Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Economics MCQ Chapter 12 বিচ্যুতি বা প্ৰসাৰৰ মাপ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 12 বিচ্যুতি বা প্ৰসাৰৰ মাপ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Economics MCQ Chapter 12 বিচ্যুতি বা প্ৰসাৰৰ মাপ

শাখা-খ

অধ্যায়-12

বিচ্যুতি বা প্ৰসাৰৰ মাপ

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

👉 Read Also:

প্রঃ প্ৰসৰণ কাক বোলে?

(ক) বিভাজনৰ গড় মান

(খ) কেন্দ্রীয় মানৰ বিভাজন

(গ) বিভাজনৰ বিস্তৃতি

(ঘ) বিভাজনৰ কেন্দ্ৰ

উঃ (গ)

প্ৰঃ বিচ্ছুৰণৰ পৰম মাপ কোনটো?

(ক) গড় বিচলন গুণাংক

(খ) মানক বিচলন গুণাংক

(গ) চতুর্থক বিচলন

(ঘ) পৰম মাপ

উঃ (ঘ)

প্রঃ চতুর্থক বিচলন কাক বোলে?

(ক) Q3 আৰু Q1ৰ পাৰ্থক্যৰ আধা

(খ) গড় মানৰ বিভাজন

(গ) উচ্চতম আৰু নিম্নতম মানৰ পাৰ্থক্য

(ঘ) মাধ্যৰ পৰা বিচলন

উঃ (ক)

প্রঃ মানক বিচলন কি?

(ক) উচ্চতম আৰু নিম্নতম মানৰ পাৰ্থক্য

(খ) বিভাজনৰ মানৰ বৰ্গৰ মাধ্যৰ ধনাত্মক বর্গমূল

(গ) কেন্দ্ৰীয় মানৰ গড়

(ঘ) গড় মানৰ যোগফল

উঃ (খ)

প্ৰঃ পৰম মাপৰ বৈশিষ্ট্য কি?

(ক) বিভিন্ন এককত তুলনাৰ যোগ্য

(খ) পৰম এককত প্রকাশ

(গ) চৰম মানত নিৰ্ভৰশীল

(ঘ) গাণিতিক প্ৰয়োগৰ ক্ষেত্ৰত সুবিধাজনক

উঃ (খ)

প্রঃ প্ৰসাৰৰ এক গুণ কি?

(ক) গাণিতিক সম্প্ৰসাৰণ যোগ্য

(খ) সহজে গণনা কৰিব পৰা যায়

(গ) পৰম মানত ভিত্তি কৰে

(ঘ) খোলা অস্তযুক্ত বিভাজনত নিখুঁত

উঃ (খ)

প্রঃ গড় বিচলন কি?

(ক) চৰম মানৰ গড়

(খ) বিভাজনৰ মানৰ গড়

(গ) মাধ্যৰ পৰা বিচলনবোৰৰ গড়

(ঘ) চতুর্থক গুণাংক

উঃ (গ)

প্ৰঃ চতুৰ্থক বিচলনৰ দোষ কি?

(ক) মাধ্যৰ ওপৰত নিৰ্ভৰশীল

(খ) চৰম মানত প্ৰভাৱিত নহয়

(গ) গাণিতিক সম্প্ৰসাৰণ অসম্ভৱ

(ঘ) মাপৰ বিভাজন প্রশংসা কৰে

উঃ (গ)

প্ৰঃ বিচৰণ গুণাংক কি?

(ক) পৰম মাপ

(খ) আপেক্ষিক মাপ

(গ) গড় বিচলন

(ঘ) মানক বিচলন

উঃ (খ)

প্রঃ লৰেঞ্জ বক্ৰৰ উদ্দেশ্য কি?

(ক) প্ৰসাৰৰ মাপ

(খ) গড় বিচলনৰ পৰিসৰ

(গ) বিভাজনৰ আকৃতি নিৰূপণ

(ঘ) কেন্দ্রীয় মান গণনা

উঃ (গ)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রঃ প্ৰসৰণ কাক বোলে?

উঃ বিভাজনৰ মানবোৰ গড় বা কেন্দ্ৰীয় মানৰ দুয়োফালে বিস্তাৰিত হৈ থকাকে প্ৰসৰণ বোলে।

প্ৰঃ বিচ্ছুৰনৰ কেই প্ৰকাৰৰ মাপ আছে?

উঃ বিচ্ছুৰনৰ দুটা মাপ আছে- পৰম মাপ আৰু আপেক্ষিক মাপ।

প্রঃ চতুর্থক বিচলন কাক বোলে?

উঃ তৃতীয় চতুর্থক আৰু প্ৰথম চতুৰ্থকৰ পাৰ্থক্যৰ আধাকে চতুর্থক বিচলন বোলে।

প্রঃ পৰম মাপ কি?

উঃ যিবিলাক মাপ মূল বিভাজনৰ এককত প্রকাশ কৰা হয়, সেয়া পৰম মাপ।

প্রঃ আপেক্ষিক মাপৰ কিমান প্ৰকাৰৰ মাপ আছে?

উঃ আপেক্ষিক মাপৰ চাৰি প্ৰকাৰৰ মাপ আছে।

প্ৰঃ প্ৰসাৰৰ গুণ কি?

উঃ প্ৰসাৰ বুজিব আৰু গণনা কৰিবলৈ সহজ।

প্রঃ মানক বিচলন কি?

উঃ মানসমূহৰ সমান্তৰ মাধ্যৰ পৰা বিচলনবোৰৰ বৰ্গৰ মাধ্যৰ ধনাত্মক বর্গমূলকেই মানক বিচলন বোলে।

প্রঃ বিচৰণ গুণাংক কাক বোলে?

উঃ বিচৰণ গুণাংক হ’ল বিচ্ছুৰনৰ এটা আপেক্ষিক মাপ।

প্রঃ লৰেঞ্জ বক্র কি?

উঃ বক্ৰৰেখাৰ আকৃতিৰ পৰা প্ৰসাৰ বা বিচ্যুতি নিৰূপণ কৰা পদ্ধতিক লৰেঞ্জ বক্ৰ বোলে।

প্রঃ গড় বিচলন গুণাংক কি?

উঃ গড় বিচলন গুণাংক হ’ল গড় বিচলনৰ অনুৰূপ আপেক্ষিক মাপ।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment