আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 14 সূচকাংক, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Economics MCQ Chapter 14 সূচকাংক
শাখা-খ
অধ্যায়-14
সূচকাংক
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
👉 Read Also:
- পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ
- প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
- ভাৰতীয় অর্থব্যৱস্থা (1950-1990)
- উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
- দৰিদ্ৰতা
প্রঃ সূচকাংক কি?
(ক) এটা খেল
(খ) এটা চলৰাশি
(গ) এটা মাত্রা
(ঘ) এটা গড় মান
উঃ (ঘ)
প্রঃ সূচকাংকক কেনেকৈ ব্যৱহাৰ কৰা হয়?
(ক) আপেক্ষিক পৰিৱৰ্তন নিৰ্ণয় কৰিবলৈ
(খ) গণিতৰ সঁজুলিৰূপে
(গ) খেলা সময়ৰ হিচাপত
(ঘ) অতীত অধ্যয়নৰ বাবে
উঃ (ক)
প্রঃ মূল্য সূচাংক কিহেৰে জোখা হয়?
(ক) সামগ্ৰীৰ পৰিমাণৰ ভিত্তিত
(খ) সময়ৰ ব্যবধানত সামগ্ৰীৰ মূল্যৰ পৰিবৰ্তনেৰে
(গ) সামগ্ৰীৰ গুণৰ মাপকাঠিত
(ঘ) মজুৰিৰ পৰিমাণত
উঃ (খ)
প্রঃ কোন বিষয়টো সূচকাংক গঠনৰ বাবে আৱশ্যক?
(ক) গাণিতিক জ্ঞান
(খ) উদ্দেশ্য নির্ধাৰণ
(গ) খৰচৰ পৰিমাণ
(ঘ) সামগ্ৰীৰ আকাৰ
উঃ (খ) উদ্দেশ্য নির্ধাৰণ
প্রঃ মূল্য আপেক্ষিক কিদৰে উলিওৱা হয়?
(ক) চালানি-মাহানি
(খ) শতকৰা হিচাপে
(গ) সংখ্যা হিচাপে
(ঘ) ভিত্তিবছৰৰ ওপৰত
উঃ (খ)
প্রঃ মূল্য সূচকাংক কেনেদৰে জোখা হয়?
(ক) সামগ্ৰীৰ পৰিমাণৰ দ্বাৰা
(খ) সময়ৰ পৰিৱৰ্তনেৰে
(গ) ভাৰিত সূচকাংকৰ দ্বাৰা
(ঘ) কোনো নাই
উঃ (গ) ভাৰিত সূচকাংকৰ দ্বাৰা
প্রঃ কোন পদ্ধতিৰে সূচকাংক নিৰ্ণয় কৰা হয়?
(ক) আপেক্ষিক পদ্ধতি
(খ) সমষ্টিগত পদ্ধতি
(গ) সংখ্যা পদ্ধতি
(ঘ) চলৰাশি পদ্ধতি
উঃ (খ)
প্রঃ সূচকাংকৰ সীমাবদ্ধতা কি?
(ক) তথ্যৰ গুণগত মান
(খ) মজুৰি বৃদ্ধি
(গ) খৰচৰ পৰিমাণ
(ঘ) সামগ্ৰীৰ গুণ
উঃ (ঘ)
প্রঃ কোন সূচকাংকে জীবনৰ খৰচৰ মানক প্ৰদৰ্শন কবে?
(ক) উপভোক্তা খৰচ সূচকাংক
(খ) মজুৰি সূচকাংক
(গ) পুঁজিৰ সূচকাংক
(ঘ) উৎপাদন সূচকাংক
উঃ (ক)
প্রঃ ভিত্তি বর্ষ কি?
(ক) এক নির্দিষ্ট সময়
(খ) অতীতৰ এটা বৰ্ষ
(গ) স্বাভাৱিক বর্ষ
(ঘ) দ্বাৰা নিৰ্ধাৰণ কৰা সময়
উঃ (গ)
প্রঃ কিমান প্ৰকাৰৰ সূচকাংক আছে?
(ক) এক
(খ) তিনি
(গ) পাঁচ
(ঘ) দুই
উঃ (খ)
প্ৰঃ CPIৰ মান 400 হ’লে, মজুৰি বৃদ্ধি কিমান হ’ব?
(ক) 5000
(খ) 7000
(গ) 16000
(ঘ) 4000
উঃ (গ)
প্রঃ সূচকাংকৰ গঠন কৰোতে কোনটা বাছনি কৰা আৱশ্যক?
(ক) খৰচৰ আকাৰ
(খ) ভাৰ নিৰ্বাচন
(গ) চালানীৰ খৰচ
(ঘ) উৎপাদনৰ খৰচ
উঃ (খ) ভাৰ নিৰ্বাচন
👉 Read Also:
- ভাৰতত মানৱ মূলধন গঠন
- গ্ৰাম্য উন্নয়ন
- নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
- আন্তঃগাঁথনি
- পৰিৱেশ আৰু বহনক্ষম উন্নয়ন
প্রঃ মূল সূচকাংক কোন সূচকাংকৰ অংশ?
(ক) আপেক্ষিক সূচকাংক
(খ) মুঠ সূচকাংক
(গ) পৰিমাণ সূচকাংক
(ঘ) মুল্য সূচকাংক
উঃ (ঘ)
প্রঃ উপভোক্তা ব্যয় সূচকাংক গঠনৰ পদক্ষেপ কি?
(ক) খুচুৰা মূল্য তালিকা
(খ) চলিত মজুৰি
(গ) মজুৰি বৃদ্ধি
(ঘ) খৰচৰ পৰিমাণ
উঃ (ক)
প্রঃ কোন পদ্ধতিৰ দ্বাৰা সূচকাংক নিৰ্ণয় কৰিব পৰা যায়?
(ক) আপেক্ষিক গড়
(খ) সংখ্যা গঠন
(গ) মুঠ মূল্য
(ঘ) সূচকাংক বিন্যাস
উঃ (ক)
প্রঃ মূল্য আপেক্ষিক কি?
(ক) চলিত বছৰৰ দাম
(খ) সামগ্ৰীৰ দাম
(গ) চলিত বছৰৰ দাম/ভিত্তি বছৰৰ দাম ×100
(ঘ) সামগ্ৰীৰ গুণ
উঃ (গ)
প্ৰঃ চলিত বছৰৰ CPI যদি 400 আৰু ভিত্তি CPI যদি 100 হয়, তেন্তে চলিত মজুৰি কিমান হ’ব লাগিব?
(ক) 6000
(খ) 16000
(গ) 4000
(ঘ) 14000
উঃ (খ)
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ সূচকাংক কি?
উঃ এটা গড় মান।
প্রঃ সূচকাংকক কেনেকৈ ব্যৱহাৰ কৰা হয়?
উঃ আপেক্ষিক পৰিৱৰ্তন নির্ণয় কৰিবলৈ।
প্রঃ মূল্য সূচাংক কিহেৰে জোখা হয়?
উঃ সময়ৰ ব্যবধানত সামগ্ৰীৰ মূল্যৰ পৰিবৰ্তনেৰে।
প্রঃ কোন বিষয়টো সূচকাংক গঠনৰ বাবে আৱশ্যক?
উঃ উদ্দেশ্য নির্ধাৰণ।
প্রঃ মূল্য আপেক্ষিক কিদৰে উলিওৱা হয়?
উঃ শতকৰা হিচাপে।
প্রঃ মূল্য সূচকাংক কিহেৰে জোখা হয়?
উঃ ভাৰিত সূচকাংকৰ দ্বাৰা।
প্রঃ কোন পদ্ধতিৰে সূচকাংক নির্ণয় কৰা হয়?
উঃ সমষ্টিগত পদ্ধতি।
প্রঃ সূচকাংকৰ সীমাবদ্ধতা কি?
উঃ সামগ্ৰীৰ গুণ।
প্রঃ কোন সূচকাংকে জীবনৰ খৰচৰ মানক প্ৰদৰ্শন কৰে?
উঃ উপভোক্তা খৰচ সূচকাংক।
প্রঃ ভিত্তি বর্ষ কি?
উঃ স্বাভাবিক বর্ষ।
প্ৰঃ কিমান প্ৰকাৰৰ সূচকাংক আছে?
উঃ তিনি।
প্ৰঃ CPI ৰ মান 400 হ’লে, মজুৰি বৃদ্ধি কিমান হ’ব?
উঃ 16000
প্রঃ সূচকাংকৰ গঠন কৰোতে কোনটা বাছনি কৰাটো আৱশ্যক?
উঃ ভাৰ নিৰ্বাচন।
প্রঃ মূল সূচকাংক কোন সূচকাংকৰ অংশ?
উঃ মুল্য সূচকাংক।
প্রঃ উপভোক্তা ব্যয় সূচকাংক গঠনৰ কি পদক্ষেপ?
উঃ খুচুৰা মূল্য তালিকা।
প্ৰঃ কোন পদ্ধতিৰ দ্বাৰা সূচকাংক নির্ণয় কৰিব পৰা যায়?
উঃ আপেক্ষিক গড়।
প্রঃ মূল্য আপেক্ষিক কি?
উঃ চলিত বছৰৰ দাম/ভিত্তি বছৰৰ দাম ×100
প্ৰঃ চলিত বছৰৰ CPI যদি 400 আৰু ভিত্তি CPI যদি 100 হয়, তেন্তে চলিত মজুৰি কিমান হ’ব লাগিব?
উঃ 16000
👉 Read Also:
- ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা
- আৰম্ভণি
- উপভোক্তাৰ আচৰণ তত্ত্ব
- উৎপাদন আৰু ব্যয়
- পূৰ্ণ প্রতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
