Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Economics MCQ Chapter 20 ভাৰতত মানৱ মূলধন গঠন 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 20 ভাৰতত মানৱ মূলধন গঠন, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Economics MCQ Chapter 20 ভাৰতত মানৱ মূলধন গঠন

শাখা-গ

অধ্যায়-20

ভাৰতত মানৱ মূলধন গঠন

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ দেশ এখনত মানৱ মূলধনৰ মুখ্য উৎস কি কি?

(ক) শিক্ষাত কৰা বিনিয়োগ

(খ) পৰিবহণ

(গ) শাৰীৰিক স্বাস্থ্য

(ঘ) যোগাযোগ

উঃ (ক)

প্রঃ দেশৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশক কোনটো?

(ক) স্বাক্ষৰতাৰ হাৰ

(খ) যানবাহনৰ সংখ্যা

(গ) প্রযুক্তি উন্নয়ন

(ঘ) জনসংখ্যা বৃদ্ধিৰ হাৰ

উঃ (ক)

প্ৰঃ ভাৰতত আঞ্চলিক বৈষম্যৰ অন্যতম কাৰণ কি?

(ক) আন্ত: গাঁথনিৰ অভাৱ

(খ) উচ্চ আয়

(গ) প্রযুক্তি উন্নতি

(ঘ) শিক্ষা বৃদ্ধি

উঃ (ক)

প্রঃ মানব উন্নয়ন মানে কি?

(ক) মাত্র আয় বৃদ্ধি

(খ) সর্বাংগীণ বিকাশ

(গ) পৰিবহণ উন্নতি

(ঘ) মূলধন সঞ্চয়

উঃ (খ)

প্রঃ মানৱ উন্নয়ন কেনেকৈ ব্যাপক বুলি ধৰা হয়?

(ক) মাত্ৰ শিক্ষাৰ ওপৰত নিৰ্ভৰশীল

(খ) শাৰীৰিক বিকাশৰ ওপৰত নিৰ্ভৰশীল

(গ) সকলো ব্যক্তি শিক্ষা আৰু স্বাস্থ্যত লাভবান হোৱাৰ অধিকাৰ থাকে

(ঘ) ক্রয় ক্ষমতা বৃদ্ধি

উঃ (গ)

প্রঃ কোনবোৰ মানৱ মূলধন গঠনত অৰিহণা যোগায়?

(ক) মাত্র স্বাস্থ্য

(খ) শিক্ষাৰ স্তৰ, প্রশিক্ষণ

(গ) খেলাধুলা

(ঘ) ৰাজনীতি

উঃ (খ)

প্রঃ শিক্ষা খণ্ড নিয়ন্ত্রণ কৰা প্রতিষ্ঠানটো কি?

(ক) শিক্ষামন্ত্রালয়

(খ) NCERT

(গ) বিশ্ববিদ্যালয়

(ঘ) বিদ্যালয় পৰিষদ

উঃ (খ)

প্রঃ শিক্ষাই কেনেকৈ উন্নয়ন বৃদ্ধি কৰে?

(ক) লোকসকলৰ আয়ৰ হাৰ বৃদ্ধি কৰে

(খ) জনসংখ্যা নিয়ন্ত্রণ কৰে

(গ) স্বাস্থ্য উন্নত কৰে

(ঘ) খেলাধুলা উন্নত কৰে

উঃ (ক)

প্রঃ স্বাস্থ্য আন্ত: গাঁথনিৰ ভূমিকা কি?

(ক) কেৱল চিকিৎসাৰ ব্যৱস্থা

(খ) ৰোগ প্ৰতিৰোধ

(গ) কামৰ উৎপাদনশীলতা বৃদ্ধি

(ঘ) স্বাস্থ্য বিহীনতা

উঃ (গ)

প্রঃ মানর মূলধনত বিনিয়োগৰ ফলত কি হয়?

(ক) জনসংখ্যা বৃদ্ধি হয়

(খ) কামৰ মান বৃদ্ধি পায়

(গ) মাত্র অর্থ বৃদ্ধি হয়

(ঘ) ক্রয় ক্ষমতা বৃদ্ধি হয়

উঃ (খ)

প্রঃ মানর মূলধনে কেনেকৈ অর্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰে?

(ক) জনসংখ্যা বৃদ্ধি কৰে

(খ) নতুন নতুন উদ্ভাৱন সাহায্য কৰে

(গ) সামাজিক শৃংখলাৰ উন্নতি কৰে

(ঘ) চৰকাৰী বিনিয়োগ বৃদ্ধি কৰে

উঃ (খ)

প্ৰঃ ভাৰতত দৰিদ্ৰতা হ্ৰাসৰ বাবে কি গুৰুত্বপূৰ্ণ?

(ক) মাত্ৰ শাৰীৰিক বিকাশ

(খ) উচ্চ শিক্ষা আৰু স্বাস্থ্য

(গ) যানবাহন

(ঘ) ৰাজনৈতিক শক্তি

উঃ (খ)

প্রঃ আঞ্চলিক বৈষম্যৰ বাবে মুখ্য উপাদান কি?

(ক) পৰিবহণ আৰু যোগাযোগৰ অভাৱ

(খ) উচ্চ আয়

(গ) উদ্ভাৱন শক্তি

(ঘ) সামাজিক বিকাশ

উঃ (ক)

প্রঃ ভাৰতত মানৱ সম্পদৰ উন্নয়নত কি বাধা?

(ক) অধিক শিক্ষা

(খ) দৰিদ্ৰতা

(গ) কম আয়

(ঘ) ৰাজনৈতিক সুবিধা

উঃ (খ)

প্রঃ ভাৰতত শিক্ষাৰ অৰ্থনৈতিক ভূমিকা কেনেকৈ দেখা যায়?

(ক) আয় বৃদ্ধি পায়

(খ) জনসংখ্যা হ্রাস হয়

(গ) শিক্ষা প্ৰচাৰ হয়

(ঘ) খেলাধুলাৰ উন্নতিহয়

উঃ (ক)

প্রঃ স্ত্রী শিক্ষা কেনেকৈ উন্নয়নত সহায়ক?

(ক) আয়ৰ ওপৰত প্ৰভাৱিত

(খ) সামাজিক অবস্থান উন্নত হয়

(গ) জনসংখ্যা বৃদ্ধি হয়

(ঘ) ৰাজনৈতিক শক্তি বৃদ্ধি হয়

উঃ (খ)

প্রঃ ভাৰতত উচ্চ শিক্ষাৰ অভাৱৰ কাৰণ কি?

(ক) দৰিদ্ৰতা

(খ) উচ্চ দৰমহা

(গ) কম জনসংখ্যা

(ঘ) ৰাজনৈতিক দ্বন্দ্ব

উঃ (ক)

প্ৰঃ মানৱ উন্নয়নৰ উদ্দেশ্য কি?

(ক) সামাজিক অৱস্থান

(খ) শাৰীৰিক বিকাশ

(গ) মানব কল্যাণ

(ঘ) শৈক্ষিক গৱেষণা

উঃ (গ)

প্রঃ শিক্ষা গঠনত কেনে বিনিয়োগৰ প্ৰয়োজন?

(ক) ক্রয় ক্ষমতা বৃদ্ধি

(খ) সামাজিক বিকাশ

(গ) উৎপাদনশীলতা বৃদ্ধিৰ বাবে

(ঘ) জনসংখ্যা নিয়ন্ত্রণ

উঃ (গ)

প্ৰঃ ভাৰতত মানৱ মূলধনৰ সমস্যা কি?

(ক) কৌশলৰ অভাৱ

(খ) সামাজিক সম্পর্ক

(গ) ৰাজনৈতিক বৃদ্ধি

(ঘ) জনসংখ্যা হ্রাস

উঃ (ক)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রঃ দেশত মানৱ মূলধনৰ মূল উৎস দুটা কি?

উঃ দেশত মানৱ মূলধনৰ মূল উৎস হ’ল শিক্ষা আৰু স্বাস্থ্য।

প্রঃ শিক্ষাৰ উন্নতিৰ চিহ্ন কি?

উঃ শিক্ষাৰ উন্নতিৰ চিহ্ন হ’ল স্বাক্ষৰতাৰ হাৰ বৃদ্ধি।

প্রঃ ভাৰতত আঞ্চলিক বৈষম্য কিয় দেখা যায়?

উঃ ভাৰতত উপযুক্ত আন্তঃ গাঁথনিৰ অভাৱত আঞ্চলিক বৈষম্য দেখা যায়।

প্রঃ মানৱ মূলধন কি?

উঃ মানৱ মূলধন হৈছে শিক্ষিত আৰু দক্ষ মানুহৰ গুণসমূহ।

প্রঃ মানর উন্নয়ন কেনে?

উঃ মানৱ উন্নয়ন হ’ল মানুহৰ সৰ্বাংগীণ বিকাশ।

প্রঃ মানৱ উন্নয়নৰ পৰিপ্ৰেক্ষিতত মানৱ লক্ষ্য কি?

উঃ মানৱ উন্নয়নৰ পৰিপ্ৰেক্ষিতত মানৱ লক্ষ্য হৈছে মানুহ নিজেই।

প্রঃ শিক্ষা মানৱ উন্নয়নত কেনেদৰে সহায়ক?

উঃ শিক্ষা মানৱ উন্নয়নত সুসংহত জীৱনধাৰণৰ সুবিধা দিয়ে।

প্রঃ মানৱ মূলধনৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যৰ ভূমিকা কি?

উঃ স্বাস্থ্য মানৱ মূলধনৰ বিকাশৰ বাবে প্রয়োজনীয়।

প্রঃ শিক্ষাৰ দ্বাৰা অর্জিত আয়ৰ প্ৰভাৱ কি?

উঃ শিক্ষাৰ দ্বাৰা অর্জিত আয়ে দেশৰ অৰ্থনৈতিক উন্নতি কৰে।

প্ৰঃ প্ৰব্ৰজনৰ অৰ্থ কি?

উঃ প্ৰব্ৰজনৰ অৰ্থ হৈছে কামৰ বাবে নিজ ঠাই এৰি অন্য ঠাইলৈ যোৱা।

প্রঃ শিক্ষাৰ আয়োজনৰ দৰকাৰ কি?

উঃ শিক্ষাৰ আয়োজনৰ দৰকাৰ হৈছে নিপুণতা আৰু প্ৰশিক্ষণৰ বাবে।

প্ৰঃ উচ্চ আয়ৰ কাৰণে কি প্রয়োজন?

উঃ উচ্চ আয়ৰ কাৰণে শিক্ষা আৰু দক্ষতাৰ প্রয়োজন।

প্ৰঃ মানৱ মূলধনৰ সৈতে অর্থনৈতিক বৃদ্ধিৰ সম্পর্ক কি?

উঃ মানৱ মূলধনে অর্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰে।

প্রঃ বৃত্তিগত প্রশিক্ষণৰ প্ৰয়োজনীয়তা কি?

উঃ বৃত্তিগত প্রশিক্ষণে ব্যক্তিক স্বনিৰ্ভৰশীল কৰে।

প্রঃ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদৰ কি দায়িত্ব?

উঃ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদৰ দায়িত্ব হৈছে শিক্ষাৰ প্ৰসাৰ কৰা।

প্রঃ ভাৰতত মহিলা শিক্ষাৰ প্ৰয়োজনীয়তা কি?

উঃ ভাৰতত মহিলা শিক্ষাই অর্থনৈতিক স্বাৱলম্বিতা আনিব পাৰে।

প্রঃ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মানুহৰ সমস্যা কি?

উঃ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মানুহৰ সমস্যা হৈছে উচ্চ শিক্ষাৰ অভাৱ।

প্রঃ অর্থনৈতিক উন্নয়নৰ বাবে মানৱ মূলধন কেনে?

উঃ অর্থনৈতিক উন্নয়নৰ বাবে মানৱ মূলধন অতি গুৰুত্বপূর্ণ।

প্রঃ অর্থনৈতিক সমৃদ্ধিৰ বাবে মানৱ উন্নয়ন কিদৰে সহায়ক?

উঃ মানৱ উন্নয়নে পৰিৱেশ সৃজন আৰু সামাজিক উন্নয়ন সাধনত সহায় কৰে।

প্ৰঃ স্বাস্থ্য খণ্ডৰ প্ৰধান গৱেষণা প্ৰতিষ্ঠানৰ নাম কি?

উঃ স্বাস্থ্য খণ্ডৰ প্ৰধান গবেষণা প্রতিষ্ঠান হ’ল ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)|

প্রঃ শিক্ষা আৰু স্বাস্থ্যৰ মাজত সম্পর্ক কি?

উঃ শিক্ষা আৰু স্বাস্থ্য দুয়ো মানৱ উন্নয়নত অবদান যোগায়।

প্রঃ মানব উন্নয়ন কেনে প্রক্রিয়া?

উঃ মানৱ উন্নয়ন সর্বাংগীণ বিকাশৰ প্ৰক্ৰিয়া।

প্রঃ শিক্ষাই কেনে সম্পদৰ সৃষ্টি কৰে?

উঃ শিক্ষাই উৎপাদনশীল জনসম্পদৰ সৃষ্টি কৰে।

প্রঃ ভাৰতত মানৱ সম্পদৰ সমস্যা কি?

উঃ ভাৰতত মানৱ সম্পদৰ সমস্যা হৈছে প্ৰশিক্ষণৰ অভাৱ।

প্ৰঃ ভাৰতত দৰিদ্ৰতাৰ কাৰণ কি?

উঃ ভাৰতত দৰিদ্ৰতাৰ মূল কাৰণ হৈছে শিক্ষা আৰু স্বাস্থ্যৰ অভাৱ।

প্রঃ মানৱ উন্নয়ন আৰু মানৱ মূলধনৰ মাজৰ পার্থক্য কি?

উঃ মানৱ উন্নয়ন হৈছে সর্বাংগীণ বিকাশ আৰু মানৱ মূলধন হৈছে শিক্ষা আৰু দক্ষতাৰ প্ৰয়োগ।

প্রঃ শিক্ষাৰ বিনিয়োগ কেনেদৰে ফলপ্রসূ?

উঃ শিক্ষাৰ বিনিয়োগে সমাজৰ মানৱ সম্পদ উন্নত কৰে।

প্ৰঃ মানৱ মূলধনৰ লগত শ্ৰমৰ সম্পৰ্ক কি?

উঃ মানৱ মূলধনে শ্ৰমৰ দক্ষতা বৃদ্ধি কৰে।

প্রঃ আর্থিক উন্নয়নৰ বাবে শিক্ষাৰ অৱদান কি?

উঃ আর্থিক উন্নয়নৰ বাবে শিক্ষাই আয় বৃদ্ধি কৰে।

প্রঃ স্বাস্থ্য আন্তঃ গাঁথনিৰ প্রয়োজনীয়তা কি?

উঃ স্বাস্থ্য আন্তঃ গাঁথনিৰ প্ৰয়োজনীয়তা হৈছে উৎপাদন বৃদ্ধি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment