Join WhatsApp

Join Now

Join Telegram

Join Now

H.S 1st Year Class 11 Assamese MCQ Chapter 4 কিতাপৰ কথা 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 4 কিতাপৰ কথা পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Assamese MCQ Chapter 4 কিতাপৰ কথা

অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।

👉 Read Also:

কিতাপৰ কথা

-প্রফুল্ল দত্ত গোস্বামী

অতি চমু প্রশ্নোত্তৰ (VSA)

১। প্রফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা।

উঃ প্রফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম -‘শেষ ক’ত, ‘কেঁচা পাতৰ কঁপনি’।

২। প্রফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম লিখা।

উঃ প্রফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম ‘মনৰ পক্ষী উভতি উৰে’।

৩। প্রফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?

উঃ প্রফুল্ল দত্ত গোস্বামীৰ মৃত্যু হয় ১৯৯৪ চনত।

৪। প্রফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?

উঃ প্রফুল্ল দত্ত গোস্বামীৰ জন্ম হৈছিল ১৯১৪ চনত।

৫। ‘কেঁচা পাতৰ কঁপনি’ কাৰ উপন্যাস?

উঃ ‘কেঁচা পাতৰ কঁপনি’ প্রফুল্ল দত্ত গোস্বামীৰ উপন্যাস।

৬। ছপাখানা আৰু কাগজকোন দেশৰ আৱিষ্কাৰ?

উঃ ছপাখানা আৰু কাগজ চীন দেশৰ আৱিষ্কাৰ।

৭। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?

উঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।

৮। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?

উঃ ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে, “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”

৯। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?

উঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীকতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment