Join WhatsApp

Join Now

Join Telegram

Join Now

একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 1 আৰম্ভণি 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 1 আৰম্ভণি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 1 আৰম্ভণি

শাখা-ক

অধ্যায়-১

আৰম্ভণি

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্ৰঃ দ্ৰব্যৰ সংজ্ঞা দিয়া।

(ক) মানুহৰ অভাৱ আৰু প্রয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থ

(খ) ভোগ কৰিব পৰা সেৱা

(গ) মাত্র সঞ্চয় কৰিব পৰা সম্পদ

(ঘ) অভাৱ পূৰণ কৰিবলৈ ব্যবহৃত নোহোৱা বস্তু

উঃ (ক)

প্ৰঃ সেৱাৰ সংজ্ঞা কি?

(ক) স্পৰ্শ কৰিব পৰা বস্তু

(খ) প্রয়োজনীয়তা পূৰণ কৰা পদাৰ্থ

(গ) স্পৰ্শ কৰিব নোৱাৰা অভাৱ পূৰণ কৰা

(ঘ) খাদ্য যোগান কৰা বস্তু

উঃ (গ)

প্রঃব্যক্তিৰ সংজ্ঞা কি?

(ক) যিজনে সিদ্ধান্ত গ্রহণ কৰি একক ৰূপত বসবাস কৰে

(খ) ভোগ কৰা বস্তু

(গ) এক বিশেষ ধৰণৰ পদাৰ্থ

(ঘ) চৰকাৰী সম্পদ

উঃ (ক)

প্রঃ সম্পদৰ মূল অর্থ কি?

(ক) ভোগ কৰিব পৰা বস্তু

(খ) আন বস্তু উৎপাদনত ব্যৱহৃত দ্রব্য আৰু সেৱা

(গ) মাত্র অর্থনৈতিক কার্য

(ঘ) মাত্র খাদ্য

উঃ (খ)

প্রঃ ব্যক্তিগত সম্পদৰ প্ৰয়োজন কিয়?

(ক) ৰাজহুৱা কাম-কাজৰ বাবে

(খ) ব্যক্তিগত অভাৱ পূৰণ কৰিবলৈ

(গ) ৰাজনৈতিক কাৰ্যৰ বাবে

(ঘ) মাত্ৰ নিজৰ সংৰক্ষণৰ বাবে

উঃ (খ)

প্ৰঃপছন্দৰ সমস্যাৰ সৃষ্টিৰ কাৰণ কি?

(ক) সম্পদৰ সীমা

(খ) অভাৱৰ অসীমতা

(গ) অভাৱ আৰু সীমিত সম্পদ

(ঘ) ভোগৰ সীমা

উঃ (গ)

প্ৰঃ কিহে সম্পদৰ বিতৰণত কি সমস্যাৰ সৃষ্টি কৰে?

(ক) সম্পূর্ণতা

(খ) দুষ্প্রাপ্যতা

(গ) স্বাভাৱিকতা

(ঘ) অধিক উৎপাদন

উঃ (খ)

প্রঃ সুযোগ ব্যয়ৰ অন্য নাম কি?

(ক) স্থায়ী ব্যয়

(খ) প্রাথমিক ব্যয়

(গ) মাত্রিক ব্যয়

(ঘ) অর্থনৈতিক ব্যয়

উঃ (ঘ)

প্রঃ কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিৰ অৰ্থ কি?

(ক) ব্যক্তিগত সিদ্ধান্ত গ্রহণ

(খ) পৰিকল্পনা নাই

(গ) চৰকাৰৰ দ্বাৰা পৰিকল্পনা কৰা

(ঘ) মাত্র ব্যয় বৃদ্ধি

উঃ (গ)

প্রঃ অৰ্থনীতিত বজাৰৰ অৰ্থ কি?

(ক) এক সঞ্চয় পদ্ধতি

(খ) মাত্র ভোগ কৰা ব্যৱস্থা

(গ) য’ত ক্রেতা-বিক্রেতাই মুখামুখি হোৱা বেকাৰ

(ঘ) এক ব্যৱস্থা য’ত ক্রেতা আৰু বিক্রেতাই দ্রব্য কিনা-বেচা কৰিব পাৰে

উঃ (ঘ)

প্ৰঃ বজাৰ অৰ্থনীতিৰ সংজ্ঞা কি?

(ক) মাত্র ব্যক্তিগত ব্যৱস্থা

(খ) মাত্ৰ চৰকাৰী কাম-কাজ

(গ) বজাৰৰ জৰিয়তে কার্য সম্পাদিত কৰা অর্থনীতি

(ঘ) মাত্ৰ সম্পদৰ সংগ্ৰহ

উঃ (গ)

প্রঃ মিশ্র অর্থনীতিৰ বৈশিষ্ট্য কি?

(ক) মাত্ৰ চৰকাৰে সিদ্ধান্ত লয়

(খ) মাত্র ব্যক্তিগত কাম-কাজ

(গ) চৰকাৰ আৰু বজাৰৰ দ্বাৰা কাৰ্য সম্পাদিত

(ঘ) মাত্র খাদ্য বিতৰণ

উঃ (গ)

প্রঃ ভাৰতীয় অর্থনীতি কোন ধৰণৰ পৰিকল্পিত অর্থনীতি?

(ক) মিশ্র অর্থনীতি

(খ) পুঁজিবাদী অর্থনীতি

(গ) কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতি

(ঘ) সমষ্টিগত

উঃ (গ)

প্রঃ ইতিবাচক অর্থনীতিক কি বুজায়?

(ক) মাত্ৰ পুঁজিৰ পৰিৱেশ

(খ) পৰিকল্পিত ব্যৱস্থা

(গ) অর্থনীতিৰ প্ৰক্ৰিয়াবোৰ কেনেকৈ কাৰ্য কৰে তাৰ অধ্যয়ন

(ঘ) মাত্ৰ খাদ্যৰ যোগান

উঃ (গ)

প্রঃ আদর্শ অর্থনীতিৰ অৰ্থ কি?

(ক) মাত্র ব্যক্তিগত সম্পদ

(খ) ব্যক্তিগত সিদ্ধান্ত

(গ) অর্থনীতিৰ প্ৰক্ৰিয়াৰ বাঞ্ছনীয় অবস্থা

(ঘ) পৰিকল্পিত বিতৰণ

উঃ (গ)

প্ৰঃ দুষ্প্রাপ্য সম্পদৰ নাটনিৰ ফলত কি সৃষ্টি হয়?

(ক) অতিভোগ

(খ) পছন্দৰ সমস্যা

(গ) অধিক যোগান

(ঘ) অধিক উদ্ভাৱন

উঃ (খ)

প্ৰঃ বজাৰ অৰ্থনীতিৰ ভিত্তিত কাৰ্য সংগঠিত হোৱা সমস্যাৰ সমাধান ক’ত কৰা হয়?

(ক) বজাৰ

(খ) চৰকাৰ

(গ) বেংক

(ঘ) জাতীয় পুঁজি

উঃ (ক)

প্রঃ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত এক অর্থনীতিত কোনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়?

(ক) কেন্দ্রীয় বেংক

(খ) মাত্ৰ বজাৰ

(গ) চৰকাৰ

(ঘ) মাত্র জাতীয় সংস্থা

উঃ (গ)

প্রঃ বিভিন্ন কার্যপ্রণালীৰ অধ্যয়নৰ মাধ্যমেৰে কি আলোচনা কৰা হয়?

(ক) বেচা-বিচন

(খ) অর্থনৈতিক বিশ্লেষণ

(গ) শিক্ষাৰ উন্নয়ন

(ঘ) মাত্ৰ চৰকাৰী কাম-কাজ

উঃ (খ)

প্রঃ অর্থবিজ্ঞানৰ পিতৃ কাক বুলা জনা যায়?

(ক) আদাম স্মিথ

(খ) অবিষ্টটল

(গ) প্লেটো

(ঘ) চক্রেটিছ

উঃ (ক)

প্রঃ অর্থনৈতিক সমস্যা কি?

(ক) অসম্পূর্ণ চাহিদা

(খ) দুষ্প্রাপ্য সম্পদৰ নাটনি

(গ) ব্যক্তিগত সম্পদৰ দৰকাৰ

(ঘ) মাত্ৰ পৰিকল্পিত সমাধান

উত্তৰঃ (খ)

প্রঃ দুষ্প্রাপ্য সম্পদৰ দুটা বিশেষত্ব কি?

(ক) সম্পদ সসীম আৰু বিকল্প ব্যৱহাৰ

(খ) মাত্র ব্যক্তিগত ভোগ

(গ) মাত্র খাদ্য উৎপাদন

(ঘ) মাত্র সঞ্চয়

উঃ (ক)

প্রঃ প্রান্তীয় সুযোগ ব্যয় কাক বোলে?

(ক) সঞ্চয় ব্যয়

(খ) সম্পূর্ণ ক্ষতি

(গ) একক বৃদ্ধি বুটলাৰ বাবে আনটো ত্যাগ

(ঘ) একক বৃদ্ধি বৃদ্ধি

উঃ (গ)

প্রঃ PPF ৰেখাৰ সোঁহাতে স্থানান্তৰৰ কাৰণ কি?

(ক) নতুন সমুদ্র

(খ) প্রযুক্তি বিদ্যাৰ উন্নয়ন

(গ) উৎপাদনত হ্রাস

(ঘ) মাত্র খাদ্য বিতৰণ

উঃ (খ)

প্ৰঃ সম্পদৰ বৃদ্ধিৰ উদাহৰণ কি?

(ক) খাদ্যৰ অতিৰিক্ত সংৰক্ষণ

(খ) সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু প্ৰযুক্তি বিদ্যাৰ উন্নয়ন

(গ) মাত্ৰ চৰকাৰী সঞ্চয়

(ঘ) নতুন সম্পদৰ সৃষ্টি

উঃ (খ)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্ৰঃ দ্ৰব্যৰ সংজ্ঞা কি?

উঃ মানুহৰ অভাৱ আৰু প্রয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থক দ্রব্য বোলে।

প্রঃ সেৱা কি?

উঃ যাক স্পৰ্শ কৰিব নোৱাৰি কিন্তু অভাৱ পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়, তাকে ‘সেৱা’ বোলে।

প্রঃ ব্যক্তিৰ সংজ্ঞা কি?

উঃ যিজনে সিদ্ধান্ত গ্রহণ কৰি একক ৰূপত বসবাস কৰে, তেওঁক ব্যক্তি বোলে।

প্ৰঃ সম্পদৰ মূল অর্থ কি?

উঃ আন বস্তুৰ উৎপাদনত ব্যৱহৃত দ্রব্য আৰু সেৱাই সম্পদ বুলি জনা যায়।

প্রঃ ব্যক্তিগত সম্পদৰ প্ৰয়োজন কিয়?

উঃ ব্যক্তিগত অভাৱ পূৰণ কৰিবলৈ ব্যক্তিগত সম্পদৰ প্রয়োজন হয়।

প্ৰঃ পছন্দৰ সমস্যাৰ কাৰণ কি?

উঃ অভাৱ আৰু সীমিত সম্পদে পছন্দৰ সমস্যা সৃষ্টি কৰে।

প্ৰঃ সম্পদৰ বিতৰণত কিহে সমস্যা সৃষ্টি কৰে?

উঃ সম্পদৰ দুষ্প্রাপ্যতাই সম্পদৰ বিতৰণত সমস্যাৰ সৃষ্টি কৰে।

প্রঃ সুযোগ ব্যয়ৰ অন্য নাম কি?

উঃ সুযোগ ব্যয়ক অর্থনৈতিক ব্যয়ো বোলে।

প্রঃ কেন্দ্রীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ অর্থ কি?

উঃ য’ত চৰকাৰে অৰ্থনীতিৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, তাক কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতি বোলে।

প্ৰঃ বজাৰৰ সংজ্ঞা কি?

উঃ য’ত ক্রেতা-বিক্রেতাই দ্রব্য কিনা-বেচা কৰে তাক বজাৰ বোলে।

প্রঃ বজাৰ অৰ্থনীতি কি?

উঃ য’ত কার্য ব্যৱস্থাপনা বজাৰৰ জৰিয়তে সম্পন্ন হয় তাক বজাৰ অর্থনীতি বোলে।

প্রঃ মিশ্র অর্থনীতিৰ বৈশিষ্ট্য কি?

উঃ চৰকাৰ আৰু বজাৰ উভয়ে পৰিকল্পনা কৰি মিশ্র অর্থনীতি গঠন কৰে।

প্রঃ ভাৰতীয় অর্থনীতি কোন ধৰণৰ পৰিকল্পিত?

উঃ ভাৰতীয় অর্থনীতি মিশ্র অর্থনীতিৰ অধীনত পৰে।

প্রঃ ইতিবাচক অর্থনীতিৰ অৰ্থ কি?

উঃ অৰ্থনীতিৰ প্ৰক্ৰিয়াবোৰ কেনেকৈ কাৰ্য কৰে, তাৰ অধ্যয়নক ইতিবাচক অর্থনীতি বোলে।

প্রঃ আদর্শ অর্থনীতি কি?

উঃ অর্থনীতিৰ প্ৰক্ৰিয়াৰ বাঞ্ছনীয় অবস্থাক আদর্শ অর্থনীতি বোলে।

প্ৰঃ দুষ্প্রাপ্য সম্পদৰ নাটনিৰ ফল কি?

উঃ দুষ্প্রাপ্য সম্পদৰ নাটনিৰ ফলত পছন্দৰ সমস্যা সৃষ্টি হয়।

প্রঃ কেন্দ্রীয়ভাবে পৰিকল্পিত অর্থনীতিত কোনে গুৰুত্বপূর্ণ সিদ্ধান্ত লয়?

উঃ চৰকাৰে কেন্দ্রীয়ভাৱে পৰিকল্পিত অর্থনীতিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

প্ৰঃ সম্পদৰ বিতৰণৰ মূল সমস্যা কি?

উঃ সম্পদৰ দুষ্প্রাপ্যতা সম্পদ বিতৰণৰ মূল সমস্যা।

প্রঃ প্রান্তীয় সুযোগ ব্যয়ৰ অৰ্থ কি?

উঃ এক বস্তুৰ একক বৃদ্ধি বুটলাৰ বাবে আনটো ত্যাগ কৰাক প্রান্তীয় সুযোগ ব্যয় বোলে।

প্রঃ উৎপাদন সম্ভাৱনাৰ সোঁহাতে স্থানান্তৰৰ কাৰণ কি?

উঃ নতুন প্রযুক্তি বিদ্যাৰ উন্নয়নে উৎপাদন সম্ভাৱনাৰ সোঁহাতে স্থানান্তৰ ঘটায়।

প্ৰঃ সম্পদৰ বৃদ্ধিৰ উদাহৰণ কি?

উঃ সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু নতুন প্রযুক্তি বিদ্যাৰ উন্নয়ন সম্পদৰ বৃদ্ধিৰ উদাহৰণ।

প্রঃ সম্পদৰ মূল বৈশিষ্ট্য কি?

উঃ সম্পদ সসীম আৰু বিকল্প ব্যৱহাৰযোগ্য।

প্রঃ বজাৰত সমস্যা কিয় দেখা দিয়ে?

উঃ বাজাৰত সম্পদৰ সঠিক বিতৰণত সমস্যা দেখা দিয়ে।

প্ৰঃ PPF ৰ সোঁহাতে স্থানান্তৰৰ অৰ্থ কি?

উঃ সম্পদৰ বৃদ্ধি বা উন্নয়নৰ ফলত উৎপাদন সম্ভাবনা সোঁহাতে স্থানান্তৰিত হয়।

প্ৰঃ মিশ্ৰ অৰ্থনীতিত চৰকাৰৰ ভূমিকা কি?

উঃ মিশ্র অর্থনীতিত চৰকাৰে সম্পদৰ যোগান আৰু নিয়ন্ত্ৰণৰ কাম কৰে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment