা কেতিয়া পৰিলক্ষিত হৈছিল?
(ক) ১৯৫০ চনত
(খ) ১৯৯০ চনত
(গ) ২০০০ চনত
(ঘ) ২০১০ চনত
উঃ (খ)
প্রঃ নগৰত নিয়মিত বেতনভোগী কামৰ সুযোগ গাঁৱতকৈ বেছি কিয়?
(ক) গাঁৱৰ লোক বেকাৰ
(খ) নগৰত সুবিধা আৰু উন্নত সংযোগ বেছি
(গ) গাঁৱত স্কুল নাই
(ঘ) নগৰত মানুহৰ সংখ্যা বেছি
উঃ (খ)
প্রঃ মুঠ উৎপাদন বৃদ্ধিত “কর্মহীন বৃদ্ধি”ৰ প্রতিক্রিয়া কি?
(ক) মুঠ উৎপাদনৰ লগতে নিয়োগ বৃদ্ধি
(খ) উৎপাদনৰ হাৰ উচ্চ কিন্তু নিয়োগ হাৰ নিম্ন
(গ) মুঠ উৎপাদনৰ হাৰ নিম্ন
(ঘ) বেকাৰ সমস্যা সমাধান
উঃ (খ)
প্রঃ নতুন নিযুক্তিৰ ক্ষেত্রত কেতিয়া গৌণ খণ্ডক সর্বাধিক প্রাধান্য দিয়া হৈছিল?
(ক) ১৯৯০ চনত
(খ) ২০০৫ চনত
(গ) ২০১০ চনত
(ঘ) ২০১৫ চনত
উঃ (ক)
প্ৰঃ নগৰ অঞ্চলৰ ৬০ শতাংশ শ্রমিক কোন খণ্ডত নিযুক্ত?
(ক) প্রাথমিক খণ্ড
(খ) গৌণ খণ্ড
(গ) সেৱা খণ্ড
(ঘ) কিছুমান খণ্ড
উঃ (গ)
প্ৰঃ অসমৰ আনুষ্ঠানিক খণ্ডত অধিক নিয়োগৰ প্রয়োজন কিয়?
(ক) উচ্চ বেতন লাভৰ বাবে
(খ) শ্ৰমিকৰ সংহতি বৃদ্ধি কৰিবলৈ
(গ) সামাজিক সুৰক্ষা আৰু মানৱিক উন্নয়নৰ বাবে
(ঘ) সকলো শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ
উঃ (গ)
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ শ্রমিক কাক বোলে?
উঃ মুঠ উৎপাদনত অৱদান ৰখা লোকক শ্রমিক বোলে।
প্রঃ ভাৰতত শ্রমিক খণ্ডৰ ভাগ কিমান?
উঃ ভাৰতত শ্রমিক খণ্ডৰ ভাগ তিনিটা।
প্রঃ গাঁৱত সর্বাধিক শ্রমিক কোন খণ্ডত নিযুক্ত?
উঃ প্রাথমিক খণ্ডত গাঁৱৰ সৰ্বাধিক শ্রমিক নিযুক্ত।
প্রঃ আনুষ্ঠানিক খণ্ডত নিয়োজিত শ্রমিকৰ সুবিধা কি?
উঃ তেওঁলোকে সামাজিক সুৰক্ষাৰ সুবিধা পায়।
প্রঃ কোন খণ্ডত নিযুক্তি বৃদ্ধিৰ প্ৰয়োজন?
উঃ আনুষ্ঠানিক খণ্ডত নিযুক্তি বৃদ্ধিৰ প্ৰয়োজন।
প্রঃ নিয়োগহীন বৃদ্ধিৰ অৰ্থ কি?
উঃ নিয়োগহীন বৃদ্ধিৰ অৰ্থ হৈছে মুঠ উৎপাদনৰ বৃদ্ধিৰ বাবে কোনো নিয়োগ নকৰা।
প্ৰঃ নগৰ শ্ৰমিকৰ সর্বাধিক অংশ কোন খণ্ডত নিযুক্ত?
উঃ নগৰ শ্ৰমিকৰ সর্বাধিক অংশ সেৱা খণ্ডত নিযুক্ত।
প্ৰঃ গাঁৱৰ মুঠ শ্রমিকৰ সৰ্বাধিক অংশ কোন কামত নিযুক্ত?
উঃ গাঁৱৰ মুঠ শ্রমিকৰ সৰ্বাধিক অংশ কৃষি কামত নিযুক্ত।
প্ৰঃ মহিলা শ্রমিকৰ সৰ্বাধিক নিযুক্তি কোন খণ্ডত দেখা যায়?
উঃ মহিলা শ্রমিকৰ সৰ্বাধিক নিযুক্তি প্রাথমিক খণ্ডত দেখা যায়।
প্রঃ ভিক্ষাৰীসকলক শ্রমিক নহয় কিয়?
উঃ তেওঁলোকে মুঠ উৎপাদনত কোনো অৰিহণা নোযোগায়।
প্রঃ ভাৰতত উদাৰীকৰণৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈছিল?
উঃ ভাৰতত উদাৰীকৰণৰ প্ৰক্ৰিয়া ১৯৯০ চনত আৰম্ভ হৈছিল।
প্রঃ নগৰত নিয়মিত বেতনভোগী কামৰ সুবিধা কিয় বেছি?
উঃ নগৰত সুবিধা আৰু উন্নত সংযোগ বেছি।
প্রঃ নিয়োগহীন বৃদ্ধিৰ প্ৰতিক্রিয়া কি?
উঃ উৎপাদনৰ হাৰ উচ্চ কিন্তু নিয়োগ হাৰ নিম্ন।
প্রঃ গৌণ খণ্ডক প্রাধান্য কেতিয়া দিয়া হৈছিল?
উঃ ১৯৯০ চনত গৌণ খণ্ডক সর্বাধিক প্রাধান্য দিয়া হৈছিল।
প্ৰঃ নগৰ অঞ্চলৰ সৰ্বাধিক শ্রমিক কোন খণ্ডত নিযুক্ত?
উঃ নগৰ অঞ্চলৰ ৬০% শ্রমিক সেৱা খণ্ডত নিযুক্ত।
প্রঃ আনুষ্ঠানিক খণ্ডত নিয়োগৰ প্রয়োজন কিয়?
উঃ সামাজিক সুৰক্ষা আৰু মানৱিক উন্নয়নৰ বাবে আনুষ্ঠানিক খণ্ডত নিয়োগৰ প্রয়োজন।
প্রঃ কোন খণ্ডত শ্রমিকৰ অধিক সংখ্যক লোক নিযুক্ত?
উঃ প্রাথমিক খণ্ডত অধিক সংখ্যক শ্রমিক নিযুক্ত।
প্রঃ ভিক্ষাৰীসকলক শ্রমিক হিচাপে গণ্য কৰা হয় নে?
উঃ ভিক্ষাৰীসকলক শ্রমিক হিচাপে গণ্য কৰা নাযায়।
প্ৰঃ “মুঠ উৎপাদন”ৰ অর্থ কি?
উঃ মুঠ উৎপাদনে এটা দেশৰ মুঠ আয়ৰ অৰ্থ প্রকাশ কৰে।
প্ৰঃ বেকাৰৰ সৰ্বাধিক সমস্যা নগৰ নে গাঁওত?
উঃ গাঁৱত বেকাৰৰ সৰ্বাধিক সমস্যা দেখা যায়।
প্রঃ আনুষ্ঠানিক খণ্ডত নিযুক্ত শ্রমিকৰ সুবিধা কি?
উঃ তেওঁলোকে সামাজিক সুৰক্ষাৰ সুবিধা পায়।
প্রঃ গাঁওত শ্রমিকৰ সংহতি কিয় কম?
উঃ উন্নত সুবিধাৰ অভাৱৰ বাবে গাঁওত শ্ৰমিকৰ সংহতি কম।
প্ৰঃ নগৰত কেনেকৈ বেতনভোগী কামৰ সুযোগ বেছি?
উঃ নগৰত উন্নত সংযোগ আৰু সুবিধা অধিক।
প্রঃ নিয়োগহীন বৃদ্ধি কেতিয়া হয়?
উঃ উৎপাদনৰ বৃদ্ধি ঘটে কিন্তু নিয়োগৰ হাৰ কম থাকে।
প্ৰঃ ভাৰতত মুঠ উৎপাদনৰ ক্ষেত্ৰত কোন খণ্ডৰ ভূমিকা সর্বাধিক?
উঃ প্রাথমিক খণ্ডৰ মুঠ উৎপাদনত সর্বাধিক ভূমিকা থাকে।
প্রঃ গৌণ খণ্ডক সর্বাধিক প্রধান খণ্ড হিচাপে কেতিয়া বিবেচিত?
উঃ ১৯৯০ চনত গৌণ খণ্ডক প্রধান খণ্ড হিচাপে বিবেচনা কৰা হয়।
প্রঃ গাঁৱৰ ৭৫ শতাংশ শ্রমিক কোন খণ্ডত নিযুক্ত?
উঃ প্রাথমিক খণ্ডত গাঁৱৰ ৭৫ শতাংশ শ্রমিক নিযুক্ত।
প্রঃ শ্রমিকৰ বাবে সামাজিক সুৰক্ষাৰ সুবিধা কোন খণ্ডত লাভ কৰা যায়?
উঃ আনুষ্ঠানিক খণ্ডত নিযুক্ত হলে শ্রমিকৰ বাবে সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰা যায়।
প্রঃ গাঁৱত কোন খণ্ডত শ্রমিকৰ সংখ্যা বেছি?
উঃ প্রাথমিক খণ্ডৰ শ্রমিক গাঁৱত বেছি।
