আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি Class 11 Political Science MCQ Question Answer প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত অসমীয়া বিষয়ৰ পাঠভিত্তিক Class 11 Political Science ৰ প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Political Science MCQ Question Answer
| মূল শাখা | অধ্যায় | পাঠৰ নাম | |
|---|---|---|---|
| শাখা–ক : ভাৰতীয় সংবিধান | অধ্যায়–১ | সংবিধান কিয় আৰু কেনেকৈ | |
| অধ্যায়–২ | ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ | ||
| অধ্যায়–৩ | নির্বাচন আৰু প্রতিনিধি | ||
| অধ্যায়–৪ | কার্যপালিকা | ||
| অধ্যায়–৫ | বিধানমণ্ডল | ||
| অধ্যায়–৬ | ন্যায় পালিকা | ||
| অধ্যায়–৭ | যুক্তৰাষ্ট্ৰবাদ | ||
| অধ্যায়–৮ | স্থানীয় চৰকাৰ | ||
| অধ্যায়–৯ | জীৱন্ত দলিলৰ ৰূপত সংবিধান | ||
| অধ্যায়–১০ | সাংবিধানিক দর্শন | ||
| শাখা–খ : ৰাজনৈতিক তত্ব | অধ্যায়–১ | ৰাজনৈতিক তত্বঃ এক পৰিচয় | |
| অধ্যায়–২ | স্বাধীনতা | ||
| অধ্যায়–৩ | সমতা আৰু সামাজিক ন্যায় | ||
| অধ্যায়–৪ | অধিকাৰ | ||
| অধ্যায়–৫ | নাগৰিকত্ব | ||
| অধ্যায়–৬ | জাতীয়তাবাদ | ||
| অধ্যায়–৭ | ধৰ্মনিৰপেক্ষতা | ||
| অধ্যায়–৮ | শান্তি | ||
| অধ্যায়–৯ | বিকাশ |

