Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Economics MCQ Chapter 13 সহসম্বন্ধ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 13 সহসম্বন্ধ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Economics MCQ Chapter 13 সহসম্বন্ধ

শাখা-খ

অধ্যায়-13

সহসম্বন্ধ

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

👉 Read Also:

প্রঃ সহসম্বন্ধ কাক বোলে?

(ক) দুটা চলকৰ মাজত একে মানৰ পৰিৱৰ্তন

(খ) এটা চলকৰ মানৰ পৰিৱৰ্তন

(গ) এটা চলকৰ মানৰ পৰিৱৰ্তনৰ লগত আনটোৰো মানৰ পৰিৱৰ্তন

(ঘ) কোনো সহচৰ নথকা

উঃ (গ)

প্রঃ উচ্চতা আৰু ওজনৰ মাজৰ সহসম্বন্ধ গুণাঙ্কৰ একক হ’ল-

(ক) কি/গ্রা/ফুট

(খ) শতাংশ

(গ) কোনো একক নাথাকে

(ঘ) মিটাৰ/সেকেণ্ড

উঃ (খ)

প্রঃ সাধাৰণ সহসম্বন্ধ গুণাঙ্কৰ পৰিসৰ কিমান?

(ক) ০ ৰ পৰা অসমীলৈ

(খ) ঋণাত্মক একৰ পৰা যোগাত্মক একলৈ

(গ) ঋণাত্মক অসীমৰ পৰা অসীমলৈ

(ঘ) ০ ৰ পৰা ১০০ পর্যন্ত

উঃ (খ)

প্রঃ তলত দিয়া তিনিটা মাপৰ ভিতৰত কোনটোৱে যিকোনো সম্বন্ধ জুখিব পাৰে?

(ক) কার্ল পিয়েৰচনৰ সহসম্বন্ধ গুণাঙ্ক

(খ) স্পিয়াৰমেনৰ অনুস্থিতি সহসম্বন্ধ

(গ) প্রকীর্ণ চিত্র

(ঘ) সমাশ্রয়ন

উঃ (ক)

প্রঃ সাধাৰণ সহসম্বন্ধ গুণাঙ্কৰ বৈশিষ্ট্য কি?

(ক) একক বিহীন সংখ্যা

(খ) চলকৰ মূল আৰু নিৰিখ পৰিৱৰ্তনে মান পৰিৱৰ্তন কৰে

(গ) মান সদায় সমান

(ঘ) মাত্র ধনাত্মক

উঃ (ক)

প্রঃ ধনাত্মক সহসম্বন্ধত কি ঘটে?

(ক) এটা চলকৰ মান বাঢ়িলে আনটোৰো বাঢ়ে

(খ) এটা চলকৰ মান বাঢ়িলে আনটোৰ কমে

(গ) দুয়ো চলকৰ মান একে থাকে

(ঘ) কোনো সম্বন্ধ নাথাকে

উঃ (ক)

প্রঃ ঋণাত্মক সহসম্বন্ধৰ উদাহৰণ কি?

(ক) মূল্য বাঢ়িলে চাহিদা কমে

(খ) মূল্য বাঢ়িলে চাহিদা বাঢ়ে

(গ) উচ্চতা বাঢ়িলে ওজন বাড়ে

(ঘ) কোনো সহচৰ নাথাকে

উঃ (ক)

প্ৰঃ সৰল সহসম্বন্ধৰ অৰ্থ কি?

(ক) একাধিক চলকৰ মাজত সহসম্বন্ধ

(খ) দুটা চলকৰ মাজৰ সহসম্বন্ধ

(গ) সবল সহসম্বন্ধ

(ঘ) আনবিলাক চলক নথকা

উঃ (খ)

প্রঃ ৰৈখিক সহসম্বন্ধ কেতিয়া ঘটে?

(ক) অনুপাত একে থাকিলে

(খ) অনুপাত একে নাথাকিলে

(গ) মান সদায় সমান থাকিলে

(ঘ) একক বিহীন হ’লে

উঃ (ক)

প্রঃ সহসম্বন্ধ গুণাংকৰ মূল উদ্দেশ্য কি?

(ক) চলকৰ বৈশিষ্ট্য জনা

(খ) চলকৰ মাজত সহচৰ নিৰ্ণয়

(গ) চলকৰ পৰিৱৰ্তন

(ঘ) পৰিসৰ জোখা

উঃ (খ)

👉 Read Also:

প্ৰঃ কার্ল পিয়াৰ্ছনৰ সহসম্বন্ধ কেতিয়ালৈকে প্রযোজ্য?

(ক) ৰৈখিক সহসম্বন্ধৰ ক্ষেত্ৰত

(খ) অৰৈখিক সহসম্বন্ধৰ ক্ষেত্ৰত

(গ) মিশ্র সহসম্বন্ধৰ ক্ষেত্ৰত

(ঘ) পৰিসৰ সহসম্বন্ধৰ ক্ষেত্ৰত

উঃ (ক)

প্রঃ সমাশ্রয়নৰ উদ্দেশ্য কি?

(ক) চলকৰ মাজৰ সহচৰ জোখা

(খ) চলকৰ মাজৰ কাৰণ আৰু ফলৰ সম্পর্ক সুচোৱা

(গ) চলকৰ মূল স্থিৰ কৰা

(ঘ) চলকৰ বৈশিষ্ট্য জনা

উঃ (খ)

প্রঃ Spearman’s অনুস্থিতি সহসম্বন্ধৰ সূত্ৰটো কি?

(ক) চলকৰ মানৰ একে অনুপাত

(খ) অনুস্থিতি সহসম্বন্ধৰ পাৰ্থক্যৰ যোগফল

(গ) যিকোনো সম্বন্ধ

(ঘ) মিশ্র সম্বন্ধ

উঃ (খ)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রঃ সহসম্বন্ধ কাক বোলে?

উঃ দুটা চলৰাশিৰ মানৰ পৰিৱৰ্তনৰ লগত আনটোৰো মান পৰিৱৰ্তিত হ’লে সহসম্বন্ধ বোলা হয়।

প্রঃ ধনাত্মক সহসম্বন্ধ কাক বোলে?

উঃ এটা চলৰাশিৰ মান বাঢ়িলে বা কমিলে আনটোৰো মান বাঢ়ে বা কমে তেতিয়া তাক ধনাত্মক সহসম্বন্ধ বোলে।

প্রঃ ঋণাত্মক সহসম্বন্ধ কাক বোলে?

উঃ এটা চলৰাশিৰ মান কমিলে আনটোৰ মান বাঢ়ে বা বাঢ়িলে আনটোৰ মান কমে তেতিয়া তাক ঋণাত্মক সহসম্বন্ধ বোলে।

প্রঃ শূন্য সহসম্বন্ধ কাক বোলে?

উঃ এটা চলৰ মানৰ পৰিৱৰ্তনৰ লগত আনটো চলকৰ কোনো সম্পর্ক নথাকিলে তাক শূন্য সহসম্বন্ধ বোলা হয়।

প্রঃ সাধাৰণ সহসম্বন্ধ গুণাঙ্কৰ পৰিসৰ কি?

উঃ সাধাৰণ সহসম্বন্ধ গুণাঙ্কৰ পৰিসৰ ঋণাত্মক একৰ পৰা যোগাত্মক একলৈ।

প্ৰঃ কার্ল পিয়েৰচনৰ সহসম্বন্ধ গুণাঙ্ক কোনখন ক্ষেত্ৰত ব্যৱহাৰ হয়?

উঃ কার্ল পিয়েৰচনৰ সহসম্বন্ধ গুণাঙ্কই যিকোনো সম্বন্ধ জুখিব পাৰে।

প্রঃ সাধাৰণ সহসম্বন্ধ গুণাঙ্কৰ বৈশিষ্ট্য কি?

উঃ সাধাৰণ সহসম্বন্ধ গুণাঙ্ক এককবিহীন সংখ্যা।

প্রঃ সৰল সহসম্বন্ধ কাক বোলে?

উঃ দুটা চলৰ মাজত থকা সহসম্বন্ধক সৰল সহসম্বন্ধ বোলে।

প্রঃ ৰৈখিক সহসম্বন্ধ কাক বোলে?

উঃ এটা চলকৰ মানৰ পৰিৱৰ্তনৰ অনুপাত একে থাকিলে তাক ৰৈখিক সহসম্বন্ধ বোলে।

প্রঃ সহসম্বন্ধ গুণাঙ্ক কোনক্ষেত্রত শূন্য হ’ব পাবে?

উঃ দুটা চলৰাশি স্বতন্ত্র হ’লে সহসম্বন্ধ গুণাঙ্ক শূন্য হ’ব পাৰে।

প্রঃ Karl Pearson’s ৰ সহসম্বন্ধৰ মান কি ধৰণৰ থাকে?

উঃ Karl Pearson’s ৰ সহসম্বন্ধৰ মান1 আৰু + 1 ৰ মাজত থাকে।

প্রঃ সহসম্বন্ধ বনাম সমাশ্রয়নৰ মূল পার্থক্য কি?

উঃ সহসম্বন্ধৰ সহায়ত দুটা চলকৰ মাজৰ সহচৰ জোখা হয়, আনহাতে সমাশ্রয়নে ফলনীয় সম্পর্ক সূচিত কৰে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment